Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Vajpayee’s Dream Project East-West Corridor has not been completed in 25 years: পথ যাতায়াতত যুগান্তকাৰী সাফল্যৰ দাবীৰ স্বৰূপ ওলাল অসমত

ডিমা হাছাওত অসম্পূর্ণ ৭৪ কিলোমিটাৰ পথ বাৰে বাৰে বৃদ্ধি নির্মাণ ব্যয়, সলনি হৈছে ঠিকাদাৰ, নির্মাণ সম্পূর্ণ কৰিব নোৱাৰিলেও সাতখনকৈ টোলগেট পাতি ধন আদায়

publisher by publisher
December 27, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Vajpayee’s Dream Project East-West Corridor has not been completed in 25 years: পথ যাতায়াতত যুগান্তকাৰী সাফল্যৰ দাবীৰ স্বৰূপ ওলাল অসমত
2
SHARES
17
VIEWS
ShareShareShareShare

Vajpayee’s Dream Project East-West Corridor has not been completed in 25 years:

দেশৰ পথ যোগাযোগ ব্যৱস্থাত যুগান্তকাৰী ইতিহাস ৰচনাৰ দাবীৰ সময়তে অসমত কেন্দ্রীয় চৰকাৰৰ এসময়ৰ সৰ্ববৃহৎ ধ্বজাবাহী আঁচনি ‘ইষ্ট ৱেষ্ট কৰিড’ৰ’ৰ ৭৪ কিলোমিটাৰ পথ বিগত ২৫ বছৰ ধৰি নিৰ্মাণ সম্পূর্ণ কৰিব নোৱাৰিলে ৰাষ্ট্ৰীয় ঘাইপথ প্রাধিকৰণে।

ADVERTISEMENT

গুজৰাটৰ পৰা শিলচৰলৈ মুঠতে তিনি হেজাৰ তিনিশ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কমেও চাৰি শাৰীযুক্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ বাকী অংশ ইতিপূর্বে নির্মাণ সম্পূর্ণ যদিও অসমৰ মাজেৰে পাৰ হৈ যোৱা ইষ্ট ৱেষ্ট কৰিড’ৰৰ ৭৬ কিলোমিটাৰ নির্মাণ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বছৰৰ পাছত বছৰ ধৰি হোঁহকা পিছলা কৰি আহিছে চৰকাৰে।

RelatedPosts

Increase in toll gate fees:জনতাৰ ওপৰত পুনৰ ৰামটাঙোন চৰকাৰৰ !

FASTag Annual Pass: দেশজুৰি আৰম্ভ হ’ল বার্ষিক FASTag পাছ প্রক্রিয়া

Five-foot bridge will be built on NH-27 in Guwahati City:মহানগৰীৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত অচিৰেই নিৰ্মাণ হ’ব ৫ নতুন পদপথ সেতু, সামাজিক মাধ্যমত ঘোষণা মুখ্যমন্ত্ৰীৰ

এই অসম্পূর্ণ পথছোৱা নিৰ্মাণৰ বাবে সঘনে ঠিকাদাৰ সলনি কৰাৰ লগতে নির্মাণ ব্যয় দ্ধি কৰা হৈ আহিছে যদিও আজিলৈকে সম্পূর্ণ নহ’ল ইষ্ট ৱেষ্ট কৰিড’ৰৰ অসমৰ এই অংশ। ডিমা হাছাও জিলাৰ বালাচেৰাৰ পৰা হাৰাংগাজাওলৈ ২৫ কিলোমিটাৰ আৰু নিৰিমবাংলোৰৰ পৰা হাৰাংগাজাওলৈ ৷

৪৯ কিলোমিটাৰসহ মুঠতে ৭৪ কিলোমিটাৰ পথ নির্মাণ সম্পূৰ্ণ হ’লে বৰাক উপত্যকাৰ পৰা ৰাজ্যৰ লগতে বহিঃৰাজ্যলৈও পথ যোগাযোগ ব্যৱস্থা সুচল হোৱাৰ থল আছিল যদিও চৰকাৰৰ চূড়ান্ত উদাসীনতাৰ পৰিণতিত অসমত বিগত ২৫ বছৰে নিৰ্মাণ সম্পূর্ণ নহ’ল ইষ্ট ৱেষ্ট কৰিড’ৰ।

