Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

ক্ষমতা হস্তগত কৰক :ইউক্রেইনৰ সেনাবাহিনীক অভ্যুত্থানৰ আহ্বান পুটিনৰ

publisher by publisher
February 26, 2022
in International, News
Reading Time: 1 min read
0
ক্ষমতা হস্তগত কৰক :ইউক্রেইনৰ সেনাবাহিনীক অভ্যুত্থানৰ আহ্বান পুটিনৰ
1
SHARES
8
VIEWS
ShareShareShareShare

যুদ্ধৰ দ্বিতীয় দিনা ইউক্রেইনৰ ৰাজধানী কিয়েভৰ দুৱাৰডলিত আক্রমণকাৰী ৰুছ সৈন্য উপস্থিত হােৱাৰ সময়তে ৰুছ ৰাষ্ট্রপতি ভ্রাডিমিৰ পুটিনে ইউক্রেইনৰ সেনাবাহিনীক কিয়েভত নেতৃত্বক ওফৰাই পেলাবলৈ আহ্বান জনায়। ইউক্রেইনৰ সেনাই ৰুছ বাহিনীৰ স’তে কিয়েভত যুঁজ দি থকাৰ সময়ত পুটিনে দেশখনৰ নেতৃত্বক ‘সন্ত্রাসবাদী, ড্ৰাগছ আসক্তৰ দল, আৰু ‘নতুন নাজি’ বুলি অভিহিত কৰে।

ADVERTISEMENT

টেলিভিছনৰ এক বার্তাত ইউক্রেইনৰ সেনাক উদ্দেশ্য কৰি ক্ষমতা নিজৰ হাতলৈ আনিবলৈ কয়,’ ক্ষমতা নিজৰ হাতলৈ আনক। এনেহ’লে ড্ৰাগছ আসক্তৰ এই দল আৰু নতুন নাজি বাহিনীতকৈ আপােনালােকৰ স’তে সন্মত হ’বলৈ আমাৰ বাবে সহজ হ’ব যেন বােধ হৈছে। ‘

RelatedPosts

বিশ্ব সংঘাতত ভাৰতৰ স্পষ্ট বার্তা: সামৰিক পথ নহয়, শান্তিপূৰ্ণ সমাধানৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়া-ইৰাণৰ তেল ক্ৰয়ত আমেৰিকাৰ কঠোৰতা: ৰেহাই নবীকৰণ নকৰে বুলি স্পষ্ট ঘোষণা

ৰাছিয়াৰ সেনাত কৰ্মৰত অৱস্থাত নিহত উত্তৰ প্ৰদেশৰ যুৱক 

উল্লেখ্য যে এই ক্ষেত্ৰত তেওঁ ইউক্রেইনৰ নেতা ৰাষ্ট্রপতি ভ্লাদিমিৰ জেলেন’স্কীৰ প্ৰসংগ উল্লেখ কৰে। জেলেন’স্কী হৈছে এজন ইহুদী লােক। যুদ্ধৰ প্ৰথম দিনাই ইউক্রেইনৰ দ্বিতীয় বৃহত্তম চহৰ খাৰকীভ আৰু চাৰন’বীল ৰুছ সেনা নিয়ন্ত্রণলৈ অহাৰ পাছত প্ৰতিৰক্ষা বিশেষজ্ঞসকল সন্দিহান হৈছে।

জেলেন’স্কীৰ অনুগত সেনাই কিমান দিন প্রতিৰােধ গঢ়িব পাৰিব তাকে লৈ উদ্বিগ্ন পৰিস্থিতিত আমেৰিকা নেতৃত্বাধীন নাটো বাহিনীৰ ইউক্রেইনৰ প্রতিবেশী সদস্য ৰাষ্ট্ৰসমূহৰ সুৰক্ষাৰ বাবে তৎপৰ হৈছে এই সামৰিক মিত্রজোট। সূত্রত প্রকাশ যে পােলেণ্ড আৰু হাংগেৰীত নিয়ােজিত নাটো বাহিনীয়ে ইতিমধ্যে সম্ভাৱ্য যুদ্ধ পৰিস্থিতিৰ মােকাবিলাৰ বাবে প্রস্তুতি আৰম্ভ কৰিছে।

