Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

    Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

    বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

    Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Large Fertilizer Syndicate in Nagaon for a Long time:নগাঁৱত দীৰ্ঘদিন ধৰি সাৰৰ বৃহৎ চেণ্ডিকেট

নগাঁৱৰ ৰাজসাহায্যযুক্ত সাৰ বহিঃৰাজ্যলৈ নিয়াৰ চেষ্টা কৰোতেই আৰক্ষীৰ জালত, হয়বৰগাঁও ৰেক পইন্টৰ পৰাই চলি আছে সাৰৰ ৰমৰমীয়া বেহা, জব্দ হোৱা শশ বেগ ইউৰিয়া সাৰৰ তথ্য বিচাৰি হাবাথুৰি কৃষি বিভাগ

publisher by publisher
July 18, 2024
in Uncategorized
Reading Time: 3 mins read
0
Large Fertilizer Syndicate in Nagaon for a Long time:নগাঁৱত দীৰ্ঘদিন ধৰি সাৰৰ বৃহৎ চেণ্ডিকেট
2
SHARES
21
VIEWS
ShareShareShareShare

Large Fertilizer Syndicate in Nagaon for a Long time:

ৰাজ্যৰ কৃষি বিভাগে কৃষকৰ বাবে যোগান ধৰা ৰাজসাহায্যযুক্ত সাৰৰ নামত মধ্য অসমত এক চোৰাং ব্যৱসায় চলি অহাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। যোৱা ১০ জুলাইত মৰিগাঁও জিলাৰ জাগীৰোডত জাগীৰোড আৰক্ষীয়ে তিনিশ বেগ ইউৰিয়া সাৰসহ এল এন ০২ কিউ ৮০০৯ নম্বৰৰ এখন ট্রাক জব্দ কৰাৰ পাছত এই তথ্য পোহৰলৈ আহিছে।

ADVERTISEMENT

ট্রাকখন জব্দ কৰি চালকজনক আটক কৰাৰ পাছত সোধপোছ কৰোতেই পোহৰলৈ আহে যে নগাঁও চহৰৰ হয়বৰগাঁও শ্ৰীমন্ত শংকৰদেৱ পথতস্থিত ‘বৰা ফার্টিলাইজাৰ‘ নামৰ পাইকাৰী সাৰ বিক্রেতা প্রতিষ্ঠানটোৰ পৰা জাগীৰোড অভিমুখে লৈ যোৱা অৱস্থাত জব্দ হোৱা সাৰখিনি কৃষকৰ বাবে আবণ্টিত ৰাজসাহায্যযুক্ত ইউৰিয়া সাৰ। লগে লগে জাগীৰোড আৰক্ষী থানাৰ আৰক্ষীয়ে বৰা ফার্টিলাইজাৰৰ মৰিগাঁও নগৰত থকা গুদামসমূহত অনুসন্ধান চলাই যদিও বিশেষ একো তথ্য লাভ নকৰিলে।

RelatedPosts

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

Heroin Seize in Juria:নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ জালত হে’ৰইন সহ দুই সৰবৰাহকাৰী

NAGAON:নগাঁৱৰ বৰজহাৰ সমাজকৰ্মী প্ৰবীন মজুমদাৰৰ দেহাৱসান

ইপিনে, মঙলবাৰে জাগীৰোড আৰক্ষীয়ে বৰা ফার্টিলাইজাৰৰ নগাঁও চহৰৰ হয়বৰগাঁৱত থকা বিভিন্ন গুদামত পুনৰ অভিযান চলাই ৬৩৭ বেগ ইউৰিয়া সাৰ জব্দ কৰে। ইপিনে, জাগীৰোড আৰক্ষীয়ে বুধবাৰে পুৱা নগাঁও জিলা কৃষি বিভাগলৈ এক আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰি তেওঁলোকে জব্দ কৰা বৰা ফার্টিলাইজাৰৰ সাৰখিনিৰ সন্দৰ্ভত নিশ্চিত তথ্য বিচাৰে।

নগাঁও জিলা কৃষি বিভাগৰ সূত্ৰই জনোৱা মতে, জাগীৰোড আৰক্ষীৰ পৰা আজি পুৱা তেওঁলোকে পত্রখন লাভ কৰাৰ পাছতেই মেচাৰ্ছ বৰা ফার্টিলাইজাৰৰ নগাঁও চহৰৰ কাৰ্যালয় আৰু তেওঁলোকৰ বিভিন্ন গুদাম ঘৰত অভিযান চলাবলৈ যায় যদিও অতি ৰহস্যজনকভাবে সেইসমূহ বন্ধ থকাত সেই অভিযান সফল নহ’ল।

জিলা কৃষি বিভাগৰ সূত্রটোরে আৰু জনোৱা মতে, ৰাজ সাহায্যযুক্ত সাৰ ইখন জিলাৰ পৰা আন এখন জিলালৈ যাব নোৱাৰে। যিখন জিলাৰ কৃষকৰ বাবে আবণ্টন দিয়া হয় সেইখন জিলাৰ কৃষককেই বিতৰণ কৰিব লাগে। আনহাতে, জাগীৰোড আৰক্ষী থানাই ইউৰিয়া সাৰসহ জব্দ কৰা মেচাৰ্ছ বৰা ফার্টিলাইজাৰৰ সাৰ পৰিবহণ কৰা ট্রাকখনৰ চালকজনৰ পৰা আৰক্ষীয়ে যিখন চালান জব্দ কৰিছে সেইখন ছিলঙলৈ গৈ থকা বুলি উল্লেখ আছে।