উল্লেখ্য যে গুজৰাটৰ সৌৰাষ্ট্ৰৰ পৰা অসমৰ শিলচৰলৈ প্রাক্তন প্রধানমন্ত্রী প্রয়াত অটল বিহাৰী বাজপেয়ীৰ স্বপ্নৰ প্ৰকল্প ইষ্ট ৱেষ্ট কৰিড’ৰ ১৯৯৮ৰ ১০ অক্টোবৰত ঘোষণা কৰা হৈছিল আৰু ২০০৪৩ ৩,৩০০ কিলোমিটাৰ দৈর্ঘ্যৰ এই বহু চর্চিত পথছোৱাৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হৈছিল। কেন্দ্রীয় চৰকাৰৰ তৎপৰতাত গুজৰাটৰ পৰা চুবুৰীয়া পশ্চিমবংগলৈকে পথছোৱা তড়িৎ গতিৰে নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ল যদিও ইষ্ট বেষ্ট কৰিড’ৰে অসমত প্ৰৱেশ কৰাৰ পাছতে গেথেলা মাৰে প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্যই।

ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন প্ৰাধিকৰণে এই পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা চূড়ান্ত উদাসীনতাৰ পৰিণতিত প্রায় ২০ বছৰৰ মূৰত কোনো মতে ৰাজ্যৰ বছা বছা অংশত পথটোৰ নিৰ্মাণ কাৰ্য সম্পূর্ণ হয় যদিও অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এই পথটোৰে সুচল যাতায়াত আজিও সম্ভৱ হৈ নুঠিল। বিশেষকৈ ডিমা হাছাও জিলাৰ আধৰুৱা হৈ থকা দুটা অংশৰ ৭৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নির্মাণৰ বাবে কেন্দ্রীয় চৰকাৰে বাৰম্বাৰ ঠিকাদাৰ সলনি কৰিয়ে দায়িত্ব সামৰিছে।

পূর্বে কে’বাটাও ঠিকাদাৰী প্ৰতিষ্ঠানৰ ব্যৰ্থতাৰ পাছত বিগত বৰ্ষত গুজৰাটৰ আহমেদাবাদস্থিত ‘দীনেশ চন্দ্ৰ আগৰৱালা ইনফ্ৰাকন প্রাইভেট লিমিটেড’ নামৰ ঠিকাদাৰী প্রতিষ্ঠানটোক আধৰুৱা হৈ থকা এই পথছোৱা নিৰ্মাণৰ দায়িত্ব দিয়া হয়। সেই মর্মে প্রতিষ্ঠানটোৱে ডিমা হাছাওৰ হাৱাংগাজাওত ইতিপূর্বে ভূমিপূজনৰ দৰে কাৰ্যসূচীও গ্রহণ কৰি কাম আৰম্ভ কৰে যদিও পূৰ্বৰ ঠিকাদাৰসকলৰ দৰে বৰ্তমানৰ নিৰ্মাণ প্ৰতিষ্ঠানটোৰো কামৰ গতি তেনেই শামুকীয়া।

প্রাক্তন প্রধানমন্ত্রী প্রয়াত বাজপেয়ীৰ স্বপ্নৰ প্ৰকল্প ইষ্ট ৱেষ্ট কৰিড’ৰ ২৫ বছবে অসম্পূর্ণ হৈ থকাৰ বিষয়টো ৰাজ্যৰ একাধিক সাংসদে ইয়াৰ পূৰ্বে সংসদকো উত্থাপন কৰি আহিছে যদিও বৰষুণ তথা বিভিন্ন প্রাকৃতিক দুৰ্যোগৰ অজুহাত কেন্দ্রীয় চৰকাৰে এই পথছোৱা নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বিষয়টোত পিঠি দি আহিছে।

দৰাচলতে ডিমা হাছাওৰ ৭৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ অসম্পূর্ণ পথছোৱা ৰাষ্ট্রীয় ঘাইপথ প্ৰাধিকৰণ আৰু একাংশ ঠিকাদাৰৰ বাবে হৈ পৰিছে খীৰতী গাই সদৃশ। প্রতি বছৰেই প্রকল্প ব্যয় বৃদ্ধি কৰি কেন্দ্ৰীয় চৰকাৰে দায়িত্ব সামৰাৰ বিপৰীতে ঠিকাদাৰেও আবণ্টিত পুঁজি মোকলাই নিয়াতহে সর্বাধিক গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে।

