Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পৰিভ্ৰমী পক্ষীৰ প্ৰিয় হাঁহিলা বিললৈ ভাবুকি ‌

ৰাষ্ট্ৰপতিৰ নিৰ্দেশকো আওকাণ কৰি পেলাই থ'লে প্ৰকল্পৰ কাম, বিনষ্ট হৈছে পৰিৱেশ

publisher by publisher
December 21, 2021
in Assam, India, News
Reading Time: 1 min read
0
পৰিভ্ৰমী পক্ষীৰ প্ৰিয় হাঁহিলা বিললৈ ভাবুকি ‌
12
SHARES
118
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

নগাঁও চহৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগৰ শস্যে-মৎসে নদন-বদন জলাহ গাঁৱৰ সমীপত অৱস্থিত এখন প্ৰকাণ্ড বিল । নাম হাঁহিলা বিল । বিভিন্ন প্ৰজাতিৰ থলুৱা চৰাই, থলুৱা মাছ, বিভিন্ন সৰিসৃপ আদিৰ বাসস্থান এই হাঁহিলা বিল শেহতীয়াভাৱে একাংশ লোকৰ বাবেই কিছু ভাবুকিৰ সম্মুখীন হ’বলগীয়া হৈছে । ইপিনে, শীতৰ‌ আগমনৰ লগে লগেই এই হাঁহিলা বিললৈ আহে জাকে জাকে দেশী-বিদেশী পৰিভ্ৰমী পক্ষী ।

ADVERTISEMENT

হেজাৰ দেশী-বিদেশী শীতৰ অতিথি পক্ষীৰ কলৰৱত মুখৰিত হৈ থাকে বিলখন । এই বিলখন সংৰক্ষণ কৰিবৰ বাবে বহু বছৰ ধৰি বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠনে চৰকাৰক দাবী জনাই আহিছে যদিও চৰকাৰে আজিকোপতি বিষয়টোক বিশেষ গুৰুত্ব প্ৰদান কৰা নাই । এই বিলখন বিভিন্ন প্ৰজাতিৰ বিলুপ্তিপ্ৰায় থলুৱা মাছ, কাছ, অজগৰ সাপ আৰু বিভিন্ন মূল্যবান জলজ উদ্ভিদেৰে পৰিপূৰ্ণ । তদুপৰি দুষ্প্ৰাপ্য কাম চৰাইৰো বিচৰণস্থলী এই বিলখন ।

প্ৰায় এহেজাৰ বিঘা মাটিৰে আবৰি থকা এই বিলখনৰ প্ৰাকৃতিক দৃশ্য‌ও অতি মনোৰম । শীতকালত বিভিন্ন পৰিভ্ৰমী চৰাইৰে মুখৰিত হৈ থকা হাঁহিলা বিল সম্প্ৰতি একাংশ আত্মসহায়ক গোটৰ লগতে সমীপৱৰ্তী কিছু লোকে একাংশ ভূমি দখল কৰি জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে । এই বিলখনত একাংশ লোকে বিভিন্ন পক্ষী নিধন কৰাৰ লগতে মাছ, কাছকে ধৰি বিলখনৰ জৈৱ বৈচিত্ৰ্যলৈ ভাবুকি কঢ়িয়াই আনিছে ।

উল্লেখ্য যে বিগত ২০০৫ত নগাঁও জিলাৰ তদানীন্তন উপায়ুক্ত ডাঃ জে বি এক্কাই কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূব মন্ত্ৰণালয়ৰ সচিব প্ৰধানলৈ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হাঁহিলা বিলক ‘নেচনেল বায়’লজিকেল গাৰ্ডেন কাম টুৰিষ্ট চেণ্টাৰ’ৰূপে স্বীকৃতি প্ৰদান কৰি অৰ্থ-সাহায্য দিবলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল । ২০০৫ৰ ২৮ মাৰ্চত তেতিয়াৰ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে হাঁহিলা বিল সংৰক্ষণ কৰাৰ বাবে নগাঁৱৰ উপায়ুক্তক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা দিছিল । ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ সচিব আৰ কে দাসে ৰাষ্ট্ৰপতিৰ হৈ ৫/আৰ চেল/২০০৫/২৮ মাৰ্চ মৰ্মে প্ৰেৰণ কৰা পত্ৰৰ ভিত্তিত নগাঁৱৰ তদানীন্তন উপায়ুক্ত‌ই এই সন্দৰ্ভত প্ৰস্তুতি চলাইছিল যদিও ৰহস্যজনক কাৰণত সেয়া হৈ নুঠিল ।

