Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Kaliabhumura Accident:কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰেইলৰ

    পহলগাম কাণ্ডৰ পাছত সাজু ১৪ উগ্ৰপন্থীৰ ‘হিট লিষ্ট’! তিনিদিনত জম্মু-কাশ্মীৰত সেনাৰ অভিযানত নিহত ছজন, বাকী আঠজন ক’ত?

    ৰাজস্থান গাঁৱত উদ্ধাৰ হ’ল সাত ফুট দৈৰ্ঘ্যৰ ড্ৰ’ন ! সতৰ্কবাণী জাৰি

    দক্ষিণ গাজাত হোৱা বোমাবৰ্ষণত কমেও ৫৪ জন লোকৰ মৃত্যু, খান ইউনিছ চহৰৰ মৰ্গত গোট খাইছে মৃতদেহ!

    CBSE :চিবিএচই ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত ৯৪.২ শতাংশৰে উজ্বলিল ঢেকীয়াখোৱাৰ অংকিতা 

     Rape Incident In jamagurighat:হৃদয়বিদাৰক! সম্পৰ্কীয় ককায়েকৰ কামনাৰ বলি হ’ল শাৰীৰিকভাৱে সক্ষম ভনীয়েক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

    অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

    কাঁচৰ দৰে চিকচিকিয়া ছাল বিচাৰে নেকি ? এনেদৰে ঘৰত নিজৰ যত্ন লওক

    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Bhaskar Jyoti Mohanta receives Champaati Award:জি আই টিৰ ৰূপালী জয়ন্তী বর্ষ অনুষ্ঠানৰ সামৰণী ভাস্কৰ জ্যোতি মহন্তক চম্পাৱতী বঁটা প্রদান

publisher by publisher
November 19, 2024
in News, Assam, India
Reading Time: 1 min read
0
Bhaskar Jyoti Mohanta receives Champaati Award:জি আই টিৰ ৰূপালী জয়ন্তী বর্ষ অনুষ্ঠানৰ সামৰণী ভাস্কৰ জ্যোতি মহন্তক চম্পাৱতী বঁটা প্রদান
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Union Agriculture Minister Shivraj Singh Chouhan visits the North East: তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব ভ্ৰমণ কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান

Guwahati Theft Incident:কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ঘৰত চোৰৰ চাফাই অভিযান

Aaranyak announces media fellowship:আৰণ্যকৰ “প্ৰকৃতি, মানুহ আৰু জীৱনশৈলী” বিষয়ক মিডিয়া ফেল’শ্বিপ ঘোষণা

ADVERTISEMENT

Bhaskar Jyoti Mohanta receives Champaati Award:

ৰাজ্যৰ কাৰিকৰী শিক্ষাৰ অগ্ৰণী শিক্ষা প্রতিষ্ঠান গুৱাহাটী ইনষ্টিটিউট অব টেকন’লজী চমুকৈ জি আই টিয়ে এইবাৰ ২৫ বৰ্ষত ভৰি দিছে। সেই উপলক্ষে দুদিনীয়া অনুষ্ঠানেৰে ৰূপালী জয়ন্তী বৰ্ষৰ আয়োজন কৰে। যোৱা ১৬ আৰু ১৭ নৱেম্বৰত উজান বজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰ প্রেক্ষাগৃহত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। প্রথম দিনাৰ মুখ্য কাৰ্য্যসূচী হিচাপে জি আই টিৰ প্ৰতিষ্ঠাপক প্রয়াত সঞ্জীৱ গোস্বামীৰ সোঁৱৰণত আন্তঃ বিদ্যালয় কুইজ প্রতিযোগিতা অনুষ্ঠিত হয়।

এই প্রতিযোগিতাত বিজয়ী দল সমূহক প্রমাণ পত্ৰ, স্মাৰক আৰু নগদ ধনৰ টোপোলাৰে পুৰস্কৃত কৰা হয়। ইয়াৰ পিছতেই জি আই টিৰ আন এগৰাকী প্রতিস্থাপক প্রয়াত ৰুণুজ্যোতি গোস্বামী সোঁৱৰণী মঞ্চত অনুষ্ঠিত হয় প্রাক্তন ছাত্র- ছাত্রী সমাৰোহ। প্রাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ ভিন্ন ভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে প্ৰথম দিনাৰ কাৰ্য্যসূচীৰ সামৰণী পৰে। বন্তি প্রজ্বলনেৰে দ্বিতীয় দিনাৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে অসম প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ অধ্যক্ষ অৰূপ মিশ্ৰই।

ইয়াৰ পিছতেই ৰূপালী জয়ন্তী বর্ষ উপলক্ষে এখন সভা অনুষ্ঠিত হয়। সভাখনিত অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ অধ্যক্ষ অৰূপ মিশ্ৰৰ লগতে কলিকতাৰ অভিযান্তিক প্রতিষ্ঠানৰ অধ্যক্ষ ড: কে. চি. চাহু, ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেত্রী মলয়া গোস্বামী, জ্যেষ্ঠ সাংবাদিক প্রণয় বৰদলৈ, কেৰিয়াৰ পৰামৰ্শ দাতা তথা অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ মেকানিকেল বিভাগৰ মুৰব্বী অধ্যাপক ড: বুলজিৎ বুঢ়াগোঁহাই, গুৱাহাটী  উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান, কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা।

