Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শিলচৰৰ এম্বুলেঞ্চ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাসৰ নিৰ্দেশ

    সমগ্র শিক্ষাই লাভ কৰা ৮১,৭৭২টা কামৰ মাত্র ২৮,৮৭৫টাহে সম্পূর্ণ

    মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান

    চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি

    Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bharatiya Janata Yuba Morcha launches ‘Youth Can Lead’ campaign:যুৱ মৰ্চাৰ “য়ুথ কেন লীড” অভিযানৰ শুভাৰম্ভণি

samimsultana by samimsultana
October 18, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Bharatiya Janata Yuba Morcha launches ‘Youth Can Lead’ campaign:যুৱ মৰ্চাৰ “য়ুথ কেন লীড” অভিযানৰ শুভাৰম্ভণি
7
SHARES
66
VIEWS
ShareShareShareShare

RelatedPosts

Pressmeet Addressing Bjp Sporkperson Anil Antony:পশ্চিম বংগৰ মহিলা চিকিৎসকৰ বলাৎকাৰ আৰু নৃশংস হত্যাকাণ্ডৰ সন্দৰ্ভত ৰাহুল গান্ধী নিমাত কিয় ?

Bhabesh kalita Pressmeet : ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সংবাদমেল সম্বোধন 

Rahul Gandhi’s Nyay Yatra is the CM’s Reaction:ৰাহুল গান্ধী ন্যায় যাত্ৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

Bharatiya Janata Yuba Morcha launches ‘Youth Can Lead’ campaign:যুৱ মৰ্চাৰ “য়ুথ কেন লীড” অভিযানৰ শুভাৰম্ভণি

ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত আয়োজিত “য়ুথ কেন লীড” অভিযানৰ আজি শুভাৰম্ভণি হয়। গুৱাহাটীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্য্যালয় বাজপেয়ী ভৱনৰ সভাগৃহত দলৰ জ্যেষ্ঠ নেতৃত্বৰ উপস্থিতিত শুভাৰম্ভণি অনুষ্ঠানটো আয়োজিত হৈ যায়।

ADVERTISEMENT

উল্লেখযোগ্য যে, আজিৰ পৰা ২৩ অক্টোবৰলৈ অনুষ্ঠিত হ’ব লগা য়ুথ কেন লীড শীৰ্ষক অভিযানৰ জড়িয়তে অৰাজনৈতিক যুৱ তথা ছাত্ৰ নেতৃত্বক যুৱ মৰ্চাৰ উদ্যোগত এক ক্ষেত্ৰ ভিত্তিক অধ্যয়ণৰ ব্যৱস্থা কৰা হৈছে। যুৱ মৰ্চাৰ উদ্যোগত ৰাজ্যৰ ভিন্ন জিলাৰ পৰা কেইবা শতাধিক যুৱক -যুৱতীয়ে অংশগ্ৰহণ কৰিছে ।

এই অভিযানৰ যোগেদি এজন যুৱকে গৃহ জিলাৰ পৰা গৈ অন্য এখন জিলাত থাকি সেই জিলাৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, ঐতিহাসিক, পৰম্পৰা, লোকাচাৰ, জনসংখ্যাৰ গাঠনি, আদি বিষয় সমুহৰ অধ্যয়ন কৰাৰ উপৰিও বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দিনত হোৱা কল্যাণকামী কাম-কাজ , যুগান্তকাৰী উন্নয়ণ সমুহৰ ওপৰতো তুলনামুলক অধ্যয়ন কৰিব ।

উল্লেখযোগ্য যে,এই অভিযানত অংশগ্ৰহণ কৰা যুৱক-যুৱতীসকল বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নেতৃত্ব বহনকাৰী, বিভিন্ন অৰাজনৈতিক সংগঠন আদিৰ কৰ্মকৰ্তা ।

যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাসে আদৰণি ভাষণ আগবঢ়োৱা শুভাৰম্ভণি অনুষ্ঠানটোত উপস্থিত থাকে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক উপ-সভাপতি জয়ন্ত কুমাৰ দাস, বিজেপিৰ মুখপাত্ৰ ঋতুবৰণ শৰ্মা আৰু যুৱ ইউটিউবাৰ অৱয়ৱ ভূঞা অতিথি হিচাপে উপস্থিত থাকে।

সাংসদ বিজুলী কলিতা মেধিয়ে ভাষণ প্ৰসঙ্গত শিক্ষয়িত্ৰী জীৱনৰ পৰা সাংসদলৈ বিস্তৃত জীৱন অভিজ্ঞতা ব্যক্ত কৰে। আনহাতে জ্যেষ্ঠ মুখপাত্ৰ ঋতুবৰণ শৰ্মাই ভাষণত কয় যে, ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিষ্ঠা কালৰে পৰা দেশক পৰম বৈভৱশালী স্থানত অধিস্থিত কৰাৰ স্বপ্নৰে কাম কৰি আহিছিল। কাশ্মীৰৰ পৰা ৩৭০ ধাৰা আতৰোৱা, ৰাম মন্দিৰ নিৰ্মাণৰ সংকল্প ভাৰতীয় জনতা পাৰ্টীয়ে জন্মকালতে লৈছিল।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দৰ্শন, ইতিহাস, লক্ষ্য উদ্দেশ্যৰ বিষয় উল্লেখ কৰি শৰ্মাই কয় যে, ব্যক্তি নিৰ্মাণৰ জড়িয়তে সমাজ নিৰ্মাণ আৰু সমাজ নিৰ্মাণৰ জড়িয়তে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আৰ এছ এছে যোৱা এটা শতিকাজুৰি কাম কৰি আহিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bharatiya Janata Yuba Morcha launchesState BJP HeadquartersYouth Can Lead' campaign
samimsultana

samimsultana

Related Posts

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা
International

আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

October 2, 2026
জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ
Assam

জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

October 2, 2026
শিলচৰৰ এম্বুলেঞ্চ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাসৰ নিৰ্দেশ
Assam

শিলচৰৰ এম্বুলেঞ্চ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাসৰ নিৰ্দেশ

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d