Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

AJP Pressmeet in Dibrugarh:এজেপিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাবে উত্থাপন কৰা প্ৰশ্নসমূহৰ উত্তৰ নিদিয়াকৈয়ে অসম এৰি গুছি যোৱা বিষয়ক লৈ সংবাদমেল সম্বোধন লুৰিনজ্যোতি গগৈৰ

ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ সংবাদমেল সম্বোধন

publisher by publisher
August 30, 2025
in Assam, News
Reading Time: 1 min read
0
AJP Pressmeet in Dibrugarh:এজেপিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাবে উত্থাপন কৰা প্ৰশ্নসমূহৰ উত্তৰ নিদিয়াকৈয়ে অসম এৰি গুছি যোৱা বিষয়ক লৈ সংবাদমেল সম্বোধন লুৰিনজ্যোতি গগৈৰ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

AJP Pressmeet:এগজিট প’ল সন্দৰ্ভত সংবাদমেল সম্বোধন লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাৰ

১৫ সহস্রাধিক আয়তীৰ বিয়ানাম গাই আমেৰিকান বুক অৱ ৰেকৰ্ডছত স্থান লাভ

AJP Pressmeet in Dibrugarh:

নিৰ্বাচনৰ পূৰ্বে অসমলৈ আহি ভাওনাৰ বচন মাতি অসমৰ মানুহক আবেগিক কৰি গ’ল কিন্তু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমৃত শ্বাহে শেহতীয়াকৈ ৰাজ্য ভ্ৰমণৰ সময়ত অসম জাতীয় পৰিষদে কেটবোৰ প্ৰশ্ন উত্থাপন কৰিছিল, কিন্তু দিবলৈ সক্ষম নহ’ল। অসমত বানপানী সমস্যা, খহনীয়া, অবৈধ অনুপ্ৰবেশকাৰী, অসম চুক্তিৰ ছয় নং দফা ৰূপায়ন আদি বিষয় সমূহৰ ওপৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ পৰা উত্তৰ বিচাৰিছিল যদিও কোনো উত্তৰ দিব নোৱাৰিলে কেন্দ্ৰীয় মন্ত্ৰী জনে। এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈৰ ৷

ADVERTISEMENT

শনিবাৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত গগৈয়ে কয়,প্ৰতিটো নিৰ্বাচনৰ আগত কেন্দ্ৰৰ পৰা ভাওনা বচ্চন মাতিবলৈ আহে এইসকলে | গৃহ মন্ত্ৰীয়ে অসমৰ জাতি জনগোষ্ঠী লোক সকলক “ঘুচপেটিয়া” বুলি কৈ যি অপমান কৰিলে তাৰ বাবে অমৃত শ্বাহে ক্ষমা বিচাৰি লাগিব অসমৰ সেই সকল ৰাইজৰ ওচৰত।কাৰণ সেই সকলক এটা স্থানত উচ্ছেদ কৰিলে কিন্তু তেওঁ লোকক পুণৰ চৰকাৰে মাটি, সংস্থাপন, ক্ষতি পূৰণ সকলো দিছে। গতিকে যদি প্ৰকৃততে অবৈধ বিদেশী তেন্তে কেনেকৈ অসম চৰকাৰে দিলে বুলি প্ৰশ্ন উত্থাপন কৰি লুৰিণজ্যোতি গগৈয়ে ক’ত কিমান উচ্ছেদ আৰু কত কিমান ভূমি দিলে সকলো তথ্য দাখিল কৰে।

অসমৰ মুখ্য মন্ত্ৰীয়ে গৃহ মন্ত্ৰী অমৃত শ্বাহক কাষত বহুৱাই অসম দুৰ্নীতি মূক্ত বুলি কৈছে। কিন্তু এইজন মুখ্যমন্ত্ৰীৰ দিনতে সৰ্ব বৃহৎ দুৰ্নীতিৰ হৈছে অসমত। সুৰা ব্যৱসায়,মাটি কিনা, ঠিকা নিবিদা এইবোৰ সকলো মুখ্য মন্ত্ৰীৰ নিৰ্দেশত চলি আছে নিজৰ মানুহৰ মাজত।

ৰাজ্যৰ ঠিকাদাৰ সকলৰ জীৱন শেষ কৰিছে মুখ্য মন্ত্ৰীয়ে। সকলো নিবিদা কেৱল মুখ্যমন্ত্ৰীৰ সোৱে বাওয়ে থকা মানুহে কেৱল লাভ কৰে ৷ আদানী,অম্বানী, মাদানি, চৈয়দা হামিদ এইসকলক লগত লৈ মুখ্য মন্ত্ৰীয়ে এতিয়া নিজৰ মুনাফা বাবে কাম কৰিছে।

গগৈয়ে আৰু কয় যে,বৰ্তমান মুখ্যমন্ত্ৰীয়ে হেংদাং লৈ জাতি ৰক্ষা কৰা কথা কৈছে। কিন্তু হেংদাং আহোম জাতিৰ গৌৰৱ, অসমৰ গৌৰৱ গতিকে নিজৰ স্বাৰ্থৰ বাবে হেংদাং শব্দ ব্যৱহাৰ নকৰিবলৈ সকিয়নি মুখ্যমন্ত্ৰলৈ লুৰিণ গগৈৰ।

মুখ্যমন্ত্ৰীয়ে অমিত শ্বাহক কাষত বহুৱাই কৈছে অচিনাকী মানুহৰ পৰা মাটি কাঢ়ি আনিব আৰু চিনাকি মানুহক মাটি দিব। কিন্তু কাৰ্যত মুখ্য মন্ত্ৰীয়ে অসমৰ খিলঞ্জীয়াৰ পৰা মাটি কাঢ়ি লৈ আদানী, আব্ৰানী, ৰাম দেৱ বাবাক গতাই দিছে। মুখ্যমন্ত্ৰীৰ বাবে ৰাজ্যৰ খিলঞ্জীয়া এতিয়া অচিনাকী, কিন্তু আদানী, আম্বানী, ৰামদেৱ বুকুৰ কুটুম।এনেকৈ হলে অসমৰ সকলো থলুৱা অসমীয়াই এদিন হেৰুৱাব লাগিব এই চৰকাৰৰ দিনত বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জাতীয় পৰিষদৰ নেতা গৰাকীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Addressing Lurinjyoti GogoiAjp PressmeetDIBRUGARH
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d