Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

সাগৰৰ জলপৃষ্ঠ বৃদ্ধিক লৈ নাছাৰ গৱেষণাত অধিক বিপদৰ আশংকা

publisher by publisher
September 20, 2020
in News
Reading Time: 1 min read
0
সাগৰৰ জলপৃষ্ঠ বৃদ্ধিক লৈ নাছাৰ গৱেষণাত অধিক বিপদৰ আশংকা
1
SHARES
9
VIEWS
ShareShareShareShare

‘গ্ৰীণ হাউছ’ গেছ নিৰ্গমনৰ ফলত বৃদ্ধি পোৱা উষ্ণতাৰ বাবে দ্ৰুত হাৰত বৰফ গলিবলৈ লৈছে গ্ৰীণলেণ্ড তথা এণ্টাৰ্কটিকাত । এনেদৰে বৰফ গলি থাকিবলৈ হ’লে অহা ৮০ বছৰৰ ভিতৰত ভয়াবহ পৰিস্থিতিৰ উদ্ভৱ হ’ব সমুদ্ৰত ।একমাত্ৰ গ্ৰীণলেণ্ড আৰু এণ্টাৰ্কটিকাত বৰফ গলাৰ ফলতে পৃথিৱীৰ সাগৰৰ জলস্তৰ প্ৰায় ডেৰ ফুটৰো অধিক বৃদ্ধি পোৱাটো নিশ্চিত হৈ পৰিছে ।

ADVERTISEMENT

মাৰ্কিন গৱেষণা সংস্থা নাছাৰ নেতৃত্বত সম্পন্ন এক আন্তঃৰাষ্ট্ৰীয় গৱেষণাত এই তথ্য পোহৰলৈ আহিছে । গৱেষণাত প্ৰকাশ পোৱা তথ্য অনুসৰি, বৰ্তমানৰ হাৰত গ্ৰীণলেণ্ড আৰু এণ্টাৰ্কটিকাত বৰফ গলি থাকিবলৈ হ’লে ২১০০লৈ পৃথিৱীৰ আটাইকেইখন সাগৰৰ জলস্তৰ ১৫ ইঞ্চিৰো অধিকলৈ বৃদ্ধি পাব ।

RelatedPosts

চন্দ্ৰাভিযান সামৰি পৃথিৱীলৈ উভতিল চাৰি মহাকাশচাৰী

৫০ বছৰৰ পাছত মানৱৰ চন্দ্ৰ পৰিভ্ৰমণ; NASA-ৰ দীপ-স্পেচ অভিযানত নতুন যুগৰ সূচনা

প্ৰথমবাৰ দেখা গ’ল চন্দ্ৰৰ বিপৰীত পিঠি

যোৱা বছৰ আই পি পি চি ৰ এক বিশেষ প্ৰতিবেদনতো একে ধৰণৰ সকীয়নি দিয়া হৈছিল । ২১০০ লৈ জলপৃষ্ঠ এক তৃতীয়াংশ বৃদ্ধি পোৱাৰ লগতে গ্ৰীণলেণ্ড আৰু এণ্টাৰ্কটিকাৰ সকলো বৰফৰ স্তৰ গলি যোৱাৰ আশংকা প্ৰকাশ কৰা হৈছিল ।

গ্ৰীণলেণ্ডত বৰফ গলাৰ ফলত চলিত শতিকাৰ অন্তত সমুদ্ৰৰ জলপৃষ্ঠ ৩.১ৰ পৰা ১০.৬ইঞ্চিলৈ আৰু এণ্টাৰ্কটিকাত বৰফ গলাৰ ফলত জলপৃষ্ঠ ১.২ৰ পৰা ১১ ইঞ্চিলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ।

এই প্ৰকল্পৰ মূল গৱেষক বাফালো বিশ্ববিদ্যালয়ৰ অধ্যাপক চ’ফি ন’উইকিয়ে কয় , “৮০-১০০ বছৰ পাছত সাগৰৰ জলপৃষ্ঠ কিমান বৃদ্ধি পাব সকলো কথা নিৰ্ভৰ কৰিছে বৰফ গলাৰ ওপৰত । ইয়াৰ স’তে জড়িত হৈ আছে উষ্ণতা বৃদ্ধিৰ বিষয়টোও ।”

গৱেষকসকলৰ মতে, গ্ৰীণ হাউছ গেছ নিৰ্গমনৰ হাৰ যদি বৰ্তমানতকৈ অধিক হয় তেন্তে গ্ৰীণলেণ্ডৰ বৰফৰ স্তৰ গলাৰ ফলত ২১০০ লৈ সাগৰৰ জলপৃষ্ঠ ১.৩ ইঞ্চি পৰ্যন্ত বৃদ্ধি পাব । এই গৱেষণাই ২০২২ ত আই পি চি চি ৰ প্ৰতিবেদন প্ৰস্তুতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি মত ব্যক্ত কৰিছে বিশেষজ্ঞসকলে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Green HouseNASA
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d