Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Kampur Deadbody Recover : নগাঁৱৰ কামপুৰত পথৰ কাষত উদ্ধাৰ শিক্ষকৰ মৃতদেহ

    Congress Protest In Dispur :কংগ্ৰেছৰ প্ৰতিবাদত কঁপি উঠিল দিছপুৰৰ লাষ্টগেইট

    Cm Himanta Biswa Sarma Comments : দেশৰ এটা সম্প্ৰদায়ক টাৰ্গেট কৰি কৰা অপমানৰ ফল ভুগিছে ৰাহুল গান্ধীয়ে : হিমন্ত বিশ্ব শৰ্মা

    Rahul Gandhi Pressmeet In Delhi Aicc Office :লোকসভাৰ পৰা অযোগ্য ঘোষণা হোৱাৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰথম খন সংবাদমেল সম্বোধন

    APCC Protest In Guwahati :ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ দেশজুৰি কংগ্ৰেছীৰ প্ৰতিবাদ

    O Mor Apunar Desh :গীনিজ বুকত অসমৰ জাতীয় সংগীত পৰিৱেশনেৰে অভিলেখ গঢ়াৰ আহ্বান অসম চৰকাৰলৈ গৱেষক ৰাজীৱ হৰি কৌশিকৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    Rani Mukerji In Kamakhya Temple  : ওপজা দিনটোতে ‘মা’ কামাখ্যাৰ আশিস ল’লে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে

    Satish Kaushik : জনপ্ৰিয় কৌতুক অভিনেতা সতীশ কৌশিকৰ দেহাৱসান , বুধবাৰে খেলিছিল হোলি

    Black N White : এতিয়া চিএনডি প্লেত উপলব্ধ হ’ব ব্লেক এন হোৱাইট

    Zeenat Aman : সামাজিক মাধ্যমত আহিয়ে কি ক’লে ‘সত্যম শিবম সুন্দৰম ‘ ৰ জনপ্ৰিয় অভিনেত্ৰী জিনাতে ?

    Attack on Sonu Nigam: বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী ছনু নিগমক আক্ৰমণ

    Pathaan : ‘ বাহুবলী – ২’ ৰ অভিলেখ ভংগৰ বাবে ১০০ কোটি টকাৰ প্ৰয়োজন ‘পাঠান ‘ ৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Weight Loss Tips : ওজন বৃদ্ধি হ’লেই হৃদৰোগৰ আশংকা বৃদ্ধি হয়!

    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Lemon : নেমু টেঙা কিয় খাব লাগে ?

    Lemon : নেমু টেঙা কিয় খাব লাগে ?

    High Blood Pressure and Headaches :  আপোনাৰো হৈছে নেকি ৰক্তচাপ আৰু মূৰৰ বিষ !

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

  • Videos
No Result
View All Result

Home News International

Five Smallest Countries in the World : জানেনে বিশ্বৰ সবাটোকৈ ক্ষুদ্ৰ দেশ পাঁচখন কি !

publisher by publisher
March 19, 2023
in News, International
Reading Time: 2 mins read
0
Five Smallest Countries in the World : জানেনে বিশ্বৰ সবাটোকৈ ক্ষুদ্ৰ দেশ পাঁচখন কি !
2
SHARES
20
VIEWS
ShareShareShareShare

Five Smallest Countries in the World :

চীন, ভাৰতৰ দৰে বৃহৎ দেশৰ কথা সকলোৱে ভালদৰে জানে। কিন্তু কিন্তু এই বিশ্বত থকা ক্ষুদ্ৰ দেশৰ কথা আপুনি কিমান জানে? আপুনি বাৰু জানে নে এই বিশ্বতে আছে এনে কে’বাখনো দেশ যাৰ জনসংখ্যা তেনেই নগণ্য। এনে দেশো আছে যিখন দেশৰ জনসংখ্যা এহেজাৰৰো তলত। হয়, অবিশ্বাস্য যেন লাগিলেও সত্য। বিশ্বৰ সবাতোকৈ কম জনসংখ্যাৰ অতি ক্ষুদ্র দেশ কেইখনমানৰ বিষয়ে তলত কিছু তথ্য উল্লেখ কৰা হ’ল—

