Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Rakibul Hussain Pressmeet:মহানগৰীৰ হোটেল লিলিত ৰকিবুল হুছেইনৰ সংবাদমেল , বিৰোধী ঐক্যমঞ্চৰ হৈ সংবাদমেল

অপ্রাদেশীকৃত শিক্ষকসকলক ভাতে মৰাৰ ষড়যন্ত্ৰ ৰচিছে হিমন্ত চৰকাৰে, শিক্ষকৰ দুখৰ কথা বৰ্ণনা কৰি সংবাদমেলত অভিযোগ ৰকিবুল হুছেইনৰ

publisher by publisher
November 6, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Rakibul Hussain Pressmeet:মহানগৰীৰ হোটেল লিলিত ৰকিবুল হুছেইনৰ সংবাদমেল , বিৰোধী ঐক্যমঞ্চৰ হৈ সংবাদমেল
3
SHARES
28
VIEWS
ShareShareShareShare

Rakibul Hussain Pressmeet:

ৰাজ্যখনৰ ভেন্সাৰ স্কুলৰ কেইবাহাজাৰ শিক্ষক-কৰ্মচাৰীয়ে দিনটো আনৰ সন্তানক জ্ঞানৰ পোহৰ বিলায়। কিন্তু নিজৰ সন্তানক এসাঁজ খুৱাই এসাঁজ লঘোণে ৰাখো এইসকল শিক্ষকৰ সন্তানে শিক্ষা। আধাতে সাং কৰিব লগা হৈছে একমাত্র হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বাবে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে উজনি নামনি, বৰাকৰ ভেন্সাৰ স্কুলৰ শিক্ষক-কৰ্মচাৰীৰ দুখ-দুৰ্দশাই কুলাই-পাচিয়ে নধৰা হৈছে।

ADVERTISEMENT

আজি মহানগৰীৰ হোটেল লিলিত বিৰোধী ঐক্যমঞ্চৰ হৈ এক সংবাদমেলত এইদৰে কয় বিৰোধী উপ-দলপতি তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কর্ম-কাণ্ডক চোকা ভাষাৰে সমালোচনা কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে আৰু কয় যে দিনৰ দিনটো শিক্ষাদানৰ নামত ব্যস্ত থাকি জীৱন-যৌৱন সকলো শেষ কৰা হাজাৰ হাজাৰ শিক্ষকে হিমন্ত বিশ্ব শৰ্মাৰ ক্ৰুৰতাৰ বাবে এতিয়া অন্ধকাৰময় জীৱন কটাবলগীয়াত পৰিছে। মৌলিক প্রয়োজন অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ লগতে সন্তানৰ পঢ়া-শুনাৰ খৰছৰ বাবে শিক্ষকে আনৰ ঘৰত হাজিৰা নতুবা অইন কাম কৰিবলগীয়া হোৱাতো অতিশয় দুর্ভাগ্যজনক বুলিও মন্তব্য কৰে হুছেইনে |

RelatedPosts

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

AJP Pressmeet:এগজিট প’ল সন্দৰ্ভত সংবাদমেল সম্বোধন লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাৰ

Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ

“বহু শিক্ষকে টেম্প’, ই-ৰিক্সা পর্যন্ত চলাবলগীয়া হৈছে। দিন হাজিৰা কৰিবলগীয়া হৈছে। বহু শিক্ষকে পৰিয়াল পোহপাল দিব নোৱাৰি আত্মহত্যা কৰিছে৷ বহু শিক্ষকে ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ বাবে হাতত অর্থ নোহোৱাৰ বাবে বিনা বেতনে পৃথিৱীৰ পৰা মেলানি মাগিছো ৩০-৩২ বছৰ বিনা বেতনে ভেন্সাৰ শিক্ষানুষ্ঠানৰ কাম কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আকোৰগোজ মনোভাৱৰ বাবে প্ৰাণ দিব লগা হৈছে ৷

এইসকল শিক্ষকৰ সামজিক মর্যদাও হানি কৰিছে হিমন্ত বিশ্ব শৰ্মাই।”-প্রাক্তন মন্ত্রী হুছেইনে কয়। একেখন সংবাদমেলতে জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে আৰু কয় যে অসমৰ ৰাইজে গাঁঠিৰ ধন ভাঙি বাঁহ-খেৰ আদি বৰঙণি দি নিজেই পতা অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানকেইখনো এতিয়া ধ্বংস কৰিবলৈ উঠি-পৰি লাগিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে।

নাগপুৰৰ নিৰ্দেশনাত চলা অসমৰ বিজেপি চৰকাৰে কুটিল ষড়যন্ত্ৰ কৰি অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানকেইখনক নিঃশেষ কৰিব খুজিছে বুলিও কয় হুছেইনে। তেওঁ আৰু কয়, “আজি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বাবে ভেন্সাৰ স্কুলৰ ২০ হাজাৰ শিক্ষক-কৰ্মচাৰী আৰু

তেওঁলোকৰ পৰিয়ালে অনাহাৰে দিন কটাইছে। অপ্রাদেশীকৃত শিক্ষক-কর্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ ন্যায্য প্রাপ্তিৰ হকে অসম প্ৰদেশ কংগ্ৰেছে সদায় মাত মাতি আহিছে আৰু মাত মাতি যাব।” সংবাদমেলত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে আৰু কয় যে অপ্রাদেশীকৃত শিক্ষানুষ্ঠানসমূহৰ শিক্ষকসকলৰ মাজত বিজেপি চৰকাৰে বৈষম্যমূলক আচৰণ কৰা বাবেই ২০১৭-১৮ চনৰ শিক্ষানুষ্ঠানৰ পদ প্ৰাদেশিকীকৰণ আইন সংশোধনৰ সময়ত ইয়াৰ বিৰোধিতা কৰিছিল কংগ্রেছে।

