Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Covid India latest Update:দেশত বাঢ়িছে কৰ’নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত

    RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট

    Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট

    Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন

    Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল

    Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Bharatiya Janata Yuba Morcha launches ‘Youth Can Lead’ campaign:যুৱ মৰ্চাৰ “য়ুথ কেন লীড” অভিযানৰ শুভাৰম্ভণি

samimsultana by samimsultana
October 18, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Bharatiya Janata Yuba Morcha launches ‘Youth Can Lead’ campaign:যুৱ মৰ্চাৰ “য়ুথ কেন লীড” অভিযানৰ শুভাৰম্ভণি
6
SHARES
57
VIEWS
ShareShareShareShare

Bharatiya Janata Yuba Morcha launches ‘Youth Can Lead’ campaign:যুৱ মৰ্চাৰ “য়ুথ কেন লীড” অভিযানৰ শুভাৰম্ভণি

ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত আয়োজিত “য়ুথ কেন লীড” অভিযানৰ আজি শুভাৰম্ভণি হয়। গুৱাহাটীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্য্যালয় বাজপেয়ী ভৱনৰ সভাগৃহত দলৰ জ্যেষ্ঠ নেতৃত্বৰ উপস্থিতিত শুভাৰম্ভণি অনুষ্ঠানটো আয়োজিত হৈ যায়।

ADVERTISEMENT

bjym 2উল্লেখযোগ্য যে, আজিৰ পৰা ২৩ অক্টোবৰলৈ অনুষ্ঠিত হ’ব লগা য়ুথ কেন লীড শীৰ্ষক অভিযানৰ জড়িয়তে অৰাজনৈতিক যুৱ তথা ছাত্ৰ নেতৃত্বক যুৱ মৰ্চাৰ উদ্যোগত এক ক্ষেত্ৰ ভিত্তিক অধ্যয়ণৰ ব্যৱস্থা কৰা হৈছে। যুৱ মৰ্চাৰ উদ্যোগত ৰাজ্যৰ ভিন্ন জিলাৰ পৰা কেইবা শতাধিক যুৱক -যুৱতীয়ে অংশগ্ৰহণ কৰিছে ।

RelatedPosts

Pressmeet Addressing Bjp Sporkperson Anil Antony:পশ্চিম বংগৰ মহিলা চিকিৎসকৰ বলাৎকাৰ আৰু নৃশংস হত্যাকাণ্ডৰ সন্দৰ্ভত ৰাহুল গান্ধী নিমাত কিয় ?

Bhabesh kalita Pressmeet : ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সংবাদমেল সম্বোধন 

Rahul Gandhi’s Nyay Yatra is the CM’s Reaction:ৰাহুল গান্ধী ন্যায় যাত্ৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

এই অভিযানৰ যোগেদি এজন যুৱকে গৃহ জিলাৰ পৰা গৈ অন্য এখন জিলাত থাকি সেই জিলাৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, ঐতিহাসিক, পৰম্পৰা, লোকাচাৰ, জনসংখ্যাৰ গাঠনি, আদি বিষয় সমুহৰ অধ্যয়ন কৰাৰ উপৰিও বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দিনত হোৱা কল্যাণকামী কাম-কাজ , যুগান্তকাৰী উন্নয়ণ সমুহৰ ওপৰতো তুলনামুলক অধ্যয়ন কৰিব ।

উল্লেখযোগ্য যে,এই অভিযানত অংশগ্ৰহণ কৰা যুৱক-যুৱতীসকল বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নেতৃত্ব বহনকাৰী, বিভিন্ন অৰাজনৈতিক সংগঠন আদিৰ কৰ্মকৰ্তা ।

যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাসে আদৰণি ভাষণ আগবঢ়োৱা শুভাৰম্ভণি অনুষ্ঠানটোত উপস্থিত থাকে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক উপ-সভাপতি জয়ন্ত কুমাৰ দাস, বিজেপিৰ মুখপাত্ৰ ঋতুবৰণ শৰ্মা আৰু যুৱ ইউটিউবাৰ অৱয়ৱ ভূঞা অতিথি হিচাপে উপস্থিত থাকে।

সাংসদ বিজুলী কলিতা মেধিয়ে ভাষণ প্ৰসঙ্গত শিক্ষয়িত্ৰী জীৱনৰ পৰা সাংসদলৈ বিস্তৃত জীৱন অভিজ্ঞতা ব্যক্ত কৰে। আনহাতে জ্যেষ্ঠ মুখপাত্ৰ ঋতুবৰণ শৰ্মাই ভাষণত কয় যে, ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিষ্ঠা কালৰে পৰা দেশক পৰম বৈভৱশালী স্থানত অধিস্থিত কৰাৰ স্বপ্নৰে কাম কৰি আহিছিল। কাশ্মীৰৰ পৰা ৩৭০ ধাৰা আতৰোৱা, ৰাম মন্দিৰ নিৰ্মাণৰ সংকল্প ভাৰতীয় জনতা পাৰ্টীয়ে জন্মকালতে লৈছিল।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দৰ্শন, ইতিহাস, লক্ষ্য উদ্দেশ্যৰ বিষয় উল্লেখ কৰি শৰ্মাই কয় যে, ব্যক্তি নিৰ্মাণৰ জড়িয়তে সমাজ নিৰ্মাণ আৰু সমাজ নিৰ্মাণৰ জড়িয়তে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আৰ এছ এছে যোৱা এটা শতিকাজুৰি কাম কৰি আহিছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bharatiya Janata Yuba Morcha launchesState BJP HeadquartersYouth Can Lead' campaign
samimsultana

samimsultana

Related Posts

Covid India latest Update:দেশত বাঢ়িছে কৰ’নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত
COVID-19

June 6, 2025
RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট
India

RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট

June 6, 2025
Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট
India

Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট

June 6, 2025
Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন
News

Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন

June 6, 2025
Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল
News

Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল

June 6, 2025
Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ
News

Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ

June 6, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d