Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

samimsultana by samimsultana
September 23, 2024
in News, India
Reading Time: 4 mins read
0
tirupati
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

Tirupati Laddu:তিৰুপতিৰ লাড্ডু

#প্রাঞ্জলসেন ডেকা

ভাৰতীয় সংস্কৃতিত সর্বকাল লাড্ডু (লাডু)ৰ গুৰুত্ব অপৰিসীম। ভগৱানৰ প্ৰসাদৰ পৰা জোঁৱাই আদৰালৈ যিকোনো শুভকার্যত লাডুৰ উপস্থিতি অপৰিহাৰ্য। সমগ্র দেশতে পূজাৰ প্ৰসাদৰূপে লাডুৰ এক বিশেষ পৰিচয় আছে। তাতেই আকৌ অন্ধ্র প্রদেশৰ তিৰুমালাৰ তিৰুপতি দেৱস্থানম অর্থাৎ তিৰুপতি মন্দিৰৰ লাডু কেৱল ভাৰতৰে নহয়, পৃথিৱীৰো বহু দেশৰ ভক্তৰ বাবে চৰম প্ৰাপ্তি ৷

ADVERTISEMENT

অথচ সেইহেন তিৰুপতিৰ লাডুক কেন্দ্ৰ কৰি সম্প্রতি সূত্রপাত ঘটিছে এক অভাৱনীয় বিতৰ্কৰ। কেৱল সেয়ে নহয়, দেশত ধন পৰা আৰু ৰাজনৈতিক লাভালাভৰ বাবে ধৰ্মক কেনে নিকৃষ্ট পর্যায়লৈ টনা পর্যবসিত কৰা হৈছে ইয়াতকৈ ডাঙৰ উদাহৰণ আন একো হ’ব নোৱাৰে। দেশ-বিদেশৰ কোটি কোটি ভক্তৰ আস্থা আৰু বিশ্বাসক চৰম দুর্ভাগ্যজনকভাৱে আঘাত কৰা হৈছে মুষ্টিমেয় এচাম লোকৰ কদাপি নির্বাপিত নোহোৱা ক্ষুধা পূৰণৰ বাবে।

অন্ধ্র প্রদেশৰ ছেচাচলমত অৱস্থিত তিৰুমালা তিৰুপতি দেৱস্থান সমগ্র পৃথিৱীৰ অন্যতম চহকী তীর্থস্থান। ভগৱান ভেংকটেশ্বৰৰ এই মন্দিৰটো নিৰ্মাণ কৰিছিল ৰজা টোণ্ডমনে। ১১ শতিকাত ৰামানুজাচাৰ্যই এই মন্দিৰৰ প্ৰাণ প্রতিষ্ঠা কৰিছিল। পাছলৈ চোল, পাণ্ড্য আৰু বিজয়নগৰৰ ৰজাসকলেও এই মন্দিৰৰ পৰিচালনা আৰু উন্নয়নত অৰিহণা যোগায়। ভক্তৰ দান-দক্ষিণাক লৈ সততে বাতৰিৰ শিৰোনাম দখল কৰে তিৰুপতি মন্দিৰে; কিয়নো দৈনিক লক্ষাধিক ভক্তই এই মন্দিৰত প্ৰাৰ্থনা কৰাৰ লগতে ধন সোণ আদি বহু মূল্যৱান দান বৰঙণি আগবঢ়ায়।

প্রতিদিনে কোটি কোটি নগদ টকাৰ উপৰি বহু মূল্যৱান অলংকাৰেৰে মন্দিৰৰ দান-পাত্র ভর্তি হয়। জনশ্রুতি অনুসৰি, ভগৱান ভেংকটেশ্বৰে পদ্মাৱতীৰ স’তে বিবাহৰ প্ৰস্তুতি চলাই থাকোঁতে প্রয়োজনীয় ধনৰ অভাৱ ঘটিছিল। তেতিয়া তেওঁ কুবেৰ দেৱতাৰ ওচৰলৈ গৈ এক কোটি টকা আৰু এক কোটি স্বর্ণমুদ্রা বিচাৰিছিল। বিশ্বাস হয় যে ভগৱান ভেংকটেশ্বৰৰ সেই ঋণ পৰিশোধ কৰিবলৈ এতিয়াও বাকী আছে। সেই বাবে সেই ঋণৰ সুদ পৰিশোধত সহায় হ’বলৈকে ভক্তসকলে তিৰুপতি মন্দিৰত উদাৰহস্তে দান-বৰঙণি দি আহিছে। এনেদৰেই প্রতিবছৰে তিৰুমালা মন্দিৰে কমেও এক মেট্রিক টন ওজনৰ সোণৰ বৰঙণি লাভ কৰি আহিছে।

