Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Prevent Respiratory Diseases In Winter:শীতকাল আহিছে শ্বাসৰোগ প্ৰতিৰোধ কৰক

publisher by publisher
November 2, 2023
in Health, India, News
Reading Time: 2 mins read
0
Prevent Respiratory Diseases In Winter:শীতকাল আহিছে শ্বাসৰোগ প্ৰতিৰোধ কৰক
4
SHARES
37
VIEWS
ShareShareShareShare

Prevent Respiratory Diseases In Winter:

শৰত কাল অহাৰ লগে লগে শীতৰ আগমনৰ প্ৰস্তুতিও আৰম্ভ হৈছে। কেইটামান দিনৰ পাছতেই হয়তো শীতৰ কুঁৱলী আমি দেখিবলৈ পাম ৷ শীতকালত নিম্নগামী তাপমান আৰু মাত্ৰাধিক প্ৰদূষণযুক্ত বায়ুমণ্ডলৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হৈ পৰিব পাৰে।

ADVERTISEMENT

শীতকালটো বিশেষকৈ শ্বাসৰোগত আক্ৰান্ত ব্যক্তিৰ স্বাস্থ্যৰ কাৰণে প্ৰত্যাহ্বানজনক হৈ পৰে । এনে বতৰত হাঁপানি, কফ জুৰ, ছর্দি-কাহ আদি ৰোগত ভোগা ৰোগীৰ সংখ্যা বহু বাঢ়ি যায়।

RelatedPosts

School Closed :প্ৰচণ্ড শীত ! মঙলবাৰৰ পৰা ১০ জানুৱাৰীলৈ নলবাৰীত বিদ্যালয় বন্ধ ঘোষণা

Cm Himanta Biswa Sarma:জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সদনত অখিল গগৈৰ মন্তব্যৰ বিৰুদ্ধে গৰিজ উঠিল মুখ্যমন্ত্ৰী

Use matte lipstick like this in winter:মেট লিপষ্টিক শীতত এইদৰে ব্যৱহাৰ কৰক

প্ৰদূষিত কুঁৱলীৰ প্ৰভাৱ:

সচৰাচৰ শীতকালৰ কুঁৱলীৰ পৰা স্বাস্থ্যহানি হোৱাৰ আশংকা বৰ কম। কিন্তু ধোঁৱা আৰু ক্ষুদ্র ক্ষুদ্র বায়ু কণা জমা হৈ সৃষ্টি হোৱা প্ৰদূষিত কুঁৱলী মানৱ শৰীৰ, বিশেষকৈ শ্বাস-তন্ত্ৰৰ কাৰণে অতিশয় ক্ষতিকাৰক।

তেনে পৰিস্থিতিত মানুহৰ চকুৰ পোৰণি, চকুপানী ওলোৱা, নাকৰ খজুৱতি, ডিঙিৰ চেৰচেৰণি আৰু কাহ সাধাৰণ লক্ষণ হিচাপে দেখা দিয়ে। ছৰ্দি বৃদ্ধি হোৱাৰ লগে লগে শ্বাসনলীৰ সংবেদনশীলতাও বহুখিনি বাঢ়ি যায়, যাব ফলত শ্বাসনলী কোঁচ খাই আহে। ইয়াৰ ফলতে শ্বাসৰোগীসকলৰ সমস্যা বৃদ্ধিৰ আশংকা বৃদ্ধি পায়।

বৃদ্ধক সজাগতাৰ প্ৰয়োজন:

বয়োবৃদ্ধ লোকসকলৰ শ্বাস-প্রশ্বাস সম্পৰ্কীয় সমস্যাবোৰ বেছিকৈ হোৱা দেখা যায়। আচলতে বৃদ্ধলোকৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বহুখিনি হ্রাস পায়। সেই কাৰণেই তেওঁলোকক শ্বাসজনিত সমস্যাই আক্ৰমণ কৰাৰ সম্ভাৱনা বেছি।

