Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

    কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

    জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

    বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ

    State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

    Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

AJp Pressmeet:তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰি পৰীক্ষাত ব্যাপক অনিয়ম, ন্যায়িক তদন্তৰ দাবী

উপযুক্তজনক বঞ্চিত কৰি 'নিজৰ মানুহক' চাকৰি দিবলৈ পৰীক্ষাৰ নামত ভেকোভাওনা পাতিছে হিমন্ত বিশ্ব চৰকাৰে - অজাপ

samimsultana by samimsultana
September 16, 2024
in India, Assam, News
Reading Time: 3 mins read
0
AJp Pressmeet:তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰি পৰীক্ষাত ব্যাপক অনিয়ম, ন্যায়িক তদন্তৰ দাবী
1
SHARES
14
VIEWS
ShareShareShareShare

AJp Pressmeet:

কালি অনুষ্ঠিত হৈ যোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাচনি পৰীক্ষাত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলিছে অসম জাতীয় পৰিষদে। দলৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা এখন সংবাদ মোলত দলৰ মুখপাত্ৰ অমিতাভ বৰঠাকুৰ আৰু জিয়াউৰ ৰহমানে কয় যে চৰকাৰী বৰমুৰীয়াসকলে তেওঁলোকৰ পচন্দৰ বা বন্দোৱস্তি থকা প্ৰাৰ্থীক উত্তীৰ্ণ কৰোৱাৰ উদ্দেশ্যে উক্ত অনিয়মবোৰ সংঘটিত কৰিছে। ইয়াৰ দ্বাৰা চৰকাৰে প্ৰাৰ্থীসকলৰ অধিকাৰ হৰণ কৰাৰ লগতে সাধাৰণ নাগৰিককো হাৰাশাস্তি কৰিছে। নেতাদ্বয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অনুষ্ঠিত কৰা প্ৰথমটো পৰীক্ষাতে ব্যাপক অনিয়ম তথা বিসংগতি সংঘট্ত হোৱা বুলি জাতীয় পৰিষদে অভিযোগ কৰিছিল।

ADVERTISEMENT

তেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনিয়মৰ প্ৰমাণ দিবলৈ প্ৰত্যাহ্বান জনাইছিল। অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সেইবাৰ অকল মুখ্যমন্ত্ৰীৰ জালুকবাৰী সমষ্টিৰে ৮গৰাকী চাকৰি পোৱা ব্যক্তিৰ নাম-ঠিকনা, ৰোল নম্বৰ, নিযুক্তি পোৱা পদৰ নাম তথা কাৰ্যালয়ৰ ঠিকনা সম্বলিত বিস্তৃত তথ্য সংবাদ মেলৰ জৰিয়তে ৰাজহুৱা কৰিছিল। তেনে প্ৰাৰ্থীয়ে আনকি ৫৪ বছৰ বয়সতো কেনেকৈ চৰকাৰী চাকৰি লাভ কৰিছিল, তাৰ তথ্যও ৰাজহুৱা কৰিছিল।

RelatedPosts

AAP complains to Human Rights Commission:তালাচীৰ নামত পৰীক্ষাৰ্থীৰ শ্লীলতা হানি সন্দৰ্ভত মানৱ অধিকাৰ আয়োগক অভিযোগ আপৰ

ADRE :দেওবাৰে অনুষ্ঠিত হ’ব তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা,ৰাজ্যজুৰি কৰ্তন হ’ব ইণ্টাৰনেট সেৱা

SLRC Gd III-IV Recruitment Examination:তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা আৰু নিয়মাৱলী সন্দৰ্ভত সংবাদমেল

কিন্তু সেইসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰাটো দূৰৰে কথা, সেই বিষয়ে মুখ্যমন্ত্ৰীয়ে মৌন ব্ৰত ধাৰণ কৰি খেলিমেলি হোৱাৰ কথা আওপকীয়াকৈ স্বীকাৰ কৰি লৈছিল। তাৰ পাছত বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত স্বয়ং বিজেপি ৰাজ্যিক কাৰ্যালয় বাজপেয়ী ভৱনত চাকৰিৰ মুকলি বজাৰ বহাৰ তথ্য উন্মোচিত হয়। বাজপেয়ী ভৱনৰ অভ্যন্তৰৰ কেইবাগৰাকী লোক গ্ৰেপ্তাৰ হোৱাৰ লগতে বিজেপিৰ এগৰাকী ৰাজ্যিক পৰ্যায়ৰ মহিলা বিষয়ববীয়াই আত্মহত্যা কৰি চাকৰি প্ৰদানৰ অন্তৰালত চলা অনিয়মৰ তথ্য উন্মোচন কৰি দিয়ে।

এইবাৰ পুনৰ চাকৰি প্ৰদানৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ কৰি জাতীয় পৰিষদৰ নেতাদ্বয়ে প্ৰথমে কালিৰ পৰীক্ষাতৰ নিৰাপত্তা তালাচীৰ নামত বহু মহিলা প্ৰাৰ্থীক কৰা হাৰাশাস্তিৰ ঘটনাক গৰিহণা দিয়ে। নেতাদ্বয়ে কয় যে পৰীক্ষাত ব্যৱহৃত অ’ এম আৰ শ্বীটত পৰীক্ষাতৰ্থীৰ নাম আৰু ফটো ব্যৱহাৰৰ কাৰ্য্য চিন্তাজনক। কিয়নো যিকোনো গুৰুত্বপূৰ্ণ পৰীক্ষাত পৰীক্ষাৰ্থীৰ সৈতে পক্ষ্যপাতিত্ব বা নাশকতা প্ৰতিৰোধৰ স্বাৰ্থত উত্তৰবহী বা অ’ এম আৰ শ্বীটত পৰীক্ষাৰ্থীৰ পৰিচয়সূচক তথ্য উল্লেখ কৰাৰ নিয়ম নাই।

