Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

    Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

    উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Apsc Scam:এপিএছচি : চৰকাৰৰ ঘনিষ্ঠ কোন সদস্যক জেৰাৰ পৰা সুৰক্ষা দিছে ?

ন্যায়িক আয়োগৰ পৰামৰ্শকো উপেক্ষা, ক্ষমতাশালী চক্ৰৰ অবাধ হস্তক্ষেপৰ তথ্য

publisher by publisher
June 13, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Apsc Scam:এপিএছচি : চৰকাৰৰ ঘনিষ্ঠ কোন সদস্যক জেৰাৰ পৰা সুৰক্ষা দিছে ?
3
SHARES
31
VIEWS
ShareShareShareShare

Apsc Scam:

এপিএছচি:অসম লোকসেৱা আয়োগত বিগত ২০১৩ত সংঘটিত অভাৱনীয় কেলেংকাৰিত তদানীন্তন অধ্যক্ষ ৰাকেশ পালক মুখ্য কৰি নিযুক্তি প্রাপ্তসকলক অভিযুক্ত কৰা হৈছে। অথচ অতি কৌশলৰে সৰকি থাকিবলৈ সক্ষম হৈছে আয়োগৰ তদানীন্তন সদস্যসকল। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে সেই সময়ত এপিএছচিত সদস্যৰূপে কাৰ্যনিৰ্বাহ কৰা সকলোকে অভিযুক্ত কৰিছে।

ADVERTISEMENT

সদস্যসকলৰ স্বাক্ষৰ তথা অনুমোদন অবিহনে ফলাফল ঘোষিত হ’ব নোৱাৰে। সেয়েহে ন্যায়িক তদন্ত আয়োগে সদস্যসকলকো বিচাৰৰ আওতালৈ অনাৰ পৰামৰ্শ আগবঢ়াইছে বুলি সূত্ৰত প্রকাশ; কিন্তু বিয়াগোম কেলেংকাৰিটোক লৈ আন দিশবোৰত যিদৰে গুৰুত্ব দিয়া হৈছে, সদস্যসকলৰ ক্ষেত্ৰত সেয়া হোৱা নাই।

RelatedPosts

Artificial Flood in Guwahati:দেওবাৰে নিশা মুষলধাৰ বৰষুণৰ পিছতে গুৱাহাটী মহানগৰীত হাহাকাৰ পৰিস্থিতি

Artificial Flood in Guwahati:উন্নয়নৰ জয়ঢোল বজোৱা দিশপুৰক পুনৰ নগ্ন কৰিলে এজাক মুষলধাৰ বৰষুণে

Guwahati Artificial Flood:এজাক বৰষুণে উটুৱালে শাসকৰ দম্ভ

ডিব্ৰুগড় আৰক্ষীয়ে এই কেলেংকাৰিক লৈ চলোৱা তদন্তৰ সময়ত কে’বাজনো সদস্যক আনুষংগিক বিষয়ৰ প্ৰসংগ আনি গ্ৰেপ্তাৰ কৰা হৈছিল। সেইসকলক দুনাই কেতিয়াও প্ৰশ্ন কৰা হোৱা নাই। আনকি নির্দিষ্ট কেইজনমান সদস্যক সোধপোছ কৰাক লৈ আজিলৈকে ন্যূনতমো ব্যৱস্থা পর্যন্ত গ্রহণ কৰা নহ’ল। নিলম্বিত অধ্যক্ষ ৰাকেশ পালৰ বক্তব্যৰ ভিত্তিত ছামেদুৰ ৰহমান আৰু নথি জ্বলোৱাৰ অভিযোগত ড° বসন্ত কুমাৰ দলেক গ্ৰেপ্তাৰ কৰা হৈছিল।

ইয়াৰ বিপৰীতে আন কে’বাজনো সদস্যৰ তথ্য অতি কৌশলেৰে থাপি থুপি থোৱাৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ ভিতৰত ৰাজ্যৰ যিকোনো দলৰ চৰকাৰৰ লগত ঘনিষ্ঠতা ৰক্ষা কৰি চলা এজন বিশেষ লোকো আছে। অথচ বিপ্লৱ কুমাৰ শৰ্মাৰ তদন্তৰ প্রতিবেদনতো সংশ্লিষ্ট প্রভাৱশালী লোকজনৰ নাম উল্লেখ আছে।

এপিএছচিত ২০১৩ত সদস্য থকা বিশেষ লোকজন কেইদিনমানৰ বাবে ভাৰপ্ৰাপ্ত অধ্যক্ষও হৈছিল। ইপিনে, বিশেষ সেই লোকজনৰ উপৰি তদানীন্তন সকলো সদস্যক সোধপোছৰ পৰামৰ্শ প্রতিবেদনত দিয়া হৈছে। প্রতিবেদনত প্ৰকাৰান্তৰে এইটোৱে স্পষ্ট কৰা হৈছে যে ধোৱা তুলসীৰ পাত কোনো নহয়। ব্যাপক কেলেংকাৰিৰে প্ৰস্তুত কৰা তালিকাত স্বাক্ষৰ কৰা সকলোকে তদন্তৰ আওতালৈ আনিব লাগে। অথচ তদন্তৰ এই দিশটোক সম্পূর্ণ উপেক্ষা কৰা হৈছে।

প্রসংগক্রমে উল্লেখ্য যে বিশেষ তদন্তকাৰী গোটৰ অভিযোগনামাতো হস্তক্ষেপ চলাৰ অভিযোগ শেহতীয়াকৈ উত্থাপিত হৈছে। নির্দিষ্ট কেইগৰাকীমান ৰাজপত্ৰিত বিষয়াক ৰক্ষণাবেক্ষণ দিবলৈকে দিছপুৰৰ প্ৰভাৱশালী চক্ৰৰ এনে হস্তক্ষেপ অব্যাহত আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APSC ScamCMO ASSAMretd judge biplab kumer sarmah
publisher

publisher

Related Posts

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড
National

Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

April 28, 2026
Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা
News

Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

April 28, 2026
উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত
News

উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d