Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মণিপুৰৰ ম্যানমাৰ সীমান্তত সেনাৰ অভিযান, বন্দুকৰ যুঁজত ১০জন উগ্ৰপন্থী নিহত

    Short Flim To Let:ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা সংস্থাৰ “বে অৱ বেংগল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত অসমীয়া চলচ্চিত্ৰৰ সুনাম সাংবাদিক হেমন্ত শৰ্মাৰ চুটি ছবি “টু-লেট”লৈ “শ্ৰেষ্ঠ “কনচেপ্ট” পুৰস্কাৰ

    Panchayat Election Final Results:তিনিদিনৰ মূৰত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা নির্বাচন আয়োগৰ

    Aaranyak announces media fellowship:আৰণ্যকৰ “প্ৰকৃতি, মানুহ আৰু জীৱনশৈলী” বিষয়ক মিডিয়া ফেল’শ্বিপ ঘোষণা

    China’s Provocation in Arunachal Pradesh:এইবাৰ অৰুণাচলক লৈ আগ্রাসী চীন

    NEMSU:আজি স্থগিতাদেশ আহিব ৱাকফ আইনৰ বিৰূদ্ধে,এই আশা ভাৰতৰ ২০ কোটি মুছলমানৰ:নেমছু’ৰ সভাপতি বদৰুল ইছলাম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কাঁচৰ দৰে চিকচিকিয়া ছাল বিচাৰে নেকি ? এনেদৰে ঘৰত নিজৰ যত্ন লওক

    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

190 Years of Cotton Collegiate HS School:১৯০ বছৰীয়া কটন কলেজিয়েট পুনৰ উজলি উঠিছে

প্ৰাক্তন ছাত্ৰ সমিতিৰ নামভৰ্তিৰ বাবে আগবাঢ়ি আহিবলৈ অভিভাৱক, ছাত্ৰ-ছাত্ৰীক আহ্বান প্ৰাক্তন ছাত্ৰৰ

publisher by publisher
May 28, 2024
in India, Assam, News
Reading Time: 2 mins read
0
190 Years of Cotton Collegiate HS School:১৯০ বছৰীয়া কটন কলেজিয়েট পুনৰ উজলি উঠিছে
1
SHARES
11
VIEWS
ShareShareShareShare

190 Years of Cotton Collegiate HS School:

১৯০ বছৰ গৰকা অসম তথা উত্তৰ-পূবৰ প্ৰথমখন মাতৃভাষাৰ চৰকাৰী বিদ্যালয় কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয় পুনৰ উজলি উঠিছে। অসমৰ শত-সহস্ৰ মনীষি, পণ্ডিত, সাহিত্যিক, ৰাজনীতিক, খেলুৱৈৰ শিক্ষাৰ কঠিয়াতলি আছিল ঐতিহ্যপূৰ্ণ কটন কলেজিয়েট। লোকপ্ৰিয় গোপীনাথ বৰদলৈ, নবীন চন্দ্ৰ বৰদলৈ, ফকৰুদ্দিন আলি আহমেদ, বিষ্ণুৰাম মেধী, আনন্দৰাম বৰুৱা, সুধাকন্ঠ ভূপেন হাজৰিকা, লক্ষ্যধৰ চৌধাৰী, অতুল হাজৰিকা, সৌৰভ চলিহা, ড: হীৰেণ গোহাই, ড: অমৰজ্যোতি চৌধুৰী, ৰমেন বৰুৱা, পৰাগ কুমাৰ দাস আদি সহস্ৰজন এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ।

ADVERTISEMENT

এতিয়াও অসমৰ লগতে দেশে-বিদেশে নিজস্ব জ্ঞান-গৰিমাৰে প্ৰতিষ্ঠিত প্ৰাক্তন কলেজিয়েটিয়ান সকল। বিগত কিছু বছৰ ধৰি মাতৃভাষাৰ চৰকাৰী বিদ্যালয়ৰ প্ৰতি অহা প্ৰত্যাহ্বানৰ মুখামুখি হৈছিল কটন কলেজিয়েট। শেহতীয়া ভাৱে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বপূৰ্ণ ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে।

RelatedPosts

Aaranyak announces media fellowship:আৰণ্যকৰ “প্ৰকৃতি, মানুহ আৰু জীৱনশৈলী” বিষয়ক মিডিয়া ফেল’শ্বিপ ঘোষণা

GMC Parking free:১ জুনৰ পৰা গুৱাহাটীত পাৰ্কিং ফ্রী !

