Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যুদ্ধৰ অবাহত ১৪ মে’লৈকে বাতিল হ’ল সকলো হজ বিমান!

    যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

    ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

    ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

    কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

    G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

India has the Highest Number of Suicides in the World:সমগ্ৰ বিশ্বৰ সৰ্বাধিক আত্মহত্যা ভাৰতত

এনচিআৰবিৰ উদ্বেগজনক তথ্য, চৌদিশে মানসিক স্বাস্থ্য সজাগতা সৃষ্টিৰ পোষকতা বিশেষজ্ঞৰ, মাত্ৰ এটা বছৰতে দেশত ১.৭১ লাখ লোকৰ আত্মহত্যাৰ ঘটনা পোহৰলৈ

publisher by publisher
July 13, 2024
in India, News
Reading Time: 3 mins read
0
India has the Highest Number of Suicides in the World:সমগ্ৰ বিশ্বৰ সৰ্বাধিক আত্মহত্যা ভাৰতত
3
SHARES
27
VIEWS
ShareShareShareShare

India has the Highest Number of Suicides in the World:

মানসিক স্বাস্থ্য তথা ৰোগ সম্পর্কীয় সজাগতা চৌদিশে বহুলভাবে সৃষ্টিৰ সময় সমাগত হৈছে। কাৰণ বহুতে অনুধাবন নকৰিলেও দেশত ক্ৰমাৎ উদ্বেগজনক হাৰত বৃদ্ধি পাবলৈ ধৰিছে আত্মহননৰ ঘটনা। আনকি পৰিস্থিতিয়ে এনে ৰূপ লৈছে যে বিশ্বৰ ভিতৰতে ভাৰতত এনে ঘটনা সর্বাধিক হাৰত সংঘটিত হৈছে। এই তথ্য হৈছে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ সংস্থা (এনচিআৰবি)ব। চলিত বৰ্ষৰ এপ্রিলত এনচিআৰবিয়ে প্রকাশ কৰা তথ্য অনুসৰি, ২০২২ত ভাৰতত এক লাখ ৭১ হেজাৰ লোকে আত্মহত্যা কৰে।

ADVERTISEMENT

এই সংখ্যা বিশ্বৰ ভিতৰতে সর্বাধিক। অর্থাৎ উক্ত বছৰত ভাৰতত বিশ্বৰ ভিতৰতে সর্বাধিক সংখ্যক লোকে আত্মহত্যা কৰে। দেশত বছৰটোত আত্মহননৰ ঘটনাৰ হাৰ আছিল প্রতি লাখত ১২.৪ শতাংশ। স্বাভাবিকতে এনেদবে আত্মহননৰ হাৰ বৃদ্ধিয়ে উদ্বিগ্ন কৰিছে মনোৰোগ বিশেষজ্ঞসহ বহুজনক। মনোৰোগ বিশেষজ্ঞসকলৰ মতে, আত্মহননৰ ঘটনা বৃদ্ধিৰ কাৰণ হৈছে বিভিন্ন মানসিক ৰোগ। এই ক্ষেত্রত প্রধান হৈছে মানসিক অবসাদ বা ডিপ্রেছন।

RelatedPosts

যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

ডিপ্রেছন জিনগত বা মানসিক চাপজনিত কাৰণতো সৃষ্টি হ’ব পাৰে। এই সম্পর্কত নতুন নতুন দিল্লীস্থিত শ্রীগংগাৰাম হাস্পতালৰ ইনষ্টিটিউট অৱ ছাইক্রিয়াট্টী এণ্ড বিহেভিয়’বেল ছায়েন্সৰ উপাধ্যক্ষ বাজীৱ মেহতাই সাংবাদিকৰ আগত কয়, ‘সাধাৰণতে ডিপ্ৰেছনৰ বাবে আত্মহত্যাৰ ঘটনা সংঘটিত হয়। সকলোৱে বুজি পাবৰ বাবে আমি ডিপ্ৰেছনক মানসিক চাপ বুলি কওঁ। ইয়াৰ কাৰণ জিনগত বা আন কাৰকো হ’ব পাৰে; কিন্তু অধিকাংশ আত্মহত্যাৰ ঘটনাৰ কাৰণ ডিপ্রেছন।’

