Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Pm Narendra Modi To Open New Parliament Building:বৈদিক ৰীতিনীতি অনুসৰি উদ্বোধন কৰা হ’ল দেশৰ নতুন সংসদ ভৱন

    Chirang Police Drug & Child Marriage Awareness: বাল্য বিবাহ আৰু ড্ৰাগছৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ সজাগতা অনুষ্ঠান

    MP Umaria Unique Goat Price Is One Crore:মধ্য প্ৰদেশৰ এটা ছাগলী,যাৰ মূল্য এক কোটি টকা !

    Withdrow AFSPA 28 Dist Of 36 Dist :ৰাজ্যৰ ৩৬খন জিলাৰ ২৮খনৰ পৰাই আফস্পা প্ৰত্যাহাৰ

    Sania Mirza:অৱসৰৰ পাছত নতুন ৰূপত অনুৰাগীৰ মাজলৈ আহিব ছানিয়া

    Elon Musk:মানৱ মস্তিষ্কত চিপ প্ৰতিষ্ঠাপনৰ পৰীক্ষাৰ অনুমতি মাস্কৰ নিউৰালিংকৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

    Sanjay Dutt :শ্বুটিঙৰ সময়ৰ বোমা বিস্ফোৰণ হৈ গুৰুত্বৰভাৱে আহত অভিনেতা সঞ্জয় দত্ত

    Rani Mukerji In Kamakhya Temple  : ওপজা দিনটোতে ‘মা’ কামাখ্যাৰ আশিস ল’লে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে

    Satish Kaushik : জনপ্ৰিয় কৌতুক অভিনেতা সতীশ কৌশিকৰ দেহাৱসান , বুধবাৰে খেলিছিল হোলি

    Black N White : এতিয়া চিএনডি প্লেত উপলব্ধ হ’ব ব্লেক এন হোৱাইট

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Pack Pain:কঁকালৰ বিষত ভুগিব ৮০ কোটি লোক !

    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Vitamin E Capsule For Skin And Hair : ছাল, চুলিৰ যত্নৰ বাহিৰেও ক’ত ব্যৱহাৰ হয় ভিটামিন ই ?

    Benefits of Matka water : মাটিৰ পাত্ৰত পানী খাই শীতল হোৱাৰ লগতে হওঁক স্বাস্থ্যৱান

    Healthy Life : জানেনে পুৱাৰ আহাৰ আৰু ব্যায়ামৰ প্ৰয়োজনীয়তা কিমান !

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News Assam

G20 Meeting In Guwahati: আজি গুৱাহাটীত আৰম্ভ হ’ল ‘জি-২০’ৰ ‘এছএআই২০’ শীর্ষক প্রতিনিধি বৈঠক

বৈঠক উদ্বোধন কৰে ‘চিএজি অব ইণ্ডিয়া’ গিৰীশ চন্দ্ৰ মুৰ্মুয়ে

publisher by publisher
March 13, 2023
in Assam, News
Reading Time: 2 mins read
0
G20 Meeting In Guwahati: আজি গুৱাহাটীত আৰম্ভ হ’ল ‘জি-২০’ৰ ‘এছএআই২০’ শীর্ষক প্রতিনিধি বৈঠক
1
SHARES
10
VIEWS
ShareShareShareShare

G20 Meeting In Guwahati :

e4793dae eb17 41f6 846e 9e4fc7d5539cভাৰতৰ অধ্যক্ষতাত ‘জি-২০’ৰ ‘এছএআই২০ এনগেজমেন্ট গ্রুপ’ৰ জ্যেষ্ঠ বিষয়া পৰ্যায়ৰ প্ৰথমখন বৈঠক আজি গুৱাহাটীত আৰম্ভ হয়৷ ভাৰতৰ ‘নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক’ (চিএজি) গিৰীশ চন্দ্ৰ মুর্মুয়ে ‘সর্বোচ্চ অডিট প্রতিষ্ঠান-২০’ (এছএআই২০)ৰ ‘এনগেজমেন্ট গ্রুপ’ৰ অধ্যক্ষ হিচাপে আলোচনাৰ নেতৃত্ব প্ৰদান কৰে ৷