উল্লেখ্য যে শীতকালৰ সময়ত বসন্তকাললৈকে ৰাজ্যৰ বিভিন্ন বনভোজ দলে বিলখনত ভিৰ কৰি উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে । মাজে সময়ে বিদেশী পৰ্যটকো আহে । শেহতীয়াভাৱে বিলখনৰ কাষত ৰিজ’ৰ্ট খোলা হৈছে । ৰিজ’ৰ্টে কিছু পৰিৱেশ বিনষ্ট কৰিছে বুলি একাংশ লোকে অভিযোগ কৰিছে । জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ এই বিলখন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুৰূপে গঢ়ি তোলাৰ অপাৰ সম্ভাৱনা আছে ।

নগাঁও জিলাৰ উত্তৰ-পূৱ দিশত অৱস্থিত ননৈৰ নিচেই গাতে লাগি থকা এই হাঁহিলা বিলত সততে প্ৰত্যক্ষ কৰা পশু-পক্ষীসমূহৰ অন্যতম ৰামকোম, দেওহাঁহ, শৰালি হাঁহ, বৰটোকোলা, শামুকভঙা, কামচৰাই, পানীকাউৰী, বগলী, চিলনী, কণামুছৰি,ডৰিক, চুতীয়া শালিকা, তেলডুবি, শালিকা, টুনী, ভুৰুং, বালিমাহী, কুলি, কুকুহা, ফেঁচা, কপৌ, হাইঠা, হেতুলিকা, কেতেকী আদিৰ লগতে বৰকাছ, অজগৰ, ৰজা ফেঁটী, উদ, কুচীয়া, শাল, কেঁকোসাপ, গোৱালা সাপ, বাদুলি, অগণন সৰু-বৰ মাছ, কেঁকোৰা, পানীপৰুৱা, জিঁঞা, জোনাকী পৰুৱা, পখিলা ইত্যাদি ।

আনহাতে, ইয়াৰ উদ্ভিদ সম্পদবোৰ হ’ল পদুম, ভেঁট, বগা কচু, কলমৌ, মেটেকা, কাঁইটীয়া ফুলগছ, দলঘাঁহ, শিঙৰী, তৰা, নানান জলজ উদ্ভিদ আৰু তৃণ । এই হাঁহিলা বিলত বিশাল বট, বৰগছ, শিমলু, আজাৰ, আঁহত, আম, ডিমৰু আদি গছ আছে । তাৎপৰ্যপূৰ্ণ কথা যে চৰকাৰে হাঁহিলা বিলখনক পক্ষী অভয়াৰণ্য বুলি ঘোষণা কৰিবলৈ প্ৰকল্প হাতত লৈছে যদিও এতিয়া সেই বিষয়ে দল-সংগঠন, প্ৰকৃতিপ্ৰেমীৰ লগতে ইয়াৰ সংৰক্ষণৰ লগত জড়িত এনজিঅ’ আদি অৱগত নহয় ।

এটা কথা মন কৰিবলগীয়া যে হাঁহিলা বিলৰ চাৰিসীমাত বসবাস কৰা লোকসকলেও হাঁহিলা বিলৰ যি ভৌগোলিক অৱস্থিতি, কৃষি কাৰ্য‌ই হ‌ওক বা অন্য দিশেৰেই হ‌ওক বিপদ চপাই আনিছে । অথচ তেওঁলোকৰ পূৰ্বজসকলে হাঁহিলা বিলৰ জৈৱ বৈচিত্ৰ্যৰ একবিন্দুও হীন-দেঢ়ি নোহোৱাকৈ সহাৱস্থান কৰিছিল । হাঁহিলা বিলৰ বৰ্তমানে থকা বনজ সম্পদ আৰু প্ৰাণী সম্পদৰ লগতে পৰিভ্ৰমী চৰাইৰ এক সঠিক জৰীপ কৰাটো প্ৰয়োজন বুলিও প্ৰকৃতিপ্ৰেমীসকলে মন্তব্য কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Hahila BillNagaon
publisher

publisher

Related Posts

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ
Assam

হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

October 18, 2026
চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া
India

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

October 18, 2026
মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ
India

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d