সকলো অপ্রাদেশীকৃত বিদ্যালয়ক সাঙুৰি নোলোৱা বাবেই আইনখনৰ আওতাৰ বাহিৰত থকা শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণৰ ভিত্তিবর্ষ ১-১-২০০৬ চনৰ আগত প্ৰতিষ্ঠিত নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয়লৈকে প্ৰায় ২৩১৯ খন শিক্ষানুষ্ঠানৰ কৰ্মৰত শিক্ষক-কৰ্মচাৰীক প্ৰাদেশিকীকৰণৰ জৰিয়তে ন্যায় প্ৰদানৰ দাবী জনাইছিল কংগ্ৰেছে।

২০১৩ আৰু ২০২১ চনত বঞ্চিত শিক্ষক-কর্মচাৰীক প্ৰাদেশিকীকৰণৰ জৰিয়তে চৰকাৰক ন্যায় প্ৰদান কৰিবলৈয়ো কংগ্ৰেছে দাবী জনাই আহিছে। সংবাদমেলত হুছেইনে কয় যে শিক্ষক-কৰ্মচাৰীৰ প্রতিনিধিয়ে ২০২২ চনৰ ২০ অক্টোবৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিল। শিক্ষক কৰ্মচাৰীৰ প্রতিনিধিয়ে ২০১৭-১৮ চনৰ পদ প্ৰাদেশিকীকৰণ আইনৰ সংশোধন আৰু ২০১৩ আৰু ২০২১ চনত বঞ্চিত শিক্ষক-কৰ্মচাৰীক প্ৰাদেশিকীকৰণ কৰাৰ বাবে জনোৱা দাবীক মানি লোৱাৰ প্ৰতিশ্ৰুতিও দিছিল মুখ্যমন্ত্ৰীয়ে।

কিন্তু আজিলৈ মুখ্যমন্ত্ৰীয়ে কিয় সেই প্রতিশ্রুতি পালন নকৰিলে বুলিও প্রশ্ন উত্থাপন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। এনে শিক্ষানুষ্ঠানসমূহক UDISE CODEত স্বীকৃতিপ্রাপ্তৰ সলনি অস্বীকৃতিপ্রাপ্ত জুনিয়ৰ কলেজ, ছায়াৰ ছেকেণ্ডাৰীসমূহক অপ্ৰাদেশীকৃতৰ সলনি ব্যক্তিগত খণ্ডৰ বুলি অন্তর্ভুক্তি কৰিছে।

এইগৰাকী মুখ্যমন্ত্ৰীয়ে অসমৰ এইসকল দুৰ্ভগীয়া শিক্ষক, কৰ্মচাৰী আৰু শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক মানুহ বুলি গণ্য নকৰে বুলিও হুছেইনে অভিযোগ উত্থাপন কৰে। অপ্ৰাদেশীকৃত শিক্ষকসকলৰ মৰ্মবেদনা কংগ্রেছে সদায়েই অনুভৱ কৰি আহিছে বুলি উল্লেখ কৰি হুছেইনে কয়, “মর্মান্তিক কথা এয়াই যে ২০২৩ চনৰ ১ এপ্ৰিলৰ পৰা ভেন্সাৰ শিক্ষানুষ্ঠাৰ ছাত্ৰ-ছাত্ৰীৰ দুপৰীয়াৰ আহাৰ বন্ধ কৰি দিছে।

দয়া-মায়াহীন মুখ্যমন্ত্ৰীয়ে বিনামূলীয়া পাঠ্যপুথি, পোছাক আদি বন্ধ কৰি দিছে। এনে শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীক চৰকাৰে চাইকেল কেইখনো নিদিলে। বিজেপিক মনত পেলাই দিব খুজিছে৷ যে ২০১৬ চনৰ বিজেপি দলৰ নিৰ্বচনী ইস্তাহাৰত ভেন্সাৰ শিক্ষানুষ্ঠানসমূহক প্ৰাদেশিকীকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া নাছিল জানো? নিৰ্বাচনৰ পূর্বে দিয়া সকলো প্রতিশ্রুতি এইজনা মিছলীয়া মুখ্যমন্ত্ৰীয়ে পাহৰি গ’ল।”

অসমৰ ৰাইজ আৰু ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষকসকলৰ দৃষ্টিত হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মিচলীয়া আৰু ব্যৰ্থ মুখ্যমন্ত্ৰী বুলিও হুছেইনে মন্তব্য কৰে। কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীৰ নিজৰ পৰিয়ালে বিলাসী ব্যক্তিগত শিক্ষানুষ্ঠান খুলি ধন ঘটিছে আৰু মুখ্যমন্ত্ৰীয়ে দুখীয়া- দৰিদ্ৰৰ সন্তানসকলক জ্ঞানৰ পোহৰ বিলাই অহা শিক্ষকসকলক সামাজিক আৰু আৰ্থিকভাবে হত্যা কৰিব খুজিছে।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দৰিদ্ৰ পৰিয়ালৰ সন্তানসকলক নিৰক্ষৰ কৰি ৰখাৰ ষড়যন্ত্ৰ কৰাৰ লগতে শিক্ষক আৰু ছাত্ৰক প্ৰতাৰণা কৰা মুখ্যমন্ত্ৰীৰ কলংক ওৰে জীৱন লৈ ফুৰিব লাগিব বুলিও ৰকিবুল হুছেইনে কয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GuwahatiHotel LILYPressmeetRokibul Hussain
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d