Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে বন্ধ হৈ থকাৰ পাছত বুধবাৰৰ পৰা পুনৰ আৰম্ভ হয় বৈষ্ণ দেৱী হেলিকপ্টাৰ সেৱা

    ড্র’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’! 

    পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

    পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

    ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ

    Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ

    Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Jammu and Kashmir Assembly is in turmoil over the re-enactment of Article 370:৩৭০ অনুচ্ছেদ পুনৰ বলৱতৰ প্ৰস্তাৱক লৈ হাল্লাবোল জম্মু- কাশ্মীৰ বিধানসভা

একেটা বিষয়ক লৈ তৃতীয় দিনাও উত্তাল সদন, বিজেপি আৰু পিডিএফ বিধায়কৰ মাজত হতাহতি, প্ৰস্তাৱৰ বিৰোধীতা কৰা প্ৰতিবাদী বিজেপি বিধায়কক অধ্যক্ষই মাৰ্ছাল লগাই উলিয়ালে সদৰ পৰা, ৰণক্ষেত্ৰত পৰিণত জম্মু- কাশ্মীৰ বিধানসভা

samimsultana by samimsultana
November 8, 2024
in India, News
Reading Time: 3 mins read
0
Jammu and Kashmir Assembly is in turmoil over the re-enactment of Article 370:৩৭০ অনুচ্ছেদ পুনৰ বলৱতৰ প্ৰস্তাৱক লৈ হাল্লাবোল জম্মু- কাশ্মীৰ বিধানসভা
1
SHARES
9
VIEWS
ShareShareShareShare

Jammu and Kashmir Assembly is in turmoil over the re-enactment of Article 370:

নৰেন্দ্ৰ মোদী চৰকাৰৰ দ্বিতীয়টো কার্যকালত সংসদে বাতিল কৰা দেশৰ সংবিধানৰ ৩৭০ অনুচ্ছেদ পুনৰ বলৱতৰ দাবীত বুধবাৰে জম্মু-কাশ্মীৰ বিধানসভাই প্রস্তাৱ গ্ৰহণ কৰাক লৈ দেশজুৰি মিশ্রিত প্রতিক্রিয়া সৃষ্টি হৈ থকাৰ সময়তে কালি বিষয়টোক লৈ একপ্ৰকাৰ ৰণক্ষেত্ৰত পৰিণত হয় কেন্দ্রীয় শাসিত অঞ্চলটোৰ বিধানসভাৰ মজিয়া। বিধানসভা উত্তাল কৰে বিজেপি বিধায়কসকলে। ইয়াৰ সমান্তৰালভাৱে দলৰ কেন্দ্ৰীয় নেতৃত্বয়ো প্রস্তাৱাটোক লৈ প্রতিক্রিয়া প্ৰকাশ কৰিছে।

ADVERTISEMENT

প্রস্তাৱটোক সমৰ্থন কৰা জম্মু-কাশ্মীৰৰ শাসকীয় নেছনেল কনফাৰেন্সৰ বিধায়কসকলৰ লগত হতাহতিত লিপ্ত হয় বিৰোধী বিজেপিৰ বিধায়কসকল। ইয়ে বিধানসভাত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। অৱশেষত অধ্যক্ষৰ নিৰ্দেশত মার্শালে উন্মত্ত বিধায়কসকলক বিধানসভাৰ পৰা উলিয়াই পঠিয়ায়। আজি বিধানসভা বহাৰ সময়ৰ পৰাই সদন উত্তপ্ত হয়। বিৰোধী বিজেপি বিধায়কসকলে ৩৭০অনুচ্ছেদ পুনৰ বলৱতৰ দাবীত বুধবাৰে বিধানসভাত গৃহীত প্রস্তাৱটোৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে। প্ৰস্তাৱটোৰ বিৰোধিতা কৰি বিৰোধী দলপতি সুনীল শর্মাই বক্তব্য আগবঢ়োৱাৰ সময়তে প্রস্তাৱটোৰ সমর্থক বিধায়ক শ্বেইগ খুৰচিদে অধ্যক্ষৰ সম্মুখৰ ঘেৰটোত জপিয়াই পৰে।

