Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Greetings Card:নতুন বছৰৰ পদূলিত টিলিঙা বজাই দি যোৱা ‘গ্ৰীটিংছ কার্ড’খন আজি ইতিহাস

মৰমৰ ঘৰখনৰ বেৰত আজি ওলমি নৰয় গ্ৰীটিংছ কাৰ্ডৰ মৰমভৰা সুৱাস

publisher by publisher
December 30, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Greetings Card:নতুন বছৰৰ পদূলিত টিলিঙা বজাই দি যোৱা ‘গ্ৰীটিংছ কার্ড’খন আজি ইতিহাস
5
SHARES
51
VIEWS
ShareShareShareShare

RelatedPosts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

পৱিত্ৰ গংগাত নাওত বিৰিয়ানি পাৰ্টি!

পশ্চিম এছিয়া যুদ্ধৰ মাজত বিভ্ৰান্তিকৰ পোষ্ট: ইউএইত ১৯ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা

Greetings Card:

পদূলিত ইংৰাজী নববর্ষ। নতুন বছৰৰ আগমনত পুলকিত হৈ পৰিছে প্রতিজনৰ মন। এনে সময়তে মনলৈ আহিছে তাহানিৰ নানাৰঙী গ্রীটিংছ কার্ডখনৰ কথা। তাহানিৰ নতুন বছৰৰ পদূলীত ডাকোৱালে টিলিঙা বজাই দি যোৱা ‘গ্রীটিংছ কার্ড’খন আজি ইতিহাস।

ADVERTISEMENT

তাহানিৰ মৰমৰ বেৰখনত আজি ওলমি নৰয় গ্রীটিংছ কাৰ্ডৰ মৰমভৰা সুৱাস। তাৰ বিপৰীতে আজিৰ ম’বাইলৰ ‘স্ক্রীণ’ত শ্রুতিমধুৰ ৰিংটনৰে জিলিকি ৰয় নতুন বছৰৰ নানা ভাল লগা বার্তা। এই যান্ত্রিকতাৰ সময়ত তাহানিৰ গ্রীটিংছ কাৰ্ডখনৰ স্মৃতিবোৰ সুঁৱৰি প্রশ্ন কৰাত মধ্য অসমৰ সদাজাগ্রত চহৰ জখলাবন্ধাৰ একালৰ গ্ৰীটিংছ কাৰ্ডৰ ব্যৱসায়ী শংকৰ ৰয়ে ক’লে- ‘শুভেচ্ছা জনোৱাৰ উপায়বোৰ সলনি হোৱাৰ লগে লগে আগৰ গ্ৰীটিংছ কাৰ্ডৰ ব্যবসায় এতিয়া বন্ধ হ’ল।

তেতিয়াৰে গ্রীটিংছ কার্ড এতিয়াও দোকানৰ চুকতে পৰি আছে। কোনেও নিবিচাবে। আগতে এই গ্রীটিংছ কার্ড বিক্ৰী এক উত্তম ব্যবসায় আছিল।’ আজিৰ যান্ত্রিকতাৰ সময়তো অৱশ্যে অভিনন্দনবোৰ উমাল হৈয়ে আহে। মাথোঁ উকা হৈ থাকে তাহানি গজালত ওলমাই থোৱা মৰমৰ বেৰখনৰ ৰং-বিৰঙৰ শুভেচ্ছা ভৰা গ্ৰীটিংছ কাৰ্ডৰ ঠাইখিনি।

৮০-৯০ দশকৰ গ্রীটিংছ কাৰ্ডখনৰ পৰা আজিলৈ বহু বছৰ বাগৰিল। আৰু কেইঘণ্টামান পাছতে চাওঁতে চাওঁতে আৰু এটা বছৰে বিদায় মাগিব আমাৰ মাজৰ পৰা। ২০২৩ক এৰি ২০২৪ৰ ইংৰাজী নতুন বছৰক আদৰাৰ ব্যাপক প্রস্তুতি চলিছে চৌপাশে। ইজনে সিজনক নতুন বছৰৰ শুভেচ্ছা জনাইছে।

সামাজিক মাধ্যম ফেচবুক, হোৱাটছএপত নতুন বছৰৰ শুভেচ্ছাৰ মেচেজৰে ভৰি পৰিছে। কিন্তু ইয়াৰ বিপৰীতে আমাৰ মাজৰ পৰা হেৰাই গৈছে তাহানিৰ হাতে লিখা ৰং-বিৰঙৰ গ্ৰীটিংছ কাৰ্ডখন। এটা সময়ত যিখন কার্ড লাভ কৰাৰ পাছতে শিহৰিত হৈ পৰিছিল প্ৰতিজন।

