Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Autumn Session of the Assam Legislative Assembly:অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনটোতে সদন উত্তাল কৰিলে বিৰোধীয়ে

স্মাৰ্ট মিটাৰ, শিৱসাগৰ ঘটনাক সভা স্থগিতৰ প্ৰস্তাৱ বিৰোধীৰ, অধ্যক্ষই প্ৰস্তাৱ অগ্ৰাহ্য কৰাত বিৰোধীৰ সদন ত্যাগ

publisher by publisher
August 22, 2024
in Uncategorized
Reading Time: 3 mins read
0
Autumn Session of the Assam Legislative Assembly:অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনটোতে সদন উত্তাল কৰিলে বিৰোধীয়ে
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

Rajyasabha Election :ৰাজ্যসভাৰ মনোনয়ন দাখিল ২বিজেপি প্ৰাৰ্থী যোগেন মহন, তেৰছ গোৱালা আৰু ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৰ

Biswajit Daimary:ঋণগ্ৰস্ত অসমৰ বিপৰীত ছবি !

Himanta Viswa Sarma:পঞ্চাদশ অসম বিধানসভাৰ অন্তিম খন অধিবেশনৰ শেষৰ দিনত উদাত্ত ভাষণ মুখ্যমন্ত্ৰীৰ

Autumn Session of the Assam Legislative Assembly:

আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন ৷ অধিৱেশনৰ প্ৰথমদিনাই স্মাৰ্টমিটাৰ আৰু শিৱসাগৰত এগৰাকী অসমীয়া যুৱতী অনা অসমীয়াই শাৰীৰিকভাৱে প্ৰহাৰ কৰা ঘটনাক লৈ সদন উত্তাল কৰি তোলে কংগ্ৰেছ সহ বিৰোধী বিধায়ক সকলে ৷

ADVERTISEMENT

উল্লেখ্য যে বিৰোধীয়ে সদনত শিৱসাগৰ ঘটনাক লৈ সুকীয়া আলোচনাৰ দাবী কৰাৰ বিপৰীতে স্মাৰ্ট মিটাৰক লৈ সভা স্থগিত ৰখাৰ প্ৰস্তাৱ দিছিল যদিও অধ্যক্ষই দুয়োটা দাবী মানি নোলোৱাত ক্ষোভিত হৈ পৰে বিৰোধী পক্ষ ৷ পিছত স্মাৰ্টমিটাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে সদন উত্তাল কৰি সদন ত্যাগ কৰে ৷

স্মতৰ্ৱ্য যে,সদন কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ লগে লজে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই বিশেষ বিষয় এটাত বিবৃত্তি প্ৰদান কৰাৰ সময়তে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৰাজ্যত শেহতীয়াকৈ আইন শৃংখলাৰ ব্যাপক অৱনতি ঘটিছে বুলি উল্লেখ কৰি কয়, মুখ্যমন্ত্ৰী যি বিবৃত্তি দিছে তাতে উল্লেখ কৰা হৈছে যে ৰাজ্যৰ ২২ গৰাকী মহিলা- যুৱতী ধৰ্ষণৰ বলী হৈছে । একেদৰে গৃহ বিভাগৰ চৰম ব্যৰ্থতাৰ বাবে আলফা স্বাধীন গুৱাহাটী সহ ৰাজ্যৰ ২৫ স্থানত বোমা সংস্থাপন কৰিলে ৷ কিন্ত উৱাদিহে নেপালে মুখ্যমন্ত্ৰীৰ গৃহ বিভাগে৷ এনেক্ষেত্ৰত নিজ বিভাগৰ ব্যৰ্থতা স্বীকাৰ কৰি মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী তোলে ৷

আনহাতে স্মাৰ্ট মিটাৰ আৰু শিৱসাগৰত অনা অসমীয়াৰ দ্বাৰা অসমীয়া যুৱতী প্ৰহাৰ কৰা ঘটনাক লৈ বিৰোধীৰ হৈ বিধায়ক অখিল গগৈয়ে সভা স্থগিতৰ প্ৰস্তাৱ উদ্থাপন কৰে সদনত ৷ বিধানসভাৰ শূন্যকালীন ঘণ্টাত ৰাজ্যৰ আইন-শৃংখলাক লৈ বাক-বিতণ্ডা। ৰাজ্যত সৃষ্টি হোৱা বোমাতংক লৈ গৃহবিভাগক সমালোচনা অখিল গগৈৰ। অখিল গগৈক উভতি ধৰিলে পীযূষ হাজৰিকাই। ‘ঘটনাৰ পাছত সমষ্টিলৈ নগ’ল অখিল গগৈ।’ অখিল গগৈয়ে নিজে গ’ল খাইছে বুলি মন্তব্য পীযূষ হাজৰিকাৰ।

উল্লেখ্য যে অখিল গগৈয়ে সদনত প্ৰৱেশ কৰাৰ পূৰ্বে বিধানসভা চৌহদত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ হাতত লেম্প আৰু স্মাৰ্ট মিটাৰ প্ৰদৰ্শন কৰি চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৷ সংবাদ মাধ্যমৰ সন্মুখত স্মাৰ্ট মিটাৰ ৰাইজক সৰ্বস্বান্ত কৰি অহা সন্দৰ্ভত বিস্তৃত বিৱৰণ দাঙি ধৰে ৷

আনহাতে সদন আৰম্ভ হওতেই স্মাৰ্ট মিটাৰ প্ৰসংগক লৈ সদন উত্তাল কৰি তোলে কংগ্ৰেছ সহ বিৰোধী বিধায়ক সকলে । এনে হুলস্থূলীয়া পৰিবেশৰ মাজতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকাই স্মাৰ্ট মিটাৰ প্ৰসংগক লৈ কয়,বিৰোধীয়ে স্মাৰ্ট মিটাৰত অধিক বিল আহে বুলি যি অভিযোগ আনিছে ৷ তাৰ সত্যতা নিৰূপণৰ বাবে মন্ত্ৰী – বিধায়ক সকলৰ ঘৰত অচিৰেই লগোৱা হ’ব স্মাৰ্ট মিটাৰ আৰু মেনুৱেল মিটাৰ ৷দুয়োটা মিটাৰৰ বিদ্যুত বিল তুলনা কৰা হ’ব ৷ যদি স্মাৰ্ট মিটাৰৰত বেছি বিল আহে তেন্তে চৰকাৰে বিষয়টো বিবেচনা কৰিব ।

আনহাতে খিলঞ্জীয়াৰ মাটি ক্ৰয় – বিক্ৰয় সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সদনত দিয়া বিবৃতিৰ তীব্ৰ বিৰোধিতা কৰি এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামেও সদন স্থগিতৰ প্ৰস্তাৱ আনিছিল যদিও অধ্যক্ষই ইছলামৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰে ৷
ইয়াৰ পাছতে বিৰোধীৰ সকলো বিধায়কে সদন ত্যাগ কৰি বিধানসভাৰ চৌহদত স্মাৰ্ট মিটাৰ সহ কেতবোৰ বিষয়ক লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ তাৎপৰ্যপূৰ্ণ ভাৱে এই প্ৰতিবাদত অংশ লয় এপিচিচিৰ সভাপতি ভূপেন বৰা আৰু ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে ৷

উল্লেখ্য যে,আজিৰ পৰা আৰম্ভ হোৱা শৰৎকালীন অধিবেশন পাঁচ দিনলৈকে চলিব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Legislative AssemblyAutumn session
publisher

publisher

Related Posts

অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়
Uncategorized

September 10, 2026
কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d