Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Manipur: মণিপুৰত শান্তি সুদূৰ পৰাহত কিয় ?

# প্রাঞ্জলসেন ডেকা

publisher by publisher
June 12, 2023
in India, News
Reading Time: 4 mins read
0
Manipur: মণিপুৰত শান্তি সুদূৰ পৰাহত কিয় ?
1
SHARES
14
VIEWS
ShareShareShareShare

Manipur: মণিপুৰত শান্তি সুদূৰ পৰাহত কিয় ?

ADVERTISEMENT

# প্রাঞ্জলসেন ডেকা

RelatedPosts

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

পলমকৈ হ’লেও কেন্দ্ৰীয় চৰকাৰে গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ তৎপৰ হৈছে যদিও ৰাজ্যখনৰ পৰিস্থিতি অধিক জটিলহে হৈ পৰিছে। স্বয়ং কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে চলিত মাহৰ আৰম্ভণিতে তিনিদিন ধৰি ৰাজ্যখনত বাহৰ পাতে যদিও হিংসাৰ জুই নিৰ্বাপিত হোৱা নাই ৷

সমগ্ৰ ৰাজ্যজুৰি চৰম উত্তেজনা আৰু আতংকজনক পৰিস্থিতিৰ লগতে ৰক্তপাতো অব্যাহত আছে। যোৱা তিনি মে’ৰ পৰা সূত্ৰপাত | ঘটা মেইটেই আৰু কুকী জনগোষ্ঠীৰ সংঘৰ্ষত এই পর্যন্ত শতাধিক লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে তিনি শতাধিক আহত হৈছে। তদুপৰি ৪৫ হেজাৰ লোকে ঘৰ-বাৰী হেৰুৱাই অথবা প্ৰাণৰ মমতাত বিভিন্ন শিৰিত আশ্ৰয় ল’বলগীয়া হৈছে।

আনকি গৃহমন্ত্রী শ্বাহৰ ভ্ৰমণৰ পাছতো অর্ধ শতাধিক গাঁও জ্বলাই ভস্মীভূত কৰাৰ লগতে কমেও ২০টা গির্জাত অগ্নিসংযোগ কৰাৰ বাতৰি প্ৰকাশ পাইছে। বিগত ৪০ দিনত মেইটেই জনগোষ্ঠীৰ দুহেজাৰৰো অধিক গৃহ আৰু কুকী জনগোষ্ঠীৰ ডেৰ সহস্ৰাধিক গৃহ জুলাই ভস্মীভূত কৰা হৈছে অথবা লণ্ডভণ্ড কৰা হৈছে।

মণিপুৰৰ পৰিস্থিতি শাস্ত্ৰ হ’বলৈ যে দীর্ঘ সময়ৰ প্ৰয়োজন হ’ব, সাম্প্রতিক পৰিস্থিতিয়ে তাবেই ইংগিত দিছে। পূৰ্বৰ এক লেখাতে উল্লেখ কৰিছিলো যে মণিপুৰৰ ভৌগোলিক তথ্য জনগাঁথনিগত অবস্থানতে এনে জটিলতাৰ বীজ ৰোপিত হৈ আছে। ১৯৪৯ত ভাৰতত চামিলৰ পূৰ্বৰে পৰাই মণিপুৰ বিভিন্ন সময়ত ৰক্তপাতৰ সাক্ষী হৈ আহিছে।

দ্বিতীয় বিশ্বযুদ্ধত জাপানী সৈন্যই মণিপুৰত প্ৰায় দুবছৰ ধৰি বোমাবর্ষণ কৰাৰ বিষয়ে কোনে নাজানে। পূর্বে কালেই পাকৰূপে জনাজাত এই ৰাজ্যক মণিপুৰ নাম দিছিল মেইটেই মহাৰাজ পামহীবাই, যি গৰীৰ নাজ নামেৰেও জনাজাত আছিল। ১৭০৯ৰ পৰা ১৭৫১ লৈ ৰাজত্ব কৰা মহাৰাজ পামহীবাই মণিপুৰত হিন্দু ধর্ম স্থাপন কৰিছিল।