ADVERTISEMENT

উদ্বোধনী ভাষণত ‘চিএজি’-য়ে কয় যে ‘ এছ এআই২০’ৰ জ্যেষ্ঠ বিষয়াসকলৰ ২০২৩বৰ্ষৰ বৈঠকখন হৈছে ‘জি-২০’ দেশসমূহৰ সৰ্বোচ্চ অডিট প্রতিষ্ঠান সমূহৰ সামগ্ৰিক বিকাশ আৰু কল্যাণ নিশ্চিত কৰাৰ বাবে গোলকীয় সহযোগিতা আৰু সামূহিক প্ৰচেষ্টাৰ এক প্ৰতীক।

RelatedPosts

Water Supply Cut Off Guwahati:খাৰঘূলিৰ জলবিস্ফোৰণৰ পিছতে সংকটত মহানগৰবাসী !

SCERT Scam Update:এছচিইআৰটিৰ ১০৫ কোটিৰ দুৰ্নীতি

GMC Hikes Property Tax In Guwahati:চাৰিগুণ সম্পত্তি কৰ বৃদ্ধিৰে মাধ্যমাৰ জি এম চিৰ !

ভাষণ প্ৰসংগত ‘চিএজি’ যে আলোকপাত কৰি কয় যে পৃথিৱীখন একাধিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, আৰু আটাইতকৈ কঠিন প্ৰত্যাহ্বানসমূহ হৈছে বহনক্ষম উন্নয়ন আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰসংগত।

তেওঁ লগতে কয় যে জলবায়ু পৰিৱৰ্তন আৰু জৈৱ বৈচিত্ৰ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ, খাদ্য সুৰক্ষা হৈছে বহনক্ষম উন্নয়নৰ লক্ষ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা প্ৰত্যাহ্বান।

তেওঁ সকলোৰে বাবে এক সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ বাবে বিশ্ব সম্প্রদায় এই সমস্যাসমূহৰ সমাধানৰ বাবে পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।

উদীয়মান প্ৰযুক্তিৰ সুস্থিৰতা, বিকাশ আৰু ভূমিকাৰ গুৰুত্বক স্বীকাৰ কৰি তেওঁ কয় যে ‘এছএআই২০’য়ে প্রাথমিকতা প্ৰদান কৰা ক্ষেত্ৰসমূহ হৈছে- “নীলা অৰ্থনীতি আৰু “দায়িত্বশীল কৃত্রিম বুদ্ধিমত্তা, ” যিয়ে নতুন যুগৰ সুযোগ আৰু উদ্বেগক প্ৰতিনিধিত্ব কৰে আৰু গোলকীয় অভিজ্ঞতা আৰু পদক্ষেপসমূহ বুজি পোৱাৰ প্ৰচেষ্টা আৰু এই ক্ষেত্ৰসমূহত বহিঃ অংশীদাৰীপক্ষসমূহে এই ক্ষেত্ৰসমূহৰ ভূমিকাক কেনেদৰে প্ৰত্যক্ষ কৰে সেয়া জানিবলৈ প্ৰকৃত সহযোগিতাৰ পোষকতা কৰে।

চিত্ৰজি-য়ে জানিবলৈ দিয়ে যে তেওঁলোকে চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলৰ সৈতে বাৰ্তালাপত মিলিত হোৱাৰ লগতে যোৱা মাহত এই বিষয়বস্তুসমূহৰ সন্দৰ্ভত আলোচনাচক্র অনুষ্ঠিত কৰিছিল।

নীলা অৰ্থনীতিৰ প্ৰাথমিকতা প্রদানকাৰী ক্ষেত্ৰসমূহৰ গুৰুত্ব সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰি চিএজিয়ে কয় যে নীলা অর্থনীতি হৈছে এক অর্থনৈতিক প্রণালী য’ত সামুদ্ৰিক আৰু সতেজ পানীৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় এলানি নীতি আৰু কাৰ্যকৰী মাত্ৰা অন্তর্ভুক্ত থাকে যিয়ে ইয়াৰ বহনক্ষম ব্যৱহাৰ, খাদ্য আৰু শক্তি উৎপাদন, জীৱিকা নিৰ্বাহত সহযোগিতাৰ লগতে অর্থনৈতিক অগ্রগতি আৰু কল্যাণৰ চালিকা শক্তি হিচাপে ভূমিকা পালন কৰে ।