সূত্রত প্রকাশ যে শুকুৰবাৰে এই সন্দৰ্ভত নাটোৰ জৰুৰী বৈঠকত ইউক্রেইনৰ প্রতিবেশী সদস্য ৰাষ্ট্ৰসমূহৰ নিৰাপত্তা ব্যৱস্থা অধিক দৃঢ় কৰাৰ বিষয়ে আলােচনা হয়। নাটোৰ মুৰব্বী জ’ন্স ষ্টোলেনবার্গে কয়, ‘ইউক্রেইনত ৰাছিয়াৰ আক্রমণ পূর্ব ইউৰােপত নতুনকৈ অশান্তিৰ কাৰণ হ’ব পাৰে বুলি আমাৰ আশংকা হৈছে। পূবৰ সীমান্তত অধিক সেনা নিয়ােগ কৰা হ’ব বুলিও তেওঁ সম্ভাৱনা প্রকাশ কৰে। ‘

উল্লেখ্য যে পােলেণ্ড আৰু হাংগেৰীৰ উপৰি ইউক্রেইনৰ প্রতিবেশী শ্লোভেকিয়া আৰু ৰােমানিয়া নাটো বাহিনীৰ সদস্য। মন কৰিবলগীয়া যে ইউক্রেইন যাতে এই মিত্ৰজোঁটৰ সদস্য নহয় তাৰ বাবে বাৰে বাৰে সকীয়াই দিছে পুটিনে। ইতিমধ্যে এই কথা স্পষ্ট হৈছে যে আমেৰিকাই ৰাছিয়াৰ আঢ্যৱন্ত আৰু বিত্তীয় প্রতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা জাৰি কৰিলেও ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধক্ষেত্রলৈ নাযায় আমেৰিকাৰ বাহিনী।

আত্মসমর্পণ অথবা মৃত্যু

ৰাছিয়াৰ সমৰবাহিনীয়ে আত্মসমর্পণৰ বার্তা দিছিল। ইয়াক উপেক্ষা কৰি কর্তব্য ৰক্ষাত অটল যুঁজত প্রাণ হেৰুৱালে ইউক্রেইনৰ ১৩ জন সীমান্ত আৰক্ষীয়ে। কৃষ্ণ সাগৰৰ ক্ষুদ্র শিলা দ্বীপ জিমিনি বা সর্প দ্বীপৰ দখলৰ সময়ত এই সংঘৰ্ষৰ ভিডিঅ’ ফুটেজ ভাইৰেল হৈছে।

ইয়াত দেখা গৈছে যে ৰাছিয়াৰ দখলত থকা ইউক্রেইনৰ ভূখণ্ড ক্রিমিয়াৰ অদূৰৰ সৰ্প দ্বীপ দখলৰ উদ্দেশ্যে শুকুৰবাৰে পুৱাতে দুখন ৰুছ সমৰতৰীয়ে অভিযান আৰম্ভ কৰে। ইয়াৰে এখন জাহাজৰ পৰা সীমান্তৰক্ষীলৈ অস্ত্র ত্যাগ কৰি আত্মসমর্পণৰ ৰেডিঅ’ বার্তা প্ৰেৰণ কৰা হয়। এই ভাবুকিত হাৰ নামানি ইউক্রেইন সেনাই কয় যে কোনাে পৰিস্থিতিতে আত্মসমর্পণ নকৰে। ইয়াৰ ফলত ৰুছ সমৰবাহিনীয়ে চলােৱা গােলাবর্ষণত ১৩ জনে প্রাণ হেৰুৱায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: RussiaUkraineWar
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d