Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Aap Pressmeet In Guwahati:আপৰ সংবাদমেলত এপিডিচিএলৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ

স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবী আপৰ, চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ বিৰুদ্ধেও সৰৱ আপ, অসমত দিল্লী চৰকাৰৰ আৰ্হি গ্ৰহণ কৰাৰ আহ্বান

publisher by publisher
August 19, 2024
in Uncategorized
Reading Time: 2 mins read
0
Aap Pressmeet In Guwahati:আপৰ সংবাদমেলত এপিডিচিএলৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ

Betala Murder Incident Update:বেলতলাৰ বশিষ্ঠপুৰত নৃশংসভাৱে পত্নীক হত্যা কৰা অভিযুক্ত ৰামানুজন গোস্বামীৰ হুংকাৰ

Aap Pressmeet In Guwahati:

ৰাজ্যজুৰি এপিডিচিএলে সংস্থাপন কৰা স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সংবাদমেলত সৰৱ হ’ল আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰ। সোমবাৰে গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত বৰঠাকুৰে কয়, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বৃহৎ পুঁজিপতি গৌতম আদানিৰ প্ৰতিষ্ঠানৰ স্বাৰ্থত স্মাৰ্ট মিটাৰ সংস্থাপন কৰিছে।

ADVERTISEMENT

মুখ্যমন্ত্ৰীৰ বাবে অসমৰ জনসাধাৰণৰ স্বাৰ্থ মূল কথা নহয়। আদানিৰ স্বাৰ্থতহে অসমৰ ঘৰে ঘৰে এপিডিচিএলে স্মাৰ্ট মিটাৰ সংস্থাপন কৰিছে। আদানিৰ কোম্পানীক ৮৪০ কোটি টকাৰ ঠিকা দিছে অসম চৰকাৰৰ শক্তি বিভাগে। এয়া ৰাজ্যৰ সাধাৰণ জনতাৰ ওপৰত মাধমাৰ। আম আদমী পাৰ্টিয়ে শীঘ্ৰেই চৰকাৰক স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাওঁ।

আপৰ নেতাগৰাকীয়ে দিল্লীৰ আম আদমী পাৰ্টিৰ চৰকাৰৰ দৰে অসমতো ২০০ ইউনিটলৈকে বিদ্যুৎ বিনামূলীয়াকৈ যোগান ধৰিবলৈও দাবী জনায়। এপিডিচিএলে স্মাৰ্ট মিটাৰৰ জৰিয়তে সাধাৰণ মানুহৰ ওপৰত লুণ্ঠন আৰু হাৰাশাস্তি চলোৱাৰ অভিযোগ আপৰ নেতা ৰমেন বৰঠাকুৰৰ । তেওঁ কয়, পূৰ্বে যিসকল লোকে ২০০ টকা বিদ্যুতৰ বিল আদায় দিছিল তেওঁলোকৰ পৰা এতিয়া ১০০০ বা ১৫০০ টকাকৈ আদায় কৰিছে এপিডিচিএলে। এই ব্যৱস্থা চৰকাৰৰ জনবিৰোধী নীতিৰ ফল। চৰকাৰে শীঘ্ৰেই এই ব্যৱস্থা বন্ধ কৰক৷

সংবাদমেলত আপ অসমৰ আন এগৰাকী নেতা ৰুদ্ৰাংকুৰ হাজৰিকাই ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে পুনৰ ১৬১ খন চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰে। আপৰ জ্যেষ্ঠ নেতা হাজৰিকাই কয়, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে পুনৰ ১৬১ খন চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে ইতিমধ্যে এই বিদ্যালয় সমূহৰ তালিকা প্ৰস্তুত কৰা বুলি প্ৰকাশ পাইছে।

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ইয়াৰ পূৰ্বেও এবাৰ ৮০৬৬ খন আৰু পৰৱৰ্তী পৰ্যায়ত ৯৬ খন চৰকাৰী বিদ্যালয় বন্ধ কৰিছে। চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থী নথকাৰ অজুহাতত বা আন্তঃগাঁথনিৰ অভাৱত এই বিদ্যালয় সমূহ চৰকাৰে বন্ধ কৰিছে। এইবাৰ ১৬১ খন বিদ্যালয়ৰ বৰপেটাত ৬ খন, বঙাইগাঁৱত ১৪ খন, কাছাৰত ৯ খন, চৰাইদেউত ১ খন, ডিব্ৰুগড়ত ৫ খন, গোৱালপাৰাত ৩ খন, হাইলাকান্দিত ১০ খন, হোজাইত ৩ খন, যোৰহাটত ৮ খন, কামৰূপ মহানগৰত ৪ খন, কৰিমগঞ্জত ৮ খন, লখিমপুৰত ১৯ খন, মাজুলীত ৩১ খন, মৰিগাঁৱত ৩ খন, নগাৱঁত ৭ খন, নলবাৰীত ৬ খন, শিৱসাগৰত ৮ খন, শোণিতপুৰত ৩ খন আৰু তিনিচুকীয়াত ৪ খন বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে।

সংবাদমেলত আম আদমী পাৰ্টিৰ নেতা ৰুদ্ৰাংকুৰ হাজৰিকাৰ প্ৰশ্ন ,যি সময়ত সমগ্ৰ শিক্ষা অভিযানে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মানৰ নামত শ শ কোটি টকাৰ পুঁজি আবন্টন দিছে সেই সময়ত চৰকাৰে মাতৃভাষা মাধ্যমৰ হাজাৰ হাজাৰ স্কুল কিয় বন্ধ কৰিছে? ইয়াৰ জৰিয়তে ৰাজ্য চৰকাৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৃষ্ঠপোষকতা কৰিছে নেকি? লক্ষ্যণীয় বিষয় যে ৰাজ্যখনত যেতিয়াৰ পৰা ক্ষমতাশালী ৰাজনীতিক তথা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ পৃষ্ঠপোষকতাত ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপন কৰা হৈছে, তেতিয়াৰ পৰাই চৰকাৰী বিদ্যালয়ত পৰ্যায়ক্ৰমে তলা লগোৱা হৈছে। এয়া অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক।

আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা ৰুদ্ৰাংকুৰ হাজৰিকাই অসম চৰকাৰৰ এই সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনোৱাৰ লগতে অসমতো দিল্লী চৰকাৰৰ আৰ্হিত উন্নত তথা বিশ্ব মানদণ্ডৰ চৰকাৰী বিদ্যালয় স্থাপনৰ দাবী জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aap PressmeetAssam State OfficeGuwahati
publisher

publisher

Related Posts

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d