নীলা অৰ্থনীতিয়ে যিহেতু পৃথিৱী গ্ৰহৰ লগতে জীৱন-জীৱিকাৰ ব্যাপক পৰিৱৰ্তন সাধন কৰিব পাৰে সেয়ে, সময়ৰ সৈতে নীলা অৰ্থনীতিৰ নিৰন্তৰ বিকাশ নিশ্চিত কৰিবলৈ এই দুটা লক্ষ্যৰ মাজত এক সফল সন্তুলন গঢ়ি তোলাত ‘চিত্রজি’-য়ে গুৰুত্ব আৰোপ কৰে।

উপকূলীয় অঞ্চলসমূহত সম্পন্ন হোৱা অপৰিকল্পিত আৰু অনিয়ন্ত্ৰিত বিকাশৰ তথ্যাৱলী গণনাত অন্তৰ্ভুক্ত কৰাৰ লগতে এই অঞ্চলসমূহত বাস কৰা লোকসকলৰ জীৱন- জীৱিকাত যাতে বিৰূপ প্ৰভাৱ নপৰে সেয়া নিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট চৰকাৰসমূহে প্রমাণিক পদক্ষেপ গ্ৰহণত গুৰুত্ব আৰোপ কৰে চিত্ৰজি-য়ে।

দ্বিতীয় প্রাথমিকতা প্রাদনক্ষেত্র- ‘দায়িত্বশীল কৃত্রিম বুদ্ধিমত্তা’ (এআই)ৰ বিষয়ে কোৱাৰ সময়ত, ‘চিএজি’য়ে উল্লেখ কৰে যে ‘এআই’ প্ৰযুক্তিৰ গণতান্ত্ৰিককৰণ অনিবাৰ্য আৰু ‘এআই’ক লক্ষ্য নিৰ্দ্ধাৰিত ৰূপত আৰু সময়সাপেক্ষ হস্তক্ষেপৰ জৰিয়তে নাগৰিক আৰু দেশক লাভান্বিত কৰিব পৰাকৈ ব্যৱহাৰ কৰিব পাৰি।

‘চিত্রজি’য়ে লগতে উল্লেখ কৰে যে স্বাস্থ্যসেৱা, খুচুৰা, বিত্ত, কৃষি, খাদ্য, জলসম্পদ, পৰিৱেশ আৰু প্ৰদূষণ, শিক্ষা, বিশেষ প্রয়োজনীয়তা, পৰিবহন, শক্তি, ৰাজহুৱা সুৰক্ষা, দুর্যোগ ব্যৱস্থাপনা, ন্যায়পালিকা আদি ক্ষেত্ৰৰ সৈতে সম্পর্কিত সমস্যা সমাধান কৰাৰ ক্ষেত্ৰতো ‘কৃত্রিম বুদ্ধিমত্তা’ই সম্ভাৱনীয়তা বহণ কৰিছে।

ৰাজহুৱা সেৱাসমূহৰ স্বতন্ত্ৰ আৰু বস্তুনিষ্ঠ পৰীক্ষা সম্পাদন কৰা আৰু উন্নয়ন আৰু সুযোগৰ ক্ষেত্ৰসমূহ চিনাক্ত কৰাৰ ক্ষেত্ৰত নীতি নিৰ্মাতাসকলৰ বাবে অতি প্ৰয়োজনীয় প্রতিক্রিয়া প্ৰণালী হিচাপে কাম কৰাৰ বাবে ‘উচ্চতম অডিট প্রতিষ্ঠান সমূহৰ শাসনা দেশসমূহৰ ওপৰত আলোকপাত কৰি চিত্ৰজি’য়ে গুৰুত্ব আৰোপ কৰে যে ‘নীলা অৰ্থনীতি’ আৰু ‘কৃত্রিম বুদ্ধিমত্তা’ দুয়োটাই যিহেতু উদীয়মান ক্ষেত্র, সেয়েহে, ‘উচ্চতম অডিট প্ৰতিষ্ঠান সমূহে এই বিশিষ্ট খণ্ডকেইটাক উপেক্ষা কৰিব নোৱাৰে।

