Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 Flood In Assam:নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠা ৰাজ্যৰ তিনিটাকৈ নদীবান্ধৰ পানী দিয়া হ’ল খুলি !

কাবি লাংপিৰ পানীত বুৰ গৈছে নগাঁৱৰ বিস্তীর্ণ অঞ্চল, ৰঙানদীৰ পানী-অৰুণাচলত হোৱা বৰষুণৰ বাবে সকলো নদীৰ জলস্তৰ বৃদ্ধি, উপর্যুপৰি বিধ্বস্ত ডিমা হাছাও ,খহি গ'ল ৰাষ্ট্ৰীয় ঘাইপথ-ৰেলপথৰ ক্ষতিসাধন বৰাকৰ লগত সম্পূর্ণ বন্ধ পথ-ৰেল যোগাযোগ ব্যৱস্থা

publisher by publisher
May 29, 2024
in India, Assam, News
Reading Time: 3 mins read
0
 Flood In Assam:নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠা ৰাজ্যৰ তিনিটাকৈ নদীবান্ধৰ পানী দিয়া হ’ল খুলি !
3
SHARES
28
VIEWS
ShareShareShareShare

Flood In Assam:

সাগৰীয় ঘূর্ণী বতাহ ৰেমালৰ প্ৰভাৱত অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সোমবাৰৰ পৰা আৰম্ভ হোৱা বৰষুণৰ ফলত জলবিদ্যুৎ প্ৰকল্পৰ পৰাও সংশয় বৃদ্ধি হৈছে। প্রবল বৰষুণৰ বাবে বান্ধত জমা হোৱা পানী এৰি দিবলৈ বাধ্য হোৱাৰ ফলত ইতিমধ্যে জনবসতিপূর্ণ বিস্তীর্ণ অঞ্চল প্লাবিত হৈছে। বিশেষকৈ কাবিলাংপি আৰু কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াত নগাঁৱৰ বিভিন্ন স্থান প্লাবিত হৈছে। একেদৰে মেঘালয়ৰ বান্ধৰ পানী এৰি দিয়াতো ইয়াৰ প্ৰভাৱ অসমত ব্যাপকভাৱে পৰিছে।

ADVERTISEMENT

আকৌ অৰুণাচলত হৈ থকা বৰষুণৰ বাবে নামনি অসমৰ নদীসমূহৰ জলস্তৰ দ্রুতগতিত বৃদ্ধি হৈছে। জমা হোৱা পানীৰ হেঁচা হ্রাস কৰিবলৈ আজি ৰঙানদী বান্ধৰ এখন গেটো দুপৰীয়া মুকলি কৰি দিয়া হয়। ইয়াৰ মাজতে আকৌ ডিমা হাছাওত সৃষ্টি হৈছে নাজল-নাথল অবস্থা। পাহাৰীয়া জিলাখনত কালিৰে পৰা অব্যাহত থকা মুষলধাৰ বৰষুণে সাধাৰণ জনজীৱনত হাহাকাৰ লগাইছে। গুৰুত্বপূৰ্ণ পথ-দলং পানীৰ প্ৰবল সোঁতে খহাই নিছে। ইয়াৰ ফলত কেৱল ডিমা হাছাওৰ লগতে নহয়, বৰাক উপত্যকাৰ লগতো অসমৰ মাজেৰে পথ যোগাযোগ ব্যৱস্থা সম্পূর্ণ বন্ধ হৈ পৰিছে। ঠায়ে ঠায়ে প্রবল ভূমিস্খলনো অব্যাহত আছে।

RelatedPosts

Heatwave:চলিত মাহত পাব প্ৰচণ্ড গৰমৰ পৰা সকাহ !

সমগ্ৰ দেশতে চৰম দুৰ্যোগ, ধাৰাসাৰ বৰষুণ, সতৰ্কতা জাৰি

Artificial Flood In Guwahati: উপর্যুপৰি কৃত্ৰিম বানত কাহিল গুৱাহাটীবাসীৰ , পৰামৰ্শতে দায়িত্ব শেষ মন্ত্ৰীৰ

karbi langpiআনহাতে,মঙলবাৰে কার্বিলাংপি জলবিদ্যুৎ প্রকল্পৰ চাৰিখন গেট কর্তৃপক্ষই খুলি দিবলৈ বাধ্য হয়। ফলত নগাঁও জিলাৰ বিস্তীর্ণ – অঞ্চল মুকলি কৰি দিয়া পানী বৈ অহা বৰাপানী নদীয়ে পাব্লিত কৰিছে। একেদৰে খুলি দিয়া হৈছে কপিলী জলবিদ্যুৎ প্ৰকল্পৰ অসম-মেঘালয় সীমান্তৰ খানদং বান্ধৰ সাতখন গেট খুলি দিয়া হৈছে
একেদৰে , দুপৰীয়া ৰঙানদী বান্ধৰ গেট খুলি দিয়া হয়। ইয়াৰ ফলত অৰুণাচলত হৈ থকা মুষলধাৰ বৰষুণৰ বাবে নামনিৰ ব্ৰহ্মপুত্র, সোৱণশিৰি, ৰঙানদী, ডিক্রং, কাকৈ, দুর্পাং, চেঁচা-পিছলা আৰু শিংৰা নদীৰ জলপৃষ্ঠ বৃদ্ধি হৈছে। লখিমপুৰ জলসম্পদ সংমণ্ডলে মঙলবাৰে বিয়লি সদৰী কৰা – তথ্য অনুসৰি, এই নদীকেইখনৰ জলপৃষ্ঠ বৃদ্ধিৰ গতি অব্যাহত আছে। ইয়াৰ ফলত নৈপৰীয়া অঞ্চলবোৰ বানৰ কবলত পৰাৰ সম্ভাৱনা বৃদ্ধি হৈছে।

