Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Tragic Failure In Rural Road Construction:গ্রাম্য পথ নির্মাণত শোচনীয় ব্যর্থতা

২০২২-২৩ত এহেজাৰ কিলোমিটাৰ লক্ষ্যৰ বিপৰীতে ৬২৪ কিলোমিটাৰ পথহে সম্পূর্ণ, চলিত বর্ষত ৮৬০ কিলোমিটাৰ লক্ষ্যৰ ১৯৮ কিলোমিটাৰ পথহে নিৰ্মাণ

publisher by publisher
December 24, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Tragic Failure In Rural Road Construction:গ্রাম্য পথ নির্মাণত শোচনীয় ব্যর্থতা
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Madhya Pradesh:প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আশাত ভাঙিলে নিজৰ মাটিৰ ঘৰ

Tragic Failure In Rural Road Construction:

গ্রামাঞ্চলৰ পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে ২০০০তে গ্রহণ কৰা প্ৰধানমন্ত্ৰী গ্রামচড়ক যোজনা (পিএমজিএছৱাই)ৰ অধীনত দেশৰ বিভিন্ন ৰাজ্যত যি সময়ত পথ যোগাযোগ ব্যৱস্থাৰ চুক-কোণ সামৰি প্ৰভৃত উন্নয়ন হৈছে, সেই সময়তো অসমত এই আঁচনিখনে ঢুকি পোৱা নাই ৰাজ্যৰ অধিকাংশ ৰাজহ গাঁৱক।

ADVERTISEMENT

এই আঁচনিখন ৰূপায়ণৰ দায়িত্বত থকা লোকনিৰ্মাণ বিভাগৰ চূড়ান্ত অপৰিপক্কতা আৰু গা এৰা দিয়া মনোভাবৰ পৰিণতিত বছৰৰ পাছত বছৰ ধৰি নিৰ্মাণ নোহোৱাকৈ পৰি ৰৈছে গ্রামাঞ্চলৰ অসংখ্য পথ।

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ প্ৰকাশ কৰা প্ৰতিবেদনত বিভিন্ন ৰাজ্যৰ সাফল্যৰ বিপৰীতে অসমত এই আঁচনিখন ৰূপায়ণৰ শোচনীয় অবস্থা উন্মোচিত হৈছে।

প্রতি বছৰে কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিয়া মুঠ দৈর্ঘ্যৰ পথৰ ভিতৰত সৰ্বাধিক ৫০ শতাংশহে পথ নির্মাণ কৰিবলৈ সমৰ্থ হৈছে ৰাজ্যৰ লোকনির্মাণ বিভাগ।

শেহতীয়াকৈ সংসদত কেন্দ্রীয় গ্রামোন্নয়ন দপ্তৰৰ ৰাজ্য মন্ত্রী সাধবী নিৰঞ্জন জ্যোতিয়ে প্রকাশ কৰা তথ্য মতে অসমত পিএমজিএছৱাইৰ অধীনত ধার্য কৰি দিয়া মুঠ দৈর্ঘ্যৰ পথ নির্মাণৰ বাবে কেন্দ্রীয় চৰকাৰে সঠিক হিচাপত প্রতি বছবে ধন আবণ্টন দি আহিছে যদিও ৰাজ্যখনত হয় নির্মাণ সম্পূর্ণ হৈ উঠা নাই লক্ষ্য নির্ধাৰিত পথৰ। অবশ্যে নির্ধাৰিত লক্ষ্যত উপনীত হ’ব পৰাকৈ পথ নির্মাণ নহ’লেও অসমত পিছে আৱণ্টিত ধন খৰচ কৰাত কার্পণ্য কৰা নাই বিভাগটোৱে।

কাগজে-কলমে কেন্দ্র আবণ্টিত পুঁজি প্রায় এশ শতাংশই ব্যয় কৰা সত্ত্বেও কেন্দ্রই নির্ধাৰণ কৰি দিয়া নির্দিষ্ট কিলোমিটাৰ দৈর্ঘ্যৰ পথ নির্মাণ সম্পূর্ণ কৰিব পৰা নাই লোকনির্মাণ বিভাগে।

কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য মতে, বিগত চাৰিটা বছৰত কেন্দ্রীয় চৰকাৰে নির্ধাৰণ কৰি দিয়া নির্দিষ্ট দৈর্ঘ্যৰ পথ এবাৰো নিৰ্মাণ সম্পূর্ণ কৰিব পৰা নাই লোকনির্মাণ বিভাগে। ২০২০-২১৩ অসমত সর্বমুঠ ২৮৭৪ কিলোমিটাৰ দৈর্ঘ্যৰ গ্ৰাম্যপথ নিৰ্মাণ কৰিবলৈ কেন্দ্রই লক্ষ্য নির্ধাৰণ কৰি দিছিল।

