Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Modi is the richest member of the Cabinet:এইবাৰৰ সবাতোকৈ ধনী সাংসদ ডাঃ চন্দ্ৰশেখৰ পেম্মাছানি

আমেৰিকাত অৰ্জন কৰিছিল যুৱ উদ্যমীৰ খিতাপ, নতুন মোদী মন্ত্রীসভাৰ সবাতোকৈ ধনী সদস্যজন

publisher by publisher
June 10, 2024
in India, News
Reading Time: 2 mins read
0
Modi is the richest member of the Cabinet:এইবাৰৰ সবাতোকৈ ধনী সাংসদ ডাঃ চন্দ্ৰশেখৰ পেম্মাছানি
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

‘সন্ত্রাসবাদ ধ্বংসৰ সংকল্পত অটল ভাৰত’ — অপাৰেশন সিন্দূৰৰ বৰ্ষপূর্তিত সেনাক প্ৰণাম মোদীৰ

Modi is the Richest Member of the Cabinet:

ADVERTISEMENT

এইবাৰৰ তথা অষ্টাদশ লোকসভাৰ সবাতোকৈ ধনী সাংসদ অম্লপ্রদেশৰ ডাঃ চন্দ্রশেখৰ পেম্মাছানিও প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্রীয় মন্ত্রীসভাত অন্তর্ভুক্ত হৈছে।
সদ্যসমাপ্ত লোকসভা নির্বাচনত এন চন্দ্রবাবু নাইডু নেতৃত্বাধীন তেলুগু দেশম পার্টি (টিডিপি)ৰ প্রার্থীৰূপে ডাঃ পেম্মাছানি অন্ধ্রপ্রদেশৰ গুন্টুৰ সমষ্টিৰ পৰা নির্বাচিত হয়।

দেওবাৰে শপতগ্রহণ কৰা নতুন মোদী মন্ত্রীসভাৰ অন্যতম সদস্যৰূপে ডাঃ পেম্মাছানিয়েও শপত গ্রহণ কৰে। তেওঁৰ এজন দলীয় সতীর্থ ৰামমোহন নাইডু কিঞ্জাৰাপুৰেও দেওবাৰে কেন্দ্রীয় মন্ত্রীসভাৰ অন্যতম সদস্যৰূপে শপত গ্রহণ কৰে।

কিঞ্জাৰাপুৱ হৈছে এইবাৰৰ কেন্দ্ৰীয় মন্ত্রীসভাৰ সর্বকনিষ্ঠ সদস্য। ৫,৭০০ কোটি টকাৰ বিশাল সাম্পত্তিৰ গৰাকী ডাঃ পেম্মাছানিয়ে এইবাৰ লোকসভা নির্বাচনত অন্ধ্ৰ প্ৰদেশৰ সদ্যপ্রাক্তন মুখ্যমন্ত্রী জগনমোহন ৰেড্ডী নেতৃত্বাধীন ৱাই এছ আৰ কংগ্ৰেছৰ প্রার্থী ভেংকটা বোছায়াক তিনি লক্ষাধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

সম্প্রতি তেওঁৰ বয়স হৈছে ৪৮ বছৰ। এছ চিয়েছন অৱ ডেম’ক্রেটিক ৰিফর্মছ (এডিআৰ) নামৰ সংগঠনটোৰ মতে, এইবাৰৰ লোকসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা সমগ্ৰ দেশৰ মুঠ ৮.৩৬০ গৰাকীৰ প্রার্থীৰ মাজতো সবাতোকৈ সম্পদশালী হৈছে ডাঃ পেম্মছানি।

যুৱ উদ্যমীৰূপে আমেৰিকাত খ্যাতি অর্জন কৰি থৈছে ডাঃ পেম্মাঞ্জনিয়ে ৷ মোদী মন্ত্রীসভাত স্থান লাভ কৰা ডাঃ পেম্মাছানি এজন খ্যাতিসম্পন্ন উদ্যমীও। অন্ধ্রপ্রদেশৰ গুটুৰত জন্মলাভ কৰা ডাঃ পেম্মাছানিয়ে ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা এমবিবিএছ ডিগ্রী গ্রহণ কৰে। পৰৱৰ্তী সময়ত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ জ’নছ হপকিন্স বিশ্ববিদ্যালয়-ছিনায় হাস্পতালত চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে চিকিৎসা বিজ্ঞানৰ পাঠদানো কৰে।

২০২০ত তেওঁ ঘুৰ এণ্টাৰপ্রেণিউৰ ৰূপে আমেৰিকাৰ আৰ্ণষ্ট এণ্ড য়ং বঁটা লাভ কৰে। আমেৰিকাত বসবাস কৰি থকাৰ সময়তে তেওঁ টিডিপিৰ জড়িত হয়। ডাঃ পেম্মাছানিয়ে অনলাইন শিক্ষা বিস্তাৰৰ স’তে জড়িত ‘U World’ শীর্ষক সংস্থাও প্রতিষ্ঠা কৰে। সম্প্রতি তেওঁ এই সংস্থাৰ মুখ্য কার্যবাহী বিষয়াৰূপে কার্যনির্বাহ কৰি আছে। তদুপৰি তেওঁ গুন্টুৰ আৰু কাষৰীয়া অঞ্চলত চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি আহিছে। এইবাৰৰ লোকসভা নির্বাচনত টিডিপিয়ে দলৰ দুবাৰৰ সাংসদ জয়দেৱ গালাৰ স্থানত ডাঃ পেম্মাছানিক দলীয় প্রার্থিত্ব প্রদান কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Modi CabinetNarendra ModiRichest MemberTdP Mp Dr. Chandra Sekhar Pemmasani
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d