ADVERTISEMENT

ভেটিকান চিটি : ইটালীৰ ৰোমৰ মাজ ভাগত অৱস্থিত ভেটিকান চিটিৰ আয়তন মাত্র ০.৪৯ বর্গ মিটাৰ৷ ভেটিকান চিটিত বাস কৰে মাত্র ৮২৫ জন লোকে। দৰাচলতে ভেটিকান চিটি হৈছে খ্ৰীষ্ট ধৰ্মৰ গুৰু বা মুৰব্বী পোপৰ দেশ। ভেটিকান চিটিয়ে হৈছে বিশ্বৰ সবাতোকৈ ক্ষুদ্র দেশ। ভেটিকান চিটি এখন শান্তিপূর্ণ দেশ আৰু ইয়াৰ মুৰব্বী হৈছে পোপ।

RelatedPosts

vetican: এজনো মুছলমান নথকা দেশখন !

Air Port : বিশ্বত এতিয়াও এনে কে’খনমান দেশ আছে

download 1 3ম’নাকো : ভূমধ্য সাগৰৰ উত্তৰ দিশত ফ্ৰান্স আৰু ইটালীৰ মাজ সমুদ্ৰৰে ঘেৰা দেশ হৈছে ম’নাকো ৷ এইখন দেশৰ আয়তন ২.০২ বর্গ কিলোমিটাৰ। ম’নাকোৰ জনসংখ্যা হৈছে ৩৬,৬৮৬ জন। ম’নাকো বিশ্বৰ দ্বিতীয়খন অতি ক্ষুদ্র দেশ হিচাপে পৰিচিত। প্রাকৃতিক সৌন্দৰ্যৰ বাবে বিশেষভাৱে পৰিচিত ম’নাকোত বিশ্বৰ বিভিন্ন দেশৰ ধনাঢ্য ব্যক্তিয়ে অৱসৰ বিনোদনৰ বাবে ভিৰ কৰি আহিছে। ম’নাকো অপৰূপ সৌন্দৰ্যৰে ভৰা আৰু দেশখন যথেষ্ট পৰিষ্কাৰ-পৰিচ্ছন্ন।

Panorama von Monaco La Turbieনাউৰু : নাউৰু এখন দ্বীপ ৰাষ্ট্র। প্রশান্ত মহাসাগৰৰ বুকুত অষ্ট্ৰেলিয়াৰ পৰা ৪০০০ কিলোমিটাৰ উত্তৰ-পূৱত অৱস্থিত নাউৰু। এই দ্বীপ ৰাষ্ট্ৰখনৰ আয়তন মাত্র ২১ বর্গ কিলোমিটাৰ। ক্ষুদ্ৰ দেশখনৰ জনসংখ্যাও অতি সীমিত। পৰিসংখ্যা অনুসৰি, নাউৰুত মাত্র ৯,৭৭০ জন লোকে বাস কৰে। বিশ্বৰ সবাতোকৈ ক্ষুদ্র দেশৰ তালিকাত নাউৰুৱে তৃতীয় স্থান অধিকাৰ কৰিছে। ক্ষুদ্র দ্বীপ ৰাষ্ট্ৰখন প্ৰাকৃতিক সৌন্দৰ্যৰ বাবেও বিখ্যাত। পর্যটকৰো আকৰ্ষণৰ কেন্দ্ৰ হৈছে নাউৰু।

