Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

    ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Indian Passport Power:  ভাৰতীয় পাছপোৰ্টৰ স’তে ভিছা অবিহনে ভ্ৰমণ কৰক এই দেশবোৰ

৫৯ খন দেশত ভিছা অবিহনে প্ৰৱেশ কৰিব পাৰি

publisher by publisher
January 18, 2023
in International, News
Reading Time: 4 mins read
0
Indian Passport Power:  ভাৰতীয় পাছপোৰ্টৰ স’তে ভিছা অবিহনে ভ্ৰমণ কৰক এই দেশবোৰ
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

২০২১ চনৰ পৰা বৃদ্ধি পাইছে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰাৰ হাৰ

Indians Can Travel to 26 Countries Without a Visa:পাচপোৰ্ট আছে ভিছা নোহোৱাকৈ ভাৰতীয়ই ভ্ৰমণ কৰিব পাৰিব বিশ্বৰ ২৬ খন দেশ !

Passport : বিশ্বৰ সৰ্বাধিক ‘ক্ষমতাশালী’ পাছপ’র্ট জাপানৰ, আমেৰিকা সপ্তম ! কোন স্থানত ভাৰত ?

Indian Passport Power:

আপুনি জানেনে আপোনাৰ হাতত থকা পাৰ্চপোট খনৰে পৃথিৱীৰ ৫০ খনৰো অধিক দেশ ভিছা অবিহনে ভ্ৰমণ কৰিব পাৰি ৷ কোনো বাধা অবিহনে নিৰ্ভয়ে দেশ কেইখন ভ্ৰমণ কৰিব পাৰে ৷

ADVERTISEMENT

ভাৰতীয় পাছপোৰ্টৰ দ্বাৰা ৫৯ টা আন্তঃৰাষ্ট্ৰীয় গন্তব্যস্থানলৈ ভিছা-মুক্ত ভ্ৰমণৰ অনুমতি দিয়া হৈছে ৷

উল্লেখ্য যে ,২০২৩ চনৰ বাবে বিশ্বৰ আটাইতকৈ শক্তিশালী পাছপোৰ্ট ৰেংকিঙত ৮৫ সংখ্যক স্থানত আছে ভাৰত।
যদিও এনে বহুতো দেশ আছে য’ত আপুনি ভাৰতীয় পাছপোৰ্টৰ সহায়ত ভিছা অবিহনে ভ্ৰমণ কৰিব পাৰে ৷

এই তালিকাত ছাৰ্বিয়াকো অন্তভুৰ্ক্ত কৰা হৈছে । সৌন্দৰ্যাৰাণী ৰূপে খ্যাত ছাৰ্বিয়াৰ কোপানিক ৰাষ্ট্ৰীয় উদ্যানত আপুনি স্কিয়াৰ আৰু স্নোব’ৰ্ডাৰৰ সৈতে হাইকিং দুঃসাহসিক অভিযানো কৰিব পাৰে।

 দেশখনে শীতকালত স্কিয়াৰ আৰু স্নোব’ৰ্ডাৰ আৰু বছৰটোৰ বাকী সময়ত হাইকাৰ আৰু মাউণ্টেইন বাইকাৰসকলক বাৰুকৈয়ে আকৰ্ষিত কৰি আহিছে।

ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰ মৰিচাছক ভ্ৰমণকাৰী আৰু পৰ্যটকৰ স্বৰ্গ বুলি কোৱা হয় তেন্তে এইয়া অত্যুক্তি কোৱা নহ’ব । ভিছা অবিহনেই আপুনি ভাৰত মহাসাগৰৰ মাজত থকা এই দেশখন সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰে।

এই দ্বীপৰ চামৰেইল সমভূমি, যাক সাত ৰঙৰ পৃথিৱী বুলিও কোৱা হয়৷ আপোনাৰ চকুক জীৱনজোৰা সান্ত্বনা দিব যিটো আপুনি বাৰে বাৰে চাব বিচাৰিব। লগতে পৰ্যটকসকলে মৰিচাছৰ পানীৰ তলত সামুদ্ৰিক জীৱন অন্বেষণ কৰিবলৈও যাব পাৰিব ।

আনহাতে দক্ষিণ এছিয়াৰ পৰ্বতীয়া ৰাষ্ট্ৰ ভূটানে উত্তৰে চীনৰ সৈতে আৰু পূব, পশ্চিম আৰু দক্ষিণ দিশত ভাৰতৰ সৈতে ইয়াৰ সীমান্ত আছে ।

