Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দেশত ক’ভিডত মৃত্যু শতাধিক, কোন কোন বিষয়ে সতর্ক থকা জৰুৰী ?

    দ্ৰুতগতিত চলিছে ৰাম মন্দিৰৰ মূল পথ নিৰ্মাণৰ কাম !

    Guwahati murder: গুৱাহাটী মহানগৰীত পুনৰ লোমহৰ্ষক হত্যাকাণ্ড

    Nagaon: নগাঁও জিলা ভূমিলেখ্য কৰ্মচাৰী সন্থাৰ উদ্যোগত কৃতী শিক্ষার্থীক অভিনন্দন

    Gst Evasion:মহানগৰীৰ অটো এজেন্সীৰ দুবছৰত কে’বা কোটি টকাৰ জিএছটি ফাকি

    Cm Pressmeet In Dibrugarh:অ’এনজিচিৰ তৈলখাদৰ পৰা অবিৰতভাৱে ক’লা বৰণীয়া গেছ নির্গত বিষয়টো পেট্ৰলিয়াম মন্ত্ৰীয়ে গুৰুত্বসহকাৰে লৈছে ব্যৱস্থা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

 Chandrapur Rash Festival Open Gambling:ৰাসৰ গইনা লৈ চন্দ্ৰপুৰ ৰাসস্থলীত কুৰি খনৰো অধিক জুৱাৰ মুকলি বেহা

নিৰ্বিকাৰ গুৱাহাটী আৰক্ষী- প্ৰশাসন

publisher by publisher
November 18, 2024
in India, Assam, News
Reading Time: 2 mins read
0
 Chandrapur Rash Festival Open Gambling:ৰাসৰ গইনা লৈ চন্দ্ৰপুৰ ৰাসস্থলীত কুৰি খনৰো অধিক জুৱাৰ মুকলি বেহা
2
SHARES
23
VIEWS
ShareShareShareShare

Chandrapur Rash Festival Open Gambling:

পবিত্ৰ ৰাস উৎসৱৰ অচিলা লৈ গুৱাহাটীৰ কেইবাটাও স্থানত চলিছে জুৱা তথা ঝান্দি -মুণ্ডা মুকলি আড্ডা। আৰক্ষীৰ মেনেজ কৰি মহানগৰীৰ পাশ্বৱৰ্তী চন্দ্ৰপুৰ ৰাসস্থলীটো জুবাৰ মুকলি বেহা চলি থকাৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য যে ৪৪ সংখ্যক বৰ্ষত ভৰি দিয়া চন্দ্ৰপুৰ আঞ্চলিক ৰাস উৎসৱ সমিতিৰ উদ্যোগত যোৱা ১৫ নৱেম্বৰৰ পৰা ১১ দিনীয়া কাৰ্যসূচীৰে চলি আছে ৰাস মহোৎসৱ। এই ৰাস মহোৎসৱৰ ‘আনন্দ মেলা’ত প্ৰথম দিনৰ পৰা বীৰদৰ্পে কুৰি খনৰো অধিক জুৱা খেলৰ মুকলি বেহা চলি থকাৰ পিছতো ৰহস্যজনক ভাবে নিৰ্বিকাৰ হৈ আছে আৰক্ষী-প্ৰশাসন।

ADVERTISEMENT

rash 2জুৱা চক্ৰই স্থানীয় আৰক্ষীক মেনেজ কৰি সৰ্বনাশী জুৱা খেল পতাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । লক্ষণীয় কথা এই যে সন্ধিয়াৰ পৰা নিশাৰ ভাগলৈ অবাধে জুৱা তথা ঝান্দি -মুণ্ডাৰ মুকলি বেহা চলি থকাৰ পিছতো ৰাস স্থলীৰ নিচেই ওচৰত থকা প্ৰাগজ্যোতিষপুৰ থানা কিন্তু নিৰ্বিকাৰ । স্থানীয় আৰক্ষীৰ এনে ভূমিকাক সহজভাৱে লব পৰা নাই চন্দ্ৰপুৰৰ সচেতন ৰাইজে।

