Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

AJp Pressmeet:তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰি পৰীক্ষাত ব্যাপক অনিয়ম, ন্যায়িক তদন্তৰ দাবী

উপযুক্তজনক বঞ্চিত কৰি 'নিজৰ মানুহক' চাকৰি দিবলৈ পৰীক্ষাৰ নামত ভেকোভাওনা পাতিছে হিমন্ত বিশ্ব চৰকাৰে - অজাপ

samimsultana by samimsultana
September 16, 2024
in India, Assam, News
Reading Time: 3 mins read
0
AJp Pressmeet:তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰি পৰীক্ষাত ব্যাপক অনিয়ম, ন্যায়িক তদন্তৰ দাবী
2
SHARES
18
VIEWS
ShareShareShareShare

AJp Pressmeet:

কালি অনুষ্ঠিত হৈ যোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাচনি পৰীক্ষাত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলিছে অসম জাতীয় পৰিষদে। দলৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা এখন সংবাদ মোলত দলৰ মুখপাত্ৰ অমিতাভ বৰঠাকুৰ আৰু জিয়াউৰ ৰহমানে কয় যে চৰকাৰী বৰমুৰীয়াসকলে তেওঁলোকৰ পচন্দৰ বা বন্দোৱস্তি থকা প্ৰাৰ্থীক উত্তীৰ্ণ কৰোৱাৰ উদ্দেশ্যে উক্ত অনিয়মবোৰ সংঘটিত কৰিছে। ইয়াৰ দ্বাৰা চৰকাৰে প্ৰাৰ্থীসকলৰ অধিকাৰ হৰণ কৰাৰ লগতে সাধাৰণ নাগৰিককো হাৰাশাস্তি কৰিছে। নেতাদ্বয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অনুষ্ঠিত কৰা প্ৰথমটো পৰীক্ষাতে ব্যাপক অনিয়ম তথা বিসংগতি সংঘট্ত হোৱা বুলি জাতীয় পৰিষদে অভিযোগ কৰিছিল।

ADVERTISEMENT

তেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনিয়মৰ প্ৰমাণ দিবলৈ প্ৰত্যাহ্বান জনাইছিল। অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সেইবাৰ অকল মুখ্যমন্ত্ৰীৰ জালুকবাৰী সমষ্টিৰে ৮গৰাকী চাকৰি পোৱা ব্যক্তিৰ নাম-ঠিকনা, ৰোল নম্বৰ, নিযুক্তি পোৱা পদৰ নাম তথা কাৰ্যালয়ৰ ঠিকনা সম্বলিত বিস্তৃত তথ্য সংবাদ মেলৰ জৰিয়তে ৰাজহুৱা কৰিছিল। তেনে প্ৰাৰ্থীয়ে আনকি ৫৪ বছৰ বয়সতো কেনেকৈ চৰকাৰী চাকৰি লাভ কৰিছিল, তাৰ তথ্যও ৰাজহুৱা কৰিছিল।

RelatedPosts

AJP Pressmeet in Dibrugarh:নিৰ্বাচন খেলাৰ দৰে লগা নাই হিমন্ত বিশ্ব শৰ্মাৰ এটা বাহিনীয়ে নিৰ্বাচন খেলাৰ দৰে লাগিছে: চিত্তৰঞ্জন বসুমতাৰী

Lurinjyoti Gogoi :জনজাতিকৰণৰ প্ৰদানৰ প্ৰক্ৰিয়া নিৰ্বাচনী ললিপপ! ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত অসমবাসীক টুপী পিন্ধাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে: লুৰিণজ্যোতি

ADRE Result: ঘোষণা কৰা হ’ল ADRE ৰ তৃতীয় বৰ্গৰ পদৰ চুড়ান্ত ফলাফল

কিন্তু সেইসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰাটো দূৰৰে কথা, সেই বিষয়ে মুখ্যমন্ত্ৰীয়ে মৌন ব্ৰত ধাৰণ কৰি খেলিমেলি হোৱাৰ কথা আওপকীয়াকৈ স্বীকাৰ কৰি লৈছিল। তাৰ পাছত বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত স্বয়ং বিজেপি ৰাজ্যিক কাৰ্যালয় বাজপেয়ী ভৱনত চাকৰিৰ মুকলি বজাৰ বহাৰ তথ্য উন্মোচিত হয়। বাজপেয়ী ভৱনৰ অভ্যন্তৰৰ কেইবাগৰাকী লোক গ্ৰেপ্তাৰ হোৱাৰ লগতে বিজেপিৰ এগৰাকী ৰাজ্যিক পৰ্যায়ৰ মহিলা বিষয়ববীয়াই আত্মহত্যা কৰি চাকৰি প্ৰদানৰ অন্তৰালত চলা অনিয়মৰ তথ্য উন্মোচন কৰি দিয়ে।

এইবাৰ পুনৰ চাকৰি প্ৰদানৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ কৰি জাতীয় পৰিষদৰ নেতাদ্বয়ে প্ৰথমে কালিৰ পৰীক্ষাতৰ নিৰাপত্তা তালাচীৰ নামত বহু মহিলা প্ৰাৰ্থীক কৰা হাৰাশাস্তিৰ ঘটনাক গৰিহণা দিয়ে। নেতাদ্বয়ে কয় যে পৰীক্ষাত ব্যৱহৃত অ’ এম আৰ শ্বীটত পৰীক্ষাতৰ্থীৰ নাম আৰু ফটো ব্যৱহাৰৰ কাৰ্য্য চিন্তাজনক। কিয়নো যিকোনো গুৰুত্বপূৰ্ণ পৰীক্ষাত পৰীক্ষাৰ্থীৰ সৈতে পক্ষ্যপাতিত্ব বা নাশকতা প্ৰতিৰোধৰ স্বাৰ্থত উত্তৰবহী বা অ’ এম আৰ শ্বীটত পৰীক্ষাৰ্থীৰ পৰিচয়সূচক তথ্য উল্লেখ কৰাৰ নিয়ম নাই।

