Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

    দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

    ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

    মহানগৰীৰ বিভিন্ন স্থানত ৩৫ টকাত উপলব্ধ পিয়াজ

    মজিয়াত পৰা নুডলছৰ পৰা বনোৱা হৈছিল ভুজিয়া! FSSAIৰ নজৰত বিনোদ চৌধুৰীৰ ‘ৱাই-ৱাই’

    স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ধেমাজিত শিক্ষক দিৱসৰ দিনাই শিক্ষকৰ আত্মহত্যা

publisher by publisher
September 5, 2022
in Assam, India, News
Reading Time: 1 min read
0
ধেমাজিত শিক্ষক দিৱসৰ দিনাই শিক্ষকৰ আত্মহত্যা
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Flying Squad Raid in dhemaji: ফ্লায়িং স্কোৱাডৰ তালাচিত ধেমাজিৰ মৰিধলত বৃহৎ পৰিমাণৰ টকা জব্দ

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

Dibrugarh: জ্যোতি – বিষ্ণু আৰু পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ একান্ত সাধক ভুবন গগৈলৈ ডিব্ৰু যুৱ ৰত্ন বঁটা

মানৱ সম্পদ গঢ়োতা তথা শিক্ষাৰ কমাৰশাল বুলি সমাজত গণ্য কৰি আহিছে শিক্ষকসকলক । তেনে শিক্ষকৰ বাবে এটা দিন ‘শিক্ষক দিৱস’ । মহাপণ্ডিত ড’ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ স্মৃতিত পালন কৰি আহিছে শিক্ষক দিৱস । এই ক্ষেত্ৰত দেশৰ বিভিন্ন প্ৰান্তত শিক্ষাগুৰুক আদৰ-সন্মান জনোৱাৰ বিপৰীতে শিক্ষকে শিক্ষক দিৱসৰ দিনাই বাছি ল’লে আত্মহত্যাৰ পথ ।

ADVERTISEMENT

দীৰ্ঘদিন ধৰি শিক্ষকতাত জড়িত থাকিও চৰকাৰী মৰ্যদা আৰু পাৰিশ্ৰমিক নোপোৱাৰ বেদনাতে ধেমাজিৰ ভেন্সাৰ স্কুলৰ শিক্ষকে এই চৰম পন্থা বাচি লৈছে । কিমান বোজা আৰু সন্মানৰ লাঘৱ হ’লে শিক্ষকেও কাপুৰুষৰ দৰে আত্মঘাতী পন্থা ল’ব পাৰে ইয়াৰ জল জল পট পট ঘটনা সংঘটিত হৈছে ধেমাজিত ।

শিক্ষক দিৱসৰ দিনাই শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সমষ্টিৰ বৰদলনি শিক্ষাখণ্ডৰ অধীনৰ ৫০৩ নং আউনীআটী কৈৱৰ্ত্ত নিম্ন বুনিয়াদী বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজেন বনিয়াই(৫০) বাছি ল’লে আত্মহত্যাৰ পথ । বিনা বেতনেৰে দুকুৰি বছৰৰো অধিক শিক্ষাদান কৰি আহিছিল ৰাজেন বনিয়াই । শিক্ষকগৰাকীৰ আত্মহত্যাৰ ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ পেলাইছে ।

প্ৰাপ্ত তথ্য অনুসৰি, ১৯৯১ত আউনীআটী কৈৱৰ্ত্ত মধ্য ইংৰাজী বিদ্যালয়খনৰ স্থাপনৰ কালৰ পৰাই ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি আহিছিল ৰাজেন বনিয়াই । অৱশেষত ২০১৩ৰ শিক্ষা বিভাগৰ চামিলকৰণ নীতি অনুসৰি ৫০৩ নং আউনীআটী কৈৱৰ্ত্ত নিম্ন বুনিয়াদী বিদ্যালয়ৰ লগত চামিল হয় ।পৰিয়ালৰ লোকে দাবী কৰে যে পদ প্ৰাদেশিককৰণ প্ৰক্ৰিয়াত তেঁওৰ পদ অন্তৰ্ভুক্ত নোহোৱা বাবেই বহু দিন ধৰি হতাশাত ভুগি আছিল । এনে পৰিস্থিতিৰ মাজতে শিক্ষকগৰাকীয়ে এই চৰম সিদ্ধান্ত বাছি লয় বুলি সদৰী কৰে ।

মন কৰিবলগীয়া যে, আউনীআটী কৈৱৰ্ত্ত মধ্য ইংৰাজী বিদ্যালয়খনৰ স্থাপনৰ লগত জড়িত শিক্ষকগৰাকীৰ পদ প্ৰাদেশিকীকৰণত দ্বিতীয় স্থানত অন্তৰ্ভুক্ত হৈছিল । বিভাগীয় নীতি অনুসৰি পদ প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াত লাগিছিল কেৰোন । জিলাৰ পৰা শিক্ষা সচিবালয়লৈ নাম যোৱা-নোযোৱাক লৈ তেওঁৰ শিক্ষকতা মৰ্যদাৰ যুঁজ লাগিছিল ।

অৱশেষত শিক্ষক দিৱসৰ দিনাই এই চৰম পন্থা বাছি লোৱাত হতভম্ব হৈছে পৰিয়ালৰ লোক । এই ক্ষেত্ৰত আউনীআটী গাঁৱৰ লগতে শিক্ষা সমাজত শোঁকৰ ছাঁ পৰিছে । ইতিমধ্যে বৰদলনি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উমেশ ৰামৰ নেতৃত্বত উক্ত ঠাইত উপস্থিত হৈ মৃত ৰাজেন বনিয়াৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা কৰিছে ।

এই ক্ষেত্ৰত ৰাইজৰ আহ্বান কোনো ভেন্সাৰ বিদ্যালয়ৰ শিক্ষকে যাতে বিদ্যালয় বা পদ প্ৰাদেশিকীকৰণৰ নামত আত্মহত্যাৰ দৰে পথ বাছি নলয় । লগতে ৰাজেন বনিয়াৰ পৰিয়ালৰ ভৱিষ্যতৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজসাহায্য আগবঢ়াবলৈ দাবী জনায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DhemajiRanoj PeguTeacher SuicideTeachers DayVenture School
publisher

publisher

Related Posts

কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু
Assam

September 4, 2026
দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা
India

দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

September 4, 2026
ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান
Assam

ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

September 4, 2026
মহানগৰীৰ বিভিন্ন স্থানত ৩৫ টকাত উপলব্ধ পিয়াজ
Assam

মহানগৰীৰ বিভিন্ন স্থানত ৩৫ টকাত উপলব্ধ পিয়াজ

September 4, 2026
মজিয়াত পৰা নুডলছৰ পৰা বনোৱা হৈছিল ভুজিয়া! FSSAIৰ নজৰত বিনোদ চৌধুৰীৰ ‘ৱাই-ৱাই’
India

মজিয়াত পৰা নুডলছৰ পৰা বনোৱা হৈছিল ভুজিয়া! FSSAIৰ নজৰত বিনোদ চৌধুৰীৰ ‘ৱাই-ৱাই’

September 4, 2026
স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ
India

স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d