Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

    বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে

    বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ

    মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম

    জীৱন-যাপনৰ ব্যয়বৃদ্ধি আৰু জনসেৱাৰ দুৰৱস্থাৰ প্ৰতিবাদত ফ্ৰান্সত বিক্ষোভৰ হিংসাত্মক ৰূপ

    অৱতৰণৰ পূৰ্বে বিপত্তি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানৰ, ১৪৮ যাত্ৰীসহ নিৰাপদে অৱতৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Orchid Garden in Kaziranga Attracts Tourists:কাজিৰঙাৰ অৰ্কিড উদ্যানে আকৰ্ষণ কৰিছে পৰ্যটকক

publisher by publisher
March 30, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Orchid Garden in Kaziranga Attracts Tourists:কাজিৰঙাৰ অৰ্কিড উদ্যানে আকৰ্ষণ কৰিছে পৰ্যটকক
5
SHARES
46
VIEWS
ShareShareShareShare

RelatedPosts

Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

Opposition unity review meeting at Hotel Greenwood:দেওবাৰে হোটেল গ্রীণউডত বিৰোধী ঐক্যৰ পৰ্যালোচনা বৈঠক

Orchid Garden in Kaziranga Attracts Tourists:

সম্ভাৱনাৰ বতৰা লৈ আকৌ আহিছে হেঁপাহৰ ব’হাগ। ব’হাগৰ প্রাকক্ষণত নানাৰঙীন ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে কাজিৰঙা জাতীয় অর্কিড উদ্যান। বিহুৰ প্রাকমুহূৰ্তত ফুলেৰে উপচি পৰা অর্কিড উদ্যানত ভিৰ পৰ্যটকৰ। কাজিৰঙাৰ জাতীয় অর্কিড উদ্যানত এতিয়া ফুলিছে ইপাহৰ পাছত সিপাহকৈ দুষ্প্রাপ্য প্রজাতিৰ নানাৰঙী অর্কিড। যাৰ বাবে উদ্যানখৰ প্ৰতিগৰাকী কৰ্মচাৰীৰ মনত এতিয়া ব্যাপক উছাহ। অর্কিড ‘উদ্যানৰ অর্কিড ফুলাৰ নয়নাভিৰাম দৃশ্যই প্রাণ জুৰাইছে উদ্যানখনলৈ অহা প্ৰতিগৰাকী পর্যটকৰ।

ADVERTISEMENT

উল্লেখ্য যে মার্চ-এপ্রিলৰ এই সমস্তে ফুলে উদ্যানখনত থকা ৭০-৮০ শতাংশ অর্কিড। আটাইতকৈ সৰু অর্কিডটোৰ পৰা সুগন্ধি বোৱাৰী কপৌলৈ উদ্যানখনৰ সকলো অর্কিডেই এতিয়া নতুন ৰূপত জাতিষ্কাৰ হৈ পৰিছে। উদ্যানখনৰ কৰ্মচাৰীসকলৰ বছৰজোৰা আবদান আৰু কঠোৰ শ্ৰমৰ ফলত এই সময়ত ফুলি উঠিছে প্রতিটো দুষ্প্রাপ্য অর্কিডৰ প্ৰজাতি। যেন ৰঙৰহে মেলা পাতিছে প্রতিপাহ অর্কিডে। ব’হাগৰ প্ৰাকৃক্ষণত এনে দুশাই যেন মুখত হাঁহি বিৰিঙাই তুলিছে উদ্যানৰ প্ৰতিগৰাকী কৰ্মচাৰী তথা পৰ্যটকৰ। প্ৰতিজন লোককে অর্কিড উদ্যান দর্শন কৰাৰ বাবে নিমন্ত্রণ জনাইছে অখিল গগৈয়ে।

কাজিৰঙা জাতীয় অর্কিড আৰু জৈৱ-বৈচিত্র্য উদ্যান হৈছে অসমত অৱস্থিত ভাৰতৰ সৰ্ববৃহৎ অর্কিড উদ্যান। গোলাঘাট জিলাৰ দুর্গাপুৰ গাঁৱত প্রায় একৰ অঞ্চলত বিস্তৃত উদ্যানখনে কাজিৰঙাৰ গৌৰৱ বহুহুণে বৃদ্ধি কৰিছে। উদ্যানাখনত ৫০০ বিধ বনৰীয়া অর্কিড, ১৩২ টা প্ৰজাতিৰ টেঙা ফল আৰু শাক-পাচলি, ৪৬ বিধ বাঁহ, ১২টা প্রজাতিৰ বেঁত আৰু আন বহুতো উদ্ভিদৰ লগতে বিভিন্ন প্রজাতিৰ স্থানীয় মাছ আছে।

পৃথিৱীত প্রায় ৩৫০০০ প্ৰকাৰৰ অৰ্কিড আছে যাৰ ভিতৰত ভাৰতত প্রায় ১৩১৪ টা প্ৰকাৰ পোৱা যায় আৰু উত্তৰ-পূব ভাৰতত প্রায় ৮৫০টা প্রকাৰ পোৱা যায় আৰু কেৱল অসমত ৪০২ টা প্রজাতি পোৱা যায়। পৃথিবীত প্রায় ৩৫০০০ প্ৰকাৰৰ অর্কিড আছে; যাৰ ভিতৰত ভাৰতত প্রায় ১৩১৪ টা প্রকাৰ পোৱা যায় আৰু উত্তৰ-পূব ভাৰতত প্রায় ৮৫০টা প্ৰকাৰ পোৱা যায় আৰু কেৱল অসমত ৪০২ টা প্রজাতি পোৱা যায়।

কাজিৰঙা জাতীয় অর্কিড আৰু জৈৱ-বৈচিত্র উদ্যান হৈছে উত্তৰ-পূব ভাৰত অঞ্চলৰ পৰা সংগ্ৰহ কৰা ৬০০ তকৈও অধিক প্রজাতিৰ বন্য অর্কিডৰ বাসস্থান। দর্শনাৰ্থীসকলক প্ৰকৃতিৰ ওচৰলৈ লৈ যাবলৈ প্রাকৃতিক পৰিবেশ প্ৰদান কৰাৰ বাবে এই ধুনীয়া অর্কিডসমূহ সমূহ বন্য অৱস্থাৰ মাজত ৰখা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AKHIL GOGOIAttracts Touristsjatiya Orchid GardenKaziranga
publisher

publisher

Related Posts

জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ
International

October 20, 2026
বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে
India

বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে

October 20, 2026
বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ
India

বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ

October 20, 2026
মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম
Assam

মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম

October 20, 2026
জীৱন-যাপনৰ ব্যয়বৃদ্ধি আৰু জনসেৱাৰ দুৰৱস্থাৰ প্ৰতিবাদত ফ্ৰান্সত বিক্ষোভৰ হিংসাত্মক ৰূপ
International

জীৱন-যাপনৰ ব্যয়বৃদ্ধি আৰু জনসেৱাৰ দুৰৱস্থাৰ প্ৰতিবাদত ফ্ৰান্সত বিক্ষোভৰ হিংসাত্মক ৰূপ

October 20, 2026
অৱতৰণৰ পূৰ্বে বিপত্তি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানৰ, ১৪৮ যাত্ৰীসহ নিৰাপদে অৱতৰণ
India

অৱতৰণৰ পূৰ্বে বিপত্তি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানৰ, ১৪৮ যাত্ৰীসহ নিৰাপদে অৱতৰণ

October 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d