Nauru satelliteটুভালু : বিশ্বৰ আন এখন অতি সৰু দেশ হৈছে টুভালু। দক্ষিণ প্রশান্ত মহাসাগৰৰ বুকুত অষ্ট্ৰেলিয়া আৰু হাৱাই দ্বীপপুঞ্জৰ মাজত অৱস্থিত এইখন ক্ষুদ্র দেশ। টুভালুৰ আয়তন হৈছে ২৬ বর্গ কিলোমিটাৰ। টুভালুত বসবাস কৰে ১১,৯২৫ জন লোকে। অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰে সমৃদ্ধ টুভালু সদায়ে পৰ্যটকৰ প্ৰিয় এক গন্তব্য। বিশ্বৰ সবাতোকৈ ক্ষুদ্ৰ দেশৰ তালিকাত চতুর্থ স্থানত আছে টুভালু।

download 2 5ছান মাৰিন’ : বিশ্বৰ সবাতোকৈ ক্ষুদ্ৰ দেশৰ তালিকাত পঞ্চম স্থানত থকা ছান মাৰিন, আন এখন অন্যতম সৌন্দৰ্যৰে ভৰা দেশ। মধ্য ইটালীৰ এডিয়াট্রিক সাগৰৰ ফালে মাউন্ট টিতান’ৰ কাষত অৱস্থিত ছান মানি’ৰ আয়তন হৈছে ৬১ বর্গ কিলোমিটাৰ। এইখন ক্ষুদ্র দেশত সম্প্রতি বসবাস কৰিছে মাত্র ৩৩,৭৪৫ জন লোকে। প্রতি বছৰে যথেষ্ট সংখ্যক বিদেশী পর্যটকে ছান মাৰিন’ ভ্ৰমণ কৰি আহিছে।

Castello di San Marino

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: MonacoNauruSan MarinoSmallest Countries in the WorldTuvaluVatican City
publisher

publisher

Related Posts

Kampur Deadbody Recover : নগাঁৱৰ কামপুৰত পথৰ কাষত উদ্ধাৰ শিক্ষকৰ মৃতদেহ
Assam

March 25, 2023
Congress Protest In Dispur :কংগ্ৰেছৰ প্ৰতিবাদত কঁপি উঠিল দিছপুৰৰ লাষ্টগেইট
Assam

Congress Protest In Dispur :কংগ্ৰেছৰ প্ৰতিবাদত কঁপি উঠিল দিছপুৰৰ লাষ্টগেইট

March 25, 2023
Cm Himanta Biswa Sarma Comments : দেশৰ এটা সম্প্ৰদায়ক টাৰ্গেট কৰি কৰা অপমানৰ ফল ভুগিছে ৰাহুল গান্ধীয়ে : হিমন্ত বিশ্ব শৰ্মা
Assam

Cm Himanta Biswa Sarma Comments : দেশৰ এটা সম্প্ৰদায়ক টাৰ্গেট কৰি কৰা অপমানৰ ফল ভুগিছে ৰাহুল গান্ধীয়ে : হিমন্ত বিশ্ব শৰ্মা

March 25, 2023
Rahul Gandhi Pressmeet In Delhi Aicc Office :লোকসভাৰ পৰা অযোগ্য ঘোষণা হোৱাৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰথম খন সংবাদমেল সম্বোধন
India

Rahul Gandhi Pressmeet In Delhi Aicc Office :লোকসভাৰ পৰা অযোগ্য ঘোষণা হোৱাৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰথম খন সংবাদমেল সম্বোধন

March 25, 2023
APCC Protest In Guwahati :ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ দেশজুৰি কংগ্ৰেছীৰ প্ৰতিবাদ
Assam

APCC Protest In Guwahati :ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ দেশজুৰি কংগ্ৰেছীৰ প্ৰতিবাদ

March 25, 2023
O Mor Apunar Desh :গীনিজ বুকত অসমৰ জাতীয় সংগীত পৰিৱেশনেৰে অভিলেখ গঢ়াৰ আহ্বান অসম চৰকাৰলৈ গৱেষক ৰাজীৱ হৰি কৌশিকৰ
Assam

O Mor Apunar Desh :গীনিজ বুকত অসমৰ জাতীয় সংগীত পৰিৱেশনেৰে অভিলেখ গঢ়াৰ আহ্বান অসম চৰকাৰলৈ গৱেষক ৰাজীৱ হৰি কৌশিকৰ

March 25, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: