Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Heat is matched by record electricity Demand:গৰমৰ সমানে অভিলেখ বিদ্যুতৰ চাহিদাৰ

এমাহৰ ভিতৰত দুটাকৈ অভিলেখ ভংগ সর্বোচ্চ চাহিদাৰ, ৰাজ্যৰ পুতৌজনক উৎপাদনৰ বাবে লোডশ্বেডিঙো অব্যাহত, ২৭ ছেপ্টেম্বৰলৈ কে'বাখনো জিলাত বৰষুণৰ সম্ভাৱনা

samimsultana by samimsultana
September 24, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Heat is matched by record electricity Demand:গৰমৰ সমানে অভিলেখ বিদ্যুতৰ চাহিদাৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

ADVERTISEMENT

Heat is matched by record electricity Demand:

মানৱসৃষ্ট জলবায়ু পৰিবৰ্তনৰ বাবে সম্প্রতি ৰাজ্যখনত অভাৱনীয় তথা নজিৰবিহীনভাবে বৃদ্ধি হৈছে উষ্ণতা। যি সময়ত নিশা নিয়ৰৰ কণিকাই ভূপৃষ্ঠক সেমেকাই তুলিব লাগিছিল, সেই সময়ত গৰমৰ প্রকোপত সাধাৰণ জনতাই শুব নোৱাৰি উজাগৰে কটাবলগীয়া হৈছে। তাৰ মাজতে ক’ৰবাত আকৌ হঠাৎ আবতৰীয়া ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিছে মানুহ আৰু আন জীৱকুলৰ। ছেপ্টেম্বৰত প্ৰকৃতিৰ এনে ভয়াৱহ ৰূপ নজিৰবিহীন বুলিয়েই বতৰ বিজ্ঞানী মহলত চর্চা চলিছে। এই উষ্ণতাতে অসমত বিদ্যুৎ যোগানত মাত্র এমাহৰ ভিতৰতে তিনিটাকৈ অভিলেখো স্থাপন হয়।

ৰাজ্যৰ বিদ্যুৎ যোগান ব্যৱস্থাটোৰ ইতিহাসত যোৱা ২২ আগষ্টত সর্বোচ্চ চাহিদাৰ পৰিমাণ সর্বাধিক পৰিমাণলৈ বৃদ্ধি হয়। সেই অভিলেখ অধিক দিন স্থায়ী নহ’ল। মাত্র আঠদিন পাছত অর্থাৎ ৩০ আগষ্টত সেই অভিলেখ ভংগ হয়। সেই অভিলেখ আকৌ ভংগ হয় যোৱা ২০ ছেপ্টেম্বৰত। বিদ্যুৎ উৎপাদন আৰু যোগানত অসম হ’ল দেশৰ অন্যতম পিছপৰা ৰাজ্য।

গতিকে তাৰ ওপৰতে চাহিদা বৃদ্ধি অভিলেখ পৰিমাণ হোৱাত লোডশ্বেডিঙো বৃদ্ধি হয়। বিদ্যুৎ ক্রয়ৰ পুঁজি ৰাহি কৰিবলৈ বিশেষকৈ পুৱাৰ ভাগত অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)-এ ৰাজ্যজুৰি ন্যূনতম এঘণ্টাকৈ বিদ্যুৎ কর্তন যেন এক নিয়ম কৰি লৈছে। তাৰ পাছতো দিনটোৰ বিভিন্ন সময়ত এনে বিদ্যুৎ কর্তন অব্যাহত ৰাখিছে। এনে দুৰৱস্থাৰ বাবে ৰাজ্যৰ অন্যান্য স্থান বাদেই, গুৱাহাটীতো অনিয়ন্ত্রিত হাৰত লোডশ্বেডিং অব্যাহত আছে।

এপিডিচিএলৰ তথ্য অনুসৰি যোৱা ৩০ আগষ্টত বিদ্যুতৰ সৰ্বোচ্চ চাহিদাৰ পৰিমাণ ২,৬৪৫ মেগাৱাটলৈ বৃদ্ধি হয়। চাহিদাৰ এই পৰিমাণ আছিল এপিডিচিএলৰ ইতিহাসত সর্বাধিক। চাহিদাৰ বিপৰীতে প্ৰতিষ্ঠানটোৱে সেই দিনা গ্রাহকক যোগান ধৰিবলৈ সক্ষম হোৱা বিদ্যুতৰ পৰিমাণ আছিল ২,৫৮০ মেগাৱাট; কিন্তু ৩০ আগষ্টৰ চাহিদাৰ অভিলেখ মাত্র ২০ দিনতে ভংগ হয়। সেই অনুসৰি, যোৱা ২০ ছেপ্টেম্বৰত উৎকট গৰমৰ বাবে চাহিদা বৃদ্ধি হয় ২,৮০৯ মেগাৱাটলৈ।

