Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Young Woman Victim of Guwahati Violence:হত্যা-আত্মহত্যা: ধাৰাবাহিকভাৱে মহানগৰীত হিংসাৰ বলি হৈছে যুৱতী

publisher by publisher
July 13, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Young Woman Victim of Guwahati Violence:হত্যা-আত্মহত্যা: ধাৰাবাহিকভাৱে মহানগৰীত হিংসাৰ বলি হৈছে যুৱতী
4
SHARES
39
VIEWS
ShareShareShareShare

Young Woman Victim of Guwahati Violence:

সমাজত দ্রুতহাৰত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধ। শেহতীয়াভাৱে কম বয়সীয়া যুৱতীক কেন্দ্ৰ কৰি এনে অপৰাধ বৃদ্ধি পোৱা দেখা গৈছে। হয় যুৱতীক আত্মহত্যাৰ পথ বাছি ল’বলৈ বাধ্য কৰা হৈছে নতুবা হত্যা কৰা হৈছে। এনে বহুকেইটা ঘটনা বিগত বর্ষসমূহত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তত সংঘটিত হৈ আহিছে। শেহতীয়াকৈ গুৱাহাটী মহানগৰীত ৰহস্যজনক অৱস্থাত পুনৰ উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। ডাউন টাউনৰ ভাড়াঘৰৰ কোঠাত উদ্ধাৰ হোৱা দুলীয়াজানৰ বনস্মিতা বুঢ়াগোহাঁই নামৰ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত প্রথম অৱস্থাত এয়া এক আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰা হৈছিল যদিও এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি পৰিয়ালে অভিযোগ কৰিছে।

ADVERTISEMENT

সৌন্দৰ্য চৰ্চাৰ প্ৰশিক্ষণৰত যুৱতীগৰাকীয়ে প্রেমজনিত কাৰণতে এনে অনাকাংক্ষিত মৃত্যুক আঁকোৱালি লোৱা বুলি সন্দেহ কৰা হৈছে। মহানগৰীত এনে বহু কেইটা ঘটনা বিগত সময়ছোৱাত সংঘটিত হৈছে। মডেলিং-সৌন্দর্য চৰ্চাৰ পাঠ্যক্ৰমৰ অধ্যয়ন কৰিবলৈ অহা ধেমাজিৰ অনুষ্কা শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃতদেহ হেঙেৰাবাৰীৰ ভাড়াঘৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল।

RelatedPosts

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

একেদৰে বিগত ছেপ্টেম্বৰত বামুণীমৈদামত ছমহলীয়া অট্টালিকাৰ পৰা পৰি এগৰাকী যুৱতীয়ে ৰহস্যজনক মৃত্যুক আঁকোৱালি লৈছিল। ইয়াৰ উপৰি যুৱতী ইউটিউবাৰ প্ৰিয়লীনা নাথৰ মৃতদেহ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল। একেদৰে ৰূপনগৰত ৰেবিকা থাওডাম নামৰ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছিল। এনে বহু ঘটনা বিগত সময়ছোৱাত মহানগৰীত সংঘটিত হৈছে। ইয়াৰে কে’বাটাও ঘটনাক আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰা হৈছিল আৰু আন কে’বাটাও আছিল হত্যাৰ ঘটনা।

বিশেষকৈ যুৱতীৰ মাজত বৃদ্ধি হোৱা এনে ঘটনাপ্রবাহে সকলোকে চিন্তিত কৰি তুলিছে। তাৰ মাজতে এই অপৰাধ তথা ঘটনা ৰোধ কৰিবলৈ হ’লে সমাজত সজাগতাৰ প্ৰয়োজন বুলি মন্তব্য কৰিছে বিশিষ্ট নাৰী অধিকাৰ কৰ্মী সুমিত্রা হাজৰিকাই। উল্লেখ্য যে যুৱতী সমাজৰ মাজত এনেধৰণৰ ঘটনাই এক জটিল ৰূপ ধাৰণ কৰিছে বুলি মন্তব্য কৰি তেওঁ কয় যে যুৱ চামৰ মাজত আত্মহত্যাৰ প্ৰৱণতা, বিশেষকৈ যুৱতী আত্মহত্যাৰ ঘটনা ক্রমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। তীব্র মানসিক হেঁচা আৰু আইনৰ সুৰুঙাৰে অপৰাধী সাৰি যোৱাৰ ফলত এনে ঘটনা বৃদ্ধি পোৱা বুলি শংকা ব্যক্ত কৰি হাজৰিকাই কয়, ‘আজিৰ সমাজত উপাৰ্জনৰ লক্ষ্যৰে তথা নিজৰ ভৰিত নিজে থিয় হোৱাৰ উদ্দেশ্যে এগৰাকী যুৱতী ওলাই আহে; কিন্তু গৰিষ্ঠ সংখ্যক যুৱতীকে বেয়া ব্যৱহাৰ কৰা হয়, বিভিন্ন ক্ষেত্ৰত এৰাই চলা হয় আৰু কেতিয়াবা তেওঁলোক হত্যাৰো বলি হয়।