পাৰ্বত্য জিলা ডিমা হাছাওত জটিল পৰিস্থিতি:

সোমবাৰে সন্ধিয়াৰ পৰা অব্যাহত থকা প্ৰবল বৰষুণৰ বাবে পাহাৰীয়া জিলা ডিমা হাছাওৰ স্বাভাৱিক জীৱন যাত্ৰা কার্যতঃ বিপর্যস্ত হৈ পৰিছে। বৰষুণৰ সমান্তৰালকৈ জিলাখনত ৰেমালৰ প্ৰভাৱত ধুমুহাৰ প্রকোপ যোৱা নিশাৰ পৰা মঙলবাৰৰ পুৱালৈকে অব্যাহত থাকে। পাহাৰৰ পৰা প্ৰবল বেগেৰে নামি অহা পানীৰ ধলে যোৱাকালি হাৰাংগাজাও হাফলং-শিলচৰ সংযোগী ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বৃহৎ অংশ এটা খহাই নিয়ে। একেদৰে ৰেল যোগাযোগো ব্যাহত হৈছে। লামডিং-বদৰপুৰ পাহাৰ লাইনৰ জাতিংগা-লামপুৰ আৰু নিউ হাৰাংগাজাও ষ্টেচ্ছনৰ মাজৰ একাধিক স্থানত পাহাৰৰ পৰা নামি অহা পানীয়ে ক্ষতিসাধন কৰিছে। ফলত এই পথছোৱাৰে সাময়িকভাৱে ৰেলৰ চলাচল বাতিল কৰা হৈছে।

শিলচৰ অভিমুখী শিলচৰ-শিয়ালদহ আৰু কাঞ্চনজংঘা এক্সপ্ৰেছ ৰেল দুখন নিউ হাফলং চ্ছেনৰ পৰা লামডিঙলৈ ওভতাই পঠোৱা হৈছে। আগৰতলা-মুম্বাই ছুপাৰ ফাষ্ট এক্সপ্ৰেছখনো মাইবঙৰ পৰা লামডিঙলৈ ওভতাই নিয়া হয়। একেদৰে গুৱাহাটী-শিলচৰ যাত্রীবাহী ৰেলখন ডামছৰা চ্ছেনৰ পৰা শিলচৰলৈ ঘূৰাই নিয়া হয়। শিলচৰ-গুৱাহাটী যাত্রীবাহী ৰেলখনো বাতিল কৰা হৈছে।

অৱশ্যে সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে উত্তৰ-পূব সীমান্ত ৰেলৱেই কে’বাখনো বেলৰ চলাচল বন্ধ কৰিছে অথবা যাত্রা সীমিত কৰিছে। অধিকাংশ পথ বোকা আৰু শিলে বন্ধ কৰি পেলাইছে। চলিত জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি নিশা আঠ বজাৰ পৰা অহা পহিলা জুনলৈ জাতিংগা-হাৰাংগাজাও পথেৰে গধুৰ ব্যৱসায়িক বাহনৰ চলাচল নিয়ন্ত্ৰণ কৰা হৈছে বুলি ডিমা হাছাও জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে মঙলবাৰে এক নির্দেশ জাৰি কৰে। ইয়াৰ বিকল্প হিচাপে বৰাক উপত্যকা অভিমুখী তেনে বাহনবোৰক মেঘালয় হৈ যোৱাৰ বাবে নির্দেশ দিয়া হৈছে। ইপিনে, কাইলৈয়ো জিলাখনত সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। ৰাইজক বৰষুণৰ সময়ছোৱাত বাহিৰত নোলাবলৈও জিলা প্রশাসন তথা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে আহ্বান জনাইছে।