এনে বিশাল দান-বৰঙণি লাভৰ পৰিপ্ৰেক্ষিততে সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰিবলৈ মূল মন্দিৰৰ চৌহদ শক্তিশালী দেৱালেৰে ঘেৰি ৰখা হৈছে। আনকি মন্দিৰত কোনো বৰণৰ ফটোগ্রাফীও নিষিদ্ধ। তিৰুপতি মন্দিৰত লাডুৰ উপৰি বড়া, অগ্নম, মনোহৰম আৰু জিলাপী আদি প্রসাদ ভক্তসকলৰ মাজত বিতৰণ কৰা হয় যদিও ইয়াৰ ভিতৰত লাডুয়েই সবাতোকৈ পুৰণি আৰু জনপ্রিয় প্রসাদ। বিগত তিনিশ বছৰ ধৰি ইয়াক তিৰুপতিৰ প্রসাদৰূপে আগবঢ়াই আহিছে। ‘পটু’ নামেৰে জনাজাত মন্দিৰৰ গুপ্ত পাকঘৰত লাড্ৰৰ প্ৰসাদ প্ৰস্তুত কৰা হয়।

তিৰুমালাত দৈনিক চাৰে তিনি লাখ লাডু প্ৰস্তুত কৰা হয়। তাৰ বাবে দৈনিক ১০ টনৰো অধিক ঘিউৰ প্ৰয়োজন হয়। তিনিশ বছৰ পুৰণি পদ্ধতি অনুসৰণ কৰি বুটৰ বেচন, মাখন, চেনি, কাজু, কিচমিচ আৰু ইলাটীৰে ঘিউ ব্যৱহাৰ কৰি এই লাড়ু প্রস্তুত কৰা হৈ আহিছে। ২০০৯ত তিৰুপতি মন্দিৰৰ লাডুক জিআইটেগ, অর্থাৎ ভৌগোলিক সূচক প্রদান কৰা হয়।

তিৰুপতি মন্দিৰৰ প্ৰসাদ এই লাডুত গৰু আৰু গাহৰিৰ চৰ্বি ব্যৱহাৰ কৰা হৈছে বুলি অন্ধ্র প্রদেশৰ স্বয়ং মুখ্যমন্ত্রী নাৰা চন্দ্রবাবু নাইডুয়ে ঘোষণা কৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে। বিগত জগনমোহন ৰেড্ডী নেতৃত্বাধীন ৱাই এছ আৰ কংগ্ৰেছ পাৰ্টিৰ। চৰকাৰৰ কাৰ্যকালত তিৰুপতিৰ ভেংকটেশ্বৰ প্ৰভুক আগবঢ়োৱা লাডুৰ প্ৰসাদ অতি নিম্নমানৰ উপকৰণৰে প্ৰস্তুত কৰা হৈছিল বুলি আক্ষেপ প্রকাশ কৰিছে নাইডুয়ে।

আনকি বিশুদ্ধ ঘিউৰ পৰিৱৰ্তে পশুৰ চৰ্বি মিহলোৱা ঘিউ ব্যৱহাৰ কৰা হৈছিল বুলিও মুখ্যমন্ত্রীজনে গভীৰ বেদনা প্রকাশ কৰে যোৱা জুনত তেওঁৰ চৰকাৰে কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বে কেনেদৰে প্ৰসাদৰ লাডু প্ৰস্তুত কৰা হৈছিল, সেই কথা পোহৰলৈ অহাৰ পাছতে কোটি কোটি ভক্তৰ অনুভূতিত আঘাত লাগিছে বুলিও নাইডুয়ে কয়। এনেদৰে ৰাইজৰ ধৰ্মীয় অনুভূতিত আঘাত হনা অক্ষমণীয় অপৰাধ সংঘটিত কৰাসকলক কেনেকৈ সাৰি যাবলৈ দিয়া হ’ব বুলিও মুখ্যমন্ত্রীজনে দোহাৰে।

