Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Pakistan Election Result 2024:ইমৰানৰ যাদুত ওলোমা সংসদ পাকিস্তানত

নিজে নিষিদ্ধ, দল নিষিদ্ধ, প্রতীক নিষিদ্ধ সত্ত্বেও, পিটিআইৰ অনুগামী নির্দলীয় প্ৰাৰ্থীৰ বিজয়ধ্বজা, পাক সেনাৰ মন্ত্ৰণাক্ৰমে পিএমএল-এন- পিপিপিয়ে মিলি চৰকাৰ গঠনৰ দাবী শ্বৰীফৰ, জেনেৰেল এচেম্বলিৰ মুঠ আসন ৩৬৬: ২৬৬আসনৰ বাবে নিৰ্বাচন, ফলাফল ঘোষিতৰ পিছত পিটিআই ৯৯, পিএমএল-এন ৭৩, পিপিপি ৫২খনত জয়ী মনোনিত সদস্যৰ সংখ্যা ৭০,মহিলাৰ বাবে সংৰক্ষিত ৬০,সংখ্যালঘুৰ বাবে সংৰক্ষিত ১০, চৰকাৰ গঠনৰ বাবে মেজিক সংখ্যা ১৬৯ স্পর্শ কৰিবলৈ তৎপৰতা

publisher by publisher
February 10, 2024
in News, International
Reading Time: 2 mins read
0
Pakistan Election Result 2024:ইমৰানৰ যাদুত ওলোমা সংসদ পাকিস্তানত
1
SHARES
11
VIEWS
ShareShareShareShare

Pakistan Election Result 2024:

নিজৰ লগতে দল আৰু প্রতীক নিষিদ্ধ হোৱা সত্ত্বেও কাৰাগাৰৰ পৰাই জনপ্রিয়তাৰ প্রমাণ দিলে চুবুৰীয়া দেশ পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রী তথা প্ৰখ্যাত ক্ৰিকেটাৰ পাকিস্তান তেহৰিক- ই -ইনছাফ(পিটিআই)ৰ মুৰব্বী ইমৰান খানে।

ADVERTISEMENT

শুক্ৰবাৰে পাকিস্তানৰ সাধাৰণ নির্বাচনৰ ফলাফলত পিটিআই সমর্থিত নির্দলীয় প্রার্থীসকলে চৌদিশে বিজয় ধ্বজা উৰুৱাই পাকিস্তানত ইমৰান খানৰ আধিপত্য প্ৰতিপন্ন কৰিলে ৷

RelatedPosts

Imaran khan Party Gen Secy Resign:এইবাৰ ইমৰানৰ দলৰ সাধাৰণ সম্পাদক উমৰে দিলে ইস্তফা

Imran Khan : পুনৰ উত্থান ইমৰানৰ ! পাকিস্তান উপনির্বাচনত বিপুল জয় প্রাক্তন প্রধানমন্ত্রীৰ দলৰ

লক্ষ্যণীয় যে পাকিস্তানৰ সংসদৰ ২৬৬খন আসনৰ ভিতৰত পি টি আই (ইমৰান)ৰ অনুগামী নির্দলীয় প্রার্থীয়ে দখল কৰে সর্বাধিক সংখ্যক ৯৯খন আসন। দুপৰ নিশা পর্যন্ত ঘোষিত আটাইকেইখন আসনৰ ভিতৰত ইমবান খানৰ অনুগামী নিদৰ্লীয়ই সর্বাধিক সংখ্যক আসন লাভ কৰাৰ বিপৰীতে আন এজন প্রাক্তন প্রধানমন্ত্রী নৱাজ শ্বৰীফৰ পিএমএল-এন-এই ৭৩খন আসন, বিলাৱল ভূট্টোৰ দল পিপিপিয়ে ৫২খন আৰু অন্যান্য দলে(এম ক্ৰিউ এম-২৭,পিএমএল-৩,আইপিপি-২,জেইউআই-২,এম ডব্লিউ এম -১,বিএনপি-১,পিএম এল জেড-১)২৮খন আসন দখল কৰে।

pak 1লক্ষ্যণীয় যে কাৰাৰুদ্ধ ইমাৰান খানে নিৰ্বাচনৰ পূৰ্বে প্ৰত্যাহ্বান জনাইছিল যে পাকিস্তানৰ জনতা তেওঁৰ দলৰ প্ৰতি আকৃষ্ট। আজি পুৱতি নিশা ঘোষিত চুড়ান্ত নির্বাচনী ফলাফলত সেই কথাই যেন সত্য প্রমাণিত হ’ল। অৱশ্যে নিৰ্বাচনত ইমৰান খানে নিজে নিষিদ্ধ হৈ থকাৰ উপৰি দল আৰু দলৰ প্রতীকো নিষিদ্ধ হৈ থকাৰ সূত্রে দলৰ অনুগামীসকল নির্দলীয় প্রার্থীৰূপে বিজয়ী হোৱাৰ পাছতো চৰকাৰ গঠন প্ৰক্ৰিয়াক লৈ জটিলতাৰ সম্মুখীন হৈছে পিটিআইৰ অনুগামীসকল।

উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ শুক্ৰবাৰৰ পৰা আজি পুৱতি নিশা পৰ্যন্ত ভোট গণনাত ঘোষিত ফলাফল অনুসৰি কোনো এটা দলেই চৰকাৰ গঠনৰ বাবে একক সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই। সেই সূত্রে নির্দলীয় প্রার্থীসকলৰ সমৰ্থন লৈ পাকিস্তানত চৰকাৰ গঠনৰ বাবে তৎপৰ হৈ উঠিছে নৱাজ শ্বৰীফ আৰু বিলাৱল ভুট্টোৱে।