লগতে তেওঁৰ ৰাজ্যবাসীকো মেইটেই ধৰ্মৰ পৰা হিন্দু ধৰ্মত চালি কৰিছিল। মেইটেইসকল মূলতঃ বৈষ্ণবপন্থী। ১৮১৯ত চুবুৰীয়া বাৰ্মা দেশে মণিপুৰ আক্ৰমণ কৰি ইয়াৰ শাসনভাৰ হস্তগত কৰে । কিন্তু ১৮২৫ত মণিপুৰীসকলে যুদ্ধ কৰি শাসনভাৰ পুনৰ নিজৰ হাতলৈ নিবলৈ সক্ষম হয়।

১৮৯০ত মণিপুৰী ৰাজ পৰিয়ালৰ মাজত সৃষ্টি হোৱা মতভেদৰ সুযোগ লৈ ১৮৯১ৰ এপ্ৰিলত ব্ৰিটিছ সৈন্যই মণিপুৰ আক্ৰমণ কৰে। ১৮৯১ৰ পৰা ১৯৪১ পর্যন্ত মণিপুৰত মহাৰাজ চুৰাচান্দ সিঙৰ ৰাজত্ব চলে। তেওঁৰ পাছত ১৯৪৯ লৈ শাসন কৰা বুধাচন্দ্ৰ সিং আছিল মণিপুৰৰ অস্তিমজন ৰজা। উল্লেখ্য যে চীন আৰু বাৰ্মাৰ স’তে বাণিজ্যৰ অন্যতম মুখ্য কেন্দ্ৰ আছিল মণিপুৰ।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত জাপানী সৈন্য আৰু মিত্ৰদেশৰ সৈন্য বাহিনীৰ মাজত চলা যুদ্ধৰ এক অন্যতম কেন্দ্র আছিল এই মণিপুৰ। জাপানী সৈন্যৰ সহায়ত ব্ৰিটিছক এশিকনি দিয়াৰ লক্ষ্যৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ ফৌজে এই যুদ্ধত অংশগ্ৰহণ কৰিছিল যদিও সফল নহ’ল।

এই সময়ছোৱাত হোৱা বোমাবর্ষণৰ ফলস্বৰূপে মণিপুৰ যথেষ্ট। ক্ষতিগ্রস্ত হয়। আনকি ইম্ফলস্থিত ৰাজমহলৰো ক্ষতিসাধন হয়। ইয়াৰ পাছৰে পৰা মণিপুৰী জনগণ ব্ৰিটিছৰ বিৰুদ্ধে সক্রিয় হৈ পৰে। অৱশেষত ভাৰতক স্বাধীনতা প্রদানৰ সময়তে ব্ৰিটিছে ১৯৪৭ত মণিপুৰৰ ক্ষমতাৰ বাঘজৰী মহাৰাজ বুধাচন্দ্রক গতাই দিয়ে। ১৯৪৭ৰ ২৮ আগষ্টৰ মাজনিশা মহাৰাজ বুধাচন্দ্ৰই মণিপুৰৰ ‘ৰাষ্ট্ৰজ’ ইম্ফলৰ বাংলা দুর্গত আৰোহণ কৰে।

সেই অনুষ্ঠানৰ সাক্ষী হ’বলৈ বৃহৎ সংখ্যক লোক সমবেত হয়। অৱশ্যে তাৰ প্ৰায় দুবছৰ পাছত ১৯৪৯ৰ ২১ ছেপ্টেম্বৰত মহাৰাজ বুধাচাই মণিপুৰক ভাৰতত চামিলৰ চুক্তিত স্বাক্ষৰ কৰে আৰু তেতিয়াৰে পৰা মণিপুৰ ভাৰতৰ অভিন্ন অংগ হৈ পৰে। ১৯৫৬ৰ পৰা ১৯৭২ পর্যন্ত মণিপুৰ কেন্দ্ৰীয় শাসিত ৰাজ্যৰূপে পৰিচালিত হয়। ইতিমধ্যে পৃথক ৰাজাৰ দাবীত বিভিন্ন ছাত্র সংগঠনৰ আন্দোলন আৰম্ভ হয়।

মণিপুৰত প্ৰায় ৩০টা জনজাতি আৰু অজনজাতি জনগোষ্ঠীয়ে বাস কৰে। ইয়াৰ ভিতৰত সৰ্ববৃহৎ জনগোষ্ঠী হৈছে মেইটেইসকল, যাৰ জনসংখ্যা ৫৩ শতাংশৰ অধিক। ইয়াৰ উপৰি কুকী, নাগা, চিন, জোমি, মাৰ আদিকে ধৰি বহুসংখ্যক জনজাতীয় জনগোষ্ঠী আছে ।