নাইডুৰ এনে ভাষ্যকে অনুসৰণ কৰি তেওঁৰ শাসকীয় তেলুগু দেশম পার্টিব মন্ত্রী-বিধায়কসকলেও ৰাজ্যজুৰি একে ধৰণৰ প্ৰচাৰ চলাইছে। শেহতীয়া লোকসভা নিৰ্বাচনৰ পাছত পুনৰগঠিত এনডিএৰ শাসনৰ প্ৰথম এশদিন উদযাপনৰ সময়তে এই মৰ্চাৰ গুৰুত্বপূর্ণ অংশীদাৰ টিডিপিৰ মুৰব্বী নাইডুৰ ঘোষণাই স্বাভাৱিকতে ধর্ম গুৰু, ৰাজনৈতিক দল-সংগঠন তথা মন্দিৰ পৰিচালনা সমিতিসমূহৰ মাজত যথেষ্ট প্রতিক্ৰিয়াৰ সৃষ্টি কৰে।

ধৰ্ম নিৰপেক্ষ স্থিতিৰ বাবে চৰ্চিত হ’লেও নাইডুৱে বিভিন্ন সময়ত ধর্মীয় আবেগ-অনুভূতিত জোকাৰণি তোলা পদক্ষেপ অথবা ভাষ্য এয়ে প্রথমবাৰলৈ দাঙি ধৰা নাই। প্রধান বিৰোধী জগনমোহন আৰু তেওঁৰ ৱাইএছআৰচিপিক লক্ষ্য কৰিয়ে যে তেওঁ এই বিতৰ্কৰ সূত্রপাত ঘটাইছে, তাক কোনেও নুবুজাকৈ থকা নাই। সবাতোকৈ গুৰুত্বপূর্ণ কথাটো হৈছে, তিৰুপতিৰ লাডুত গৰু-গাহৰিৰ চৰ্বি মিহলোৱাটো এই পর্যন্ত কোনো পক্ষই সম্পূর্ণ নিশ্চিত কৰিব পৰা নাই। এনে পৰিস্থিতিত নাইডুৰ মিত্রদল বিজেপি আৰু বিৰোধী কংগ্রেছেও এই সমগ্র ঘটনাৰ বিস্তৃত অনুসন্ধানৰ দাবী জনাইছে।

তাৰ বিপৰীতে প্ৰাক্তন মুখ্যমন্ত্রী জগন মোহনে স্পষ্টভাৱেই কৈছে যে একমাত্র ৰাজনৈতিক মুনাফা লাভৰ উদ্দেশ্যেহে নাইডুবে এনে অবাঞ্ছিত বিতৰ্কৰ সূত্রপাত ঘটাইছে। দৰাচলতে চৰকাৰ গঠনৰ এশদিন উকলি যোৱাৰ পাছতো বিধানসভা নির্বাচনত দিয়া মূল ছটা প্রতিশ্রুতিৰ এটাও পূৰণ কৰিবলৈ সক্ষম নহৈ ৰাজ্যবাসীৰ দৃষ্টি আনফালে ঢাল খুওৱাৰ উদ্দেশ্যেই টিডিপি চৰকাৰে এনে পদক্ষেপ গ্রহণ কৰা বুলি জগনে ওলোটাই অভিযোগ কৰিছে। তিৰুপতি মন্দিৰৰ ব্যবস্থাৱলী উন্নত কৰাৰ লগতে বিশুদ্ধ প্রসাদ উপলব্ধ হোবাটো নিশ্চিত কৰাৰ পৰিৱৰ্তে মুখ্যমন্ত্রী নাইডুৱে সম্পূর্ণ নিশ্চিত নোহোৱা কথা এটি প্রকাশ কৰি কৌশলেৰে ধৰ্মক লৈ ৰাজনীতি কৰিবলৈ নিকৃষ্ট পন্থা অৱলম্বন কৰাটো দুর্ভাগ্যজনক।