Shocking incidents in Guwahatiমহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩৮ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৩২ গৰাকী প্ৰথম বিভাগত উতীৰ্ণ হোৱাৰ লগতে ৬ গৰাকীয়ে দ্বিতীয় বিভাগত উৰ্তীণ হৈছে। উৰ্তীৰ্ণৰ হাৰ আছিল ১০০ শতাংশ। অনুৰূপ ধৰণে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্তীণৰ হাৰ আছিল ৯৭ শতাংশ। বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ডিষ্টিংচনসহ উৰ্তীণ হবলৈ সক্ষম হৈছে। গুণোৎসৱৰ ফলাফলতো বিদ্যালয়খনে A+ লাভ কৰিবলৈ সক্ষম হৈছে। এক ইতিবাচক আৰম্ভণি হৈছে পুনৰ বিদ্যালয়খনত।

বিদ্যালয়ৰ হৃত গৌৰৱ তথা সোণালী সুদিন ওভতাই অনাৰ দায়বদ্ধতাৰে যোৱা কিছু বছৰ ধৰি বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমিতি, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীসকল আৰু বিদ্যালয় কতৃপক্ষই যৌথ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডা: ৰনোজ পেগুৱে বিদ্যালয়খনৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শণ কৰাৰ লগতে সহযোগিতাও আগবঢ়াইছে। বিদ্যালয়ৰ আন্তঃগাঠনি নিৰ্মাণৰ বাবে চৰকাৰে পুঁজি আবন্টন দিয়াৰ লগতে সময়ে সময়ে বিদ্যালয় পৰিদৰ্শন কৰি বিদ্যালয়ৰ শৈক্ষিক উত্তৰণৰ বাবে চৰকাৰৰ তৰফৰ পৰা পদক্ষেপ গ্ৰহণ কৰা হৈছে।

প্ৰাক্তন ছাত্ৰ সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীক এনে দুৰদৰ্ষী আৰু সৱল পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। আজি এক সংবাদমেল সম্বোধন কৰি প্ৰাক্তন ছাত্ৰ সমিতিৰ উপদেষ্টা, বিশিষ্ট শিক্ষাবিদ প্ৰাক্তন ছাত্ৰ ড৹:অমৰজ্যোতি চৌধুৰী, সভাপতি ড: সত্যেন্দ্ৰ কুমাৰ চৌধুৰী, সাধাৰণ সম্পাদক মনোজ শইকীয়া, কাৰ্য্যকৰী সভাপতি ফৰিদ আহমেদ, প্ৰাক্তন ছাত্ৰ, আই আই টি গুৱাহাটীৰ অধ্যাপক ড০ প্ৰতুল কলিতা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, প্ৰাক্তন ছাত্ৰ ড০ প্ৰাণজিৎ বৰুৱাই কয় যে, ইতিমধ্যে প্ৰাক্তন ছাত্ৰ সমিতিৰ উদ্যোগত আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী তথা পৰিচালনা সমিতিৰ সহযোগত বিদ্যালয়ত শৈক্ষিক কৰ্মশালা, বিশেষ পাঠদান, সময়ে সময়ে শিক্ষক-শিক্ষয়ত্ৰীৰ লগত মতবিনিময়, ছাত্ৰ-ছাত্ৰীসকলক লৈ শিক্ষামূলক ভ্ৰমণ আৰু সাহিত্য-সাংস্কৃতিক বিষয়ত কাৰ্য্যসূচী আদি গ্ৰহণ কৰি অহা হৈছে।

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ তথা শিক্ষক-শিক্ষয়ত্ৰীৰ নিম্নতম সমস্যাসমূহ সমাধান কৰিবলৈ প্ৰাক্তন ছাত্ৰ সমিতিয়ে সময়ে সময়ে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰ্থিক ভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলক আৰ্থিক সহযোগিতা আগবঢ়োৰ লগতে ঘৰুৱা শিক্ষকৰো ব্যৱস্থা কৰা হৈছে। বিদ্যালয় পৰিস্কাৰকৰণ, বিনামূলীয়া স্বাস্থ্য সেৱা, খোৱাপানীৰ সমস্যা আদিকে ধৰি বিদ্যালয়ৰ আনুসঙ্গিক বিষয়সমূহতো প্ৰাক্তন ছাত্ৰ সমিতিয়ে বিদ্যালয় কতৃপক্ষক সহযোগ কৰি আহিছে। পূৰ্বতকে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিছু বৃদ্ধি পাইছে। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰীৰ মনৰ ভাৱ বুজি এক সুস্থ শৈক্ষিক পৰিবেশ ৰচনাত প্ৰাক্তন ছাত্ৰ সমিতিয়ে কাম কৰি আহিছে।