নগাঁৱত আৱণ্টিত নগঞা কৃষকৰ বাবে বিতৰণ কৰিবলগীয়া ৰাজসাহায্য যুক্ত ইউৰিয়া সাৰৰ চালান ছিলঙলৈ কিয় ইয়াকে লৈ ৰহস্য অধিক ঘনীভূত হৈ পৰিছে। সেয়েহে বিষয়টোক লৈ অধিক সচেষ্ট হৈ পৰিছে আৰক্ষী আৰু নগাঁও জিলা কৃষি বিভাগ। ইপিনে, জাগীৰোড আৰক্ষীয়ে সমগ্র ঘটনা সন্দৰ্ভত ভাৰতীয় ন্যায় সংহিতাৰ ৩৬১/৩১৬ (৩)/৩১৮ (৪) অধীনত ১৩৬/২০২৪ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।

আনহাতে, অবৈধভাবে ৰাজ সাহায্যযুক্ত সাৰ কঢ়িয়াই নিয়া বৰা ফার্টিলাইজাৰৰ ট্ৰাকখনৰ ধৃত চালকজনক আদালতত হাজিৰ কৰাই জেললৈ প্ৰেৰণ কৰিছে। ইপিনে, আৰক্ষী আৰু কৃষি বিভাগে এই পর্যন্ত মেচাৰ্ছ বৰা ফার্টিলাইজাৰৰ স্বত্বাধিকাৰীক যোগাযোগ কৰিব পৰা নাই আৰু বিগত দুটা দিন ধৰি এই পাইকাৰী সাৰৰ প্ৰতিষ্ঠানটো বন্ধ আছে বুলি জানিব পৰা গৈছে।

জাগীৰোডত জব্দ কৰা সাৰৰ তথ্য বিচাৰি আৰক্ষী আৰু কৃষি বিভাগে দুটা দিন ধৰি হাবাথুৰি খাই আছে যদিও বৰা ফার্টিলাইজাৰৰ ভূমিকাই সমগ্র বিষয়টো ৰহস্যৰ সৃষ্টি কৰিছে। তাৎপর্যপূর্ণভারে কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে জাগীৰোডত জব্দ হোৱা সাৰৰ ঘটনাই ৰাজ্যত চলি থকা সাৰৰ চোৰাং ব্যৱসায়ৰ তথ্য উন্মোচিত কৰিছে। আৰক্ষী আৰু কৃষি বিভাগে এই ঘটনাৰ সঠিক তদন্ত কৰিলে জোলোঙাৰ মেকুৰী ওলাই পৰিব।

উল্লেখ্য যে, নগাঁও চহৰৰ হয়বৰগাঁৱৰ ৰেক পইণ্টৰ পৰা দীর্ঘদিন ধৰি এই ৰাজসাহায্যযুক্ত সাৰৰ নামত জনৈক বৰা উপাধিৰ এইজন সাৰৰ পাইকাৰী বিক্রেতাৰ নেতৃত্বত চলি অহা এই সাৰৰ ছিণ্ডিকেটৰ পৰাই কলা বজাৰলৈ সাৰৰ আমদানি ঘটি আহিছে যদিও জিলা কৃষি বিভাগে গোপন বুজাবুজিৰে এইক্ষেত্ৰত নীৰৱ ভূমিকা গ্রহণ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখ্য যে, নগাঁও জিলাত বছৰ বছৰ ধৰি কৃষক ৰাইজৰ বাবে আৱণ্টিত চৰকাৰী ৰাজসাহায্যযুক্ত সাৰৰ চোৰাং বেহা অব্যাহত আছে। কৃষকৰ বাবে আবণ্টিত ৰাজসাহায্য যুক্ত সাৰৰ চোৰাং বেহা চলি থকা হেতুকে জিলাখনৰ প্রকৃত কৃষক ৰাইজে প্রয়োজনীয় সাৰৰ বাবে হাবাথুৰি খাবলগীয়া হয়। অথবা তিনি চাৰিগুণ দামত ৰাজসাহায্যযুক্ত সাৰকে ক্ৰয় কৰিবলৈ বাধ্য হৈছে।

নগাঁৱৰ কৃষকৰ বাবে আবণ্টিত সাৰ কৃষকক নিদি অসাধু ব্যবসায়ীয়ে এক চক্ৰৰ জৰিয়তে বহিঃৰাজ্যলৈ আনকি বহিঃৰাষ্ট্ৰলৈ সৰবৰাহ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে। অভিযোগ অনুসৰি, অসাধু চক্রটোৱে চৰকাৰী ৰাজসাহায্য যুক্ত ইউৰিয়া সাৰ চোৰাংকৈ নি ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে বহিঃৰাজ্যলৈ সৰবৰাহ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Large Fertilizer SyndicateLong timeNagaon
publisher

publisher

Related Posts

Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া
Uncategorized

May 1, 2026
Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ
Uncategorized

Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ

April 30, 2026
WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
Uncategorized

WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
Uncategorized

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d