Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক

    খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ

    পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

    স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Kaziranga University : ‘আত্মনিৰ্ভৰ ভাৰত’ নিৰ্মাণৰ মূল কাৰিকৰ হৈছে দেশৰ যুৱশক্তি : মন্ত্ৰী অশোক সিংহাল

publisher by publisher
December 15, 2022
in Assam, India, News
Reading Time: 1 min read
0
Kaziranga University : ‘আত্মনিৰ্ভৰ ভাৰত’ নিৰ্মাণৰ মূল কাৰিকৰ হৈছে দেশৰ যুৱশক্তি : মন্ত্ৰী অশোক সিংহাল
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

ক্ষমতাৰ দাম্ভিকতাৰে পৰম্পৰা ভংগ সিংহলৰ

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ কাষৰ বৃহৎ ভূমি অশোক সিংহালৰ দখলত !

পানীৰ অভাৱত বিপর্যয়ৰ সম্মুখীন কৃষক ৰাইজ 

Kaziranga University :

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহালে আজি যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয়ত উপস্থিত হৈ শিক্ষানুষ্ঠানখনৰ চৌহদ পৰিদৰ্শন কৰে আৰু ইয়াৰ কৰ্তৃপক্ষ, শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীসকলৰ স’তে মত বিনিময় কৰে ৷

ADVERTISEMENT

ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক সম্বোধি মন্ত্ৰীগৰাকীয়ে আজি ‘ৰাষ্ট্ৰ নিৰ্মাণত যুৱশক্তিৰ ভূমিকা’ বিষয়ক এক সুদীৰ্ঘ প্ৰেৰণাদায়ক বক্তব্যও প্ৰদান কৰে ৷

নিজৰ ভাষণ প্ৰসংগত মন্ত্ৰী সিংহালে নতুন ভাৰতবৰ্ষৰ নিৰ্মাণ প্ৰক্ৰিয়াত দেশৰ যুৱশক্তিৰ ভূমিকাৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰে ৷ তেওঁ কয় যে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰত আজি বিশ্বৰ সৰ্বাধিক যুৱ সমাজৰো বসতিস্থল ৷

বহুকেইখন উন্নত পশ্চিমীয়া ৰাষ্ট্ৰৰ বিপৰীতে আমাৰ দেশৰ বাসিন্দাসকলৰ গড় বয়স মাত্ৰ ২৮ বছৰ, যি তথ্য‌ দেশখনৰ সম্ভাৱনা তথা ভৱিষ্যতৰ বাবে অতিশয় উৎসাহজনক ৷ এই বৃহৎ যুৱশক্তিয়ে সঠিক পথেৰে বাট বুলিলে আমাৰ দেশে বিশ্বত এক নতুন যুগৰ সূচনা কৰিব পাৰিব বুলি তেওঁ মন্তব্য কৰে ৷

মন্ত্ৰী সিংহালে কয় যে দেশৰ বিকাশত যুৱশক্তিৰ অপৰিসীম গুৰুত্বৰ কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায়েই উল্লেখ কৰি আহিছে আৰু সেয়ে যুৱক-যুৱতীসকলৰ সৰ্বাংগীণ উন্নয়নৰ বাবে চৰকাৰে নিত্য-নতুন পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷

যুৱক-যুৱতীসকলৰ সামাজিক বা অৰ্থনৈতিক পটভূমি নিৰ্বিশেষে শিক্ষাৰ সুবিধা উন্নত কৰা আৰু শিক্ষণৰ মানদণ্ডৰ দিশত সহযোগিতামূলক ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে এক শক্তিশালী কাঠামো প্ৰদান কৰিছে বুলি তেওঁ উল্লেখ কৰে ৷

তেওঁ কয় যে যুৱক-যুৱতীসকলৰ বাবে পৰ্যাপ্ত নিয়োগ সৃষ্টি, দক্ষতা বিকাশ আৰু উদ্যমিতাক উৎসাহিত কৰিবলৈ প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা, স্বয়ম, দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা, ষ্টাৰ্ট-আপ ইণ্ডিয়াৰ দৰে অভিলাষী পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু ই দেশৰ যুৱশক্তিৰ প্ৰত্যাশা পূৰণত যথেষ্ট সহায়ক হৈছে ৷

যুৱশক্তিক ৰাষ্ট্ৰৰ মেৰুদণ্ড বুলি অভিহিত কৰি মন্ত্ৰী সিংহালে কয় যে যুৱশক্তিৰ সক্ৰিয় সহযোগিতা অবিহনে নতুন ভাৰত নিৰ্মাণ সম্ভৱেই নহয় ৷ বিশ্বৰ অন্যতম সৰ্ববৃহৎ অৰ্থনৈতিক শক্তি হিচাপে ভাৰতবৰ্ষৰ দ্ৰুত উত্থান আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ নিৰ্মাণৰ কৰ্মযজ্ঞত দেশৰ যুৱশক্তিয়েই মূল কাৰিকৰৰ ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে ৷

আজিৰ এই কাৰ্যসূচীত কাজিৰঙা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পি কে মিশ্ৰ আৰু উপ-উপাচাৰ্য বসন্ত খৈতানৰ লগতে অন্যান্য বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ashok SinghalKaziranga University
publisher

publisher

Related Posts

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

October 1, 2026
তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক
Assam

তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক

October 1, 2026
খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ
Assam

খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ

October 1, 2026
পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়
Assam

পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

October 1, 2026
স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য
Assam

স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

October 1, 2026
৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে
Assam

৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d