Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

Satish Kaushik : জনপ্ৰিয় কৌতুক অভিনেতা সতীশ কৌশিকৰ দেহাৱসান , বুধবাৰে খেলিছিল হোলি

publisher by publisher
March 9, 2023
in News, Entertainment, India
Reading Time: 2 mins read
0
Satish Kaushik : জনপ্ৰিয় কৌতুক অভিনেতা সতীশ কৌশিকৰ দেহাৱসান , বুধবাৰে খেলিছিল হোলি
2
SHARES
18
VIEWS
ShareShareShareShare

Satish Kaushik :

বলীউডৰ অভিনেতা তথা পৰিচালক সতীশ কৌশিকৰ দেহাৱসান। ৬৬ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে জনপ্ৰিয় অভিনেতাগৰাকীয়ে।

ADVERTISEMENT

বৃহস্পতিবাৰে পুৱা তেঁওৰ মৃত্যুৰ খবৰে শোকাহত কৰি তোলে সকলোকে । বলীউডৰ আনএগৰাকী জনপ্ৰিয় অভিনেতা অনুপম খেৰে সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰে এই বাতৰি ।

RelatedPosts

সামাজিক মাধ্যমত অভিনেতা ধৰ্মেন্দ্ৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে পৰিয়ালৰ স্পষ্টীকৰণ

বলিউডৰ জনপ্রিয় অভিনেতা সতীশ শ্বাহৰ দেহাৱসান 

২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

অভিনেতাগৰাকীয়ে টুইটযোগে লিখিছে “মই জানো জীৱনৰ আটাইতকৈ ডাঙৰ সত্য হৈছে মৃত্যু। কিন্তু মই কেতিয়াও ভবা নাছিলো যে মই এদিন মোৰ মৰমৰ বন্ধুৰ বাবে এইটো লিখিব লাগিব। ৪৫ বছৰীয়া বন্ধুত্ব হঠাতে ভাঙি পৰিল। আপোনাৰ দৰে বন্ধুৰ অনুপস্থিতিত, জীৱন সলনি হ’ব। ওম শান্তি। “

তথ্য অনুসৰি, দিল্লীৰ এখন চিকিৎসালয়লৈ যোৱাৰ সময়তে “তেৰে নাম” খ্যাত পৰিচালক সতীশ কৌশিক হৃদৰোগত আক্ৰান্ত হয় । বিগত সাত মাৰ্চত, জনপ্ৰিয় গীতিকাৰ জাভেদ আখটাৰৰ আয়োজিত হোলী উৎসৱতো দেখা গৈছিল কৌশিকক ।

তাৰ পাছতে,পৰিচালক-অভিনেতাজনৰ শাৰীৰিক অৱস্থা হঠাতে অৱনতি হয় আৰু বৃহস্পতিবাৰে পুৱতি নিশা তেঁওৰ মৃত্যুৰ খবৰ পোৱা যায় । ১৯৯৩ চনত পৰিচালক সতীশ কৌশিকে ‘ৰূপ কি ৰাণী চোৰোন কা ৰাজা’ চলচ্চিত্ৰৰ স’তে যাত্ৰা আৰম্ভ কৰে। পাছত, তেওঁ ‘হম আপকে দিল মে ৰেহতে হে’, ‘মুঝে কুছ কেহনা হে’ৰ দৰে চলচ্চিত্ৰ পৰিচালনা কৰে।

পৰিচালক সতীশ কৌশিক ছলমান খানৰ ছবি ‘তেৰে নাম’ৰ দ্বাৰা বিখ্যাত হয় । তেওঁ কেৱল এজন পৰিচালক হিচাপেই নহয় এজন অভিনেতা হিচাপেও নিজৰ স্থান নিৰ্মাণ কৰে।

‘মিষ্টাৰ ইণ্ডিয়া’ত কেলেণ্ডাৰ হিচাপে তেওঁৰ অভিনয় এতিয়াও দৰ্শক আৰু চিনেমা প্ৰেমীসকলে স্মৰণ কৰে। ৮০ আৰু ৯০ ৰ দশকৰ বহুতো চলচ্চিত্ৰৰ উপৰিও সতীশ কৌশিকে ‘বাগী ৩’, ‘চত্ৰিৱালী’ৰ দৰে চলচ্চিত্ৰতো অভিনয় কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ActorComedianDirectorSatish Kaushik
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d