ইফালে, পাকিস্তান ওলমা সংসদৰ ইংগিত স্পষ্ট হৈ উঠাৰ সময়তে পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্রী নৱাজ শ্বৰীফে শুক্ৰবাৰে নিশা দাবী কৰিছে যে তেওঁৰ দলে একক বৃহৎ দল ৰূপে চিহ্নিত হৈছে আৰু সেয়েহে পাকিস্তানত নতুন চৰকাৰ গঠনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। অৱশ্যে তেওঁৰ দলে কিমানখন আসন লাভ কৰিছে সেই কথা তেওঁ নিজেই প্রকাশ কৰা নাই।

শ্বৰীফৰ ‘পাকিস্তান মুছলিম লীগ-নবাজ’ (পিএমএলএন)-এ ৭৩ খন আসন দখল কৰাৰ পাছতে চৰকাৰ গঠনৰ বাবে প্রস্তুতি চলোৱা বুলি দাবী কৰিছে যদিও পাকিস্তানত চৰকাৰ গঠনৰ বাবে ‘যাদুকৰী সংখ্যা’ ১৩৪ স্পৰ্শ কৰিবলৈ তেওঁৰ দল বহুদূৰতে ৰৈছে। তাৰ মাজতো শ্বৰীফে দাবী কৰিছে যে তেওঁৰ দলে চৰকাৰ গঠনৰ বাবে অকলে আসন লাভ নকৰিলেও তেওঁৰ দলৰ জ্যেষ্ঠ নেতাসকলে আন বিভিন্ন দলৰ স’তে সম্মিলিত চৰকাৰ গঠনৰ বাবে আলোচনা আৰম্ভ কৰিছে।

লক্ষ্যণীয় যে পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আশ্বীফ আলী জর্দাৰী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী বেনজীৰ ভূট্টোৰ পুত্র বিলাৱলৰ পাকিস্তান পিপ’লছ পার্টি (পিপিপি)ৰ স’তেও সমর্থন আদায়ৰ বাবে যোগাযোগ কৰা হৈছে বুলি শ্বৰীফে ব্যক্ত কৰে।

শ্বৰীফে এইবুলিও দাবী কৰে যে ইতিমধ্যে বিজয়ী হোৱা বহুসংখ্যক নির্দলীয় প্রার্থীয়ে তেওঁৰ স’তে যোগাযোগ কৰিছে। নির্দলীয় প্রার্থীসকলে এইবুলিও প্রতিশ্রুতি দিছে যে তেওঁলোকে সংবিধান মানি ৭২ ঘণ্টাৰ ভিতৰত পিএমএলএনত যোগদান কৰিব।

মনকৰিবলগীয়া যে,পাকিস্তানত কোন দলে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ১৩৪ যাদুকৰী সংখ্যা স্পৰ্শ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ইমৰানৰ পিটিআইৰ অনুগামীসকলে সংখ্যাৰ দিশেৰে সৰ্বাধিক সংখ্যক আসন লাভ কৰিছে যদিও তেওঁলোক যিহেতু নির্দলীয় সেয়েহে চৰকাৰ গঠনৰ বাবে যোগ্য নহয়।

নির্দলীয়সকলে চৰকাৰ গঠনৰ বাবে আন কোনো দলক সমর্থন দিব লাগিব। স্বাভাৱিকতে পাকিস্তানৰ ৰাজনীতিত এই কথা স্পষ্ট হৈ উঠিছে যে নৱাজ শ্বৰীফ অথবা পিপিপি প্রধান বিলাৱল ভূট্টোৰ মাজত যিজনে নির্দলীয় সাংসদৰ সমর্থন আদায় কৰিবলৈ সক্ষম হ’ব তেওঁৱে প্রধানমন্ত্রী হোৱাৰ সুযোগ লাভ কৰিব।

নৱাজ শ্বৰীফে এই কথাও দাবী কৰিছে যে নির্দলীয়ভাবে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি বিজয়ী হোৱা প্রার্থীসকলে যিহেতু এতিয়া কোনো দলৰ সদস্য বুলি দাবী কৰিব নোৱাৰে সেয়েহে নিৰ্বাচনত নিষিদ্ধ পিটিআই অর্থাৎ ইমৰান খানৰ দলটোৱে চৰকাৰ গঠনৰ বাবে আমন্ত্ৰিত হ’ব বুলি ক’ব নোৱাৰি।

সেয়েহে পাকিস্তানৰ ৰাজনীতিত পৰৱৰ্তী প্রধানমন্ত্রী কোন অধিষ্ঠিত হয় সেয়া এতিয়াও ধূসৰ হৈয়ে ৰৈছে । তথাপিও পাকিস্তানৰ ৰাজনীতিত সদায় আঁৰত থাকি চৰকাৰক ষ্টাম্প ৰূপে ব্যৱহাৰ কৰা পাকিস্তানী সেনাই আওপকীয়াকৈ ইতিমধ্যে চৰকাৰ গঠনৰ বাবে সেউজ সংকেত দিছে নৱাজ শ্বৰীফৰ পিএমএলএন আৰু পিপিপি প্রধান বিলাৱল ভূট্টোক ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Pakistan Election Result 2024pmlnpppPTI
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d