১৯৫৬ ত মণিপুৰক কেন্দ্ৰীয় শাসিত ৰাজ্য ঘোষণাৰ সময়ৰে পৰা ইয়াত সংঘৰ্ষ আৰম্ভ হয় আৰু পাছলৈ সিয়েই ৰক্তাক্ত ৰূপ ধাৰণ কৰে। এনে সংঘৰ্ষই ৰাজ্যখনত বিচ্ছিন্নতাবাদী সশস্ত্র কার্যকলাপৰো সুত্রপাত ঘটায়। সশস্ত্র বহুসংখ্যক সংগঠনৰ জন্ম হয়। অৱশেষত ১৯৭২ৰ ২১ জানুৱাৰীত মণিপুৰক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা প্রদান কৰা হয়। অবশ্যে তাৰ পাছতো ৰাজ্যখনত সশস্ত্র কার্যকলাপ অব্যাহত থাকে।

মণিপুৰত সৰ্বপ্ৰথমে স্বাধীনতাৰ দাবীত সমৰেন্দ্ৰ সিঙৰ নেতৃত্বত ইউনাইটেড নেছনেল লিবাৰেশ্বন ফ্রন্ট (ইউএনএলএফ) গঠিত হয়। সমাজবাদী বিচাৰধাৰাত বিশ্বাসী সংগঠনটোৱে সশস্ত্র কার্যকলাপ আৰম্ভ কৰে। ইয়াৰ মাজতে ১৯৬৮ৰ ডিচেম্বৰত ইউএনএলএফৰে নেতা অইনাম সুধীৰ কুমাৰে এক পৃথক গোট গঠন কৰি আন এক সমান্তৰাল নিৰ্বাসিত চৰকাৰ গঠনৰ কথা ঘোষণা কৰে।

নাম সুধীবন  ৰিভলিউচনেৰী গবর্ণমেণ্ট অৱ মণিপুৰে তদানীস্তন পাকিস্তান (বৰ্তমানৰ বাংলাদেশ)ৰ ছিলেটত ইয়াৰ মুখ্য কাৰ্যালয় স্থাপন কৰে। অৱশ্যে ১৯৭১ৰ যুদ্ধৰ পাছত তদানীন্তন মুখ্যমন্ত্রী ৰাজকুমাৰ দোৰেন্দ্ৰ সিঙে কে’বাজানো বিচ্ছিন্নতাবাদী নেতাক আত্মসমর্পণ অথবা গ্ৰেপ্তাৰ কৰাবলৈ সক্ষম হয়।

ইয়াৰে এন বিশ্বেশ্বৰ সিং নামৰ নেতাজনে ত্ৰিপুৰাৰ কাৰাগাৰত বন্দী হৈ থকাৰ সময়ত মাওবাদী নেতাৰ সংস্পৰ্শলৈ আহে। ১৯৭৫ত কাৰাগাৰৰ পৰা মুক্তি লাভৰ পাছত বিশ্বেশ্বৰ সিত্তে আন ১৬ জন মেইটেই নেতাৰ স’তে তিব্বতৰ লাছাত আশ্রয় গ্রহণ কৰে। তাতে বিভিন্ন অস্ত্ৰ আৰু গেৰিলা যুদ্ধৰ প্ৰশিক্ষণ গ্ৰহণ কৰি তেওঁলোক মণিপুৰলৈ উভতে।

নতুন এক সশস্ত্র সংগঠনৰ জন্ম দি বিচ্ছিন্নতাৰ দাবীত সশস্ত্র কার্যকলাপ জোৰদাৰ কৰি তোলে। এনেদৰেই ৭০ৰ দশকৰ অস্তিম কালছোৱা আৰু ৮০ৰ দশকত মণিপুৰত কেবাটাও সশস্ত্র সংগঠন সক্ৰিয় হৈ পৰে । এইবোৰৰ ভিতৰত ৰাজকুমাৰ তুলাচন্দ্র পিপলছ ৰিভলিউচনেৰী পার্টি অব কাংলেইপাক, কাংলেই পাক কমিউনিষ্ট পার্টি, মেইটেই ষ্টেট কমিটী, ইউনাইটেড পিপ’লছ ৰিভলিউচনেৰী হ’চিয়েলিষ্ট পার্টি, পোইবেই লিবাৰেছন ফ্রন্ট আদি অন্যতম।