‘এছএআই’-ক নেতৃত্ব দিয়াৰ বাবে এক ‘অডিটিং ফ্ৰেমৱৰ্ক’ আৰু ‘গ্রেনুলাৰ চেকলিষ্ট’ যুগুতাই উলিওৱাটো অত্যাৱশ্যকীয় বুলি উল্লেখ কৰি ‘চিএজি’-য়ে কয় যে ইয়ে ‘অডিট’সকলক কেৱল বিস্তৃত নিৰ্দেশনাই প্ৰদান নকৰিব বৰঞ্চ, এই দুয়োটা খণ্ডক অর্থপূর্ণ ভাবে ‘অডিট’ কৰাৰ বাবে নির্দিষ্ট ‘টুলকিট’ও প্রদান কৰিব ৷

গোলকীয় প্রশিক্ষণ প্ৰদানকাৰী গোট হিচাপে কাৰ্যনিৰ্বাহ কৰিব লগা ‘এছএআই ইণ্ডিয়া’ৰ ‘আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ গণনা আৰু বহনক্ষম উন্নয়ন কেন্দ্র (আইচিইডি)টোক ‘নীলা অৰ্থনীতি’ৰ ‘উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰা হৈছে আৰু এপ্ৰিলৰ শেষত প্ৰথম ৰাষ্ট্ৰীয় প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিয়ে ‘চিত্রজি’-য়ে।

বৈঠকত ‘জি-২০’ সদস্য দেশৰ ‘এছএআই’, অতিথি ‘এছএআই’ আৰু ‘বিশ্ব বেংক’ৰ ৩৯ গৰাকী ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় প্রতিনিধিয়ে আমন্ত্ৰিত সংগঠনসমূহৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰে। ‘জি-২০’ সদস্য দেশ, অতিথি দেশ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্রতিনিধিসকলেও ‘এছএআই২০’ অনুষ্ঠানত অংশগ্ৰহণ কৰে।

অষ্ট্ৰেলিয়া, ব্রাজিল, ইজিগু ইণ্ডোনেছিয়া, ওমান, কোৰিয়া গণৰাজ্য, ৰাছিয়া, চৌদি আৰৱ, তুৰস্ক আৰু ইউএই-ৰ ‘এছএআই’য়েও সভাত অংশগ্ৰহণ কৰে ৷

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: AssamG20Guwahati
publisher

publisher

Related Posts

Pm Narendra Modi To Open New Parliament Building:বৈদিক ৰীতিনীতি অনুসৰি উদ্বোধন কৰা হ’ল দেশৰ নতুন সংসদ ভৱন
India

May 28, 2023
Chirang Police Drug & Child Marriage Awareness: বাল্য বিবাহ আৰু ড্ৰাগছৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ সজাগতা অনুষ্ঠান
Assam

May 27, 2023
MP Umaria Unique Goat Price Is One Crore:মধ্য প্ৰদেশৰ এটা ছাগলী,যাৰ মূল্য এক কোটি টকা !
India

MP Umaria Unique Goat Price Is One Crore:মধ্য প্ৰদেশৰ এটা ছাগলী,যাৰ মূল্য এক কোটি টকা !

May 27, 2023
Withdrow AFSPA 28 Dist Of 36 Dist :ৰাজ্যৰ ৩৬খন জিলাৰ ২৮খনৰ পৰাই আফস্পা প্ৰত্যাহাৰ
Assam

Withdrow AFSPA 28 Dist Of 36 Dist :ৰাজ্যৰ ৩৬খন জিলাৰ ২৮খনৰ পৰাই আফস্পা প্ৰত্যাহাৰ

May 27, 2023
Sania Mirza:অৱসৰৰ পাছত নতুন ৰূপত অনুৰাগীৰ মাজলৈ আহিব ছানিয়া
India

Sania Mirza:অৱসৰৰ পাছত নতুন ৰূপত অনুৰাগীৰ মাজলৈ আহিব ছানিয়া

May 27, 2023
Elon Musk:মানৱ মস্তিষ্কত চিপ প্ৰতিষ্ঠাপনৰ পৰীক্ষাৰ অনুমতি মাস্কৰ নিউৰালিংকৰ
International

Elon Musk:মানৱ মস্তিষ্কত চিপ প্ৰতিষ্ঠাপনৰ পৰীক্ষাৰ অনুমতি মাস্কৰ নিউৰালিংকৰ

May 27, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: