Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Appointment Letter Distribution Programme In Sankardev kalakhetra:শংকৰদেৱ কলাক্ষেত্ৰত ৮৩৯গৰাকী প্রার্থীক নিযুক্তি পত্র প্রদান মুখ্যমন্ত্ৰীৰ

    Assam Police:অসম আৰক্ষীত এদিনতে বৃহৎ পদোন্নতি

    ZPM leader Lalduhoma is Sworn in as the New C M of Mizoram:ZPMৰ নেতা লালডুহোমাৰ মিজোৰামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ

    APSC Scam Update:নগাঁৱৰ কৰ অধীক্ষক ৱাহিদা বেগমক ডিফুৰ পৰা গ্ৰেপ্তাৰ এছ আই টিৰ

    Sarbanandra Sonowal:তিনি ৰাজ্যত মুখ্যমন্ত্ৰী কেন্দ্ৰীক সংঘাত উপশমৰ বাবে দায়িত্ব ন্যস্ত ৯ পৰ্যবেক্ষকক

    Cocaine Seized In Hengerabai:মহানগৰীৰ হেঙেৰাবাৰীত ক্রাইম ব্ৰাঞ্চৰ মাৰাথন অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    Dadasaheb Phalke Lifetime Achievement Award to Waheeda Rehman:প্ৰথিতযশা বলিউড অভিনেত্ৰী-নৃত্যশিল্পী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা

    69th National Film Awards Announced:৬৯সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

    Chirang Sidli  koch-Rajbonshi Video Song :চিৰাঙৰ চিদলীত কোচ-ৰাজবংশী ভিডিঅ গীতৰ শুভমুক্তি

    Sri Raghupati:ফেচবুক, ইউটিউবত আপলোড ‘শ্ৰী ৰঘুপতি’ৰ দৃশ্যাংশ !

    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Papaya Leaves Prevention Of Dengue:অমিতা পাতৰে ডেংগু ৰোধ

    Air India Flight Attendants to be Replaced:সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পৰিধান!

    Sneezing Unceremoniously:অনর্গলভাৱে হাঁচি মাৰিছে !

    Car Can Also Lead To Disease:মৰমৰ গাড়ীখনেও ৰোগ মাতি আনিব পাৰে

    Lipstick Usage: লিপষ্টিক ব্যৱহাৰৰ ফলত হ্ৰাস পাব পাৰে বুদ্ধিমত্তা

    Mangaldoi Food Poisoning :মঙ্গলদৈত খাদ্যত বিষক্ৰিয়া

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News Assam

Pijush Hazarika:জনতা ভৱনত বিভাগীয় কামৰ পৰ্যালোচনা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

অঞ্চলসমূহৰ অৰ্থনৈতিক উন্নয়নৰ ওপৰত গুৰুত্ব দি পৰিকল্পিতভাৱে মথাউৰি-শ্লুইছগেট নিৰ্মাণৰ প্ৰকল্প প্ৰস্তুত কৰিবলৈ বিভাগক নিৰ্দেশ

publisher by publisher
August 4, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Pijush Hazarika:জনতা ভৱনত বিভাগীয় কামৰ পৰ্যালোচনা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
1
SHARES
8
VIEWS
ShareShareShareShare

Pijush Hazarika:

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত বিভাগৰ এখন বিশেষ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে | বৈঠকখনত বিগত সময়ৰ বিভাগীয় কামসমূহৰ পৰ্যালোচনা কৰাৰ লগতে চলিত বৰ্ষত কৰিব লগা বিভিন্ন কামৰ বিষয়ে আলোচনা কৰা হয় |

ADVERTISEMENT

p3মথাউৰি নিৰ্মাণ আৰু আন সুৰক্ষা ব্যৱস্থাৰ কামসমূহ কেনেধৰণৰ আঁচনিৰ অধীনত কৰা হ’ব সেই বিষয়ে আজি আলোচনা কৰাৰ লগতে প্ৰকল্পসমূহৰ আনুমানিক ব্যয়ৰ প্ৰাককলন প্ৰস্তুত বিষয়তো আলোচনা কৰা হয় |

RelatedPosts

CM Pressmeet In Janata Bhawan:অপৰাধজনিত ঘটনা সন্দৰ্ভত এনচিআৰবিয়ে প্ৰকাশ কৰা ৰিৰ্পটত সম্পৰ্কত

State Cabinet At Janata Bhawan :কেবিনেটত সিদ্ধান্ত :একত্ৰীকৰণ হ’ব ছেবা-শিক্ষা সংসদ

Indian Women’s Cricket Team Member Uma Chhetri Felicitated by CM:ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্যা উমা চেত্ৰীক মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা

মন্ত্ৰীগৰাকীয়ে উপস্থিত থকা মুখ্য অভিযন্তা আৰু আন বিভাগীয় অভিযন্তাসকলক উদ্দেশ্যি কয় যে প্ৰাককলন প্ৰস্তুতৰ ক্ষেত্ৰত যাতে চৰকাৰী পুঁজিৰ সঠিক ব্যৱহাৰ হয় আৰু অনাহকতে অধিক টকাৰ প্ৰাককলন প্ৰস্তুত কৰা নহয় তাৰ ওপৰত সকলোৱে গুৰুত্ব প্ৰদান কৰক |