সশস্ত্ৰ সংগঠনৰ সক্ৰিয়তা বৃদ্ধিৰ লগে লগে ৮০ৰ দশকৰ শেষলৈ মণিপুৰ সম্পূৰ্ণৰূপে উগ্রপন্থী কার্যকলাপৰ কবলত পৰে। সেই সরাতে ১৯৮১ৰ এপ্ৰিলত পিপ’লছ লিবাৰেছন আমি নামৰ উগ্রপন্থী সংগঠনটোৱে ইদালত আইপিএছ বিষয়া এগৰাকীক হত্যা কৰে। পিএলএৰ ৰাজনৈতিক গোট ৰিভলিউচনেৰী পিপ’লছ ফ্রন্টে বাংলাদেশৰ পৰা সমান্তৰাল নির্বাসিত চৰকাৰ গঠন কৰে।

সংগঠনটোৱে ম্যানমাৰ আৰু বাংলাদেশত কে’বাটাও শিবিৰ সক্ৰিয় কৰি তোলে। এই সময়ছোৱাতে মণিপুৰৰ নাগা অধ্যুষিত চান্দেল, উখৰুল, তামোলং আৰু সেনাপতি জিলাত এন এছ চিএন সক্রিয় হৈ উঠে। ইশ্বাক-মুইভা গোটে অঞ্চলটোত বিভিন্ন কূটাঘাত সংঘটিত কৰিবলৈ লয়। ১৯৯৩ৰ মে’ পৰা ছেপ্টেম্বৰৰ ভিতৰত এনএছ চি এন  উপস্থায়ে ভাৰতীয় সেনাৰ কমেও ১২০ জন বিষয়া আৰু জোৱানক হত্যা কৰে।

তাৰ মাজতে অঞ্চলটোৰ বুকী আৰু নাগা জনগোষ্ঠীৰ উগ্রপন্থী সংগঠনসমূহৰ মাজতো ৰক্তাক্ত সংঘৰ্ষৰ সুত্রপাত হয়। এই সংঘৰ্ষত উভয় জনগোষ্ঠীৰ বহু নিৰীহ লোক বলি হ’বলগীয়া হয়। এনে ধাৰাবাহিক হিংসা-সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে মণিপুৰত সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন, ১৯৫৮ (আফস্পা) প্রয়োগ  কৰে।

তদানীন্তণ  প্রধানমন্ত্রী জৱাহৰলাল নেহৰু আৰু অসমৰ তদানীন্তণ মুখ্যমন্ত্রী বিষ্ণুৰাম মেধিৰ আলোচনামর্মে ১৯৫৮ত এই আইন প্রবর্তন কৰা হয়। প্রথম অৱস্থাত কেবল নাগা অধ্যুষিত উৎকল জিলাত এই আইন প্রয়োগ কৰা হৈছিল যদিও ১৯৮১ৰ ১৮ ছেপ্টেম্বৰত ইয়াক সম্পূৰ্ণ ৰাজ্যখনত বলবৎ কৰা হয়।

ক’লা আইনৰূপে অভিহিত কৰা আফম্পা মণিপুৰত প্ৰায় ৫০ বছৰ ধৰি বলৱৎ হৈ আহিছে। ২০০৪ত ৰাজ্যখনৰ ৰাজধানী ইম্ফলৰ পৌৰ অঞ্চলৰ কিছু কিছু অংশত ইয়াক প্ৰত্যাহাৰ কৰা হয়। চলিত বছৰৰ মাৰ্চত মণিপুৰৰ লগতে অসম আৰু নগালেণ্ডৰ কেতবোৰ অঞ্চলৰ পৰাও এই আইন প্রত্যাহাৰ কৰা হয়।

ইয়েই স্পষ্ট কৰে যে মণিপুৰত সশস্ত্র কার্যকলাপ অথবা গোষ্ঠীগত সংঘর্ষ নতুন সমস্যা নহয়। নগালেণ্ড, মিজোৰাম আৰু অসমৰ লগতে চুবুৰীয়া ৰাষ্ট্র ম্যানমাৰ ঘেৰি থকা মণিপুৰৰ পাহাৰীয়া জিলাকেইখনত ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ৪০ শতাংশৰো কম জনজাতীয় লোকে বাস কৰে ।