চাহিদাৰ এই পৰিমাণৰ বিপৰীতে প্ৰতিষ্ঠানটোৱে যোগান ধৰিবলৈ সক্ষম হোৱা বিদ্যুতৰ পৰিমাণ আছিল ২,৬৮৪ মেগারাট। মাত্র এমাহৰ ভিতৰতে চলিত বৰ্ষত বিদ্যুতৰ চাহিদাক লৈ প্রথম অভিলেখটো স্থাপন হৈছিল যোৱা ২২ আগষ্টত। সেইদিনা সর্বোচ্চ চাহিদাৰ পৰিমাণ বৃদ্ধি হৈছিল ২,৪০০ মেগাৱাটলৈ। চাহিদাৰ বিপৰীতে এপিডিচিএলে উপভোক্তাক যোগান ধৰিবলৈ সক্ষম হৈছিল ২,৩০০ মেগাবাট। এনেদৰে মাত্র ৩০ দিনৰ ভিতৰতে স্থাপন হয় তিনিটা অভিলেখ।

ৰাজ্যখনৰ বাবে দুর্ভাগ্যৰ বিষয় এয়ে যে সম্পূর্ণ চাহিদা পূৰণ কৰিব নোৱাৰিলেও নিজা উৎপাদনৰ পৰিমাণ এই সময়ত একেবাৰে নিশকতীয়া, অথচ অসমত বিদুৎ উৎপাদনৰ পৰিমাণ বৃদ্ধিৰ বাবে বছৰ বছৰ ধৰি প্ৰকল্প গ্ৰহণ কৰিয়েই অহা হৈছে। বাতানুকূল কোঠাত বহি শক্তি বিভাগৰ মুৰব্বীসকলে গ্ৰহণ কৰা এই ধৰণৰ প্ৰকল্পৰ অধিকাংশই বাস্তৱতাৰ মুখ আজিলৈকে নেদেখিলে। ৰাজ্যৰ নিজা উৎপাদন প্রকল্পবোৰৰ ক্ষমতা হ’ল মাত্র ৪২০ মেগাৱাট। ইয়াৰে ৩০৭ মেগাৱাটহে উৎপাদন কৰি থকাটো সম্ভৱ হৈছে। অৱশ্যে উৎপাদনৰ এই পৰিমাণৰো ধাৰাবাহিকতা কেতিয়াও ৰক্ষা হোৱা নাই। উৎপাদনৰ বৃহৎ ঘাটি পূৰণ কৰিবলৈ ৰাজ্যখনে কমেও ২৯ টা উৎপাদন উৎসৰ পৰা অতি উচ্চ দৰত নিয়মীয়াকৈ বিদ্যুৎ ক্ৰয় কৰি থাকিবলৈ বাধ্য হৈছে।

➡️বৰষুণ হ’ব নে ?

অভাৱনীয় উষ্ণতাত ছটফটাই থকা ৰাজ্যবাসীয়ে এজাক মুষলধাৰ বৰষুণলৈ গভীৰ আশাৰে বাট চাই ৰৈছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই  সদৰী কৰা অনুসৰি, উষ্ণ প্রবাহ আগন্তুক চাৰিদিনলৈ ৰাজ্যত বাহাল থাকিব যদিও ঠায়ে ঠায়ে বৰষুণৰ সম্ভাৱনাও আছে। সেই সম্ভাৱনাকে জীপাল কৰি সোমবাৰে বিয়লি মধ্য অসম আৰু গুৱাহাটীক এজাক বৰষুণে ছুই যায়। বতৰ বিজ্ঞান কেন্দ্ৰটোৰ মতে, আজি বৰষুণৰ সম্ভাৱনা থকা জিলা কেইখন হ’ল কোকৰাঝাৰ, ধুবুৰী, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰৰ অংশবিশেষ, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ডিমা হাছাও আৰু কাছাৰ।

২৫ ছেপ্টেম্বৰত কোকৰাঝাৰ, বঙাইগাঁও, ধুবুৰীৰ বৃহৎ অংশ, কামৰূপ মহানগৰৰ অংশবিশেষ, কামৰূপ, পশ্চিম কাৰ্বি আংলং, কার্বি আংলং, গোলাঘাট, যোৰহাট, শিৱসাগৰ, মাজুলী, চৰাইদেউ, ডিমা হাছাও আৰু বৰাকৰ তিনিখন জিলাত বৰষুণৰ সম্ভাৱনা আছে। বৰপেটা, গোৱালপাৰা আৰু নলবাৰীত বৰষুণৰ পৰিমাণ অধিক হ’ব পাৰে বুলিও সম্ভাৱনা ব্যক্ত কৰা হৈছে।

২৬ ছেপ্টেম্বৰত মুষলধাৰ বৰষুণৰ সম্ভাৱনা আছে কোকৰাঝাৰত। ইয়াৰ বিপৰীতে বাপ্সাৰ বাদে পশ্চিম অসমৰ আটাইকেইখন জিলা গুৱাহাটী, দৰং, মধ্য অসম, বিশ্বনাথ আৰু পূব অসমৰ যোৰহাট, মাজুলী, শিৱসাগৰ, লখিমপুৰ আৰু ধেমাজিত বৰষুণৰ সম্ভাৱনা আছে। ২৭ ছেপ্টেম্বৰত বৰাকৰ তিনিওখন জিলাৰ লগতে কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়াত বৰষুণ হ’ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্রটোৱে সম্ভাৱনা ব্যক্ত কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assamdemand For ElectricityFrequent Power CutsHeat Waves
samimsultana

samimsultana

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d