Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Interim Government has threatened to shut down media outlets that spread false Propaganda:ভুৱা প্ৰচাৰ চলোৱা সংবাদ মাধ্যম বন্ধ কৰাৰ হুংকাৰ অন্তৱৰ্তী চৰকাৰৰ

গৃহ বিভাগৰ উপদেষ্টা প্রাক্তন সেনা বিষয়াৰ সকীয়নি, চৰকাৰৰ নামত বাংলাদেশত চলিব উন্মত্ত লোকৰ শাসন হাছিনা পুত্র জয়, বাংলাদেশৰ হিন্দু যুৱক-যুৱতী আৰু ছাত্ৰ সংগঠনৰ সৈতে বৈঠকৰ আহ্বান বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ, বাংলাদেশৰ সংখ্যালঘুসকলৰ ওপৰত হোৱা আক্ৰমণৰ সমাধানৰ বাবে বৈঠক আহ্বান

publisher by publisher
August 12, 2024
in Uncategorized
Reading Time: 2 mins read
0
Interim Government has threatened to shut down media outlets that spread false Propaganda:ভুৱা প্ৰচাৰ চলোৱা সংবাদ মাধ্যম বন্ধ কৰাৰ হুংকাৰ অন্তৱৰ্তী চৰকাৰৰ
5
SHARES
51
VIEWS
ShareShareShareShare

Interim Government has threatened to shut down media outlets that spread false Propaganda:

চৰকাৰৰ নামত বাংলাদেশত কিছুসংখ্যক উচ্ছৃংখল তথা আইন-কানুন নমনা লোকৰ শাসন চলিব বুলি সকীয়নি জাৰি কৰিছে দেশখনৰ সদ্যপ্রাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ পুত্ৰ সজীৱ বাজেদ জয়ে। হিংসাত্মক প্ৰতিবাদৰ মাজতে যোৱা পাঁচ আগষ্টত পদত্যাগ কৰি দেশ এৰি ভাৰতলৈ পলায়ন কৰা প্ৰাক্তন প্রধানমন্ত্রীৰ হাছিনা পুত্র সজীৱে তেওঁৰ মাতৃক আশ্রয় দিয়াৰ বাবে ভাৰতক ধন্যবাদ জনাইছে।

ADVERTISEMENT

সজীবে লগতে হাছিনা চৰকাৰৰ পতনৰ পাছত গঠন হোৱা মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তর্বর্তী চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। চৰকাৰখন সম্পূৰ্ণৰূপে ক্ষমতাহীন বুলি অভিযোগ কৰি তেওঁ লগতে কয়, ‘চৰকাৰখন নামমাত্র ক্ষমতাৰ অধিকাৰীৰে গঠিত হৈছে। এতিয়া বাংলাদেশত আইন-কানুন নমনা লোকৰ শাসন চলিব।

RelatedPosts

BNP’s Tarique Rahman demands national election by December:ডিচেম্বৰৰ ভিতৰত বাংলাদেশত সাধাৰণ নিৰ্বাচনৰ দাবী বিএনপিৰ মুৰব্বী তাৰিক ৰহমানৰ

bangla13যদি কাইলৈ কোনো উন্মত্ত জনসমষ্টিয়ে চৰকাৰ সলনিৰ দাবী কৰে, তেন্তে চৰকাৰ সলনি হ’বই।’ তেওঁ এইবুলিও সকীয়াই দিয়ে যে খৰখেদাকৈ নির্বাচন আয়োজন নকৰিলে, গন্দগোল অব্যাহত থাকিব। হাছিনা চৰকাৰ পতনৰ পাছত দেশখনৰ মুখ্য ন্যায়াধীশ আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰে পদত্যাগ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টিক লৈও তেওঁ উদ্বেগ প্রকাশ কৰে।

