Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

চুলিৰ স্বাস্থ্য ৰক্ষাৰ বাবে লাগতিয়াল খাদ্যসমূহৰ স’তে পৰিচিত হওঁ আহক :

publisher by publisher
February 12, 2021
in Health, Lifestyle
Reading Time: 1 min read
0
চুলিৰ স্বাস্থ্য ৰক্ষাৰ বাবে লাগতিয়াল খাদ্যসমূহৰ স’তে পৰিচিত হওঁ আহক :
18
SHARES
177
VIEWS
ShareShareShareShare

লৌহ পদাৰ্থযুক্ত খাদ্য

ADVERTISEMENT

লৌহকণিকা হ’ল তেজত অক্সিজেনৰ বাহক। গতিকে লৌহ পদাৰ্থৰ অভাৱত চুলিৰ স্বাস্থ্যত বিঘিনি ঘটিলে চুলি সৰাটো নিশ্চিত। মাংস, লিভাৰ, কণী, ডাঠ সেউজীয়া পালেং, কবি জাতীয় শাক, ড্ৰাই ফ্ৰুটচ, বীন, দাইল, বুটমাহ, চয়াবীন আদি খাদ্যত বেচি পৰিমাণৰ লৌহ পদাৰ্থ থাকে ।

RelatedPosts

No Content Available

shopping bag full of fresh vegetables and fruits royalty free image 1128687123 1564523576

ভিটামিন-চি যুক্ত খাদ্য

খাদ্যত থকা ভিটামিন-চি লৌহ পদাৰ্থ শৰীৰে গ্ৰহণ কৰাত সহায়ক হয়। অমিতা, আনাৰস, কমলা, নেমু, আমলখি, ষ্ট্ৰবেৰী, ৰঙ-বিৰঙী কেপচিকাম, ব্ৰুকলি, বন্ধাকবি, নাৰিকল আদিত ভিটামিন-চি থাকে।

The Amazing Health Benefits Of Raw Lemon Juiceamla 620x350 41520425175

ভিটামিন-এ যুক্ত খাদ্য

চুলিৰ গুৰিক মজবুত কৰি ৰখা ‘চিবাম’ নামৰ তেলীয়া পদাৰ্থৰ সৃষ্টিৰ বাবে ভিটামিন-এ ৰ আৱশ্যক হয়। কিন্তু অতিমাত্ৰা ভিটামিন-এ ল’লে সৰহ পৰিমাণৰ চিবামে চুলিৰ গুৰিৰ ছিদ্ৰ বন্ধ কৰি চুলি ভংগুৰ কৰি সৰাবহে পাৰে। সেয়ে ভিটামিন-এ নিয়মীয়া পৰিমাণত গ্ৰহণ কৰাটো প্ৰয়োজনীয়। ভিটামিন-এ যুক্ত খাদ্যসমূহৰ কিছুমান হ’ল – গাজৰ, মিঠা আলু, পালেং, চালাড পাত, পূৰৈশাক, ৰঙালাউ, সৰিয়হ শাক।

health benefits of pumpkin main image 700 350 5d68bfb

জিংকযুক্ত খাদ্য

চুলিৰ সুস্বাস্থ্যৰ বাবে জিংক অতি লাগতিয়াল। জিংকে ডি এন এ নিৰ্মাণ কৰে। প্ৰটিন আৰু হৰমোনৰ (যেনে টেষ্ট’ষ্টৰেন) নিয়ন্ত্ৰণৰ সৈতে জিংক জড়িত। জিংকযুক্ত খাদ্য কিছুমান হ’ল – মূৰ্গী, গাহৰি আৰু গোমাংস, ঘেঁহু, সাগৰীয় অ’ষ্টাৰ আৰু কেকোঁৰা, বাদাম, আখৰুট, ৰঙালাউ, পালেং শাক।

redMeat 849360782 770x553 650x428 1

প্ৰটিনযুক্ত খাদ্য

চুলি ঘাইকৈ প্ৰটিনৰে গঠিত। গতিকে খাদ্যত প্ৰটিনৰ অভাৱ ঘটিলে চুলি সৰিব আৰু সোনকালে পকিব। প্ৰটিনযুক্ত খাদ্য কিছুমান হ’ল – মাংস, কণী, গাখীৰ, পনীৰ, দৈ, সাগৰীয় মাছ, চয়াবীন, দাইল আৰু মাহজাতীয় শস্য।

ChickenProducts Lead

অমেগা-৩ ফেটি এচিডযুক্ত খাদ্য

চুলি আৰু ছালৰ সুৰক্ষাৰ বাবে অমেগা-তিনি ফেটি এচিড লাগতিয়াল। ই চুলিৰ গুৰি মজবুত কৰে। চুলিৰ ইলাষ্টিচিটি বঢ়ায় আৰু চুলিৰ বিকাশত সহায় কৰে। অমেগা-তিনি ফেটি এচিডযুক্ত খাদ্য কিছুমান হ’ল – চলমান আৰু টুনা মাছ, অলিভ অইল, আখৰুট, ৰঙালাউ-সূৰ্যমূখীৰ গুটি।

maxresdefault 2

ভিটামিন-বি কমপ্লেস্কযুক্ত খাদ্য

বিভিন্ন শাক-পাচলি, ফলমূল, মাছ, গাখীৰ কণীত থকা ভিটামিন-বি কমপ্লেস্কে মেলানিন সৃষ্টি কৰাত সহায় কৰে। চুলি আৰু ছালৰ ৰঙৰ বাবে মেলানিন হ’ল অপৰিহাৰ্য।

milka2master

ভিটামিন-ই যুক্ত খাদ্য

অলিভ তেল, চানফ্লাৱাৰ তেল, এলমণ্ড, গাজৰ, মিঠা আলু, বুট মাহ আদিত ভিটামিন-ই থাকে। শৰীৰৰ তেজ চলাচলৰ বাবে ভিটামিন-ই অতি লাগতিয়াল। সেয়ে ভিটামিন-ই-য়ে চুলিৰ বিকাশ ঘটায়\

carrot juice 1200x628 facebook 1200x628 1

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: healthy hair
publisher

publisher

Related Posts

ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়
Lifestyle

April 23, 2026
ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি
Lifestyle

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

April 22, 2026
পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ
Lifestyle

পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

April 21, 2026
গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?
Lifestyle

গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

April 21, 2026
আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?
Lifestyle

আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

April 20, 2026
ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক
Lifestyle

ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

April 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d