Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দুৰ্নীতি-অনিয়মে ছানি ধৰিছে নগাঁও জনস্বাস্থ্য কাৰিকৰী সংমণ্ডল

publisher by publisher
September 2, 2020
in Assam, News
Reading Time: 1 min read
0
কলিয়াবৰৰ গ্ৰামোন্নয়ন বিভাগৰ আঁচনিত ব‍্যাপক অনিয়ম
6
SHARES
55
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী আঁচনিৰ ৰূপায়ণতো ব্যাপক অনিয়মৰ অভিযোগ

ADVERTISEMENT

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও সংমণ্ডলৰ বিষয়া-কৰ্মচাৰী সকলৰ দুৰ্নীতি অনিয়মৰ বাবেচৰম দুৰ্ভোগ ভুগিব লগা হৈছে সংমণ্ডলটোৰ অধীনস্থ বিভিন্ন গাঁৱৰ ৰাইজে । জনস্বাস্থ্য কাৰিকৰী নগাঁও সংমণ্ডলে কেতবোৰ আঁচনিৰ লগতে ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী আঁচনিৰ (এন আৰ ডি ডব্লিউ পি)অধীনত প্ৰতিটো বিত্তীয় বৰ্ষতে কোটি কোটি টকা আৱন্টন লাভ কৰি আহিছে আৰু সংমণ্ডলটোৱেও আবন্টিত সমূদায় ধন গ্ৰাম্যাঞ্চলৰ ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰি বিভিন্ন খোৱাপানী যোগান আঁচনিৰ কামত ব্যয় কৰি অহা বুলি বিভাগীয় নথিত উল্লেখ কৰি আহিছে । তৎসত্বেও জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলটোৰ অধীনস্থ নগাঁও জিলাৰ বহু অঞ্চলৰ হেজাৰ হেজাৰ লোকে আজিও এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাঁহাকাৰ কৰি ফুৰিবলগীয়া হোৱাটো অতি দুৰ্ভাগ্যজনক বিষয় ।

বিশেষকৈ জিলা খনৰ ৰহা, কামপুৰ, কঠিয়াতলী, বঢ়মপুৰ, বামুণী, পুৰণিগুদাম, ৰূপহী, জুৰীয়া প্ৰমুখ্যে বিভিন্ন অঞ্চলৰ বহু গাঁৱত এতিয়াও বিশুদ্ধ খোৱাপানী পোৱাটো ৰাইজৰ বাবে হৈ পৰিছে । জিলাখনৰ গঞা ৰাইজে এতিয়াও এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাঁকাৰ কৰি ফুৰিব লগীয়া হৈছে , কিন্তু বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ বিপৰীতে আবন্টিত ধনৰে অভিযন্তা, সহকাৰী কাৰ্যবাহী অভিযন্তা, কণিষ্ঠ অভিযন্তা, গুদাম ৰক্ষক, ঠিকাদাৰ সকল ঠিকেই সৱল হোৱা পৰিলক্ষিত হৈছে । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও সংমণ্ডলে গঞা ৰাইজক বিশুদ্ধ খোৱাপানী যোগানৰ নামত বছৰ বছৰ ধৰি সংঘটিত কৰি অহা লুন্ঠনৰাজৰ এক অধ্যায় সম্প্ৰতি পোহৰলৈ আহিছে।

ইনফৰমেচন ফ’ৰামৰ সম্পাদক নৰেন্দ্ৰ প্ৰকাশ চৌহানক জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলে আৰ টি আইৰ আবেদনৰ ভিত্তিত যোগান ধৰা তথ্যত সংমণ্ডলটোত সংঘটিত ব্যাপক দুৰ্নীতি-অনিয়ম পোহৰলৈ আহিছে । চৌহানক যোগান ধৰা আৰ টি আই তথ্যত উল্লেখ থকা অনুসৰি, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও সংমণ্ডলে ইয়াৰ অধীনস্থ বিভিন্ন ঠাইত বিশুদ্ধ খোৱাপানী যোগান আঁচনি নিৰ্মাণ, ইতিমধ্যেই স্থাপিত খোৱাপানী যোগান আঁচনিৰ তত্বাৱধান আৰু মেৰামতি, বৈদ্যুতিক বিল, গ্ৰাহকৰ বিল খোৱাপানীৰ বিশুদ্ধিকৰণ, ইন্ধন আদিৰ বাবে ৩৫৫ খন পানীযোগান আঁচনিৰ বিপৰীতে ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী আচ‌ঁনি(নেচনেল ৰুৰেল ডিংকিং ৱাটাৰ প্ৰ’গ্ৰাম)ৰ অধীনত আৰু নন প্লেন শিতানত বিগত ২০১৬-২০১৭বিত্তীয় বৰ্ষত মুঠ দুই কোটি ৬৯লাখ ৮১হেজাৰ ৬৩২টকা আবন্টন লাভ কৰিছিল ।

