Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কৃষ্ণ সংস্কৃতিৰ প্ৰচাৰেই সত্ৰসমূহৰ মূল লক্ষ্য : অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক

উজান বাঁহবাৰীৰ বৰনামঘৰক সত্ৰলৈ উন্নীতকৰাত সন্তোষ

publisher by publisher
June 13, 2022
in Assam, India, News
Reading Time: 1 min read
0
কৃষ্ণ সংস্কৃতিৰ প্ৰচাৰেই সত্ৰসমূহৰ মূল লক্ষ্য : অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

Asom Sattra Mahasabha : ধৰ্মান্তৰকৰণ বিৰোধী আইনআৰু সত্ৰৰ ভূমি পুনৰ উদ্ধাৰৰপ্ৰচেষ্টালৈঅসম চৰকাৰক পূৰ্ণ সমৰ্থন অসম সত্ৰ মহাসভাৰ

জগৎগুৰু সৰ্বগুণাকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সত্ৰ-নামঘৰ স্থাপনৰ জৰিয়তে কৃষ্ণ সংস্কৃতিৰ প্ৰচাৰ কৰি মহান এক অসমীয়া জাতি গঠনৰ পৰিকল্পনা কৰিছিল ৷ মহাপুৰুষজনাৰ সেই মৰ্মবাণী পালন কৰিয়েই অসম সত্ৰ মহাসভায়ো কৃষ্ণ সংস্কৃতি প্ৰচাৰ-প্ৰসাৰৰ জৰিয়তে মহান অসমীয়া জাতি নিৰ্মাণ কাৰ্যত ব্ৰতী হৈ আহিছে । কৃষ্ণ সংস্কৃতিৰ প্ৰচাৰেই অসম সত্ৰ মহাসভাই মূলমন্ত্ৰ হিচাপে মানি আহিছে । ভৱিষ্যতলৈও এই লক্ষ্যৰেই অসম সত্ৰ মহাসভাই আগুৱাই যাব । এই মন্তব্য অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তৰ ।

ADVERTISEMENT

অসম সত্ৰ মহাসভাৰ এক সিদ্ধান্ত অনুসৰি ১২ জুনত বাগসা জিলাৰ তথা ভূটান ৰাষ্ট্ৰৰ পাদদেশীয় আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী শালবাৰীৰ উজান বাঁহবাৰী গাঁৱৰ এশ বছৰ অতিক্ৰম কৰা গাঁৱৰ বৰ নামঘৰটো গঞা ৰাইজৰ সন্মতি সাপেক্ষে কিনকিনিয়া বৰষুণৰ মাজতো আধ্যাত্মিক পৰিৱেশেৰে আয়োজিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে সত্ৰলৈ উন্নীত কৰাৰ কথা ঘোষণা কৰা হয় । উপস্থিত সাংবাদিকক এই কথা জানিবলৈ দি অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক গৰাকীয়ে নামঘৰ একোটাতকৈ সত্ৰ এখনৰ বৈষ্ণৱ ধৰ্ম-সংস্কৃতি চৰ্চাৰ লগতে সামাজিক দায়বদ্ধতা পালনত অধিক সুবিধা আছে বুলি মন্তব্য কৰে ।

প্ৰধান সম্পাদকগৰাকীয়ে সত্ৰ সংস্কৃতিত প্ৰধানকৈ ‘পঞ্চ সূত্ৰ’ত গুৰুত্ব দিয়াৰ কথা প্ৰকাশ কৰে । অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদকগৰাকীয়ে এই ‘পঞ্চ সূত্ৰ’ৰ ব্যাখ্যাও আগবঢ়ায় । প্ৰধান সম্পাদকগৰাকীয়ে ‘পঞ্চ সূত্ৰ’ৰ ব্যাখ্যা আবঢ়াবলৈ গৈ আধ্যাত্মিক, সংস্কৃতি আৰু সাহিত্যৰ লগতে চাৰু-কাৰু কলা চৰ্চা আৰু নিবনুৱা সমস্যা সমাধানৰ বাবে উপযুক্ত সামাজিক ব্যৱস্থা সত্ৰত থাকিব বুলিও জানিবলৈ দিয়ে । অনুষ্ঠানত উপস্থিত অসম সত্ৰ মহাসভাৰ সভাপতি তথা ধুবুৰীৰ শ্ৰীশ্ৰী ৰামৰায় সত্ৰৰ সত্ৰাধিকাৰ জিতেন্দ্ৰ নাথ প্ৰধানীয়ে সত্ৰ স্থাপনৰ জৰিয়তে অঞ্চলটোৰ ৰাইজে আৰ্থিক তথা নৈতিক দিশেৰে উপকৃত হ’ব বুলি মন্তব্য কৰে ।

বৰ্তমান সমগ্ৰ অসমতে থকা সৰু-বৰ সত্ৰৰ সংখ্যা ১২৪২ খন আছিল যদিও আজি আৰু এখন সত্ৰ এই সংখ্যাৰ স’তে সন্নিৱিষ্ট হোৱাত তেওঁ আনন্দ প্ৰকাশ কৰে ৷ অনুষ্ঠানত উপস্থিত বজালী জিলা সত্ৰ মহাসভাৰ সভাপতি ধীৰেন্দ্ৰনাথ বৰ্মনে অসম সত্ৰ মহাসভাৰ সত্ৰ স্থাপনৰ এই সিদ্ধান্তই জাতিটোক আৰু অধিক শক্তিশালী আৰু সমৃদ্ধিশালী কৰিব বুলি মন্তব্য কৰে ৷

উক্ত অনুষ্ঠানত বজালী জিলা সত্ৰ মহাসভাৰ সম্পাদক শৰৎ দাস, উজান বাঁহবাৰী গাঁও সমিতিৰ সভাপতি যাদৱ নাথ, সম্পাদক নাউৰাম পাঠক আৰু ধনভৰালী ৰাতুল সূত্ৰধৰৰ স’তে গাঁওখনৰ বহু লোক উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Asom Sattra Mahasabha
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d