বায়ুমণ্ডলত যিকোনো ধৰণৰ পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত শৰীৰলৈকো পৰিৱৰ্তন আহে। যাৰফলত এলাৰ্জী আৰু হাঁপানি ৰোগী বিশেষকৈ আক্রান্ত হয়। ঠাণ্ডা দিনত এনে ৰোগীৰ সমস্যা অধিক বৃদ্ধি পায় ।

এই সময়ত কফ জ্বৰ বা পানীলগা জ্বৰৰ ভাইৰাছ অধিক সক্ৰিয় হৈ পৰে। সেই কাৰণেই এনে সমস্যা অনেক বৃদ্ধি পায়। শিশু, বৃদ্ধ, গৰ্ভৱতী মহিলা আৰু এইছ আই ভিত আক্রান্ত লোকৰ ক্ষেত্ৰত এই সংক্রমণ গুৰুতৰ হৈ পৰিব পাৰে।

প্ৰতিৰোধৰ বাবে কৰণীয়-

শ্বাস ৰোগী বিশেষকৈ হাঁপানি ৰোগীয়ে ঠাণ্ডাৰ পৰা বাচি থকাৰ লগতে নিয়মিতভাৱে ডাক্তৰৰ স’তে যোগাযোগ ৰাখিব লাগে। ডাক্তৰৰ পৰামৰ্শত ব্যৱহাৰ কৰা ইনহেলাৰৰ ড’জ সঠিক কৰি ল’ব। কেতিয়াবা ইনহেলাৰৰ মাত্ৰা বঢ়াবলগীয়া হয়।

# শীতৰ পৰা বাচি থাকিব । সমগ্র শৰীৰ ঢকা কাপোৰ পৰিধান কৰিব । বিশেষকৈ মূৰ, কাণ আৰু ডিঙি ঢাকি ৰাখিব।

# ঠাণ্ডাৰ কাৰণে চাবোন পানীৰে হাত ধোৱাৰ অভ্যাস পৰিত্যাগ নকৰিব।

#কুহুমীয়া গৰম পানীৰে গা ধুব।

শীতকালত ছর্দি অতিশয় লাভজনক।

ছর্দি, কাহ, নাক বন্ধ হোৱা, পানীলগা জ্বৰ, কফ জ্বৰত বা আন শ্বাস সম্পৰ্কীয় ৰোগীয়ে সদায় পুৱা-আবেলি গৰম পানীৰ ভাপ ল’ব লাগে ৷

কফ জ্বৰ হোৱা ৰোগীয়ে কাহ বা হাঁচি মৰাৰ সময়ত মুখত হাত থ’ব লাগে বা ৰুমাল ব্যৱহাৰ কৰিব লাগে ।

কফ জুৰত আক্ৰান্ত ৰোগীয়ে ব্যৱহাৰ কৰা ৰুমাল, গামোছা, বিছনা চাদৰ আদি ভালদৰে পৰিষ্কাৰ কৰি ৰাখিব ।

আপোনাৰ শৰীৰত যদি কফ জ্বৰৰ লক্ষণে দেখা দিছে, তেন্তে ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব আৰু পৰাপক্ষত ঘৰতে থাকিব।

কফ জ্বৰ, পানী লগা জ্বৰত ভোগা ব্যক্তিৰ পৰা কমেও এক মিটাৰ দূৰত্ব বজাই ৰাখিব ।

তেনে ব্যক্তিৰ স’তে পৰাপক্ষত কৰমৰ্দন কৰা বা শাৰীৰিক সংস্পৰ্শৰ পৰা বিৰত থকাৰ চেষ্টা কৰিব ।

কি নকৰিব:

শ্বাস ৰোগীসকলে ঠাণ্ডা দিনত পুৱা ফুৰিবলৈ যাব নালাগে ।

পুৱা ঠাণ্ডা পানীৰে গা ধুব নালাগে ৷

শ্বাসৰোগীয়ে ধোঁৱাৰ পৰা আঁতৰি থাকিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Prevent Respiratory DiseasesWinter Season
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d