সেই মতে অসমলৈ নির্ধাৰিত পুঁজি মোকলাই দিয়া হৈছিল যদিও অসমত নির্ধাৰিত লক্ষ্যৰ পৰিৱৰ্তে বছৰটোত পথ নির্মাণ সম্ভৱ হৈছিল ২৬৮২ কিলোমিটাৰহে। আকৌ ২০২১-২২ত অসমত ২২০০ কিলোমিটাৰ পথ পৰিবহণৰ লক্ষ্য নির্ধাৰণৰ ভিতৰতে নির্মাণ হৈছিল ২১৬৪ কিলোমিটাৰ পথ।

ইফালে, ২০২২-২৩ বর্ষত অসমত এহেজাৰ কিলোমিটাৰ গ্রাম্য পথ পিএমজিএছৱাইৰ অধীনত নির্মাণ সম্পূর্ণ কৰিবলৈ লক্ষ্য নির্ধাৰণ কৰি দিয়া হয় যদিও বছৰটোত লোকনির্মাণ বিভাগে নির্মাণ সম্পূর্ণ কৰিবলৈ সক্ষম হয় মাথোঁ ৬২৪ কিলোমিটাৰ পথহে।

ইফালে, চলিত ২০২৩-২৪ বিত্তীয় বৰ্ষত অসমত ৮৬০ কিলোমিটাৰ দৈর্ঘ্যৰ পথ নিৰ্মাণৰ লক্ষ্য নির্ধাৰণ কৰা হৈছিল যদিও যোৱা সাত ডিচেম্বৰ পর্যন্ত অসমত লোকনির্মাণ বিভাগে নির্মাণ সম্পূর্ণ কৰিবলৈ সক্ষম হৈছে মাথোঁ ১৯৮ কিলোমিটাৰ দৈর্ঘ্যৰ পথহে।

উল্লেখ্য যে পথ নির্মাণবে নির্ধাবিত লক্ষ্যত উপনীত হ’ব নোৱাৰিলেও লোকনির্মাণ বিভাগে অসমত বিগত চাৰিটা বছৰত কেন্দ্রই আৱণ্টন দিয়া পুঁজি ঠিকেই খৰচ কৰিছে। পৰিসংখ্যা অনুসৰি ২০২০-২১৩ অসমলৈ কেন্দ্রীয় চৰকাৰে ২৫১৬.৬২ কোটি টকা, ২০২১-২২৩ ১৫৯১.৫ কোটি টকা, ২০২২-২৩৩ ৬৬৪.৯১ কোটি টকা কেন্দ্রীয় অংশ হিচাপে আদায় দিছিল।

এই ধনৰাশিৰ বিপৰীতে অসম চৰকাৰে ৰাজ্যিক অংশসহ ২০২০-২১৩ ২৬০০.১৯ কোটি টকা, ২০২১- ২২৩ ২৪৮৮.০৩ কোটি টকা, ২০২২-২৩৩ ১,১১৮.২১ কোটি টকা আৰু চলিত ২০২৩-২৪ত ৰাজ্যিক অংশৰ ১৪৫.৪৩ কোটি টকা ইতিমধ্যে ব্যয় কৰিছে লোকনির্মাণ বিভাগে।

ধন ব্যয়ৰ ক্ষেত্ৰত হেৰফেৰ নহ’লেও পিছে পথ নিৰ্মাণৰ লক্ষ্যত- উপনীত হোৱাৰ ক্ষেত্ৰত বাৰম্বাৰ ব্যৰ্থ হৈছে অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগটো।

ৰাজ্যখনৰ সৰ্বমুঠ ২৫ হেজাৰ গাঁৱক সামবি ৭৮,৪৩৮ বর্গ কিলোমিটাৰ ব্যাসার্ধৰ অঞ্চলত বছৰৰ সকলো বতৰতে সুচল পথ নিৰ্মাণৰ বাবে আৰম্ভ কৰা পিএমজিএছৱাই আঁচনিখন ৰূপায়ণত ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগটোৰ ব্যৰ্থতাৰ বাবে অসমৰ গ্রামাঞ্চলৰ বহু অঞ্চলৰ ৰাইজে আজিও বাৰিষা কালত বোকা-পানী গচকি যাতায়াত কৰিবলগীয়া হয়।

উল্লেখ্য যে ২০০০-০১ বর্ষত অসমত প্রধানমন্ত্রী গ্রামচড়ক যোজনা আৰম্ভ কৰাৰ সময়ত ৰাজ্যখনত সর্বমুঠ ২৬,৯৪২.৯১ কিলোমিটাৰ দৈর্ঘ্যৰ ৮৩৬৫ টা পথ নির্মাণত অনুমোদন জনোৱা হৈছিল। এই বৃহৎ দৈর্ঘ্যৰ পথ নিৰ্মাণৰ কাম প্ৰতি বছৰে পর্যায় হিচাপত সমাপন কৰি অহা হৈছে।

