Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Speaker Biswajit Daimari:শিৰোনামত অধ্যক্ষ দৈমাৰীৰ ২২টা এচি !

'দৈনিক অগ্ৰদূত”ৰ বাতৰিৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া, দৈমাৰীৰ টুলুঙা মন্তব্যই ক্ষুণ্ণ কৰি তুলিছে দিছপুৰকো, সামাজিক মাধ্যমৰ পৰা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো দিনজুৰি প্ৰচাৰ, নেতাৰ মুখত অসংলগ্ন ভাষ্যত ক্ষোভ সচেতন মহলৰ

publisher by publisher
June 9, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Speaker Biswajit Daimari:শিৰোনামত অধ্যক্ষ দৈমাৰীৰ ২২টা এচি !
3
SHARES
31
VIEWS
ShareShareShareShare

RelatedPosts

Rajyasabha Election :ৰাজ্যসভাৰ মনোনয়ন দাখিল ২বিজেপি প্ৰাৰ্থী যোগেন মহন, তেৰছ গোৱালা আৰু ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৰ

Biswajit Daimary:ঋণগ্ৰস্ত অসমৰ বিপৰীত ছবি !

Himanta Viswa Sarma:পঞ্চাদশ অসম বিধানসভাৰ অন্তিম খন অধিবেশনৰ শেষৰ দিনত উদাত্ত ভাষণ মুখ্যমন্ত্ৰীৰ

Speaker Biswajit Daimari:

ADVERTISEMENT

এফালে প্রচণ্ড গৰম আৰু আনফালে অত্যধিক বিদ্যুৎ মাছলে জলা- কলা খুওৱা ৰাজ্যবাসীক বিদ্যুৎ মাচুলৰ পৰা হাত সাৰিবলৈ গছৰ তললৈ যাবলৈ পৰামৰ্শ আগবঢ়োৱা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ চৰকাৰী আৱাসত ২২টা বাতানুকুল যন্ত্ৰ ব্যৱহাৰ হৈ থকাৰ বিষয়টো বৃহস্পতিবাৰে দিছপুৰ সহ ৰাজ্যৰ সৰ্বত্ৰে দিনজুৰি বিশেষ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে।

এই বিষয়ে ‘দৈনিক অগ্ৰদূত’ত সবিস্তাৰে প্ৰকাশ পোৱাৰ পাছতে ৰাজনৈতিক ক্ষেত্ৰৰ পৰা সামাজিক ক্ষেত্রলৈকে সর্বত্রে বিষয়টোৱে ব্যাপক ৰূপত চৰ্চা লাভ কৰে।

ag33পূজা কৰা কোঠাৰ পৰা নিৰাপত্তাৰক্ষীৰ কোঠালৈ ২২টাকৈ বাতানুকূল যন্ত্র সক্রিয় হৈ থকা তথা প্ৰচণ্ড গ্রীষ্মপ্রবাহে কোনো কাৰণতে স্পৰ্শ কৰিব নোৱৰা বিধানসভাৰ অধ্যক্ষই গছৰ তলত জিৰণি ল’বলৈ দিয়া পৰামৰ্শৰ বাবে সম্প্রতি তেওঁৰ লগতে চৰকাৰো সমালোচনাৰ সন্মুখীন হৈছে।

ফলত অধ্যক্ষ দৈমাৰীৰ টুলুঙা মন্তব্যই সম্প্রতি দিছপুৰকো ক্ষুণ্ণ কৰি তুলিছে। উল্লেখ্য যে বিদ্যুতৰ মাচুল বৃদ্ধিত ক্ষুব্ধ হৈ থকা জনতাক কিঞ্চিমান সকাহ দিয়া তথা ইয়াৰ সমাধান সূত্ৰ উলিওৱাৰ বিপৰীতে বিধানসভাৰ অধ্যক্ষজনে বিদ্যুতৰ মাচুল হ্ৰাস কৰিবলৈ ৰাইজক গছৰ তললৈ যাবলৈ উপদেশ দি কৰা টুলুঙা মন্তব্যই ক্ষুণ্ণ বাতানুকূল যন্ত্ৰ ব্যৱহাৰৰ তথ্য উন্মোচিত হোৱাৰ পাছতে সামাজিক তীব্র সমালোচনা আৰু গৰিহণাৰ পাত্ৰ হৈছে।

