Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Techniche 2024: IIT Guwahati’s Premier Techno-Management Fest Returns:টেকনিশ্ব্ ২০২৪: পুনৰ অনুষ্ঠিত হ’ব আই আই টি গুৱাহাটীৰ বিশেষ টেকন’-মেনেজমেণ্ট মহোৎসৱ

publisher by publisher
August 23, 2024
in Uncategorized
Reading Time: 2 mins read
0
Techniche 2024: IIT Guwahati’s Premier Techno-Management Fest Returns:টেকনিশ্ব্ ২০২৪: পুনৰ অনুষ্ঠিত হ’ব আই আই টি গুৱাহাটীৰ বিশেষ টেকন’-মেনেজমেণ্ট মহোৎসৱ
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Techniche 2024: IIT Guwahati’s Premier Techno-Management Fest Returns:

২৯ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক টেকন’-মেনেজমেণ্ট মহোৎসৱ টেকনিশ্ব্ ২০২৪ ৰ বিষয়ে ঘোষণা কৰিছে আই আই টি গুৱাহাটীয়ে। উল্লেখ্য যে, এই বাৰ্ষিক টেকন’-মেনেজমেণ্ট মহোৎসৱ হৈছে উদ্ভাৱন, সৃষ্টিশীলতা আৰু প্ৰতিযোগিতাৰ এক অনন্য সংগম। প্ৰতি বছৰে টেকনিশ্বে দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাসম্পন্ন যুৱক-যুৱতীসকলক আকৰ্ষণ কৰি আহিছে আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহ’ব বুলি আশা কৰা হৈছে।

ADVERTISEMENT

টেকনিশ্ব্ ২০২৪ত আই আই টি, এন আই টি, আই আই এম, আই এছ বি আৰু অন্যান্য সুপৰিচিত আঞ্চলিক মহাবিদ্যালয়ৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানৰ অংশগ্ৰহণকাৰীসকলে অংশগ্ৰহণ কৰিব। বিভিন্ন শৈক্ষিক ক্ষেত্ৰৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰত্যাহ্বানমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁলোকৰ উদ্ভাৱন আৰু কাৰিকৰী দক্ষতাৰ নিদৰ্শন আগবঢ়াব। প্ৰধান প্ৰতিযোগিতাসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে অভিযান্ত্ৰিক সৃষ্টিশীলতা প্ৰদৰ্শন কৰা ৰব’ৱাৰ্ছ আৰু একুৱা ৱাৰ্ছ, য’ত অংশগ্ৰহণকাৰীসকলে পানীৰ তলৰ ৰবটিক্সৰ বিশেষজ্ঞতা প্ৰদৰ্শন কৰিব।

আনহাতে এই প্ৰতিযোগিতাসমূহৰ উপৰিও টেকনিশ্ব্ ২০২৪ত নেক্সছ আৰু বক্তৃতা শৃংখলাও আয়োজন কৰা হ’ব, য’ত বিভিন্ন উদ্যোগ আৰু শিক্ষাক্ষেত্ৰৰ বিশিষ্ট বক্তাসকলে তেওঁলোকৰ মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰিব। এই অনুষ্ঠানৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষণ অভিজ্ঞতা বৃদ্ধি পাব।

প্ৰণিধানযোগ্য যে, সামাজিক কল্যাণক প্ৰসাৰিত কৰাৰ অভিযানৰ সৈতে সংগতি ৰাখি টীম টেকনিশ্বে্ প্ৰতিষ্ঠিত পৃষ্ঠপোষকসকলৰ সহায়ত চি এছ আৰ পদক্ষেপৰ ক্ষেত্ৰত আগৰণুৱা হৈ আহিছে। তেওঁলোকৰ প্ৰচেষ্টাসমূহৰ ভিতৰত আছে ব্ৰহ্মপুত্ৰৰ নদীৰ পাৰ পৰিষ্কাৰ কৰা, দূৰৱৰ্তী অঞ্চলসমূহত হেণ্ড ৱাছ আৰু চেনিটাইজাৰ বিতৰণ কৰা, ছোৱালীৰ বিদ্যালয়ত চেনিটেৰী পেডৰ ব্যৱস্থা কৰা, আই আই টি গুৱাহাটী চৌহদত ৰক্তদান অভিযানৰ আয়োজন কৰা, প্ৰতিষ্ঠানটোত বিনামূলীয়াকৈ দন্ত পৰীক্ষাৰ ব্যৱস্থা কৰা আদি। এই পদক্ষেপসমূহে প্ৰযুক্তি আৰু পৰিচালনাৰ পৰিসৰৰ বাহিৰত ইতিবাচক পৰিৱৰ্তন আনিবলৈ টেকনিশ্বৰ সমৰ্পণ প্ৰতিফলিত কৰি আহিছে।