সমসাময়িক পৰিবেশ তথা শৈক্ষিক পদ্ধতিৰ লগত খাপ খুৱাই আগবঢ়াই নিব পৰাকৈ প্ৰাক্তন ছাত্ৰ সমিতিৰ তৰফৰ পৰা সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক প্ৰত্যাহ্বান জনাব পৰাকৈ কটন কলেজিয়েটক সাজু কৰি তোলাৰ সকলো ধৰণৰ প্ৰচেষ্টাই ইতিমধ্যে আৰম্ভ হৈছে। বিদ্যালয়খনৰ ঐতিহ্য তথা হৃত গৌৰৱ উদ্ধাৰৰ দায়বদ্ধতাৰে প্ৰাক্তন চাত্ৰ সমিতিয়ে শিক্ষক-শিক্ষয়ত্ৰীসকলৰ সহযোগত গ্ৰহণ কৰা ধাৰাবাহিক পদক্ষেপত বিশেষ ভাৱে গুৱাহাটী মহানগৰীৰ অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীসকলক জাতীয় স্বাভিমানৰে উদ্ভাষিত হৈ প্ৰকৃত মানৱ সম্পদ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰাৰ উদ্দেশ্যে কটন কলেজিয়েটত নামভৰ্তি কৰিবলৈ আজি সংবাদ মেলত প্ৰাক্তন ছাত্ৰ সমিতিয়ে মুকলি আহ্বান জনাইছে।

প্ৰয়োজনত দুৰণীৰটিয়া ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে চৰকাৰৰ সহযোগত স্কুল বাছৰো ব্যৱস্থাৰ বাবে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰা হৈছে। ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক, বৌদ্ধিক, সামাজিক, সাংস্কৃতিক আদি বিভিন্ন ক্ষেত্ৰত উত্তৰণৰ বাবে প্ৰাক্তন ছাত্ৰ সমিতি দায়বদ্ধ হৈ থাকিব সংবাদ মেলত স্পস্ট কৰে ।আৰ্থিক ভাৱে পিছপৰা মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীক আৰ্থিক সহযোগিতা আগঢ়াবলৈও প্ৰাক্তন ছাত্ৰ সমিতি প্ৰস্তুত।

সংবাদমেলত অসমৰ লগতে দেশে-বিদেশে থকা সকলো প্ৰাক্তন ছাত্ৰৰ লগতে অসমৰ বিদৎ সমাজক প্ৰাক্তন ছাত্ৰ সমিতিৰ এই প্ৰচেষ্টাক সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছে। এই বছৰ প্ৰাক্তন ছাত্ৰ সমিতিয়ে বিদ্যালয় কতৃপক্ষ, শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত বিদ্যালয়ৰ ১৯০ বছৰীয়া জয়ন্তী সমাৰোহ অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাইছে বুলিও জানিবলৈ দিয়ে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 190 Years of Cotton Collegiate HS SchoolDr.Amarjyoti ChoudhuryEx. Student Committee PressmeetGuwahati
publisher

publisher

Related Posts

মণিপুৰৰ ম্যানমাৰ সীমান্তত সেনাৰ অভিযান, বন্দুকৰ যুঁজত ১০জন উগ্ৰপন্থী নিহত
India

May 15, 2025
Short Flim To Let:ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা সংস্থাৰ “বে অৱ বেংগল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত অসমীয়া চলচ্চিত্ৰৰ সুনাম সাংবাদিক হেমন্ত শৰ্মাৰ চুটি ছবি “টু-লেট”লৈ “শ্ৰেষ্ঠ “কনচেপ্ট” পুৰস্কাৰ
News

Short Flim To Let:ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা সংস্থাৰ “বে অৱ বেংগল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত অসমীয়া চলচ্চিত্ৰৰ সুনাম সাংবাদিক হেমন্ত শৰ্মাৰ চুটি ছবি “টু-লেট”লৈ “শ্ৰেষ্ঠ “কনচেপ্ট” পুৰস্কাৰ

May 15, 2025
Panchayat Election Final Results:তিনিদিনৰ মূৰত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা নির্বাচন আয়োগৰ
News

Panchayat Election Final Results:তিনিদিনৰ মূৰত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা নির্বাচন আয়োগৰ

May 15, 2025
Aaranyak announces media fellowship:আৰণ্যকৰ “প্ৰকৃতি, মানুহ আৰু জীৱনশৈলী” বিষয়ক মিডিয়া ফেল’শ্বিপ ঘোষণা
News

Aaranyak announces media fellowship:আৰণ্যকৰ “প্ৰকৃতি, মানুহ আৰু জীৱনশৈলী” বিষয়ক মিডিয়া ফেল’শ্বিপ ঘোষণা

May 15, 2025
China’s Provocation in Arunachal Pradesh:এইবাৰ অৰুণাচলক লৈ আগ্রাসী চীন
India

China’s Provocation in Arunachal Pradesh:এইবাৰ অৰুণাচলক লৈ আগ্রাসী চীন

May 15, 2025
NEMSU:আজি স্থগিতাদেশ আহিব ৱাকফ আইনৰ বিৰূদ্ধে,এই আশা ভাৰতৰ ২০ কোটি মুছলমানৰ:নেমছু’ৰ সভাপতি বদৰুল ইছলাম
News

NEMSU:আজি স্থগিতাদেশ আহিব ৱাকফ আইনৰ বিৰূদ্ধে,এই আশা ভাৰতৰ ২০ কোটি মুছলমানৰ:নেমছু’ৰ সভাপতি বদৰুল ইছলাম

May 15, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d