ইয়াৰ পৰিণতিত বিগত ২৫ বছবে নির্মাণ সম্পূর্ণ নহ’ল অসমৰ মাজেৰে পাৰ হৈ যোৱা পথটোৰ এই অংশটো। ইষ্ট ৱেষ্ট কৰিড’ৰৰ অধীনত চুবুৰীয়া পশ্চিমবংগৰ পৰা গুজৰাটলৈ সমগ্র পথছোৱা চাৰিশাৰী অথবা ঠায়ে ঠায়ে ছয় শাৰীযুক্তকৈ নিৰ্মাণ সম্পূর্ণ হৈছে যদিও অসমত বিভিন্ন অজুহাতেৰে দুই শাৰী পথো সুচলভাৱে নির্মাণ কৰিব পৰা নাই কেন্দ্রীয় চৰকাৰৰ নিৰ্মাণকাৰী প্রতিষ্ঠানটোৱে।

ইফালে, গুৱাহাটী মহানগৰীৰ মাজেৰে চাৰিশাৰীযুক্ত পথ নিৰ্মাণ কৰিছে যদিও দলঙৰ অভাব তথা আন বিভিন্ন কাৰকৰ বাবে সেয়াও আজিলৈকে সম্পূর্ণ হৈ উঠা নাই। লক্ষ্যণীয় যে ২০০৪ ত তদানীন্তন কেন্দ্রীয় বিত্ত মন্ত্রী যশৱন্ত সিঙে আধাৰশিলা স্থাপন কৰা ইষ্ট ৱেষ্ট কৰিড’ৰৰ ২০০৭৩ নির্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য লোবা হৈছিল যদিও কেরল অসমৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ উদাসীনতাৰ পৰিণতিত আজিলৈকে আধৰুৱা হৈ ৰ’ল প্রাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ এই স্বপ্নৰ প্ৰকল্পটো।

উন্নতমানৰ স্থলপথৰে সমগ্র দেশক সংযোগ কৰাৰ এই অভিলাষী প্রকল্পটো অসমত আজিলৈকে নির্মাণ সম্পূর্ণ কৰিব নোৱাৰিলেও অৱশ্যে নির্মিত অংশৰে অহা-যোৱা কৰা যানবাহনৰ পৰা ধন অর্জন কৰিবলৈ তিলমানো কার্পণ্য কৰা নাই এনএইছআইডিচিএলে।

ৰাজ্যখনৰ মাজেৰে পাৰ হৈ যোৱা ইষ্ট ৱেষ্ট কৰিড’ৰৰ ইতিপূর্বে নির্মাণ সম্পূর্ণ হোৱা অংশত সাতখনকৈ টোল প্লাজা স্থাপন কৰি প্রতি মুহূর্ততে কেন্দ্রীয় চৰকাবে সংশ্লিষ্ট পথৰে অহা-যোৱা কৰা প্ৰতিখন গাড়ীৰ পৰা সৰ্বনিম্ন ৫৫ টকাৰ পৰা ৪২৫ টকালৈকে মাচুল সংগ্রহ কৰি লুণ্ঠন অব্যাহত ৰাখিছে।

ইষ্ট ৱেষ্ট কৰিড’ৰৰ নির্মাণ ২৫ বছৰে সম্পূৰ্ণ কৰিব নোৱৰা এনএইছআইডিচিএলে ৰাজ্যত নতুনকৈ আৰু ১৮ খন টোল প্লাজা স্থাপনৰহে প্রস্তুতি সম্পূর্ণ কৰিছে। স্বাভাবিকতে এই লুণ্ঠন সর্বস্ব মানসিকতাই অসমৰ আৰ্থ-সামাজিক উন্নয়নত বাধাৰ সৃষ্টি কৰিছে।

নির্মাণ সম্পূর্ণ নহ’লেও দেশত ইষ্ট ৱেষ্ট কৰিড’ৰৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰখনে পথ যাতায়াত ব্যবস্থা সুচল কৰা বুলি কৃতিত্ব জাহিৰ কৰিবলৈ ২০২০ৰ ২৫ ডিচেম্বৰত প্রাক্তন প্রধানমন্ত্রী বাজপেয়ীৰ জন্মদিন উপলক্ষে শিলচৰত ইষ্ট ৱেষ্ট কৰিড’ৰৰ সামৰণি অংশত প্রাক্তন প্রধানমন্ত্রীজনৰ এটা ব্ৰঞ্জৰ প্রতিকৃতি উন্মোচন কৰিছিল কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে।