পুৰণি দিনৰ গ্ৰীটিংছ কাৰ্ডৰ সুৱাস লোৱা অনুভবী ভবেন বৰুৱাই ক’লে- ‘গ্রীটিংছ পঠোৱা আৰু পোৱাতো আগতে এক আৱেগ আছিল। এতিয়া সেই আবেগ নাই। প্রিয়জনৰ লগতে আত্মীয়, বন্ধু -বান্ধৱ বহুতৰে গ্রীটিংছখন এই সময়ত আহিছিল। এতিয়া নাহে। সময়বোৰ কিবা যন্ত্রই টানি নিয়া যেন লাগে।

সময়ৰ পৃষ্ঠাত মেলানি মাগিব আৰু এটা বছৰে। পুৰণিক বিদায় দি ভুমুকি মাৰিব নতুন এটা বছৰে। নতুন বছৰতো যাতে ভালে যায় তাবেই শুভেচ্ছাৰে এটা সময়ত ভৰি পৰিছিল গ্রীটিংছ কার্ড। নতুন বৰ্ষ ওচৰ চাপি অহা তথা পুৰণি বৰ্ষটোয়ে বিদায় লোৱাৰ প্ৰাক্ষণত নিজৰ আপোনজনক নৱবৰ্ষৰ শুভেচ্ছা প্ৰদানৰ এক সুন্দৰ মাধ্যম আছিল গ্রীটিংছ কার্ড। দোকানত ওলোমাই ৰখা গ্রীটিংছ কার্ডত ব্যস্ততা বাঢ়িছিল দোকানীৰ।

দোকানীৰ ওঁঠত হাঁহি বিৰিঙাই গ্রাহকক হাতবাউল দি মাতিছিল ভিন্নৰঙী গ্রীটিংছ কার্ডবোৰে। নিজৰ মনৰ ভাব প্রকাশ কৰি নিজ হাতেৰে আপোনজনক নৱবৰ্ষৰ শুভেচ্ছা জনাবলৈ গ্রাহকে ক্রয় কৰিছিল গ্রীটিংছ কার্ডবোৰ। কে’বাদিনো পূৰ্বৰে পৰা প্রিয়জনৰ বাবে প্রিয় বাক্য আৰু আগন্তুক বর্ষ কুশল কামনাৰে গ্ৰীটিংছৰ পৃষ্ঠাত শুভেচ্ছাবাণী লিখিছিল। কিন্তু এতিয়া সময় সলনি হ’ল। গ্রীটিংছ কার্ডবোৰ এতিয়া যেন ইতিহাস হ’ল। নতুন বছৰতো শুভেচ্ছা জনোৱাৰ মাধ্যমো সলনি হ’ল।

গ্রীটিংছ কার্ডৰ সলনি সামাজিক মাধ্যম ফেচবুক, হোৱাটছএপ আদি ছ’চিয়েল মিডিয়াই গ্রীটিংছ কাৰ্ডৰ স্থান দখল কৰিলে। পূৰ্বতে বিচাৰি ভিৰ কৰা সেই গ্রীটিংছ কার্ডসমূহ বিপণীত নিবিচৰা হ’ল গ্রাহকে। গ্রীটিংছ কাৰ্ডৰ বিপণীসমূহৰ বিক্রেতাসকলেও যেন সেই গ্রীটিংছ কার্ড বিক্ৰীৰ জীপাল অভিজ্ঞতাবোৰ এতিয়াও সোঁৱৰে।

লাহে লাহে চাহিদা হ্রাস পোৱাৰ লগে লগে আমদানি চল বন্ধ হ’ল গ্রীটিংছ কাৰ্ডৰ। কিয়নো ছ’চিয়েল মিডিয়াৰ যোগেদি এক মুহূর্তৰ ভিতৰতে দেশ বিদেশৰ বন্ধু তথা আপোনজনক শুভেচ্ছা প্রদান কৰিব পৰা হ’ল। একে সময়তে কে’বাজনো লোকক পঠিয়াব পৰা হ’ল শুভেচ্ছাবাণী। হেবাই গ’ল গ্রীটিংছ কাৰ্ডৰ জনপ্রিয়তা। ফলত ছ’চিয়েল মিডিয়াৰ প্ৰসাৰৰ বাবে ইতিহাসৰ পাততহে সজীৱ হৈ ৰ’ল গ্রীটিংছ কার্ড।

তথাপি ৮০-৯০ দশকৰ প্রতিজনে ইংৰাজী নতুন বছৰৰ আগমনৰ সময়ছোৱাতে যেন এবাৰ হ’লেও সোঁৱৰে ডাকোৱালে টিলিঙা বজাই দি যোৱা নানাৰঙী খামৰ মৰমভৰা গ্ৰীটিংছ কার্ডখনক। গ্রীটিংছ কাৰ্ডৰ প্ৰেমত পৰা একাংশৰ আশা- আকৌ উলটি আহক গ্রীটিংছ কাৰ্ডৰ সেই সময়বোৰ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Greetings CardJakhalabandhaSocial Media
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d