যদি আপুনি শান্তি আৰু সতেজ বায়ু বিচাৰিছে তেন্তে হিমালয়ৰ পাদদেশৰ পূব প্ৰান্তত অৱস্থিত ‘ভূটান ‘ হৈছে এক আদৰ্শ বাসস্থান।

ভূটানৰ বৌদ্ধবিহাৰ দৰ্শন কৰিবলৈ বহুলোক আহে। ভূটানৰ দুই-তৃতীয়াংশতকৈও অধিক নাগৰিকেই বৌদ্ধধৰ্মী হোৱাৰ বিপৰীতে প্ৰায় এক-তৃতীয়াংশই হিন্দু ধৰ্মী ৷ যি হৈছে ভূটানৰ দ্বিতীয় আটাইতকৈ প্ৰভাৱশালী ধৰ্ম।

ইণ্ডোনেছিয়া হৈছে প্ৰাচীন সমুদ্ৰ তীৰ, শান্ত দ্বীপসমূহৰ জীৱন্ত জনজাতি আৰু তেওঁলোকৰ সাংস্কৃতিক ৰীতি- নীতিৰে উপহাৰ দিয়াৰ বাবে এক উৎকৃষ্ট স্থান। আপুনি ভাৰতীয় পাছপোৰ্টৰ জৰিয়তে পোনপটীয়াকৈ দেশখনলৈ আহিব পাৰে।

এই দেশৰ অভাৰৱাটাৰ ভিলাবোৰ ইমান ৰোমান্টিক যে ইণ্ডোনেছিয়াৰ আটাইতকৈ ধুনীয়া ঠাইবোৰৰ এখন তালিকা তৈয়াৰ কৰোঁতে সেইবোৰ পাহৰি যোৱাৰ কোনো উপায় নাই।

থাইলেণ্ড যাক ৱৰ্ল্ড পেৰাডাইজ বুলি জনা যায় ৷ প্ৰতিজন পৰ্যটকৰ বাবে এক আকাংক্ষা আছে। ভাৰতীয় পাছপোৰ্টৰ জৰিয়তে দেশখনৰ ভ্ৰমণৰ সময়ত এয়াৰপৰ্টতে ভিছাৰ সুবিধাৰে আপুনি দেশখনত উপস্থিত হ’ব পাৰিব ৷

থাইলেণ্ড এনে এখন দেশ য’ত প্ৰতিজন পৰ্যটকেই দেখি আনন্দিত হ’ব সেয়া হ’ল ফি ফি দ্বীপ। দ্বীপটো ইয়াৰ বগা সমুদ্ৰ তীৰ আৰু পৰিষ্কাৰ নীলা পানীৰ বাবে বিশ্ববিখ্যাত ।

অবিশ্বাস্য সৌন্দৰ্য আৰু প্ৰকৃতিৰ সৌন্দৰ্যৰে আশীৰ্বাদপ্ৰাপ্ত মালদ্বীপতো এয়াৰপৰ্টত উপস্থিত হোৱাৰ সময়তে ভিছা লাভ কৰি ভ্ৰমণ কৰিব পাৰিব ৷

১২০০ টা সৰু-বৰ দ্বীপৰ সমষ্টি আৰু ২৬ টা এটোলৰ সৈতে এই দ্বীপ ৰাষ্ট্ৰ খনে ইয়াৰ নীলা সাগৰ, চকচকীয়া-বালিময় সমুদ্ৰ তীৰ, দৰ্শনীয় শিল আৰু বিভিন্ন ধৰণৰ পানীৰ ক্ৰীড়াৰ বাবে সমগ্ৰ বিশ্বৰ পৰ্যটকসকলৰ সদায় আকৰ্ষণৰ কেন্দ্ৰবিন্দু ।

মালদ্বীপৰ বাহিৰেও ভাৰতীয় পাছপোৰ্টে শ্ৰীলংকা, মৌৰিতানিয়া, মাদাগাস্কাৰ, কেনিয়া, জৰ্ডান, লাওছ, ইথিওপিয়া, চেচেলছ, চোমালিয়া, তাঞ্জানিয়াকে ধৰি আন কেইবাডজন দেশত উপস্থিত হোৱাৰ লগে লগে লাভ কৰিব পাৰি ভিছা ৷

সেয়েহে সময় সুবিধা পালে আপুনি আপোনাৰ ভাৰতীয় পাছপোৰ্ট খনৰে এবাৰ হ’লেও দেশ কেইখন ভ্ৰমণ কৰিব পাৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 59 CountryIndian PassportTrevellingWithout Visa
publisher

publisher

Related Posts

ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন
India

ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

September 10, 2026
Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d