তেনে ধৰণৰ বহু কেইটা ঘটনা শেহতীয়াকৈ গুৱাহাটীতে সংঘটিত হৈছে। যিসমূহ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে এইবিলাক অতি ভয়ংকৰ আৰু বিপজ্জনক। এই বিলাক ঘটনাৰ এটাৰ পাছত আনটো এনেকৈ সংঘটিত হ’বলৈ ধৰিছে, যিটো সমাজখনৰ কাৰণে অতি ভয়াবহ।’ যুৱতীক হত্যা কৰি পথত পেলাই থৈ যোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে ছয়মাইলত এগৰাকী যুৱতীক হত্যা কৰি পেলাই থৈ গৈছিল; কিন্তু আজিলৈকে কোনো শুংসূত্র নোলাল।

এইধৰণে যদি যুৱতীক হত্যা কৰা হয়, সেয়া প্রেমেই হওক বা ঘৰুৱা হিংসা এই ঘটনাসমূহ ৰোধ কৰিবলৈ হ’লে কাউন্সিলিঙৰ প্ৰয়োজন আৰু এই ক্ষেত্ৰত পৰিয়াল আৰু আৰক্ষীয়ে মুখ্য ভূমিকা পালন কৰিব লাগিব বুলি হাজৰিকাই মন্তব্য কৰি কয়, ‘এগৰাকী যুৱতী যেতিয়া ভাড়াঘৰ বা পেয়িং গেষ্টত থাকে, ইয়াৰ তথ্য ৰাখিব লাগে। পৰিয়ালসমূহ সচেতন হ’ব লাগে যে ছোৱালীজনীয়ে কি কৰিছে।

পৰিয়াল সজাগ হ’ব লাগিব আৰু সমান্তৰালভাৱে আৰক্ষীয়েও এনে দিশসমূহত গুৰুত্ব দিব লাগিব। লগতে আইনৰ সুৰুঙাৰে অপৰাধী সাৰি যাব নোৱাৰিব, যাতে দ্বিতীয়জনে এনে ঘটনা সংঘটিত কৰিবলৈ হ’লে এশবাৰ চিন্তা কৰিবলগীয়া হয়।’ একেদৰে যিসকল যুৱতী ব্যৱসায়-বাণিজ্যৰ স’তে জড়িত তেওঁলোকক লৈ বিভিন্ন ধৰণৰ কথা আলোচনা হয়, পোছাকক লৈ প্রশ্ন কৰা হয় বুলি হাজৰিকাই মন্তব্য কৰি কয় যে আজি যিমান সংখ্যক যুৱতী ধর্ষণ-হত্যাৰ বলি হৈছে, তাত সাজ-পোছাকৰ কথা নাই।

গুৱাহাটীমহানগৰীতে ২০০২ত কণমানি বর্ণালী দেৱক ধৰ্ষণ কৰি হত্যা কৰি টেংকিত পেলাই দিছিল। এই ঘটনাত উচ্চতম ন্যায়ালয়ে ৰায় দিলে অপৰাধীৰ কঠোৰ শাস্তি হ’ব লাগে, কিন্তু অপৰাধী কিশোৰ হোৱা কাৰণে সাৰি গ’ল। আইনৰ সুৰুঙাৰে অপৰাধী বাছি যোৱাৰ ফলতো এনে ঘটনা বৃদ্ধি পাইছে বুলি তেওঁ মন্তব্য কৰি পুনৰ কয়, ‘অসমীয়া সমাজৰ পৰা লাহে লাহে মানবীয় প্রমূল্যবোধ হ্রাস পাইছে। এজনৰ আনজনৰ প্ৰতি যি সহমর্মিতা আৰু আন্তৰিকতা থাকিব লাগে, সেয়া নাইকিয়া হৈছে।

গুৰু-শিষ্য, ভ্রাতৃ-ভগ্নী, বন্ধু আদিৰ মাজৰ যি মধুৰ সম্পর্ক সেয়া ক্রমান্বয়ে হ্রাস পাবলৈ ধৰিছে। কাকো বিশ্বাসত ল’ব নোৱৰা এক পৰিৱেশৰ সূচনা হৈছে। চুবুৰীয়া ছোৱালী এজনীক যদি কোনোবাই হত্যা কৰিছে বা আন কিবা হৈছে আজিৰ দিনত খবৰ
লওঁতা মানুহ নাই। সেয়ে নিজৰ লগতে পৰিয়াল সজাগ হোৱাৰ প্ৰয়োজন। লগতে এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাও যথেষ্ট আছে।

ইজনে আনজনক সম্মান নকৰা হৈছে, নাৰীৰ প্ৰতি সম্মান হ্রাস পাইছে। প্রেম প্রত্যাখ্যান কৰাৰ বাবেই ছোৱালী এজনীক হত্যা কৰা হৈছে। সেয়ে মই ভাবো এনে পৰিৱেশ প্রতিৰোধ কৰিবলৈ হ’লে সমাজৰ অভিভাৱকস্বৰূপ আৰক্ষী কঠোৰ হোৱাৰ লগতে এই ক্ষেত্রত কাউন্সিলিঙৰ ব্যৱস্থা গ্রহণ কৰিব লাগে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GuwahatiViolenceYoung Woman Victim
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d