ম্যানমাৰৰ সংলগ্ন পাহাৰীয়া অঞ্চলসমূহত বিগত সময়ছোৱাত ব্যাপক হাৰত আফিঙৰ খেতি কৰা হৈছে বুলি চৰকাৰ তথা বিভিন্ন পক্ষই অভিযোগ কৰি আহিছে। মণিপুৰৰ হিংসা আৰু গোষ্ঠী সংঘৰ্ষৰ আঁৰত এনে অবৈধ ড্ৰাগছ ব্যৱসায়ৰ স্বাৰ্থ জড়িত হৈ আছে বুলিও চৰ্চিত হৈছে। সমগ্ৰ পৃথিৱীৰ ড্ৰাগছৰ বেহাৰ অন্যতম কেন্দ্রৰূপে চিহ্নিত সোণালী ত্রিভুজ’ (ম্যানমাৰ লাওছ- থাইলেণ্ড)ৰ সমীপবর্তী হোৱা হেতুকে শেহতীয়া সময়ছোৱাত মণিপুৰৰ পাহাৰীয়া জিলাতো ইয়াৰ প্ৰসাৰ ঘটিছে বুলি বিভিন্ন প্রতিবেদনত প্ৰকাশ পাইছে।

এই কার্যত কুকী-চিন-জোমি আদি জনগোষ্ঠী জড়িত বুলি অভিযোগ উত্থাপিত হৈ আহিছে। এইসমূহ জনগোষ্ঠীৰ শিপা ম্যানমাৰৰ পৰা বিস্তাৰিত হোৱা হেতুকে তেওঁলোকে পৰস্পৰৰ প্ৰতি একাত্মতা অনুভৱ কৰে আৰু সেই বাবেই সম্মিলিতভাবে ড্ৰাগছতো জড়িত হৈছে। তদুপৰি ম্যানমাৰৰ অশান্তিৰ সময়ছোৱাত পলায়ন কৰি অহা বহুসংখ্যক লোকে অবৈধভাবে মণিপুৰত প্ৰৱেশ কৰি ইয়াতে কুকীসকলৰ সহযোগত বসবাস কৰিছে বুলি চৰকাৰ তথা মেইটেই সংগঠনসমূহে দাবী কৰি আহিছে।

মণিপুৰ চৰকাৰৰ তথ্য অনুসৰি, ২০১৭ আৰু ২০১৮ বৰ্ষত ১৮,৬৬৪ একৰ ভূমিত আফিং খেতি চৰকাৰী বাহিনীৰ দ্বাৰা ধ্বংস কৰা হৈছে। ৰাজ্যৰ বিধানসভাতো এনে আফিং খেতি ধ্বংস কৰিবলৈ আৰু ইয়াৰ স’তে জড়িতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে কঠোৰ আইন প্ৰণয়নৰ দাবী উত্থাপিত হৈ আহিছে। এন বীৰেন সিং একেৰাহে দ্বিতীয়বাৰৰ বাবে মণিপুৰৰ মুখ্যমন্ত্ৰীৰূপে অধিষ্ঠিত হোৱাৰ পাছৰে পৰা ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে।

অৱশ্যে জনজাতীয় সংগঠনসমূহে অভিযোগ কৰিছে যে পাহাৰীয়া জিলাৰ সংৰক্ষিত বনাঞ্চলৰ পৰা বেদখল তথা আফিং খেতি উচ্ছেদৰ নামত চৰকাৰে কুকী প্ৰমুখ্যে জনজাতীয় লোকসকলক লক্ষ্য কৰি লৈছে।

উল্লেখ্য যে মণিপুৰত পাহাৰীয়া জিলাকেইখনত অজনজাতীয় লোকে ভূমি ক্রয় কৰি স্থায়ীভাবে বাস কৰিব নোৱাৰে যদিও জনজাতীয়সকলে ইম্ফল উপত্যকাকে ধৰি যিকোনো অঞ্চলতে ভূমি ক্রয় অথবা বসবাসৰ অধিকাৰ লাভ কৰে। ৰাজ্যখনৰ মুঠ মাটিকালিৰ মাত্ৰ ১০ শতাংশ অধিকাৰ কৰি থকা ইম্ফল উপত্যকাত ৫৩ শতাংশ মেইটেইসকলৰ উপৰি অন্যান্য জনগোষ্ঠীৰ লোকেও বাস কৰি অহাৰ পৰিপ্ৰেক্ষিতত ভবিষ্যতে ভূমিৰ সংকটত ভোগাৰ আশংকাত মেইটেইসকলে অনুসূচিত জনজাতিৰ মৰ্যাদা দাবী কৰি আহিছে।