RelatedPosts

Air Pollution in Delhi : দিল্লীত ভয়াৱহ বায়ু প্ৰদূষণৰ প্ৰতিবাদ বিজেপি বিধায়কৰ

jk newতেতিয়া বিধায়কজনে সংবিধানৰ ৩৭০ আৰু ৩৫ (এ) অনুচ্ছেদ পুনৰ প্ৰৱৰ্তনৰ লগতে ৰাজনৈতিক বন্দীসকলক মুক্তি দিয়াৰ ধ্বনি সম্বলিত বেনাৰ প্ৰদৰ্শন কৰে। বিধায়কজনক এই কার্যত বাধা দি একাংশ বিজেপি বিধায়ক ঘেৰটোত সোমাই বিধায়ক খুৰচিদৰ পৰা বেনাৰখন কাঢ়ি লৈ বিৰোধী পক্ষৰ আসনৰ ফাল দৌৰ দিয়ে। তেওঁলোকক সহযোগ কৰি আন বিজেপি বিধায়কসকলেও বেনাৰখন ফালি-চিৰি পেলায় ।

আনহাতে, বিজেপি বিধায়কসকলক এই কাৰ্যৰ পৰা বিৰত ৰখাৰ চেষ্টা কৰে জম্মু-কাশ্মীৰ পিপ’লছ কনফাৰেন্সৰ বিধায়ক ছাজাদ ল’নে। তেওঁ বিষয়টোত হস্তক্ষেপ কৰাৰ লগে লগে পৰিস্থিতিয়ে শোচনীয় ৰূপ ধাৰণ কৰে। শাসক-বিৰোধী বিধায়কবৰ্গৰ মাজত হতাহতি লাগে। তেতিয়া অধ্যক্ষ আব্দুল ৰহিম ৰাথে অবাধ্য বিধায়কসকলক বিধানসভাৰ পৰা উলিয়াই পঠিয়াবলৈ মাৰ্ছালক নির্দেশ দিয়ে। সেই মর্মে মার্শালে একাংশ বিধায়কক উলিয়াই পঠিয়াই পৰিস্থিতি নিয়ন্ত্রণ কৰে। এনে উত্তপ্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অধ্যক্ষই দিনটোৰ বাবে সদন স্থগিত ৰখাৰ কথা ঘোষণা কবে। অৱশ্যে ইয়াৰ পূর্বে অধ্যক্ষই ১৫ মিনিটৰ বাবে সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰিছিল।

তাৰ পাছতো বিজেপি বিধায়কসকলৰ প্ৰতিবাদ অব্যাহত থাকে। এই প্রতিবাদ চলি থকাৰ সময়তে অধ্যক্ষই প্রতিবাদকাৰী বিধায়কসকলক উদ্দেশ্যি কয়, ‘আপোনালোক নীতি-নিয়মৰ ঊর্ধ্বত নহয়। নীতি-নিয়ম মানি চলক। মই কিছুসংখ্যক সদস্যৰ কাম-কাজ অতি সুক্ষ্মভাবে নিৰীক্ষণ কৰি আছো। মই যি কৰিবলৈ নিবিচাৰো, সেইটো কৰিবলৈ মোক বাধ্য নকৰিব।’ অধ্যক্ষৰ এনে সতর্কবাণীৰ মাজতে বিজেপি বিধায়কসকলে ‘শ্যামাপ্রসাদ মুখার্জীয়ে বলিদান দিয়া কাশ্মীৰ আমাৰ’ বুলি ধ্বনি দিয়ে। তেতিয়া শাসকীয় নেছনেল কনফাৰেন্সৰ বিধায়কসকলে ‘যিখন কাশ্মীৰ আমি চিনি পাইছো, সেই কাশ্মীৰ আমাৰ’ বুলি ধ্বনি দিয়ে। দুয়োপক্ষৰ এই ধ্বনিয়ে সদনৰ পৰিৱেশ উত্তপ্ত কৰাৰ সময়ত অধ্যক্ষই এই ভাষ্য লিপিবন্ধ কৰা নহ’ব বুলি স্পষ্ট কৰি দিয়ে। তেতিয়াও পৰিৱেশ উত্তাল হৈ থকাত অধ্যক্ষই উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰা বিজেপি বিধায়কসকলক মার্শ্বাল লগাই সদনৰ পৰা
পঠিয়ায়। আনকি জম্মু-কাশ্মীৰৰ একমাত্র বিজেপি বিধায়িকা শ্বশুন পৰিহাৰকো মহিলা মাৰ্ছাল লগাই অধ্যক্ষই নিয়ন্ত্রণ কৰে।ইয়াৰ মাজতে বিজেপি বিধায়কসকলে ‘ভাৰত মাতা কী জয়’ ধ্বনিও দিয়ে।

