Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Train Accident In Bihar:বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা !

অসমৰ দুগৰাকী যাত্ৰী সহ চাৰিজনৰ মৃত্যু,আহত শতাধিকৰো অধিক, হতাহতৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা

publisher by publisher
October 12, 2023
in India, News
Reading Time: 3 mins read
0
Train Accident In Bihar:বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা !
3
SHARES
30
VIEWS
ShareShareShareShare

Train Accident In Bihar:

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। ৰাজ্য খনৰ বক্সাৰ জিলাৰ ৰঘুনাথপুৰ ৰে’লৱে ষ্টেচনৰ সমীপত বুধবাৰে নিশা ৯.৩৫ বজাত সংঘটিত হয় ৰে’ল দুৰ্ঘটনাটি ৷ বক্সাৰৰ ৰঘুনাথপুৰ ষ্টেচনৰ সমীপত লাইনচ্যুত হয় দিল্লীৰ পৰা কামাখ্যা অভিমুখী নর্থ ইষ্ট এক্সপ্ৰেছ।

ADVERTISEMENT

buxar train accident 3প্ৰাপ্ত খবৰ অনুসৰি, ২৫০৬ নম্বৰ নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’লখনে বক্সাৰৰ পৰা ৰঘুনাথপুৰত উপস্থিত হোৱাৰ সময়তে কেইবাটাও ডবা হঠাতে লাইনচ্যুত হয়। ইয়াৰ পাছতে হুৱাদুৱা লাগে ৷ ঘটনাটো সংঘটিত পাছত ঘটনাস্থলীত স্থানীয় ৰাইজ আৰু আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযানত নামি পৰে ৷

RelatedPosts

Uttarkhand Haldwani Violence:উত্তৰাখণ্ডত মছজিদ আৰু মাদ্ৰাছা ভাঙি পেলোৱাক লৈ অগ্নিগৰ্ভা পৰিস্থিতি

Earthquake In Nepal:নেপালত ভূমিকম্পৰ জোকাৰণি

Haryana Nuh Violence:মণিপুৰৰ পাছত হাৰিয়ানাত অগ্নিগৰ্ভা পৰিস্থিতি

buxar train accident 5আনহাতে, বক্সাৰৰ আৰক্ষী আয়ুক্তই সংবাদ মাধ্যমক সদৰি কৰা মতে নৰ্থ ইষ্ট এক্সপ্ৰেছ লাইনচ্যুত হোৱাৰ ঘটনাত চাৰিজন লোকৰ মৃত্যু হৈছে। দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লয় অসমৰ ঊষা ভাণ্ডাৰী, আকৃতি ভাণ্ডাৰীৰ । মাতৃ-কন্যাৰ ঘৰ শদিয়াৰ উদয়নগৰত । ঊষা ভাণ্ডাৰীৰ আন এগৰাকী যমজ কন্যা অদিতি ভাণ্ডাৰী আৰু স্বামী দীপক ভাণ্ডাৰী দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হয় ৷ আন দুজনক চিনাক্ত হোৱা নাই ৷

এই দুৰ্ঘটনাত প্ৰায় শতাধিক ৰে’ল যাত্ৰী আহত হয় ৷ ইয়াৰে কে’বাজনৰো অৱস্থা সংকটজনক ৷ আহত সকলোকে বক্সাৰৰ চিভিল হাস্পতালত ভৰ্তি কৰা হৈছে ৷

buxar train accident 4ল্লেখ্য যে, দুৰ্ঘটনাটি ইমানেই ভয়ংকৰ আছিল যে, যিসমূহ ডবা লাইনচ্যুত হৈ বাগৰি পৰিছে সেই ডবাসমূহ গেছ কাটাৰৰে কাটি আবদ্ধ হৈ থকা যাত্রীসকলক উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে । দুৰ্ঘটনাটিৰ ভয়াৱহতালৈ চাই হতাহতৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে ।

আন্ধাৰৰ বাবে উদ্ধাৰ অভিযানত কিছু বাধাৰ সন্মুখীন হ’বলগীয়া হৈছে যদিও পুৱা প্ৰায় সংখ্যক আহত যাত্ৰীক উদ্ধাৰ কৰা হয় ।

ইপিনে ,বিহাৰত দুৰ্ঘটনাত পতিত অসমৰ সকলো যাত্ৰীক অনা হৈছে বিশেষ ৰে’লযোগে । কোকৰাঝাৰৰ পৰা গুৱাহাটীলৈ সামৰি ৰে’লখনত আছে ৫৪০জন যাত্ৰী।

যে,বিহাৰত দুৰ্ঘটনাগ্ৰস্ত নৰ্থ-ইষ্ট এক্সপ্ৰেছত আছিল অসমৰ প্ৰায় ৫২২ গৰাকী যাত্ৰী। যাত্ৰীৰ সুবিধাৰ্থে কামাখ্যা ৰে’লৱে ষ্টেচনে হেল্পলাইন নম্বৰ মুকলি কৰাৰ কথা সদৰি কৰে কামাখ্যা ৰে’ল ষ্টেচনৰ অধীক্ষক এ কে সিনহাই । হেল্পলাইন নম্বৰটো হ’ল-০৩৬১-২৬৭৪৮৫৭ ।

buxar train accident 1আনহাতে,ৰে’ল দুৰ্ঘটনাত নিহত – আহতলৈ কেন্দ্ৰীয় চৰকাৰৰ আৰ্থিক সাহায্য ঘোষণা ৷ নিহতৰ পৰিয়াললৈ ১০ লাখ ঘোষণা কৰাৰ বিপৰীতে গুৰুতৰভাৱে আহতলৈ ২.৫ লাখ টকা আৰু সামান্যভাৱে আহতলৈও ৫০ হাজাৰ টকা ঘোষণা কৰা হয় ৷

ইপিনে, বিহাৰৰ ৰে’ল দুৰ্ঘটনাক লৈ টুইটযোগে শোকপ্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আঘাতপ্ৰাপ্তৰ দ্ৰুত আৰোগ্য কামনা কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 100 Person InjuredaNNOUNCEMENT oF fINANCIAL aSSISTANCEBihar Train AccidentFour Deadpm MODI condoles
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d