আনহাতে, দক্ষিণ এছিয়াৰ এই অশান্তজৰ্জৰ দেশখনৰ অন্তৱর্তী চৰকাৰ সম্প্রতি একাংশ সংবাদ মাধ্যমৰ ওপৰত খৰ্গহস্ত হৈছে। হাছিনা চৰকাৰৰ পদত্যাগৰ দাবীত চলা শেহতীয়া হিংসাত্মক প্ৰতিবাদৰ সময়ত দেশখনৰ একাংশ সংবাদ মাধ্যমে ভুৱা বাতৰি প্ৰচাৰ কৰে বুলি অভিযোগ কৰি অন্তৱৰ্তী চৰকাৰে এনে সংবাদ মাধ্যম বন্ধ কৰাৰ হুংকাৰ দিছে।

বিগত সময়ছোৱাত দেশখনৰ একাংশ সংবাদ মাধ্যমে ভুৱা তথা সত্য আধাৰিত নোহোৱা বাতৰি প্ৰচাৰ কৰে বুলি ক্ষোভ প্রকাশ কৰি অন্তৱৰ্তী চৰকাৰৰ গৃহ পৰিক্ৰমাৰ উপদেষ্টা ব্রিগ্রেডিয়াৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) এম শ্বেখাৱট হুছেইনে কয়, ‘এখন দেশৰ প্ৰগতি বাধাগ্রস্ত হয় যেতিয়া দেশখনৰ সংবাদ মাধ্যমে সত্যক প্রশ্রয় নিদিয়ে।’ সাধাৰণ লোকক বিপথে পৰিচালিত কৰা বাতৰি পৰিবেশনৰ স’তে জড়িত সংবাদ মাধ্যমসমূহক বন্ধ কৰি দিয়াৰ হুংকাৰো দিয়ে গৃহ পৰিক্ৰমাৰ উপদেষ্টাজনে।

সংবাদ মাধ্যমসমূহক দায়বদ্ধ হ’বলৈ সকীয়াই দি তেওঁ আৰু কয়, ‘টেলিভিছনৰ টকশ্ব’সমূহত তথ্য-প্রমাণ নোহোৱাকৈয়ে বহু কথা আলোচিত হ’ল। শুদ্ধ তথ্য যোগানত সংবাদ মাধ্যম ব্যৰ্থ হ’ল।’ অৱশ্যে গৃহ উপদেষ্টাজনৰ এনে ভাবুকিসূচক মন্তব্যই আগন্তুক দিনত বাংলাদেশত সংবাদ মাধ্যমৰ কণ্ঠৰোধ হোৱাৰ সম্ভাৱনা বহন কৰা বুলি একাংশই মন্তব্য কৰিছে।

yunuj 2ইপিনে, বর্তমানেও দেশখনৰ পৰিস্থিতি অস্থিৰ হৈ থকাৰ সময়তে অন্তৱর্তী চৰকাৰৰ ডাক, দূৰসংযোগ আৰু তথ্য প্রযুক্তি বিভাগৰ উপদেষ্টা নাহিদ ইছলাে হুংকাৰ দিছে যে দেশখনৰ শেহতীয়া প্ৰতিবাদৰ সময়ত ইণ্টাৰনেট বন্ধ কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হ’ব। তেওঁ কয় যে ইণ্টাৰনেট বন্ধ কৰা কাৰ্যই নাগৰিকসকলৰ মৌলিক অধিকাৰ ভংগ কৰে।

আনহাতে,বাংলাদেশৰ হিন্দু যুৱক-যুৱতী আৰু ছাত্ৰ সংগঠনৰ সৈতে বৈঠকৰ আহ্বান বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ। বাংলাদেশৰ সংখ্যালঘুসকলৰ ওপৰত হোৱা আক্ৰমণৰ সমাধানৰ বাবে বৈঠক আহ্বান কৰিছে মহম্মদ ইউনুছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bangladesh Interim Governmentspread false Propagandathreatened to shut down media outlets
publisher

publisher

Related Posts

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
Uncategorized

May 2, 2026
Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া
Uncategorized

Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া

May 1, 2026
Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ
Uncategorized

Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ

April 30, 2026
WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
Uncategorized

WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d