Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Hanuman Mandir:গুৰুজনাৰ আদৰ্শৰে সমৃদ্ধ অসমত হনুমান মন্দিৰক লৈ প্ৰতিক্রিয়া

উত্তৰ ভাৰতীয় সংস্কৃতিৰ আমদানি ! হিন্দীভাষীৰ মন্দিৰ প্ৰতিষ্ঠাৰ আগ্ৰাসনে, অসমীয়া সংস্কৃতিক উপলুঙা কৰিছে

publisher by publisher
November 29, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Hanuman Mandir:গুৰুজনাৰ আদৰ্শৰে সমৃদ্ধ অসমত হনুমান মন্দিৰক লৈ প্ৰতিক্রিয়া
2
SHARES
23
VIEWS
ShareShareShareShare

Hanuman Mandir:

‘কৃষ্ণ এক দেৱ দুখহাৰী/কাল মায়াদিৰো অধিকাৰী/কৃষ্ণ বিনে শ্রেষ্ঠ দেৱ নাহি নাহি আৰ…’- মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ – একেশ্বৰবাদৰ আধাৰত তেওঁৰেই প্রিয় শিষ্য মহাপুৰুষ – শ্রীশ্রীমাধবদেৱ বিৰচিত ঘোষাৰ ছন্দত স্পষ্ট হৈ বোৱা অসমৰ সনাতন ধৰ্মীসকলৰ আধ্যাত্মিকতা তথা সাংস্কৃতিক ঐতিহ্যত আঘাত হানি শেহতীয়াকৈ ৰাজ্যত ক্রমবর্ধমান হাৰত উর্ধ্বগামী হৈছে মন্দিৰ সংস্কৃতিৰ।

ADVERTISEMENT

কৃষ্ণ ভক্তিকে সাৰ কৰি গঢ়ি উঠা মহাপুৰুষীয়া সত্রীয়া সংস্কৃতিৰে ভৰপূৰ – ৰাজ্যখনলৈ আমদানি ঘটিছে উত্তৰ-ভাৰতীয় ধর্মীয় সংস্কৃতিৰ। ইয়াৰে অংশৰূপে শেহতীয়াকৈ ৰাজধানী দিছপুৰৰ গনেশ মন্দিৰৰ সন্মুখৰ গণেশ উদ্যানত স্থাপন কৰা শ্ৰীশ্ৰীহনুমান মন্দিৰৰ স্থান আৰু স্থাপনক লৈ বিভিন্ন মহলত সৃষ্টি হৈছে বিৰূপ প্রতিক্রিয়াৰ।

RelatedPosts

Himanta Biswa Sarma:মহানগৰীৰ লাচিত নগৰৰ হনুমান মন্দিৰত পূজা-অৰ্চনা মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা

বিগত পাঁচদিন ধৰি মন্দিৰটোত প্রাণ প্রতিষ্ঠাৰ কার্যসূচী অব্যাহত থকাৰ সূত্রে নবনির্মিত মন্দিৰটোৰ দুৱাৰমুখতে লাগি থকা মূল পথটোত হোৱা তীব্র যান-জঁটে মন্দিৰটোৰ স্থানক লৈ সর্বসাধাৰণ জনতাৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে সত্ৰীয়া সংস্কৃতিৰ অন্যতম অংগস্বরূপ নামঘৰে সৌষ্ঠৱ বঢ়োৱা তথা অসমীয়া – সংস্কৃতিৰ আধ্যাত্মিক ধ্বজা বহন কৰি থকা ৰাজ্যখনত এইবাৰ বহিঃৰাজ্যৰ আর্হিত হনুমান মন্দিৰ স্থাপন কৰাৰ বিষয়টোরে উত্তৰ-ভাৰতীয় সংস্কৃতিৰ আমদানিৰ পয়োভৰ স্পষ্ট কৰি তুলিছে।

এই প্রসংগত অসম সত্ৰ মহাসভাৰ সম্পাদক প্রধান কুসুম কুমাৰ মহন্তই আজি প্রতিক্রিয়া প্রকাশ কৰি কয়, ‘কোনো ধর্মক নিন্দা নকৰিবলৈ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে তেওঁৰ অনুগামীসকলক বাৰে বাৰে কৈ গৈছে ।

দিছপুৰৰ অসম বিধানসভা সচিবালয়ৰ প্ৰৱেশদ্বাৰতে মূল পথৰ গাতে লগাকৈ নিৰ্মাণ কৰা শ্ৰীশ্ৰীহনুমান মন্দিৰটো -আমি বেয়া বুলি নকওঁ যদিও আমাৰ স্পষ্ট মত- পথৰ কাষত য’তে-ত’তে এনেদৰে মন্দিৰ স্থাপন কৰা উচিত নহয়।