তাৰ বিপৰীতে নেছনেল কনফাৰেন্সৰ বিধায়কসকলে ৩৭০ অনুচ্ছেদ পুনৰ প্ৰৱৰ্তনৰ দাবীত ধ্বনি দিয়ে। আনহাতে, পাছত বিধানসভাৰ বাহিৰত বিধায়ক ল’নে শাসকীয় নেছনেল কনফাৰেন্সক সমালোচনা কৰে। স্বয়ং দলৰে বিধায়ক এজন আক্রমণৰ সম্মুখীন হোৱাৰ পাছতো নেছনেল কনফাৰেন্সৰ বিধায়কসকলে তেওঁক সহায় কৰিবলৈ আগবাঢ়ি নহাক গৰিহণা দি তেওঁ কয়, ‘আমি খুৰচিদৰ বিৰুদ্ধে যুঁজ দিছিলো; বিশুদ্ধ কাশ্মীৰীৰূপে মই তেওঁক আক্রমণ কৰাৰ কাৰ্য চাই থাকিব নোৱাৰিলো। তেওঁ অকলশৰীয়া আছিল।

নেছনেল কনফাৰেন্সৰ এজনো তেওঁক সহায়ৰ বাবে আগবাঢ়ি আহিছিল নে?’ আনহাতে, জম্মু-কাশ্মীৰ বিধানসভাৰ বিৰোধী দলপতি সুনীল শর্মাই কয় যে বিধানসভাত বুধবাৰে গৃহীত প্রস্তাৱটো বিজেপিয়ে নাকচ কৰিছে। এই প্রস্তাৱ প্রত্যাহাৰ নকৰালৈকে সদনৰ কাম-কাজ চলিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দি সাংবাদিকৰ আগত শর্মাই কয়, ‘বিধানসভাৰ অধ্যক্ষই নেছনেল কনফাৰেন্সৰ নেতাৰ দৰে কাম কৰিছে।

বিধানসভাৰ এই প্রস্তাৱৰ বিৰুদ্ধে বিজেপিয়ে ৰাজপথটো পথতো প্রতিবাদ সাব্যস্ত কৰিব।’ একেদৰে দিল্লীত প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা বিজেপি নেত্রী স্মৃতি ইৰানীয়ে জম্মু-কাশ্মীৰ বিধানসভাই বুধবাৰে গ্রহণ কৰা ৩৭০ অনুচ্ছেদ পুনৰ প্ৰৱৰ্তনৰ দাবীত গ্রহণ কৰা প্ৰস্তাৱটোক লৈ প্রতিক্রিয়া প্রকাশ কৰিছে। এই প্রস্তাৱ গ্ৰহণ কৰা বাবে নেছনেল কনফাৰেন্স আৰু কংগ্ৰেছক সমালোচনা কৰি ইৰানীয়ে কয় যে জম্মু-কাশ্মীৰত ‘ইন্ডিয়া’ জোঁটে দেশৰ সংবিধানৰ বিৰুদ্ধে এক নতুন যুদ্ধ আৰম্ভ কৰিছে।

উল্লেখ্য যে জম্মু-কাশ্মীৰৰ সদ্যসমাপ্ত নির্বাচনত নেছনেল কনফাৰেন্স-কংগ্রেছ জোঁটে জয়লাভ কৰাৰ পাছতে নির্বাচনী প্রতিশ্রুতি অনুসৰি ৩৭০ অনুচ্ছেদ পুনৰ প্ৰৱৰ্তনৰ দাবীৰে বিধানসভাত প্রস্তাৱ গ্রহণৰ সিদ্ধান্ত লয়। সেই মর্মে বুধবাৰে বিধানসভাত প্রস্তাৱটো উত্থাপন কৰে চৰকাৰে। অৱশ্যে এই সম্পর্কীয় কোনো বিতর্ক অবিহনে তথা বিৰোধী বিজেপি বিধায়কসকলৰ প্ৰতিবাদৰ মাজত ধ্বনি ভোটত প্রস্তাৱটা গৃহীত হয়।