তিৰুপতি মন্দিৰৰ পৰিচালনাৰ দায়িত্বত থকা ন্যাস তিৰুমালা তিৰুপতি দেৱস্থানম (টিটিডি) ৰ কাৰ্যবাহী বিষয়া শ্যামলা ৰাওৱে মুখ্যমন্ত্ৰীৰ ভাষ্যক স্বীকাৰ কৰি এক সংবাদমেলত দোহাৰে যে মন্দিৰৰ প্ৰসাদ লাডু প্রস্তুতৰ বাবে বৃহৎ পৰিমাণত ব্যৱহাৰ হোৱা ঘিউত পশুৰ চৰ্বি আছে। অৱশ্যে তেওঁ প্রথমে সেই ঘিউত বনস্পতি তেল মিহলি কৰা বুলিহে কৈছিল। যোৱা জুনত নাইডুৰ চৰকাৰ গঠনৰ পাছতে টিটিডিৰ কার্যবাহী বিষয়াৰূপে নিযুক্তি লাভ কৰা ৰাওৱে সদৰী কৰে যে তামিলনাডুৰ এ আৰ ডেইৰী ফুডছ কোম্পানীৰ পৰা যোৱা জুলাইত যোগান ধৰা ১০ টেংকাৰ ঘিউৰ ছয় টেংকাৰ লাড়ু প্রস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়; কিন্তু বাকী চাৰিখন টেংকাৰৰ ঘিউৰ নমুনা পৰীক্ষা কৰাত তাত পশুৰ চৰ্বি মিহলিৰ তথ্য ওলাই পৰে।

অৱশ্যে কোম্পানীৰ তৰফৰ পৰা কোনো ধৰণৰ ভেজালকৰণৰ কথা দৃঢ়তাৰে অস্বীকাৰ কৰি কয় যে জুলাইত তিৰুপতি মন্দিৰক ১৬ মেট্রিক টন ঘিউ যোগান ধৰা হৈছিল আৰু সেয়া সম্পূর্ণ বিশুদ্ধ আছিল। এ আৰ ডেইৰীয়ে যোৱা মে’ৰ পৰা প্রতি কিলোগ্রামত ৩১৯ টকা দৰত তিৰুপতিক ঘিউ যোগান ধৰি আহিছে; অথচ সম্প্রতি কর্ণাটকৰ চৰকাৰী সংস্থা নন্দিনীয়ে ৪৭৫ টকাত যোগান ধৰিছে।

গুজৰাটস্থিত নেচনেল ডেইৰী ডেভেলপমেন্ট ব’ৰ্ডৰ পৰীক্ষাগাৰত সম্পন্ন কৰা নমুনা প্ৰীক্ষাত তিৰুপতিৰ ঘিউত ভেজালকৰণৰ তথা ওলাই পৰে। যি পাঁচটা মানকৰ ওপৰত নিৰ্ভৰ এই নমুনা পৰীক্ষা কৰা হৈছিল, সেই আটাইকেইটাতে এআৰ ডেইৰীৰ ঘিউ ব্যর্থ হয়। লগতে স্পষ্টহৈ পৰে যে এই ঘিউত আন চর্বি মিহলি কৰা হৈছিল। বনস্পতি তেল আৰু পশুৰ চৰ্বি উভয়ে মিহলি কৰাৰ সম্ভাৱনা প্ৰতিবেদনত প্রকট হৈছে। প্রকৃততে ঘিউত কি মিহলোৱা হৈছিল, তাক নিশ্চিত কৰিবলৈ অধিক পৰীক্ষাৰ প্ৰয়োজন বুলিও কোৱা হৈছে।

খাদ্য বিশেষজ্ঞই সদৰী কৰা অনুসৰি, সাধাৰণতে ছয় লাখ লিটাৰ গৰুৰ গাখীৰৰ পৰা ১৫ টন ঘিউ প্রস্তুত হয়। যিটো কোম্পানী এই ভেজালকৰণৰ বিতৰ্কত সোমাই পৰিছে, তেওঁলোকৰ এনে বৃহৎ পৰিমাণৰ গৰুৰ গাখীৰ সংগ্ৰহ তথা মজুতন্ত্ৰণৰ পৰ্যাপ্ত ব্যৱস্থা নাই। তদুপৰি বজাৰৰ তুলনাত যথেষ্ট কম দামতে কোম্পানীটোৱে তিৰুপতিক ঘিউৰ যোগান ধৰিছে, অথচ বজাৰত প্রতি কিলোগ্রাম ঘিউ বিক্রী হয় পাঁচশ টকাত। সেয়েহে এনেদৰে পশুৰ অথবা আন চর্বি মিহলি কৰি ঘিউ প্ৰস্তুত কৰা বুলি সন্দেহ কৰা হৈছে। কিয়নো ৰাজহুৱা খণ্ডৰ এক বৃহৎ ডেইৰী কোম্পানীয়ে বিতর্কিত এ আৰ ডেইৰীয়ে যোগান ধৰা মূল্যত ঘিউ বিক্ৰী কৰাটো কোনোপধ্যে সম্ভব নহয় বুলি টিটিডি কর্তৃপক্ষক পূর্বতেই জনাই থৈছে।