চৰকাৰক আবেদন কৰক, উপযুক্ত স্থানত চৰকাৰে মাটি দিয়ক আৰু এক অনন্য পৰিৱেশত মন্দিৰ নির্মাণ কৰক; কিন্তু তাকে নকৰি পথৰ কাষতে এনেদৰে স্থাপন কৰা মন্দিৰত কোনো আধ্যাত্মিক পৰিৱেশ বিৰাজমান নহয়।

চৰকাৰ-প্রশাসনেও এই ক্ষেত্রত দৃষ্টি ৰাখিব লাগে।’ এই প্রসংগতে মহন্তই পুনৰ কয় যে নৱনির্মিত হনুমান মন্দিৰৰ সন্মুখত থকা শ্রীশ্রীগণেশ মন্দিৰৰ কাষতে পদপথত গঢ়ি এটা শনি মন্দিৰো, যাৰ ফলত প্রতি শনিবাৰে মন্দিৰটোত ভক্তৰ সমাগমৰ বাবে পদপথৰে খোজ কাঢ়ি যাব নোৱৰা অৱস্থাৰ সৃষ্টি হয়।

অসম সত্র মহাসভাৰ সম্পাদক প্রধানজনে কয় যে মঠ-মন্দিৰ নির্মাণ কৰোতে ৰাইজৰ যাতে অসুবিধা নহয়, সেই দিশটোৰ প্রতি লক্ষ্য ৰাখিব লাগে।

উল্লেখ্য যে গণেশ মন্দিৰৰ সম্মুখতে নির্মাণ সম্পূর্ণ হোৱা শ্রীশ্রীহনুমান মন্দিৰটোত যোরা ২৩ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে প্রাণ প্রতিষ্ঠা মহোৎসৱ। ইয়াৰ বাবে গণেশগুৰিৰ আৰ পি ৰোডত নিৰ্মাণ কৰা মন্দিৰটোলৈ সুদূৰ ৰাজস্থানৰ শ্ৰীছালচৰ ধামৰ পৰা অনা হৈছে অক্ষয় জ্যোতি।

ইফালে, মহানগৰীৰ মাজমজিয়াৰ গণেশ উদ্যানত স্থাপন কৰা মন্দিৰটোত যোৱা ২৩ নৱেম্বৰৰ পৰা আজি পর্যন্ত ধাৰাবাহিকভাবে অব্যাহত থকা বহিঃৰাজ্যৰ পৰা আমন্ত্রিত শিল্পীৰ ভজন কীর্তন অনুষ্ঠান উচ্চ স্বৰত অনুভাষ যন্ত্ৰৰে পৰিবেশন কৰি থকাৰ বাবে অঞ্চলটোত বসবাস কৰা বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ কৰ্মচাৰী, আবাসিক লোকসকলেও অস্বস্তিৰ গৰাহত পৰি ক্ষোভ উজাৰিছে।

বিভিন্ন সচেতন ব্যক্তিয়ে এইবুলিও মত প্রকাশ কৰিছে যে গুৱাহাটীত নতুনকৈ আৰু কোনো দেৱ-দেৱীৰ মন্দিৰ স্থাপনৰ প্ৰয়োজনীয়তা নাই, বিশেষকৈ মধ্য-উত্তৰ ভাৰতীয় সংস্কৃতিৰ পৰা আমদানিকৃত এনে মঠ-মন্দিৰৰ সংখ্যাধিক্যই অসমৰ সাতাম পুৰুষীয়া সংস্কৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলি সংশ্লিষ্ট মহলে মত প্ৰকাশ কৰিছে।

উল্লেখ্য যে,শেহতীয়াকৈ গুৱাহাটী সহ ৰাজ্যৰ কেতবোৰ অঞ্চলত হিন্দীভাষীৰ মন্দিৰ প্ৰতিষ্ঠাৰ আগ্ৰাসনে অসমীয়া সংস্কৃতিক উপলুঙা কৰিছে বুলি মন্তব্য কৰে সচেতন মহলে ৷

মনকৰিবলগীয়া যে, সততে জাতীয় সংগঠন বুলি দাবী কৰি থকা সংগঠনবোৰে এইকাৰ্য দেখি- শুনি মৌন হৈ থকাটো চিন্তনীয় বিষয় হিচাপে পৰিগণিত হৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dispur Ganesh ParkHanuman Mandir
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d