Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ’ব বিচাৰিলে মই সমৰ্থন কৰিম: ৰকিবুল হুছেইন

publisher by publisher
August 24, 2020
in Assam, News
Reading Time: 1 min read
0
হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ’ব বিচাৰিলে মই সমৰ্থন কৰিম: ৰকিবুল হুছেইন
1
SHARES
8
VIEWS
ShareShareShareShare

“একালৰ সতীৰ্থ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দললৈ আহি মুখ্যমন্ত্ৰী হ’ব বিচাৰিলে মই ব্যক্তিগতভাৱে সমৰ্থন কৰিম। অৱশ্যে এয়া মোৰ নিজস্ব মত, দলীয় নহয়।” এই মন্তব্য প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ বিধায়িনী দলৰ উপসভাপতি ৰকিবুল হুছেইনৰ । আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ ব্যক্তিগতকৰণৰ প্ৰতিবাদত বৰঝাৰ বিমান বন্দৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু কামৰূপ মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী হুছেইনে ।

ADVERTISEMENT

লগতে তেওঁ কয়, “বিজেপি চৰকাৰে তৈলক্ষেত্ৰ, কাগজকলকে ধৰি ৰাজহুৱা সম্পদবোৰ এফালৰ পৰা বিক্ৰী কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হুছেইনে। লগতে মহাজোট বান্ধোন গঠনৰ বিষয়ে উল্লেখ কৰি এ.আই.ইউ.ডি.এফকে ধৰি বিজেপি বিৰোধী বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ মাজত কংগ্ৰেছৰ আলোচনা চলি আছে বুলিও কয় হুছেইনে। তেওঁ পুনৰ কয়, “একাংশ সংবাদ মাধ্যমত কংগ্ৰেছ আৰু এ.আই.ইউ.ডি.এফৰ মাজত মিত্ৰতা হোৱা বুলি প্ৰচাৰ চলি আছে যদিও এয়া সত্য নহয়। কিয়নো অকল এ.আই.ইউ.ডি.এফৰ লগত নহয় বিজেপি বিৰোধী প্ৰতিটো দলৰ লগত আলোচনা কৰি কংগ্ৰেছে মহাজোঁট বান্ধোনৰ প্ৰস্তুতি চলাই আছে।”

RelatedPosts

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

HSLC Result 2026:প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ ফলাফল

আনহাতে নিৰ্বাচনত কংগ্ৰেছ জয়ী হলে মুখ্যমন্ত্ৰী হিচাপে ৰকিবুল হুছেইনৰ নাম প্ৰচাৰ হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়াই তেওঁ কয়, “মোৰ মুখ্যমন্ত্ৰী হোৱাৰ কোনো লালসা নাই। আনকি গৃহমন্ত্ৰী হোৱাৰো ইচ্ছা নাই। যদি কংগ্ৰেছে চৰকাৰ গঠন কৰে আৰু দলে যদি মোক কোনো মন্ত্ৰীত্ব নিদিয়ে তেতিয়াও মোৰ কোনো আপত্তি নাই।”

আনহাতে এটা এটাকৈ দেশৰ সম্পদবোৰ বিক্ৰী কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশ চলাই আছে বুলি উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই। লগতে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে বৰঝাৰ বিমান বন্দৰটো ব্যক্তিগতকৰণ কৰা সিদ্ধান্তক তীব্ৰ ভাষাৰে সমালোচনা কৰি এই সিদ্ধান্তক অতিশীঘ্ৰে বাতিল কৰিবলৈ দাবী জনায়।

আজি দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰা নেতা-কৰ্মীসকলে “আদানী-আম্বানীৰমতে দেশ নচলিব”, “ৰাজহুৱা সম্পদ ব্যক্তিগত কৰণ বন্ধ কৰক”, “নৰেন্দ্ৰী মোদী হুচিয়াৰ”, “সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ”, “বিজেপি চৰকাৰ হায় হায়”, “বণিয়া গোষ্ঠীৰ দপদপনি নচলিব”, “আদানী গ্ৰুপ মুৰ্দাবাদ” আদি শ্লোগানেৰে পৰিবেশস্থলী উত্তাল কৰি তোলে।

প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত কংগ্ৰেছ কমিটিয়ে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালৰ জৰিয়তে প্ৰধান মন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰীলৈ বিমানবন্দৰ ব্যক্তিগতকৰণৰ চুক্তি বাতিল কৰিবলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আনহাতে বৰঝাৰ বিমান বন্দৰৰ চৌহদত থকা এয়াৰপ’ৰ্ট অথ’ৰিটি এম্পলয়িজ ইউনিয়ন (এ.এ.আই.ইউ) উদ্যোগটো বৰঝাৰ বিমান বন্দৰ ব্যক্তিগত কৰণকলৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamProtestRipun Bora
publisher

publisher

Related Posts

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d