উল্লেখনীয় যে ইয়াৰ পূর্বেও টিডিপি আৰু ৱাইএছ আৰচিপি চৰকাৰৰ কার্যকালত নির্ধাৰিত গুণমানৰ অভাৱত ঘিউৰ টংকাৰ গ্ৰহণ নকৰি উভতাই পঠিয়াইছিল তিৰুপতি ন্যাসে। টিডিপি চৰকাৰৰ অধীনত ১৪-১৫ টেংকাৰ আৰু ৱাইএছআৰচিপিৰ চৰকাৰৰ কাৰ্যকালত ১৮ টেংকাৰ নিম্নমানৰ ঘিউ ওভতাই পঠিওৱা হৈছিল। তথাপি আজি পর্যন্ত মন্দিৰ ন্যাসে নিজাববীয়া কোনো ঘিউৰ নমুনা পৰীক্ষাৰ বাবে পৰীক্ষাগাৰ স্থাপন কৰি লোৱা নাই। মাত্র। ৭৫ লাখ টকা ব্যয়সাপেক্ষ এই পৰীক্ষাগাৰ ইমানদিনে কি কাৰণত স্থাপন কৰা নহ’ল, তাক লৈও সম্প্রতি প্রশ্ন উত্থাপিত হৈছে ।

গতিকে কোটি কোটি ভক্তৰ ধৰ্মীয় আবেগ-অনুভূতিত আঘাত হনা এনে এক স্পৰ্শকাতৰ বিষয়ক লৈ দলসমূহে ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টতহে ব্ৰতী হোৱা ঘটনাই তীব্র অসন্তুষ্টিৰ সৃষ্টি কৰিছে। লক্ষ্যণীয় এয়ে যে এনে এক গুৰুতৰ ঘটনাক লৈ বিভিন্ন পক্ষই বিভিন্ন প্রতিক্রিয়া প্রকাশ কৰিছে যদিও ইয়াৰ উচ্চ পৰ্যায়ৰ তথা নিৰপেক্ষ তদন্তৰ সম্পৰ্কত নাইডু চৰকাৰে কোনো নিশ্চিত তথ্য প্রকাশ কৰা নাই। আনকি এই সংক্রান্তত এই পর্যন্ত গোচৰেই ৰুজু কৰা হোৱা নাই।

সম্পূর্ণ নিশ্চিত নোহোৱাকৈ স্বয়ং মুখ্যমন্ত্রী নাইডুৱে প্রসাদত পশুৰ চৰ্বি মিহলোৱা বুলি ঘোষণা কৰি তাৰ বাবে পূৰ্বৰ মুখ্যমন্ত্ৰীক দোষ জাপি দিয়াৰ চেষ্টা চলাই কি উদ্দেশ্য সাধন কৰিব বিচাৰিছে তাক লৈও প্রশ্ন উত্থাপিত হৈছে। তিৰুপতি মন্দিৰৰ প্ৰসাদত গৰু-গাহৰিৰ চৰ্বি ব্যৱহাৰ কৰা কাৰ্য কোনো সাধাৰণ ঘটনা নহয়। বিষয়টো দেশবাসীৰ সন্মুখত স্বচ্ছভাৱে দাঙি ধৰিব নোৱাৰিলে আইন-শৃংখলাজনিত পৰিস্থিতি সৃষ্টিৰো আশংকা আছে। প্রাক্তন মুখ্যমন্ত্রী জগনমোহন ৰেড্ডী খ্ৰীষ্টান ধৰ্মাৱলম্বী হোৱা হেতুকে তেওঁক হিন্দু বিৰোধী সজাবলৈকে যদিহে এনেদৰে মন্দিৰৰ প্ৰসাদত পশুৰ চৰ্বি মিহলোৱাৰ সন্দেহজনক ঘটনাৰ স’তে তেওঁক সাঙুৰি দিয়া হৈছে, তেন্তে সেয়া নিতান্তই দুর্ভাগ্যজনক।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ap Cm N. Chandrababu NaiduControversy SpeechPranjalsen Dekaspl ArticlsTirupati Laddu
samimsultana

samimsultana

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d