অনুমোদিত পথছোৱাত সংলগ্ন হৈ আছে ১.৩৩৩ খন দলং। আৰম্ভণিতে অসমৰ এই পথছোৱা নিৰ্মাণৰ বাবে প্রকল্প ব্যয় নির্ধাৰণ কৰা হৈছিল ১৯,০৭৪.৬০ কোটি টকা। ২০০১তে কাম আৰম্ভ কৰাৰ পাছত চলিত ২০২৩ ফেব্রুৱাৰীলৈকে লোকনির্মাণ বিভাগে অসমত নির্মাণ সম্পূর্ণ কৰিবলৈ সক্ষম হৈছে ৮,২৬৫ টা পথব ২৬,৭২৬ কিলোমিটার পথসহ ১,২৭১ খন দলং।

লক্ষ্যণীয় যে কেন্দ্রীয় চৰকাৰে নির্ধাৰণ কৰি দিয়াৰ সময়ত পথ নির্মাণ সম্পূর্ণ কৰিব নোৱাৰিলেও লোকনির্মাণ বিভাগে ইতিমধ্যে অসমৰ পথ নির্মাণ প্রকল্পৰ বাবে ধার্য কৰা ১৯,০৭৪ কোটি টকাৰ ১৮,৯৯৭.৩১ কোটি টকা ব্যয় কৰিছে।

প্রথম পর্যায়ত আবণ্টিত পথৰ ভিতৰত মাথোঁ এশটা পথৰ ৭৩.৩৯ কিলোমিটাৰ দৈর্ঘ্য আৰু ৬২ খন দলং নির্মাণ সম্পূর্ণ কৰিবলৈ বাকী আছে। লক্ষ্যণীয় প্রথম পর্যায়ৰ পথ নির্মাণ সময়মতে সম্পূর্ণ কৰাত অসমৰ লোকনির্মাণ বিভাগ ব্যর্থ হোৱাৰ সময়তে কেন্দ্রীয় চৰকাৰে পিএমজিএছৱাই-২ অর্থাৎ দ্বিতীয় পর্যায়ৰ নির্মাণ কার্যও আৰম্ভ কৰে।

অসমৰ বাবে দ্বিতীয় পর্যায়ত ১৭২১.৪৮ কিলোমিটাৰ  দৈর্ঘ্য আৰু ৬৫ খন দলংসহ মুঠতে ২৫০ টা পথ নিৰ্মাণৰ লক্ষ্য লোৱা হৈছিল। ইয়াৰ বাবে কেন্দ্রই ইতিমধ্যে পুঁজি মঞ্জুৰ কৰিছে ১৭২১:৪৮ কোটি টকা।

লোক নির্মাণাৰ বিভাগে দ্বিতীয় পর্যায়ৰ অধীনতো এই পর্যন্ত ২২২ টা পথ নির্মাণ সম্পূর্ণ কৰি ১,৩০০.৬৫ কোটি টকা ব্যয় কৰিছে। অর্থাৎ দ্বিতীয় পর্যায়তো অসমত ২৮ টা পথ আৰু ১৫ খন দলং নির্মাণ বাকী আছে।

ইয়াৰ মাজতে ২০১৯-২০৩ কেন্দ্রীয় চৰকাৰে পিএমজিএছৱাইৰ তৃতীয় পর্যায় আৰম্ভ কৰি অসমত ৫৮৪ টা পথৰ সর্বমুঠ ৩৭৫৫.৯৬ কিলোমিটাৰ দৈর্ঘ্য আৰু ৫৬ খন দলং নিৰ্মাণৰ বাবে ২৫৫২.৩৩ কোটি টকা আবণ্টন দিয়ে ৷

লোকনির্মাণ বিভাগে ইয়াৰ ভিতৰতো ২৭৯ টা পথ নিৰ্মাণ কৰি ১৫৩৯.৮৬ কোটি টকা ইতিমধ্যে ব্যয় কৰিছে। তৃতীয় পর্যায়তো এই পর্যন্ত বিভাগটোরে ১২৫৬.২৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৩০৫ টা পথ আৰু ৫৬ খন দলং নির্মাণ সম্পূর্ণ কৰিবলৈ বাকী আছে।

নির্ধাৰিত সময়ত পথ নির্মাণ সম্পূর্ণ কৰিব নোৱৰাত লোকনির্মাণ বিভাগৰ অদক্ষতাৰ পৰিণতিত কেন্দ্রীয় চৰকাৰে ধন আদায় দিয়াৰ পাছতো অসমৰ গ্রামাঞ্চলৰ বহু লোকে আজিও অতি জৰাজীর্ণ পথৰে যাতায়াত কৰিবলৈ বাধ্য হৈছে।

ৰাজ্যৰ বিভিন্ন স্থানত আজিও আধৰুৱা হৈয়ে বৈছে পিএমজিএছৱাইৰ অধীনত নির্মিত পথ তথা বৃহৎ সংখ্যক দলং। ইয়াৰ পৰিণতিত অসমৰ প্ৰামাঞ্চলত বিফল হৈছে কেন্দ্রীয় চৰকাৰৰ এই অভিলাষী আঁচনিখন ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: pmgsyRural Road ConstructionTragic Failure
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d