RelatedPosts

Guwahati University: গুৱাহাটী বিশ্ববিদ্যালয়ৰ গাতে সুৰাৰ বিপণীৰ অনুমতিক লৈ ক্ষোভৰ সৃষ্টি

Artificial flooding on Patharkueri – Satgaon road:মহানগৰীৰ পাথৰকুৱেৰী – সাতগাওঁ পথৰ কৃত্ৰিম বানক লৈ চিন্তিত অঞ্চলবাসী

North -East Small Finance Bank:নৰ্থ-ইষ্ট’ নাম লৈ উত্তৰ-পূৱকে ৰামটাঙোন স্মল ফাইনেন্স বেংকৰ

মন কৰিবলগীয়া যে চন্দ্ৰপুৰ ৰাসস্থলীত চলি থকা মুকলি জুৱাৰ সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰমাণ সহকাৰে একাধিক বাতৰি প্ৰকাশ হোৱাৰ পিছতো মহানগৰ আৰক্ষীৰ ৰহস্যজনক ভূমিকাক লৈ এতিয়া সৰৱ হৈ পৰিছে অঞ্চলটোৰ সচেতন ৰাইজ।সেয়ে ৰাইজে চন্দ্ৰপুৰ ৰাসৰ ‘আনন্দ মেলা’ত চলি থকা জুৱা বন্ধ কৰাৰ বাবে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ হস্তক্ষেপৰ দাবী কৰিছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Chandrapur Police Out PostChandrapur Rash FestivalFree GamblingPublic Complaint
publisher

publisher

Related Posts

দেশত ক’ভিডত মৃত্যু শতাধিক, কোন কোন বিষয়ে সতর্ক থকা জৰুৰী ?
News

June 17, 2025
দ্ৰুতগতিত চলিছে ৰাম মন্দিৰৰ মূল পথ নিৰ্মাণৰ কাম !
India

দ্ৰুতগতিত চলিছে ৰাম মন্দিৰৰ মূল পথ নিৰ্মাণৰ কাম !

June 17, 2025
Guwahati murder: গুৱাহাটী মহানগৰীত পুনৰ লোমহৰ্ষক হত্যাকাণ্ড
News

Guwahati murder: গুৱাহাটী মহানগৰীত পুনৰ লোমহৰ্ষক হত্যাকাণ্ড

June 17, 2025
Nagaon: নগাঁও জিলা ভূমিলেখ্য কৰ্মচাৰী সন্থাৰ উদ্যোগত কৃতী শিক্ষার্থীক অভিনন্দন
Assam

Nagaon: নগাঁও জিলা ভূমিলেখ্য কৰ্মচাৰী সন্থাৰ উদ্যোগত কৃতী শিক্ষার্থীক অভিনন্দন

June 17, 2025
Gst Evasion:মহানগৰীৰ অটো এজেন্সীৰ দুবছৰত কে’বা কোটি টকাৰ জিএছটি ফাকি
News

Gst Evasion:মহানগৰীৰ অটো এজেন্সীৰ দুবছৰত কে’বা কোটি টকাৰ জিএছটি ফাকি

June 17, 2025
Cm Pressmeet In Dibrugarh:অ’এনজিচিৰ তৈলখাদৰ পৰা অবিৰতভাৱে ক’লা বৰণীয়া গেছ নির্গত বিষয়টো পেট্ৰলিয়াম মন্ত্ৰীয়ে গুৰুত্বসহকাৰে লৈছে ব্যৱস্থা
News

Cm Pressmeet In Dibrugarh:অ’এনজিচিৰ তৈলখাদৰ পৰা অবিৰতভাৱে ক’লা বৰণীয়া গেছ নির্গত বিষয়টো পেট্ৰলিয়াম মন্ত্ৰীয়ে গুৰুত্বসহকাৰে লৈছে ব্যৱস্থা

June 17, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d