প্রস্তাৱটো গৃহীত হোৱাৰ পাছতে মুখ্যমন্ত্রী ওমৰ আব্দুল্লাই কয় যে প্রস্তাৱটো গ্রহণ কৰি বিধানসভাই নিজৰ দায়িত্ব সম্পন্ন কৰিলে। প্রস্তাৱটোলৈ সমর্থন আগবঢ়ায় প্রাক্তন মুখ্যমন্ত্রী মেহবুবা মুফটি নেতৃত্বাধীন পিডিপি আৰু ছাজাদ ল’নৰ পিপ’লছ কনফাৰেন্সসহ আন কেতবোৰ দলেও (উল্লেখ্য যে ২০১৯৩ সংসদে ৩৭০ আৰু ৩৫ (এ) অনুচ্ছেদ বাতিল কৰি জম্মু-কাশ্মীৰৰ বিশেষ ক্ষমতা কৰ্তন কৰাৰ লগতে ৰাজ্যখনক দুভাগত বিভক্ত কৰি কেন্দ্রীয় শাসিত অঞ্চললৈ অৱমনিত কৰে। লাডাখক জম্মু-কাশ্মীৰৰ পৰা আঁতৰাই নি এখন সুকীয়া কেন্দ্রীয় শাসিত অঞ্চল গঠন কৰে সংসদে।

আনহাতে দ্বিতীয়দিনৰ দৰে শুক্ৰবাৰেও ৩৭০ আৰু ৩৫ (এ) অনুচ্ছেদৰ প্ৰস্তাৱক লৈ জম্মু- কাশ্মীৰ বিধানসভা উত্তপ্ত হৈ পৰে । প্ৰস্তাৱ বাতিলৰ দাবী বিজেপি বিধায়ক সকলে বিভিন্ন শ্ল’গানেৰে সদন মুখৰিত কৰি অধ্যক্ষৰ আসনৰ সন্মুখত অৱস্থান কৰে । বিশেষকৈ পিডিপি এমএল এজনে সদনত প্ৰদৰ্শন কৰা এখন বেনাৰক লৈ ক্ষুব্ধ হৈ পৰে বিজেপি বিধায়ক সকলে ৷

jk3ইপিনে, শাসনাধিষ্ঠি এন চি আৰু পিডিপি বিধায়ক সকলেও ফেপেৰি পাতি ধৰে বিজেপি বিধায়ক সকলক ৷ ফলত সদনত এই হুলস্থূল অব্যাহত থকাৰ মাজত অধ্যক্ষ আব্দুল ৰহিম ৰাথে মাৰ্ছাল লগাই প্ৰতিবাদী বিজেপি বিধায়ক সকলক সদনৰ ভিতৰৰ পৰা বাহিৰ কৰি দিয়ে ৷ অধ্যক্ষৰ এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি বিজেপি বিধায়ক সকলে চিঞৰি চিঞৰি কয়,অধ্যক্ষই শাসনাধিষ্ঠ দলৰ পক্ষত অৱস্থান কৰি পক্ষপাতিত্বমূলক ভূমিকা গ্ৰহণ কৰিছে ৷ এইয়া গণতন্ত্ৰৰ বাবে দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে ৷

সদনৰ বাহিৰলৈ বিজেপি বিধায়ক সকল ওলাই আহি এন চি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি বিধানসভা চৌহদ মুখৰিত কৰি তোলে ৷ প্ৰতিবাদী বিধায়ক সকলে সমস্ত বিষয়টোৰ সন্দৰ্ভত আজিয়ে জম্মু- কাশ্মীৰৰ উপ- ৰাজ্যপালক সাক্ষাৎ কৰাৰ কথা ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bjp Mla ProtestJammu and Kashmir Assemblyturmoil over the re-enactment of Article 370
samimsultana

samimsultana

Related Posts

ভাৰত-পাকিস্তানৰ সংঘাতৰ বাবে বন্ধ হৈ থকাৰ পাছত বুধবাৰৰ পৰা পুনৰ আৰম্ভ হয় বৈষ্ণ দেৱী হেলিকপ্টাৰ সেৱা
India

May 14, 2025
ড্র’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’! 
India

ড্র’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত আছে ‘ভার্গবাস্ত্র’! 

May 14, 2025
পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম
News

পুনৰ গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম

May 14, 2025
ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ
India

ছফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰি বিপদত পৰিল বিজেপি মন্ত্ৰীৰ

May 14, 2025
Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ
News

Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ

May 14, 2025
Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ
News

Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ

May 14, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d