উক্ত সভাতেই অসম আৰক্ষীৰ অৱসৰ প্ৰাপ্ত সঞ্চালক প্রধান, সাহিত্য কর্মী ভাস্কৰ জ্যোতি মহন্তক প্রদান কৰা হয় তৰুণ চন্দ্র গোস্বামী শৈক্ষিক ন্যাসৰ লগতে জি আই টিৰ ফালৰ পৰা প্ৰতিবছৰৰ দৰে এইবাৰো ‘চম্পাৱতী বঁটা’ৰে তেখেতক বিভূষিত কৰা হয়। বঁটা গ্রহণ কৰি মহন্তই কাৰিকৰী শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত এটি চমু ভাষণ আগবঢ়াই। ইয়াৰ পিছতেই বঁটা প্রাপক ভাস্কৰ জ্যোতি মহন্তৰ জৰিয়তে প্ৰদান কৰা হয় আন্তঃ বিদ্যালয়ৰ কুইজ প্রতিযোগিতাৰ স্থান প্রাপ্ত প্রতিযোগী দল সমূহক পুৰস্কাৰ প্ৰদান কৰে।

দলসমূহ ক্রমে প্রথম শ্রেষ্ঠ দল নলবাৰীৰ লিটল ফ্লাৱাৰ স্কুলৰ নৱম মান শ্ৰেণীৰ ছাত্ৰ বিবেক বৰ্মন আৰু সুৰয আহমেদ, দ্বিতীয় শ্রেষ্ঠ দল শংকৰদেৱ শিশু নিকেতন ইচ্ছাদঘৰীয়া আৰু ঘাপাৰৰ মঞ্জিষ্ঠা কুমাৰ, হিমলীনা বৰুৱা, তৃতীয় শ্রেষ্ঠ দল অসম জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ প্রিয়াংসু পি শৰ্মা আৰু গুৰুকূল গ্ৰামাৰ স্কুলৰ ত্ৰিনাভ কাশ্যপ, চতুর্থ স্থান লাভ কৰিছে মহর্ষী বিদ্যামন্দিৰ, শিলপুখুৰীৰ ধৃতিৰাজ শৰ্মা আৰু দেৱাংক বানী কাশ্যপ, পঞ্চম স্থান প্রাপ্ত নৱম মান শ্ৰেণীৰ ছাত্ৰ সৰলা বিৰলা জ্ঞানজ্যোতি আৰু নুনমাটি পাব্লিক স্কুলৰ ছাত্ৰ শুভদ্বীপ ভট্টাচাৰ্য্য আৰু যষ্ঠ স্থান প্রপ্ত কটন বিশ্বাবিদ্যালয়ৰ একাদশ মানৰ ছাত্র ভার্গর দত্ত, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ চিন্ময় নন্দ কিশোৰ শর্মাই। কুইজ প্রতিযোগিতাখন সুন্দৰ ভাৱে পৰিচালনা কৰে অসমৰ জনপ্রিয় কুইজ পৰিচালক দিপাংকৰ কাশ্যপে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bhaskar Jyoti Mohanta receives Champaati AwardGITGuwahatiSilver jubilee Year Celebration
publisher

publisher

Related Posts

Kaliabhumura Accident:কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰেইলৰ
News

May 15, 2025
পহলগাম কাণ্ডৰ পাছত সাজু ১৪ উগ্ৰপন্থীৰ ‘হিট লিষ্ট’! তিনিদিনত জম্মু-কাশ্মীৰত সেনাৰ অভিযানত নিহত ছজন, বাকী আঠজন ক’ত?
India

পহলগাম কাণ্ডৰ পাছত সাজু ১৪ উগ্ৰপন্থীৰ ‘হিট লিষ্ট’! তিনিদিনত জম্মু-কাশ্মীৰত সেনাৰ অভিযানত নিহত ছজন, বাকী আঠজন ক’ত?

May 15, 2025
ৰাজস্থান গাঁৱত উদ্ধাৰ হ’ল সাত ফুট দৈৰ্ঘ্যৰ ড্ৰ’ন ! সতৰ্কবাণী জাৰি
India

ৰাজস্থান গাঁৱত উদ্ধাৰ হ’ল সাত ফুট দৈৰ্ঘ্যৰ ড্ৰ’ন ! সতৰ্কবাণী জাৰি

May 15, 2025
দক্ষিণ গাজাত হোৱা বোমাবৰ্ষণত কমেও ৫৪ জন লোকৰ মৃত্যু, খান ইউনিছ চহৰৰ মৰ্গত গোট খাইছে মৃতদেহ!
News

দক্ষিণ গাজাত হোৱা বোমাবৰ্ষণত কমেও ৫৪ জন লোকৰ মৃত্যু, খান ইউনিছ চহৰৰ মৰ্গত গোট খাইছে মৃতদেহ!

May 15, 2025
CBSE :চিবিএচই ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত ৯৪.২ শতাংশৰে উজ্বলিল ঢেকীয়াখোৱাৰ অংকিতা 
News

CBSE :চিবিএচই ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত ৯৪.২ শতাংশৰে উজ্বলিল ঢেকীয়াখোৱাৰ অংকিতা 

May 15, 2025
 Rape Incident In jamagurighat:হৃদয়বিদাৰক! সম্পৰ্কীয় ককায়েকৰ কামনাৰ বলি হ’ল শাৰীৰিকভাৱে সক্ষম ভনীয়েক
News

 Rape Incident In jamagurighat:হৃদয়বিদাৰক! সম্পৰ্কীয় ককায়েকৰ কামনাৰ বলি হ’ল শাৰীৰিকভাৱে সক্ষম ভনীয়েক

May 15, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d