Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ধেমাজি জিলাৰ অপৰাধ নিয়ন্ত্ৰণৰ উদ্দেশ্যে আৰক্ষী-প্ৰশাসনৰ গুৰুত্বপূৰ্ণ যৌথ সভা

ড্ৰাগছৰ বিৰুদ্ধে চলিব তীব্ৰ অভিযান, ফাৰ্মাচীসমূহতো চোকা দৃষ্টি

publisher by publisher
July 18, 2022
in Assam, India, News
Reading Time: 1 min read
0
ধেমাজি জিলাৰ অপৰাধ নিয়ন্ত্ৰণৰ উদ্দেশ্যে আৰক্ষী-প্ৰশাসনৰ গুৰুত্বপূৰ্ণ যৌথ সভা
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

Flying Squad Raid in dhemaji: ফ্লায়িং স্কোৱাডৰ তালাচিত ধেমাজিৰ মৰিধলত বৃহৎ পৰিমাণৰ টকা জব্দ

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

ধেমাজি জিলাত পথ-দুৰ্ঘটনা আৰু অপৰাধজনিত ঘটনা ৰোধ কৰিবৰ বাবে আৰক্ষী আৰু প্ৰশাসনৰ বিভিন্ন বিভাগৰ মাজত সমন্বয় সাধনৰ উদ্দেশ্য আজি এখন গুৰুত্বপূৰ্ণ সভা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় । জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসম আৰক্ষীৰ পূৰ্বাঞ্চল মণ্ডলৰ মহা পৰিদৰ্শক জিৎমল দলে, আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা, অতিৰিক্ত উপায়ুক্ত উৎপল দলেৰ উপৰি যুটীয়া স্বাস্থ্য সঞ্চালক, জিলা পৰিবহন বিষয়া, অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ), উপ আৰক্ষী অধীক্ষক (সদৰ), চক্ৰ পৰিদৰ্শক সকল আৰু সকলো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আদি উপস্থিত থাকে ।

ADVERTISEMENT

সভাত অবৈধ ড্ৰাগছৰ সৰবৰাহ ৰোধ কৰাৰ বাবে ইয়াৰ উৎস আৰু সৰবৰাহ হোৱা পথসমূহত চোকা দৃষ্টি ৰখাৰ বাবে সকলো থানাকে সৰ্তক কৰি দিয়া হয় । এনে ড্ৰাগছৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তোলাৰ পোষকতা কৰা হয় । তদুপৰি ড্ৰাগছৰ ব্যৱহাৰত নাকি লগোৱাৰ উদ্দেশ্যে জিলাখনৰ ফাৰ্মাচীসমূহৰ পৰা ছিৰিঞ্জ আদি বিক্ৰীৰ ক্ষেত্ৰত কিছু সতৰ্কতা অৱলম্বন কৰিবলৈ সভাই পৰামৰ্শ আগবঢ়াই জিলাৰ ঔষধ পৰিদৰ্শকক সঘনাই ফাৰ্মাচীসমূহ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে ।

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, এই ক্ষেত্ৰত আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ যুটীয়া অভিযান চলোৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয় । অৰুণাচলী সুৰাৰ অবৈধ বেহা সম্পূৰ্ণৰূপে প্ৰতিহত কৰাৰ বাবেও আৰক্ষী আৰু আবকাৰী বিভাগক নিৰ্দেশ দিয়া হয় । সভাত  পথ-দুৰ্ঘটনাৰ মাত্ৰা হ্ৰাস কৰাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হয় । সেই উদ্দেশ্যে পৰিবহন আৰু যান-বাহন আৰক্ষীক যান-বাহনৰ গতি নিয়ন্ত্ৰণ কৰা, মটৰ চাইকেলৰ দুয়োজন আৰোহীয়ে হেলমেট পৰিধান কৰাটো নিশ্চিত কৰা আৰু সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা আদি সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

তদুপৰি চলি থকা সকলো ই-ৰিক্সা পঞ্জীয়নৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা আৰু পূৰ্ব পঞ্জীয়ন অবিহনে যাতে কোনো ই-ৰিক্সা বিক্ৰী কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা ল’বলৈ জিলা পৰিবহন বিষয়া আৰু যান-বাহন পৰিদৰ্শকক নিৰ্দেশ দিয়া হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Anti Drug MissionDhemaji
publisher

publisher

Related Posts

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d