Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Rahul Gandhi’s Nyay Yatra is the CM’s Reaction:ৰাহুল গান্ধী ন্যায় যাত্ৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

এয়া ন্যায় যাত্ৰা নহয়, মিঞা যাত্ৰা, য'ত মিঞা থাকিব তাত মানুহ হ'ব, য'ত মিঞা নাই তাত মানুহ নহ'ব, দেশৰ সকলোতকৈ ভ্ৰষ্ট পৰিয়াল হ'ল গান্ধী পৰিয়াল : মুখ্যমন্ত্ৰী

publisher by publisher
January 18, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Rahul Gandhi’s Nyay Yatra is the CM’s Reaction:ৰাহুল গান্ধী ন্যায় যাত্ৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Cm Himanta Viswa Sarma;তুলিৰামৰ প্ৰাসাদোপম অট্টালিকাক লৈ গৌৰৱ গগৈয়ে কৰা তিৰ্যক মন্তব্যক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ

Atal Bihari Vajpayee 100 Birth Anniversary:মহানগৰীৰ অটল বিহাৰী বাজপেয়ী ভৱনত সুশাসন দিৱস

CM Reaction:কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

Rahul Gandhi’s Nyay Yatra is the CM’s Reaction:

কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে মণিপুৰৰ আৰম্ভ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰা সন্দৰ্ভত আজি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷
দেশৰ সকলোতকৈ ভ্ৰষ্ট পৰিয়ালটোৱে হ’ল গান্ধী পৰিয়াল৷এই পৰিয়ালৰে যুৱৰাজ গৰাকীয়ে যি যাত্ৰা আৰম্ভ কৰিছে আচলতে এয়া ন্যায় যাত্ৰা নহয়, মিঞা যাত্ৰা। য’ত মিঞা থাকিব তাত মানুহ হ’ব, য’ত মিঞা নাই তাত মানুহ নহ’ব।

ADVERTISEMENT

আনহাতে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সমদল মহানগৰীৰ মাজেদি যোৱাৰ অনুমতি প্ৰশাসনে দিয়া নাই ৷ কিন্ত চৰকাৰী অনুমতি অবিহনে যাত্ৰা অব্যাহত ৰাখিলে গোচৰ তৰা হ’ব ,প্ৰয়োজন হ’লে আটক কৰাও হ’ব পাৰে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ইপিনে,আমগুৰি ন্যায় বিচাৰি অৱস্থান ধৰ্মঘট কৰি ৰাহুল গান্ধীৰ পৰা ন্যায়ৰ আশা কৰি অৱশেষত সাক্ষাৎ নাপাই বিমুখ হোৱা যুৱ কংগ্ৰেছী অংকিতা দত্ত সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধী তীৰ্যক মন্তব্য কৰি কয়,’অংকিতা দত্তই ৰাহুল গান্ধীৰ পৰা ক’ত ন্যায় পাব? অসম আন্দোলনৰ ৯০০ ছহিদৰ ন্যায় কেতিয়া দিব? আইজলত কংগ্ৰেছে বোমা পেলাইছিল’ বুলি বহু কথাৰ অৱতাৰণা কৰে ৷

উল্লেখ্য যে, ৰাজ্যিক বিজেপিৰ কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আজি কামৰূপ মহানগৰ জিলা বিজেপিৰ বুথ সভাপতিৰ প্ৰশিক্ষণ কৰ্মশালাত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই । কৰ্মশালাৰ অন্তত সাংবাদিকক সম্বোধন কৰি ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা সম্পৰ্কত উল্লিখিত মন্তব্য কৰিছিল ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Atal Bihari VajpayeeBhawanCM Himanta Biswa Sarma ReactionRahul Gandhi's Nyay YatraState BJP Headquarters
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d