Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কৃষি আইন আৰু SI কেলেংকাৰিৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ

publisher by publisher
October 5, 2020
in Assam, News
Reading Time: 1 min read
0
কৃষি আইন আৰু SI কেলেংকাৰিৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ
2
SHARES
19
VIEWS
ShareShareShareShare

অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ বাচনি পৰীক্ষাত সংঘটিত কেলেংকাৰি আৰু কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কৃষক বিৰোধী কৃষি  আইন প্ৰত্যাহাৰৰ দাবীত আজি নগাঁৱত কংগ্ৰেছৰ উদ্যোগত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয় । প্ৰতিবাদী কংগ্ৰেছ নেতা-কৰ্মীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দি ৰাজপথ উত্তাল কৰি তোলে । প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱা, নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মাৰ নেতৃত্বত কংগ্ৰেছৰ নেতা-কৰ্মীয়ে নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনৰ পৰা প্ৰতিবাদী সমদল উলিয়ায় ৷

ADVERTISEMENT

প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কান্ধত নাঙল লৈ আৰু প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাই যুঁৱলি লৈ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে । প্ৰতিবাদী সমদলটো নগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মূখেদি উপায়ুক্ত কাৰ্যালয়লৈ অগ্ৰসৰ হোৱাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰে। ইয়াক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষীৰ বেৰিকেট অতিক্ৰম কৰিব বিচৰা প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে লাঠি চালনা কৰে । ফলত কেইবাজনো কংগ্ৰেছ কৰ্মী আহত হয় ।

RelatedPosts

Heroin Seize in Juria:নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ জালত হে’ৰইন সহ দুই সৰবৰাহকাৰী

NAGAON:নগাঁৱৰ বৰজহাৰ সমাজকৰ্মী প্ৰবীন মজুমদাৰৰ দেহাৱসান

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

IMG 20201005 WA0015

আৰক্ষীৰ এনে ভূমিকাত প্ৰতিবাদী কংগ্ৰেছীসকল ক্ষুন্ন হৈ পৰে।নগাঁও জিলা কংগ্ৰেছে অভিযোগ কৰা মতে আৰক্ষীয়ে অপ্ৰৰোচিতভাৱে গণতান্ত্ৰিকভাবে প্ৰতিবাদ কৰা কংগ্ৰেছী কৰ্মীক প্ৰহাৰ কৰিছে। আৰক্ষীৰ এই ভূমিকাত নগাঁও জিলা কংগ্ৰেছে কঠোৰভাৱে সমালোচনা কৰে । ইপিনে প্ৰতিবাদকাৰী সমদলক আৰক্ষীয়ে প্ৰহাৰ কৰা ঘটনাত সুখমাই বসুমতাৰী, ৰূপালী শইকীয়া নামৰ মহিলা কংগ্ৰেছী দুগৰাকীৰ লগতে ইন্দ্ৰ দাস, মনোজ ভূঞা, আমিৰ হামজা, আজাহাৰ নামৰ কংগ্ৰেছৰ কৰ্মীসকল আহত হয়।

আৰক্ষীৰ এনে কাৰ্যৰ তীব্ৰ গৰিহণা দি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কয় “গণতান্ত্ৰিক প্ৰতিবাদক বাধা দি চৰকাৰে অসমত আৰক্ষীৰাজ আৰম্ভ কৰিছে। কেলেংকাৰিৰে অভিলেখ সৃষ্টি কৰা বৰ্তমানৰ চৰকাৰখনে নিজৰ চেকা দূৰ কৰিবৰ কাৰণে এতিয়া প্ৰতিবাদকাৰী ওপৰত আৰক্ষীৰ ৰাজ চলাব বিচাৰিছে। চৰকাৰে যিমানেই বাধা নিদিয়ক, আমাৰ প্ৰতিবাদ অব্যাহত থাকিব। নগাঁও জিলা কংগ্ৰেছে আজি আৰক্ষীয়ে প্ৰতিবাদকাৰী কংগ্ৰেছৰ ওপৰত চলোৱা অত্যাচাৰৰ ন্যায়িক তদন্তৰ দাবী জনাইছে ।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamNagaonProtest
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d