সাধাৰণ মেট্ৰিক পৰীক্ষাৰ পৰা আৰম্ভ কৰি ইউ পি এছ ছিৰ দ্বাৰা পৰিচালিত সৰ্বোচ্চ পৰীক্ষালৈকে এই নিয়ম প্ৰযোজ্য। উক্ত সকলো পৰীক্ষাতে এডমিট কাৰ্ডত পৰীক্ষাৰ্থীৰ নাম আৰু ফটো প্ৰকাশ কৰাৰ নিয়ম। সেয়ে কালিৰ পৰীক্ষাৰ অ এম আৰ শ্বীটত পৰীক্ষাৰ্থীৰ নাম আৰু ফটো কিয় সংলগ্ন কৰা হ’ল সেয়া ৰহস্যজনক।

আনহাতে পৰীক্ষা দি প্ৰশ্নকাকত লগত লৈ অহাটো পৰীক্ষাৰ্থীসকলৰ অধিকাৰ বুলি উল্লেখ কৰি দলটোৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে কয় যে চি বি এছ ছি বনাম আদিত্য বন্দোপাধ্যায় গোচৰত উচ্চতম ন্যায়লয়ে এই কথা কৈছে। কিন্তু চৰকাৰে বৰ্তমানে পাতি থকা পৰীক্ষাসমূহত পৰীক্ষাৰ্থীসকলৰ পৰা প্ৰশ্নকাকতসমূহ ৰাখি থোৱা হয়। তেতিয়া পৰীক্ষাৰ্থী এজনে কি পৰীক্ষালদিছে বা কি কি লিখিছে, সেইটো মিলাই চোৱাৰ তেওঁৰ কোনো উপায় নাথাকে। এয়া স্পষ্টভাৱে পৰীক্ষাৰ্থীৰ অধিকাৰ হৰণ।

নেতাদ্বয়ে কয় যে বিজেপি দল তথা চৰকাৰৰ বৰমুৰীয়াসকলে তেওঁলোকৰ নিজা প্ৰাৰ্থীসকলক চাকৰি দিয়াটো নিশ্চিত কৰিবলৈ এনে অনিয়ম সংঘটিত কৰাটো স্পষ্ট হৈছে। অৰ্থাৎ তেওঁলোকে যে নিকা উপায়েৰে উপযুক্তজনক চাকৰি দিব বিচৰা নাই, সেয়া কাৰো বুজিবলৈ বাকী নাই।

নেতাদ্বয়ৰ মতে, উপযুক্তজনক বঞ্চিত কৰি ‘নিজৰ মানুহক’ চাকৰি দিবলৈ পৰীক্ষাৰ ভেকোভাওনা পাতিছে চৰকাৰে। পূৰ্বৰ পৰীক্ষাৰ সমূহত যেনেকৈ অনিয়মৰ জৰিয়তে বিজেপিৰ নেতাসকললৰ নিজৰ মানুহক চাকৰি দিছিল, এইবাৰো একেদৰে নিজৰ মানুহক চাকৰি দিবৰ বাবে আৰু এই কথাবোৰ যাতে ৰাইজে ধৰিব নোৱাৰে বা তাৰ বিৰুদ্ধে জনমত সৃষ্ঠি নহয়, সেই উদ্দেশ্যে পৰীক্ষাৰ এঘন্টা আগৰ পৰা এঘন্টা পাছলৈ সমগ্ৰ ৰাজ্যতে ইন্টাৰনেট কৰ্তন কৰি চৰতাৰে ৰাইজক হাৰাশাস্তি কৰাৰ লগতে ৰাইজৰ অধিকাৰো হৰণ কৰিছে।

গতিকে এনে খেলিমেলিবোৰ পৰীক্ষা কৰিবলৈ উচ্চ ন্যায়ালয়ৰ তত্বাৱধানত এক ন্যায়িক তদন্ত ঘোষণা কৰিবলৈ দলৰ হৈ নেতাদ্বয়ে দাবী কৰে। তেওঁলোকে কয় যে চৰকাৰী কাম-কাজৰ ওপৰত ৰাইজৰ বিশ্বাস নাই। নিজৰ সন্দেহজনক কাৰ্য্যৰে চৰকাৰে নিজেই বিশ্বাসহীনতাৰ পৰিৱেশ সৃষ্টি কৰিছে। এনে পৰিৱেশ নাইকীয়া কৰিবলৈ ন্যায়িক তদন্তৰ প্ৰয়োজন বুলি নেতাদ্বয়ে কয়।

আজিৰ সংবাদ মেলত অমিতাভ বৰঠাকুৰ আৰু জিয়াউৰ ৰহমানৰ উপৰি দলটোৰ আন এজন সম্পাদক গিৰীণ তালুকদাৰ আৰু দলটোৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উপ-সভাপতি অজয় তালুকদাৰো উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ADRE ExaminationAjp PressmeetQuestion Paper leak
samimsultana

samimsultana

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d