নগাঁৱত বিস্তীর্ণ অঞ্চল প্লাবিত-মথাউৰিলৈ ভাবুকি: কাবিলাংপি জলবিদ্যুৎ প্রকল্পৰ চাৰিখন গেট খুলি দিয়াৰ ফলত বান্ধৰ পানী বৰাপানী নদীয়েদি হোঁ-হোঁৱাই বৈ অহাত নদীখন ওফন্দি উঠিছে। ফলত খৰস্রোতা নদীখনৰ পানীয়ে নগাঁও জিলাৰ কে’বাখনো গাঁৱকো প্লাবিত কৰিছে। নগাঁও-কাৰ্বি আংলং সীমাৰ বৰচালি, নিজ লেংৰি, টেংৰাটকৰ উপৰি নগাঁও – জিলাৰ পুঠিমাৰী, মিছামাৰী, গৰুবন্ধা, ৰমণীপথাৰ, প্রমীলা জাৰণি, লংজাপত নদীৰ পানী সোমাইছে।

পানীয়ে বাঁহেৰে নির্মিত লীলাঘাট, লংজাপ-উদমাৰী, শিঙিমাৰি বজাৰ ঘাটৰ দলঙকেইখন উটুৱাই নিয়ে। আকৌ লংজাপ, পণ্ডিতঘাট, প্রমীলা – জাৰণি আদিত থকা জৰাজীৰ্ণ দুৰ্বল মথাউৰিৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে। ইপিনে, খানদং বান্ধৰ সাতখন গেট খুলিFlood দিয়াতো ৰাইজৰ মাজত আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। মেঘালয়ৰ ওমবাংচ’ৰ বিগত ৪৮ ঘণ্টা ধৰি অব্যাহত থকা – বৰষুণৰ বাবে সৃষ্টি হোৱা এই পৰিৱেশৰ ফলত কপিলী নদীৰ জলপৃষ্ঠ বৃদ্ধি হৈছে। জলপৃষ্ঠ বৃদ্ধিৰ গতি অব্যাহত থকাত নগাঁও জিলাৰ এক বৃহৎ অঞ্চল বানৰ কৱলত পৰাৰ আশংকা বাঢ়িছে।

ইপিনে, কার্বিলাংপি জলবিদ্যুৎ প্রকল্পৰ জল ভাণ্ডাৰৰ চাৰিখন শুইছ গেটৰ এক নম্বৰৰ দুই মিটাৰ, দুই নম্বৰৰ পাঁচ মিটাৰ, চাৰি নম্বৰৰ এক মিটাৰ আৰু সাত নম্বৰৰ ছয় মিটাৰ গভীৰতাৰ পানী আজি কর্তৃপক্ষই মুকলি কৰি দিয়ে। ইয়াৰ ফলত বৈঠালাংছ’ৰ লগতে দাঁতি কাষৰীয়া অঞ্চল ক্রমে মাইচাম গাঁও, নতুন বজাৰ, পুৰণা বজাৰ, লেঙেৰি, আমডুবি, থার্বে- আবি, ইংহিনলাংছ’, হাঞ্চে গাঁও আদিকে ধৰি প্ৰায় ১০ খনৰো অধিক গাঁও বাঢ়নী পানীয়ে বুৰাই পেলাইছে। বৈঠালাংছ’- বৰচালি সংযোগী পথটোৰ ওপৰেৰে পানী বাগৰাত দুয়োখন গাঁৱৰ যোগাযোগ বিচ্ছিন্ন হৈছে। বাঢ়নী পানীৰ বাবে বৃহত্তৰ বৈঠালাংছ’ অঞ্চলৰ পানী পাঁচ হেজাৰৰো অধিক পৰিয়াল ক্ষতিগ্রস্ত হোৱাৰ আশংকা কৰা হৈছে। উল্লেখ্য যে কার্বিলাংপী – জলবিদ্যুৎ প্রকল্পত আজিলৈকে পানী এৰাৰ সংকেট ধ্বনিৰ ব্যৱস্থা নহ’ল। ইয়াৰ ফলত ৰাইজ অধিক ক্ষতিগ্রস্ত হৈছে।

মুষলধাৰ বৰষুণৰ বাবে উমৰাংছৰ খানদং বান্ধৰ ৭ খনকৈ শ্লুইচ গেট খুলি দিয়া হ’ল :

দুই পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাচাওত মুষলধাৰ বৰষুণৰ বাবে কাৰ্বি লাংপি জলবিদ্যুত প্ৰকল্প আৰু উমৰাংছৰ খানদং বান্ধত পানী জমা হোৱাৰ বাবে ইতিমধ্যে কাৰ্বি লাংপিৰ প্ৰকল্পৰ পানী এৰি দিয়াৰ পাছতে অনুৰূপ ধৰণে উমৰাংছৰ খানদং বান্ধৰ ৭ খনকৈ শ্লুইচ গেট খুলি দিয়াৰ পিছত নৈ পৰীয়া অঞ্চলত নিশাৰে পৰা বাঢনি পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷

ইতিমধ্যে নৈ-উপনৈৰ জলপৃষ্ঠ বৃদ্ধিত শংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ। যাৰবাবে সংশ্লিষ্ট দুই জিলাৰ প্ৰশাসন সষ্টম হৈ থকাৰ লগতে ৰাইজকো সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Artificial FloodCyclone RemalHeavy RainfallThree DamsWater Released
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d