আনহাতে, ২০১৭-২০১৮বিত্তীয় বৰ্ষতো ৩১৬ খন পানী যোগান আঁচনিৰ বিপৰীতে তত্বাৱধান-মেৰামতি, গ্ৰাহকৰ বিল, খোৱাপানীৰ বিশুদ্ধিকৰণ, ইন্ধন আদি শিতানৰ লগতে ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী আঁচনিৰ অধীনত দুই কোটি আঠ লাখ ৯২হেজাৰ ৬৯২টকা আৰু ২০১৯-২০২০বৰ্ষতো ৭৯খন আঁচনিৰ বিপৰীতে ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী আঁচনিৰ অধীনত দুই কোটি ৬৩লাখ ৪২হেজাৰ ৬৩৪টকা আবন্টন দি মোকলাই দিয়া হৈছিল । জনস্বাস্থ্য কাৰিকৰী নগাঁও সংমণ্ডলে আবন্টিত সমূদায় ধনেই আঁচনিৰ সঠিক ৰূপায়ণৰ নামত খৰচ কৰা দেখুওৱা হৈছে। কিন্তু সংমণ্ডলটোৱে তত্বাৱধান-মেৰামতি, আঁচনিৰ উন্নীতকৰণ, ইন্ধন, বৈদ্যুতিক বিল, খোৱা পানীৰ বিশুদ্ধিকৰণৰ নামত প্ৰতিটো বৰ্ষতে যিমান পৰিমাণৰ টকা খৰচ কৰা বুলি দেখুওৱাইছে বাস্তৱ ক্ষেত্ৰত তাৰ অৰ্ধেক পৰিমাণৰ ধনো খৰচ হোৱা নাছিল বুলিহে ৰাইজে অভিযোগ তুলিছে।সেইবোৰ শিতানৰ ধনৰ ওপৰত অবাধ লুন্ঠন চলোৱা বুলি ৰাইজে অভিযোগ তুলিছে।

উল্লেখ্য যে, ২০১৬-২০১৭বৰ্ষত ৫৮খন বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ সামান্য মেৰামতি, কেমিকেলৰ নামত ২০লাখ টকা, বিদ্যুৎ আৰু গ্ৰাহকৰ বিলৰ বাবদ ৭৭খন আঁচনিৰ বিপৰীতে ২২লাখ টকা, ৬খন আঁচনিৰ খোৱা পানীৰ বিশুদ্ধিকৰণ, তত্বাৱধান, উন্নীতকৰণৰ বাবদ ১৭,২৪,৯৫৫টকা, ১৫খন আঁচনিৰ ডিজেলৰ বাবদ পাঁচ লাখ টকা, এন আৰ ডি ডব্লিউ পি (ৰাজ্যিক অংশ)ৰ শিতানত ৭৭খন পানী যোগান আঁচনিৰ বিপৰীতে ৮৯,৯০,০০০টকা,এন আৰ ডি ডব্লিউ পি (কুৱালিটি)ৰ অধীনত ৬৪খন পানী যোগান আঁচনিৰ বিপৰীতে ৮০লাখ ৪৯হেজাৰ টকা,একেখন আঁচনিৰ অধীনত বিদ্যালয়ত হাত ধোৱা শিতানত ২৮হেজাৰ টকা আৰু অংগণবাড়ী কেন্দ্ৰত তাৰা পাম্পৰ কামৰ বাবদ ২২,৬,৮৫ টকা খৰচ কৰা দেখুওৱা হৈছে। প্ৰকৃতাৰ্থত এই কাম সমূহত সেই পৰিমাণৰ ধন খৰচেই হোৱা নাছিল । আবন্টিত ধনৰ ওপৰত অবাধ লুন্ঠনহে চলোৱা হৈছিল বুলি অভিযোগ উত্থাপিত হৈছে।