আজিৰ বৈঠকতে এই বৰ্ষত মথাউৰিসমূহ বহল কৰাৰ ওপৰত গুৰুত্ব দিয়া হ’ব বুলি আলোচনা কৰি মাথো শেহতীয়াকৈ ওপৰেৰে নদীৰ পানী বৈ যোৱা মথাউৰিৰ অংশসমূহ ওখ কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় |

p1বিভাগীয় অভিযন্তাসকলক সম্বোধন কৰি মন্ত্ৰী হাজৰীকাই কয় যে পৰিকল্পিত মথাউৰি আৰু শ্লুইছগেটে অঞ্চল সমূহক সুৰক্ষা প্ৰদান কৰাৰ লগতে আৰ্থ-সামাজিক উন্নয়নতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বিগত সময়ত লাহৰীঘাটত নিৰ্মাণ কৰা মথাউৰি আৰু শ্লুইছ্ গেটে একোটা বৃহত্তৰ অঞ্চলক বানৰ প্ৰকোপৰ পৰা ৰক্ষা কৰাৰ ফলত মৰিগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চলৰ লোকৰ বাবে এতিয়া কৃষি-কৰ্ম সহজ হৈ পৰা বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে |

লগতে বিগত সময়চোৱাত মাজুলীত নিৰ্মিত প্ৰায় ৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিয়ে এক বৃহৎ অঞ্চলত কৃষি-কৰ্ম সূচল কৰি তুলিছে বুলিও তেওঁ উল্লেখ কৰে । এনেদৰে মথাউৰি আৰু শ্লুইছগেটসমূহ পৰিকল্পিতভাৱে সম্পূৰ্ণ কৰি তোলাৰ ফলত অঞ্চলসমূহৰ অৰ্থনৈতিক উন্নয়ন দ্ৰুত হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই এই বৰ্ষও ইয়াৰ প্ৰতি লক্ষ্য ৰাখি পৰিকল্পিতভাৱে মথাউৰি আৰু শ্লুইছ গেট নিৰ্মাণৰ প্ৰকল্প প্ৰস্তুত কৰিবলৈ বিভাগক নিৰ্দেশনা প্ৰদান কৰে ।

আনহাতে বিভাগীয় কামৰ মানৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ নকৰিবলৈ অভিযন্তাসকলক নিৰ্দেশনা প্ৰদান কৰি মন্ত্ৰী হাজৰীকাই কামত গাফিলতি কৰা ঠিকাদাৰসকলৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে কঠোৰ হ’বলৈও আহ্বান জনায় |

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Janata BhawanMinister Pijush HazarikaReview MeetingWater Resources Dept.
publisher

publisher

Related Posts

Appointment Letter Distribution Programme In Sankardev kalakhetra:শংকৰদেৱ কলাক্ষেত্ৰত ৮৩৯গৰাকী প্রার্থীক নিযুক্তি পত্র প্রদান মুখ্যমন্ত্ৰীৰ
Assam

December 8, 2023
Assam Police:অসম আৰক্ষীত এদিনতে বৃহৎ পদোন্নতি
Assam

Assam Police:অসম আৰক্ষীত এদিনতে বৃহৎ পদোন্নতি

December 8, 2023
ZPM leader Lalduhoma is Sworn in as the New C M of Mizoram:ZPMৰ নেতা লালডুহোমাৰ মিজোৰামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ
India

ZPM leader Lalduhoma is Sworn in as the New C M of Mizoram:ZPMৰ নেতা লালডুহোমাৰ মিজোৰামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ

December 8, 2023
APSC Scam Update:নগাঁৱৰ কৰ অধীক্ষক ৱাহিদা বেগমক ডিফুৰ পৰা গ্ৰেপ্তাৰ এছ আই টিৰ
Assam

APSC Scam Update:নগাঁৱৰ কৰ অধীক্ষক ৱাহিদা বেগমক ডিফুৰ পৰা গ্ৰেপ্তাৰ এছ আই টিৰ

December 8, 2023
Sarbanandra Sonowal:তিনি ৰাজ্যত মুখ্যমন্ত্ৰী কেন্দ্ৰীক সংঘাত উপশমৰ বাবে দায়িত্ব ন্যস্ত ৯ পৰ্যবেক্ষকক
India

Sarbanandra Sonowal:তিনি ৰাজ্যত মুখ্যমন্ত্ৰী কেন্দ্ৰীক সংঘাত উপশমৰ বাবে দায়িত্ব ন্যস্ত ৯ পৰ্যবেক্ষকক

December 8, 2023
Cocaine Seized In Hengerabai:মহানগৰীৰ হেঙেৰাবাৰীত ক্রাইম ব্ৰাঞ্চৰ মাৰাথন অভিযান
Assam

Cocaine Seized In Hengerabai:মহানগৰীৰ হেঙেৰাবাৰীত ক্রাইম ব্ৰাঞ্চৰ মাৰাথন অভিযান

December 8, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d