সাধাৰণ মেট্ৰিক পৰীক্ষাৰ পৰা আৰম্ভ কৰি ইউ পি এছ ছিৰ দ্বাৰা পৰিচালিত সৰ্বোচ্চ পৰীক্ষালৈকে এই নিয়ম প্ৰযোজ্য। উক্ত সকলো পৰীক্ষাতে এডমিট কাৰ্ডত পৰীক্ষাৰ্থীৰ নাম আৰু ফটো প্ৰকাশ কৰাৰ নিয়ম। সেয়ে কালিৰ পৰীক্ষাৰ অ এম আৰ শ্বীটত পৰীক্ষাৰ্থীৰ নাম আৰু ফটো কিয় সংলগ্ন কৰা হ’ল সেয়া ৰহস্যজনক।

আনহাতে পৰীক্ষা দি প্ৰশ্নকাকত লগত লৈ অহাটো পৰীক্ষাৰ্থীসকলৰ অধিকাৰ বুলি উল্লেখ কৰি দলটোৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে কয় যে চি বি এছ ছি বনাম আদিত্য বন্দোপাধ্যায় গোচৰত উচ্চতম ন্যায়লয়ে এই কথা কৈছে। কিন্তু চৰকাৰে বৰ্তমানে পাতি থকা পৰীক্ষাসমূহত পৰীক্ষাৰ্থীসকলৰ পৰা প্ৰশ্নকাকতসমূহ ৰাখি থোৱা হয়। তেতিয়া পৰীক্ষাৰ্থী এজনে কি পৰীক্ষালদিছে বা কি কি লিখিছে, সেইটো মিলাই চোৱাৰ তেওঁৰ কোনো উপায় নাথাকে। এয়া স্পষ্টভাৱে পৰীক্ষাৰ্থীৰ অধিকাৰ হৰণ।

নেতাদ্বয়ে কয় যে বিজেপি দল তথা চৰকাৰৰ বৰমুৰীয়াসকলে তেওঁলোকৰ নিজা প্ৰাৰ্থীসকলক চাকৰি দিয়াটো নিশ্চিত কৰিবলৈ এনে অনিয়ম সংঘটিত কৰাটো স্পষ্ট হৈছে। অৰ্থাৎ তেওঁলোকে যে নিকা উপায়েৰে উপযুক্তজনক চাকৰি দিব বিচৰা নাই, সেয়া কাৰো বুজিবলৈ বাকী নাই।

নেতাদ্বয়ৰ মতে, উপযুক্তজনক বঞ্চিত কৰি ‘নিজৰ মানুহক’ চাকৰি দিবলৈ পৰীক্ষাৰ ভেকোভাওনা পাতিছে চৰকাৰে। পূৰ্বৰ পৰীক্ষাৰ সমূহত যেনেকৈ অনিয়মৰ জৰিয়তে বিজেপিৰ নেতাসকললৰ নিজৰ মানুহক চাকৰি দিছিল, এইবাৰো একেদৰে নিজৰ মানুহক চাকৰি দিবৰ বাবে আৰু এই কথাবোৰ যাতে ৰাইজে ধৰিব নোৱাৰে বা তাৰ বিৰুদ্ধে জনমত সৃষ্ঠি নহয়, সেই উদ্দেশ্যে পৰীক্ষাৰ এঘন্টা আগৰ পৰা এঘন্টা পাছলৈ সমগ্ৰ ৰাজ্যতে ইন্টাৰনেট কৰ্তন কৰি চৰতাৰে ৰাইজক হাৰাশাস্তি কৰাৰ লগতে ৰাইজৰ অধিকাৰো হৰণ কৰিছে।

গতিকে এনে খেলিমেলিবোৰ পৰীক্ষা কৰিবলৈ উচ্চ ন্যায়ালয়ৰ তত্বাৱধানত এক ন্যায়িক তদন্ত ঘোষণা কৰিবলৈ দলৰ হৈ নেতাদ্বয়ে দাবী কৰে। তেওঁলোকে কয় যে চৰকাৰী কাম-কাজৰ ওপৰত ৰাইজৰ বিশ্বাস নাই। নিজৰ সন্দেহজনক কাৰ্য্যৰে চৰকাৰে নিজেই বিশ্বাসহীনতাৰ পৰিৱেশ সৃষ্টি কৰিছে। এনে পৰিৱেশ নাইকীয়া কৰিবলৈ ন্যায়িক তদন্তৰ প্ৰয়োজন বুলি নেতাদ্বয়ে কয়।

আজিৰ সংবাদ মেলত অমিতাভ বৰঠাকুৰ আৰু জিয়াউৰ ৰহমানৰ উপৰি দলটোৰ আন এজন সম্পাদক গিৰীণ তালুকদাৰ আৰু দলটোৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উপ-সভাপতি অজয় তালুকদাৰো উপস্থিত থাকে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ADRE ExaminationAjp PressmeetQuestion Paper leak
samimsultana

samimsultana

Related Posts

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান
India

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

May 9, 2025
যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 
India

যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

May 9, 2025
কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা
India

কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

May 9, 2025
জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা
India

জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

May 9, 2025
বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ
News

State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

May 9, 2025
Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ
News

Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

May 9, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d