টেকনিশ্ব্ ২০২৪ত বলীউড নাইট আৰু কমেডী নাইটৰ দৰে একাধিক মনোৰঞ্জনৰ বিকল্পও থাকিব, যাৰ ফলত অংশগ্ৰহণকাৰীসকলে প্ৰতিযোগিতাসমূহৰ পৰা জিৰণি লোৱাৰ সুযোগ পাব। এইবাৰ এই উৎসৱত ‘লিগেচী’ নামৰ এক ৰোমাঞ্চকৰ ই-স্প’ৰ্টছ প্ৰতিযোগিতাও প্ৰৱৰ্তন কৰা হৈছে, যিয়ে অংশগ্ৰহণকাৰী আৰু দৰ্শক উভয়কে আকৰ্ষণ কৰিব।

ফাষ্টএক্স আৰু লাইভ এক্সট্ৰিমে উপস্থাপন কৰা, লাৰ্নহিল টেকন’লজিছ প্ৰাইভেট লিমিটেডৰ সহযোগত আয়োজিত টেকনিশ্ব ২০২৪-এ ছাত্ৰ-ছাত্ৰীসকলক www.techniche.org ত কৰ্মশালা আৰু নেক্সছৰ বাবে পঞ্জীয়ন কৰিবলৈ আমন্ত্ৰণ জনাইছে। উপস্থিতসকলে প্ৰ’নাইট, প্ৰদৰ্শনী আৰু অন্যান্য উৎসৱৰ আকৰ্ষণৰ বিনামূলীয়া সুবিধা লাভ কৰিব।

টেকনিশ্ব্ ২০২৪ৰ আহ্বায়ক সম্যক শৰ্মাই কয়, ”৩ দিন আৰু ৪ নিশাৰ বাবে অনুষ্ঠিত হ’বলগীয়া টেকনিশ্বে্ প্ৰযুক্তি আৰু পৰিচালনাৰ এক নিখুঁত মিশ্ৰণ প্ৰদান কৰে।”

৫০,০০০ লোকৰ উপস্থিতি আৰু ৫০ লাখতকৈও অধিক ৱেবছাইট হিটৰ সৈতে, এই অনুষ্ঠানে ৰবটিক্স আৰু পৰামৰ্শদাতা প্ৰতিযোগিতা, বক্তৃতা, উদ্যোগ সন্মিলন, কৰ্মশালা আৰু নিজা মাৰাথনকে ধৰি বিভিন্ন পদক্ষেপৰ জৰিয়তে ১০ লাখতকৈ অধিক লোকৰ জীৱনত উল্লেখযোগ্য প্ৰভাৱ পেলাইছে।

উত্তৰ-পূব ভাৰত আৰু সমগ্ৰ দেশত প্ৰযুক্তি আৰু উদ্ভাৱনক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত টেকনিশ্বে্ বিপুল প্ৰভাৱ পেলাইছে আৰু এই অনুষ্ঠান উদীয়মান প্ৰতিভা আৰু উদ্যোগৰ মাজত সেঁতু হিচাপে পৰিগণিত হৈ আহিছে।”

টেকনিশ্ব্ ২০২৪ চমু চাপি অহাৰ লগে লগে আই আই টি গুৱাহাটীয়ে উদ্ভাৱন আৰু সামাজিক প্ৰগতিৰ পোষকতাত নিজৰ সমৰ্পণ পুনৰ এবাৰ দৃঢ় কৰে। সকলোৰে বাবে এক অবিস্মৰণীয় উৎসৱ আয়োজন কৰাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰিছে আই আই টি গুৱাহাটীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: IIT Guwahati's Premier Techno-Management Fest ReturnsPressmeetTechniche 2024
publisher

publisher

Related Posts

দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d