যোৱা মাৰ্চত এই দাবীৰ সম্পৰ্কত বিবেচনা কৰিবলৈ মণিপুৰ উচ্চ ন্যায়ালয়ে দিয়া নির্দেশৰ পাছতে শেহতীয়া সংঘৰ্ষৰ সুত্রপাত ঘটে। মেইটেইসকলৰ জনজাতিকৰণৰ দাবীৰ তীব্ৰ বিৰোধিতাবে কুকী সংগঠনৰ নেতৃত্বত জনজাতিসকলে প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়ৰে পৰাই ৰক্তপাত আৰম্ভ হয় আৰু মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্রণহীন হৈ পৰে।

এনে সংঘৰ্ষৰ মাজতে জনজাতীয় বিধায়কসকলে তেওঁলোকৰ জনগোষ্ঠীসমূহৰ বাবে পৃথক প্রশাসনিক ব্যৱস্থাৰ দাবী কৰাক লৈ আন এক বিতৰ্কৰ উদ্ভব হয়। ৰাজ্যখনত শাস্তি বাহালৰ প্ৰথম চাই পৃথক প্রশাসন হ’ব লাগিব বুলি বিধায়কসকলে স্পষ্ট কৰি দিয়ে। লক্ষ্যণীয় যে এই ১০ বিধায়কৰ ভিতৰত আঠজনেই শাসকীয় বিজেপিৰ আৰু আন দুজন চৰকাৰৰ সহযোগী কুকী পিপ’লছ এলায়েন্সৰ।

তেওঁলোকে অভিযোগ কৰে যে ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত মেইটেই সংগঠনসমূহে জনজাতিসকলৰ বিৰুদ্ধে হিংসাত্মক কার্যকলাপত ব্ৰতী হৈছে। অৱশ্যে মেইটেই সংগঠনসমূহে এনে অভিযোগ খণ্ডন কৰাই নহয়, শেহতীয়া হিংসা গোষ্ঠী সংঘর্ষ নহয় বৰফ ড্রাগছৰ ব্যৱসায়ী চক্ৰৰ দ্বাৰাহে সংঘটিত হোৱা বুলি মস্তবা কৰিছে।

অখণ্ডতা আৰু সার্বভৌমত্ব ৰক্ষাৰ শপত গ্ৰহণ কৰিও বিশেষ গোষ্ঠীৰ বাবে পৃথক প্ৰশাসনৰ দাবী কৰি সংবিধান উলংঘা কৰাৰ অভিযোগত মণিপুৰ বিধানসভাই উক্ত ১০ জন বিধায়কক কাৰণ দর্শাৱাৰ জাননী জাৰি কৰিছে। অহা ১৬ জুনত জাননীৰ উত্তৰ দাখিলৰ সময় উকলি যোৱাৰ পাছত বিধায়কসকলৰ বিৰুদ্ধে যথোচিত কার্যব্যবস্থা গ্রহণ কৰা হ’ব বুলি বিধানসভাৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে ।

৬০ জনীয়া বিধানসভাৰ স্বয়ং শাসক দলৰেই ১০ জনকে সদস্যই এনেদৰে চৰকাৰ বিৰোধী স্থিতি গ্ৰহণ কৰাত ই অধিক জটিল পেছত সোমাই পৰিছে। গতিকে ৰাজ্যবাসীৰ সম্পূৰ্ণ সুৰক্ষা নিশ্চিত কৰাৰ লগতে বিভিন্ন জনগোষ্ঠীসমূহৰ মাজত আস্থা আৰু বিশ্বাস জগাই তোলাৰ ওপৰতহে কেন্দ্ৰীয় আৰু মণিপুৰ চৰকাৰে সৰ্বাধিক গুৰুত্ব আৰোপ কৰাটো বাঞ্ছনীয়।

ফোন :৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Manipur ViolencePeace ProcessPranjalsen Deka
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d