ঠিক একেদৰে, ২০১৭-২০১৮বিত্তীয় বৰ্ষটোত ৫২খন খোৱাপানী যোগান আঁচনিৰ বিপৰীতে দুই কোটি ৬৩লাখ ৯৭হেজাৰ ৪৯১টকা, কন্টিজেঞ্চি নন প্লেন শিতানত ২৫হেজাৰ টকা, নগাঁও চহৰৰ পানী যোগান আঁচনিৰ গ্ৰাহক বিলৰ বাবদ ২৬লাখ ২৯হেজাৰ টকা,এন আৰ ডি ডব্লিউ পি অধীণত ১১খন আঁচনিৰ বিপৰীতে ৮২লাখ ১৬হেজাৰ ৫০৯টকা, ৯৪খন আঁচনিৰ খোৱা পানীৰ বিশুদ্ধিকৰণৰ বাবদ ৬৬ লাখ ৯৪হেজাৰ ৭৮৫ টকা, ১০খন আঁচনিৰ ইন্ধনৰ বাবদ পাঁচ লাখ ১০হেজাৰ৮৩১টকা, এন আৰ ডি ডব্লিউ পি (কুৱালিটি)ৰ অধীনত ৮৭খন আঁচনিৰ বিপৰীতে ৭৬লাখ ৪৮হেজাৰ টকা,১০খন আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ খোৱা পানীৰ বিশুদ্ধিকৰণৰ বাবদ ৫৭লাখ, ৬৯হেজাৰ ৩৩৭টকা আৰু নন প্লেন (সাধাৰণ)শিতানত ৩৪খন আঁচনিৰ তত্বাৱধানৰ নামত ১২লাখ ৩৬হেজাৰ টকা, ১৬খন আঁচনিৰ বিপৰীতে ১৪লাখ ৭৭হেজাৰ টকা, পুনৰ দুখন আঁচনিৰ বিপৰীতে ৪৭লাখ ৬২হেজাৰ ৩৫৫টকা খৰচ কৰা বুলি দেখুওৱা হৈছে। কিন্তু সেই বিশাল পূঁজিৰ ধন খৰচ কৰাৰ নামতো ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

ইপিনে, ২০১৯-২০২০বিত্তীয় বৰ্ষতো এন আৰ ডি ডব্লিউ পি ৰ অধীনত ৪২খন খোৱাপানী যোগান আঁচনিৰ বিপৰীতে ২কোটি চাৰি লাখ ১৫হেজাৰ ৪১৬ টকা, পুনৰ একেখন আঁচনিৰ অধীনত সাত খন আঁচনিৰ বিপৰীতে ৫৯লাখ ২৭হেজাৰ ২১৮টকা মোকলাই দি খৰচ কৰা বুলি দেখুওৱা হৈছে।নগাঁও জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলে মাত্ৰ তিনিটা বিত্তীয় বৰ্ষতে ১১কোটি ৮৬লাখ ৯০হেজাৰ ৫৭৪টকা আবন্টন লাভ কৰি খৰচ কৰাৰ পাছতো সংমণ্ডলটোৰ বহু বিশুদ্ধ খোৱাপানী যোগান আঁচনি এতিয়াও অকামিলা হৈ আছে ।

বহু পানী যোগান আঁচনিৰ মেৰামতিৰ কাম সম্পূৰ্ণ হৈ নুঠিল, জিলা খনৰ গ্ৰাম্যাঞ্চলৰ বহু ঠাইত স্থাপন নহ’ল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি । যাৰ ফলত সংশ্লিষ্ট অঞ্চলৰ ৰাইজে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাঁকাৰ কৰি ফুৰিব লগীয়া হৈছে। নদী, পুখুৰী, গেলা কুঁৱাৰ পানী সেৱন কৰি সংশ্লিষ্ট অঞ্চলৰ দুখীয়া ৰাইজ ৰোগাক্ৰান্ত হ’বলগীয়া হৈছে । কিন্তু এইবোৰলৈ কোনো ভ্ৰূক্ষেপ নাই সংশ্লিষ্ট বিভাগটোৰ আৰু সংশ্লিষ্ট অঞ্চলৰ জন প্ৰতিনিধিৰ।

যিহেতু চৰকাৰে নগাঁও জিলাৰ গ্ৰাম্যাঞ্চলৰ ৰাইজক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে জনস্বাস্থ্য কৰিকৰী বিভাগৰ নগাঁও সংমণ্ডললৈ প্ৰতিবছৰেই কোটি কোটি টকাৰ আবন্টন দি আহিছে তেনে স্থলত বহু অঞ্চলৰ ৰাইজে এতিয়াও এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাঁকাৰ কৰি ফুৰিবলগীয়া হোৱাটোৱেই সংমণ্ডলটোত চৰকাৰী ধনৰ লুন্ঠনৰ কথাকে সূচায় বুলি ৰাইজে মন্তব্য কৰিছে। লগতে নগাঁও জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলটোৰ দুৰ্নীতি অনিয়মৰ সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ ৰাইজে দাবী জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamNagaon
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d