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, ডিপ্রেছন সৃষ্টিকাৰী সাধাৰণ কাৰকসমূহৰ স’তে কর্মস্থলী বা কর্মক্ষেত্রত সম্মুখীন হোৱা চাপ, আর্থিক সমস্যা, পাৰিবাৰিক সম্পৰ্ক আৰু স্বাস্থ্যৰ সম্পর্ক আছে। জীৱিকা ক্ষেত্ৰৰ স’তে জড়িত চাপ বা হেঁচা, আর্থিক আৰু পাৰিবাৰিক সমস্যা তথা স্বাস্থ্য- এই চাৰিটা কাৰকে জীৱনৰ উত্থান-পতনৰ মাজতে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে বুলি উল্লেখ কৰি মেহতাই লগতে কয়, ‘এনেদৰে সৃষ্টি হোৱা চাপে দিন যোৱাৰ লগে লগে গুৰুতৰ ৰূপ ধাৰণ কৰিব পাৰে আৰু সেই অৱস্থা উদ্বিগ্নতা (এনজাইটী) আৰু ডিপ্ৰেছনলৈ ৰূপান্তৰিত হ’ব পাৰে। এনে অৱস্থাত আত্মহত্যাৰ ঘটনা সংঘটিত হ’ব পাৰে।’

লক্ষ্যণীয় যে কেতবোৰ অধ্যয়নত উদ্ধাৰ হোৱা তথ্য অনুসৰি, আত্মহত্যা কৰা ৫০-৯০ শতাংশ ব্যক্তিৰ ক্ষেত্ৰতে দেখা যায় যে তে ওঁলোক কেতবোৰ মানসিক ৰোগ যেনে ডিপ্রেছন বা এনজাইটী অথবা বায়প ‘লাৰ ডিছঅ’ৰ্ডাৰত আক্রান্ত আছিল।

আনহাতে, ভাৰতত বর্ধিত আত্মহননৰ ঘটনা সম্প্রতি সর্ববৃহৎ জনস্বাস্থ্য সংকটত পৰিণত হৈছে বুলি উল্লেখ কৰি ‘লিভ লাভ লাফ’ শীর্ষক সংস্থাৰ অধ্যক্ষ তথা মনোৰোগ বিশেষজ্ঞ শ্যাম ভাটে উদ্বেগৰে আঙুলিয়াই দিয়ে যে দেশত যুৱ অৱস্থাতে আত্মহননৰ ঘটনাও বৃদ্ধি পাইছে। এই সম্পর্কত মনোৰোগ বিশেষজ্ঞজনে লগতে কয়, ‘অতিশয় মানসিক চাপৰ সন্মুখীন হোৱাৰ সময়ত আত্মহননৰ ঘটনা সংঘটিত হ’ব পাৰে।

জটিল আর্থিক সমস্যা, শাৰীৰিক সমস্যা, ব্যক্তিগত লোকচান আদিব স’তে মোকাবিলা কৰাৰ সময়ত সংবেদনশীল ব্যক্তিসকলে এনে চৰম সিদ্ধান্ত ল’ব পাৰে। নিঃসংগতা বা আছুতীয়াকৰণো বিপদৰ কাৰক হ’ব পাৰে।’ একেদৰে আন এগৰাকী মনোৰোগ বিশেষজ্ঞ সম্ভবী জেইমানে কয় যে ভাৰতত যেনেদৰে আত্মহননৰ ঘটনা বৃদ্ধি পাইছে, সেয়া উদ্বেগৰ বিষয়।

এই ক্ষেত্ৰত শীঘ্রে যথোচিত পদক্ষেপ গ্রহণৰ পোষকতা কৰে মনোৰোগ বিশেষজ্ঞগৰাকীয়ে। ‘এই ক্ষেত্ৰত দুর্ভাগ্যৰ বিষয়টো হ’ল যে আমাৰ দেশত আত্মহত্যা সম্পর্কীয় আলোচনা মুকলিকৈ নহয়। মানুহে এনে বিষয়ৰ আলোচনা কৰিবলৈ ভয় বা সংকোচ কৰে। সাধাৰণতে বহুতে এনে আলোচনা নিজৰ মাজতে ফুচফুচাই কৰাটো বিচাৰে,’ বিশেষজ্ঞগৰাকীয়ে এইদৰে কয়। এই ক্ষেত্ৰত সজাগতাৰ প্রয়োজন থকা বুলি উল্লেখ কৰি মনোৰোগ বিশেষজ্ঞ শ্যাম ভাটে কয়, ‘যদি আপুনি কোনো ব্যক্তিক আনন্দ-স্কৃতিহীন বা ডিপ্রেছনত ভোগা লক্ষ্য কৰে, তেন্তে তেনে এজন ব্যক্তিক উৎসাহ-উদ্দীপনা যোগাওক। প্রয়োজনত মনোৰোগ চিকিৎসকৰ দ্বাৰস্থ হ’বলৈ তেওঁক উৎসাহ যোগাব।’

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Highest Number of SuicidesindiaWorldwide
publisher

publisher

Related Posts

যুদ্ধৰ অবাহত ১৪ মে’লৈকে বাতিল হ’ল সকলো হজ বিমান!
India

May 10, 2025
যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 
India

যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

May 10, 2025
ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 
India

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

May 10, 2025
ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 
India

ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

May 10, 2025
কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!
India

কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

May 10, 2025
G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d