Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

    যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

    কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

    Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

    ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

    Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Deepor Beel is Under Severe Pollution:ভয়াৱহ প্ৰদূষণৰ কৱলত পৰি সেউজীয়া হৈ পৰিছে দীপৰ বিলৰ পানী

পামহী কেনেলেৰে দূষিত পানী-ডাম্পিং গ্রাউণ্ডৰ বৰ্জিত পদার্থই সৃষ্টি কৰা ভয়াৱহ প্ৰদূষণক লৈ গভীৰ উদ্বিগ্ন প্রকৃতিপ্রেমী, শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী সুৰক্ষা মঞ্চৰ

publisher by publisher
May 17, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Deepor Beel is Under Severe Pollution:ভয়াৱহ প্ৰদূষণৰ কৱলত পৰি সেউজীয়া হৈ পৰিছে দীপৰ বিলৰ পানী
4
SHARES
37
VIEWS
ShareShareShareShare

Deepor Beel is Under Severe Pollution:

ৰাজ্যৰ একমাত্র আন্তর্জাতিক ৰামছাৰ ক্ষেত্ৰ তথা দেশী-বিদেশী পক্ষীৰ বিচৰণথলী দীপৰ বিলে কিদৰে অস্তিত্বৰ স’তে যুঁজ দি আহিছে সেয়া সর্বজনবিদিত। পুনৰ ভয়াৱহ প্ৰদূষ্কাৰ কবলত পৰিছে বিলখন। পামহী কেনেলেৰে অহৰহভারে বৈ থকা গুৱাহাটীৰ দূষিত পানী আৰু বিলৰ পৰা কিছু নিলগৰ পশ্চিম বৰাগাঁৱৰ বেলৰতলত তথা পামহী কেনেলৰ দাঁতিত গুৱাহাটী পৌৰ নিগমে প্রায় তিনি বছৰ পূৰ্বে স্থাপন কৰা ডাম্পিং গ্রাউণ্ডৰ পৰা বৈ অহা বৰ্জিত পদার্থই দীপৰ বিলৰ পানী ভয়াৱহভাৱে প্ৰদূষিত কৰি আহিছে।

ADVERTISEMENT

deepor beel 2শেহতীয়া দিনকেইটাত দীপৰ বিলৰ পানীৰ ৰং সেউজীয়া হৈ পৰা পৰিলক্ষিত হৈছে। ফলত দীপৰ বিলৰ জৈৱ বৈচিত্র্য সংৰক্ষণ, সংবর্ধন আৰু বিলখনক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰ হকে মাত-মাতি অহা দীপৰ বিল সুৰক্ষা মঞ্চই এই দিশটোৱে বিলখনৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই অনা বুলি মন্তব্য কৰি বিষয়টোৰ সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। মঞ্চৰ সভাপতি হেনৰী ডেভিড টেৰণ, কাৰ্যকৰী সভাপতি গোলক দাস আৰু সাধাৰণ সম্পাদক প্রমোদ কলিতাই বিষয়টোৰ সন্দৰ্ভত কয় যে ২০২১ৰ আগষ্টত গুৱাহাটী পৌৰ নিগমে পশ্চিম ৰাগাঁৱৰ বেলৰতলত হাউছফেডৰ প্ৰায় ৬০ বিঘা মাটিত ডাম্পিং গ্রাউণ্ড নিৰ্মাণ কৰা আৰু পামহী কেনেলেৰে গুৱাহাটীৰ দূষিত পানীভাগ দীপৰ বিলত পেলাই বিলখনত সৃষ্টি কৰা ভয়াৱহ প্ৰদূষণৰ বিৰুদ্ধে প্ৰথমৰ পৰাই মঞ্চৰ লগতে সচেতন নাগৰিকে মাত মাতি আহিছে।

RelatedPosts

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণেও দীপৰ বিলৰ পানী ভয়াৱহভাৱে প্ৰদূষণ হোৱা বিষয়টোত গভীৰ উদ্বেগ প্রকাশ কৰিছে।
মঞ্চই সদায় দীপৰ বিলৰ প্ৰাকৃতিক পৰিৱেশ অক্ষুণ্ণ থকাটো বিচাৰে; কিন্তু পূৰ্বৰ ডাম্পিং গ্রাউণ্ডটো বন্ধ কৰি গুৱাহাটী পৌৰ নিগমে বেলৰতলত পামহী কেনেলৰ দাঁতিত স্থাপন কৰা ডাম্পিং গ্রাউণ্ড আৰু পামহী কেনেলৰে অহৰহভাৱে বৈ অহা দূষিত পানীয়ে বিলখনক অস্তিত্বৰ সংকটলৈ ঠেলি দিছে।

যাৰ বাবে পূৰ্বৰ তুলনাত অস্বাভাৱিক হাৰত হ্রাস পাইছে দেশী-বিদেশী পৰিভ্ৰমী চৰাইৰ আগমন। ক্রমান্বয়ে মৰি যাবলৈ ধৰিছে বিভিন্ন ধৰণৰ জলজ উদ্ভিদ। বিলুপ্তি হৈছে বহু থলুৱা প্ৰজাতিৰ মাছ, কাছ। ভয়াৱহৰূপত পানী দূষিত হোৱাৰ বাবে আগৰ দৰে দীপৰ বিলৰ পানীত নামি জলকেলি নকৰে বনৰীয়া হাতীয়ে।

সমান্তৰালভাৱে পৰ্যটনৰ সম্ভাৱনীয়তাসমূহক বিকশিত কৰি তাক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰ্ণৰে জীৱন-জীৱিকাৰ থলীলৈ গঢ় দিবৰ বাবে চৰকাৰী-বেচৰকাৰীভাৱে গ্ৰহণ কৰা প্ৰচেষ্টাও বিলৰ পানীভাগ প্ৰদূষিত হৈ পৰা বাবে, সেই প্রচেষ্টাত বাধা আহি পৰিছে বুলি মঞ্চই আক্ষেপ প্রকাশ কৰিছে।

যাৰ বাবে বিলখনৰ প্ৰাকৃতিক ভাৰসাম্য ধ্বংস হোৱা সকলো কাৰ্য বন্ধ কৰিবৰ বাবে মঞ্চই মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে। লগতে দূষিত পানীৰ ক্ষেত্রত সংশ্লিষ্ট বিভাগক শীঘ্ৰে ব্যৱস্থা গ্রহণৰো দাবী উত্থাপন কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Deepor BeelDeepor Beel Surakha ManchGuwahatiSevere Pollution
publisher

publisher

Related Posts

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ
News

April 28, 2026
যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান
News

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

April 28, 2026
কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’
India

কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

April 28, 2026
Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত
News

Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

April 28, 2026
ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল
News

ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

April 28, 2026
Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ
News

Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d