আনকি উৎকট গৰমৰ পৰা সকাহ পাবলৈ চৰকাৰক বাতানুকূল যন্ত্ৰ বিতৰণৰ এখন আঁচনি ৰূপায়ণ কৰিবলৈও সামাজিক মাধ্যমত বিভিন্নজনে দাবী জনাইছে।

ৰাজ্যৰ প্ৰেক্ষাপটৰ এই বাতৰিটোৱে আজি সৰ্বভাৰতীয় সংবাদ মাধ্যমতো বিশেষভাৱে স্থান লাভ কৰে। ৰাষ্ট্ৰীয় নিউজ চেনেল ‘টাইমছ নাও’, ‘ইণ্ডিয়া টুডে এনই’ সংবাদ প্রতিষ্ঠান আই এ এন এছ আদিকে ধৰি কে’বাটাও প্রতিষ্ঠিত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে ২২টাকৈ এচি ব্যৱহাৰ কৰা অসম বিধানসভাৰ অধ্যক্ষজনৰ বিলাসিতা আৰু প্ৰচণ্ড গৰমৰ পৰা সকাহ পোৱাৰ লগতে বিদ্যুতৰ বিল ৰাহি কৰিবলৈ ৰাইজক ফেন বন্ধ কৰি গছৰ তলত বহিবলৈ পৰামৰ্শ দিয়াৰ খবৰে স্থান লাভ কৰে।

ইফালে, সামজিক মাধ্যম বিশেষকৈ ফেচবুকত বৃহস্পতিবাৰে যি দিশৰেই চোৱা যায় সর্বত্রে কেৱল অধ্যক্ষ দৈমাৰীৰ বিষয়ে চর্চা। বিদ্যুৎ মাচুল ৰাহি কৰিবলৈ ৰাইজক গছৰ তললৈ যাবলৈ পৰামৰ্শ আগবঢ়োৱা অধ্যক্ষ দৈমাৰীৰ চৰকাৰী আৱাসত ব্যৱহৃত বাতানুকূল যন্ত্ৰৰ বিদ্যুৎ মাচুল কাৰ টকাৰে পৰিশোধ কৰা হয় বুলি সামাজিক মাধ্যমত বিভিন্নজনে প্রশ্ন উত্থাপন কৰে।

কেবাজনো জ্যেষ্ঠ ব্যক্তিয়ে জনপ্ৰতিনিধিৰ টুলুঙা মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে চৰকাৰৰ প্রতিনিধিসকলে কথা কওঁতে সংযত হোৱাটো অতি প্রয়োজন। নহ’লে অনাগত দিনবোৰত ইয়াৰ প্ৰতিফলন হোৱাটো তেনেই স্বাভাৱিক। বিভিন্ন নেতা তথা জনপ্ৰতিনিধিৰ মুখত প্ৰায়েই এনেকুৱা টুলুঙা মন্তব্য শুনা যায়।

এই দিশত জনপ্রতিনিধিসকলক সচেতন হ’বলৈ আহ্বান জনায়। বহুতেই আকৌ শীত-তাপ নিয়ন্ত্রিত কোঠাত দিন অতিবাহিত কৰা অধ্যক্ষ দৈমাৰীৰ পৰামৰ্শ অনুসৰি বিদ্যুতৰ মাচুল ৰাহি কৰিবলৈ গছৰ তলত জিৰণি লৈ ফটো ৰাজহুৱা কৰা অব্যাহত ৰাখিছে।

অধ্যক্ষৰ পৰামৰ্শ অনুসৰি আত্মনিৰ্ভৰশীল গোটৰ বৈঠকো গছৰ তলত কৰিছে বুলি এজনে সদৰী কৰিছে। কোনোৱে বেছিকৈ খালে সামগ্ৰীৰ দাম বাঢ়িবই বুলি মন্তব্য কৰাজনে দিনটোত কি কি খায় চাব লাগে বুলি পৰামৰ্শ আগবঢ়াইছে।

লোভ থাকিলে সকলো সম্ভৱ বুলি দৈমাৰীয়ে কালি কৰা মন্তব্যৰো উদ্ধৃতি দি বহুতে তেওঁক কটাক্ষ কৰিছে। এনেকৈয়ে আজি অধ্যক্ষ দৈমাৰীক লৈ ৰাজনীতিৰ পৰা সামাজিক মাধ্যমলৈ ৰাজ্যজুৰি ব্যাপক চর্চা চলা দেখিবলৈ পোৱা গ’ল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 22ACAssam Legislative AssemblyOfficial ResifeancePublic ReactionSpeaker Biswajit Daimari
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d