উক্ত অনুষ্ঠানত কেন্দ্রীয় মন্ত্রীজনে ঘোষণা কৰিছিল যে ইষ্ট ৱেষ্ট কৰিড’ৰৰ নিৰ্মাণ কার্য ৮৯ শতাংশ সম্পূর্ণ হৈছে আৰু অসমত বাকী থকা অংশখিনি ২০২২ৰ মাৰ্চত সম্পূৰ্ণ কৰা হ’ব। পিছে নির্ধাৰিত সময়ত পথটোৰ নির্মাণ কার্য সম্পূর্ণ নোহোৱা কেন্দ্ৰীয় চৰকাৰে নতুনকৈ নিৰ্মাণ সম্পূর্ণ কৰিবলৈ ২০২৩ৰ ৩০ এপ্ৰিলৰ দিনটো ধার্য কৰিছিল।

পিছে দুর্ভাগ্যজনকভাবে কেন্দ্রীয় মন্ত্রী গাডকাৰীয়ে দুবাৰকৈ লক্ষ্য নির্ধাৰণ কৰাৰ পাছতো সম্পূৰ্ণ নহ’ল অবশিষ্ট ৭৪ কিলোমিটাৰ দৈর্ঘ্যৰ পথছোৱাৰ নির্মাণ কার্য। যোৱা ৩০ এপ্রিলত নির্ধাৰিত সময় উকলি যোৱাৰ পাছত কেন্দ্রীয় মন্ত্রী গাডকাৰীয়ে প্ৰকল্পটোৰ বাকী থকা ৭৪ কিলোমিটাৰ পথ নির্মাণ সম্পূর্ণ কৰিবলৈ অতিৰিক্তভাবে ১৬৭৪ কোটি টকা মঞ্জুব কৰে।

নতুনকৈ এই বৃহৎ অংকৰ ধন আৱণ্টন কৰাৰ লগে লগে আহমেদাবাদৰ দীনেশ চন্দ্ৰ আগৰৱালা ইনফ্ৰাকন প্রাইভেট লিমিটেডে নতুনকৈ ঠিকা লাভ কৰি ভূমিপূজন কৰে যদিও এই পথছোৱা যে বহিঃৰাজ্যৰ প্ৰতিষ্ঠানসমূহৰ বাবে কেৱল ধন ঘটাৰ আহিলাতহে পৰিণত হৈছে সেই কথা পুনৰবাৰ স্পষ্ট হৈ উঠিছে।

ইফালে, বালাচেৰাৰ পৰা হাৰাংগাজাওলৈ ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণৰ দায়িত্বত থকা চুচি ইনফ্রা নির্মাণকাৰী প্রতিষ্ঠানটোৱে সদৰী কৰা মতে, প্রকৃততে এই পদ্মছোৱাৰ দৈর্ঘ্য আছিল ৩১ কিলোমিটাৰ, কিন্তু তেওঁলোকে পাহাৰৰ ওপৰত ২৮ খনকৈ দলং নিৰ্মাণ কৰি পথছোৱাৰ দূৰত্ব ২৫ কিলোমিটাৰলৈ হ্রাস কৰিছে।

স্বাভাৱিকতে পথটোৰ নির্মাণ ব্যয় দিনে দিনে বৃদ্ধি পাইছে। ইফালে, নির্মাণকাৰী সংস্থাসমূহে প্ৰদৰ্শন কৰা বিভিন্ন অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্রীয় মন্ত্রী গাডকাৰীয়ে এই পথছোৱা নির্মাণ সম্পূর্ণ কৰিবলৈ নতুনকৈ ২০২৬ৰ লক্ষ্য নির্ধাৰণ কৰি দিছে। কেন্দ্ৰীয় চৰকাৰৰ এই নতুন লক্ষ্যই পুনৰ এক দীঘলীয়া সময়ৰ বাবে ‘অনিশ্চয়তালৈ ঠেলিছে ইষ্ট ৱেষ্ট কৰিড’ৰক।

উল্লেখ্য যে পার্বত্য জিলাখনত অসম্পূর্ণ হৈ থকা পথছোৱা প্রতিষ্ঠানটোরে জাপানৰ এটা সংস্থাৰ সহায়ত জাপানী প্রযুক্তি ব্যৱহাৰ কৰা বুলি দাবী কৰিছে। পিছে জাপানী প্রযুক্তিৰ ব্যৱহাৰেও পথছোৱাৰ নিৰ্মাণ কাৰ্য আগুৱাব পৰা নাই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: NHAInot been completed in 25 yearsVajpayee's Dream Project East-West Corridor
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d